ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.45.0-wmf.9 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk ইউৰিপিডিছ 0 400 22366 19384 2025-07-11T12:45:51Z Kuldhar Rabha 12 22366 wikitext text/x-wiki '''ইউৰিপিডছ''' ({{Lang-en|Euripides}}; আনুমানিক খ্ৰীষ্টপূৰ্ব ৪৮০ – খ্ৰীষ্টপূৰ্ব ৪০৬) এগৰাকী গ্ৰীক নাট্যকাৰ আছিল৷ == উদ্ধৃতিসমূহ == # তেওঁ প্ৰেমিক নহয়, যি চিৰকালৰ বাবে ভাল নাপায়।<ref>{{cite news | url=https://niyomiyabarta.com/epaper/25082021/page6.php | title=বাণী | work=[[:as:নিয়মীয়া বাৰ্তা|নিয়মীয়া বাৰ্তা]] | date=২৫ আগষ্ট, ২০২১ | accessdate=১১ ছেপ্টেম্বৰ ২০২১ | author=ইউৰিপিডছ | page=৬}}</ref> # ভগৱানে হিংসাক ঘিণ কৰে৷ তেওঁৰ নিৰ্দেশ-- সকলো মানুহে সৎ উপায়েৰে সা-সম্পত্তি কৰক, কিন্তু বলপূৰ্বক নহয়৷<ref>উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৭৯, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ</ref> == উত্‍স == {{Reflist}} ==লগতে চাওক== *[[হোমাৰ]] == বাহ্যিক সংযোগ == {{Wikipedia|ইউৰিপিডিছ}} [[শ্ৰেণী:গ্ৰীচৰ ব্যক্তি]] [[শ্ৰেণী:কবি]] [[শ্ৰেণী:নাট্যকাৰ]] [[শ্ৰেণী:মৃত ব্যক্তি]] 25vtqbexzoihrvkh3g0jjvhqem9d79e জৰ্জ ৱাশ্বিংটন 0 520 22365 15219 2025-07-11T12:41:57Z Kuldhar Rabha 12 22365 wikitext text/x-wiki '''জৰ্জ ৱাশ্বিংটন''' ({{Lang-en|George Washington}}; ২২ ফেব্ৰুৱাৰী ১৭৩২ – ১৪ ডিচেম্বৰ ১৭৯৯) এগৰাকী আমেৰিকান সামৰিক বিষয়া, ৰাষ্ট্ৰনেতা আৰু প্ৰতিষ্ঠাপক পিতৃ; যিয়ে ১৭৮৯ চনৰ পৰা ১৭৯৭ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৭৭৫ চনৰ জুন মাহত দ্বিতীয় কণ্টিনেণ্টেল কংগ্ৰেছে কণ্টিনেণ্টেল আৰ্মীৰ সেনাপতি হিচাপে নিযুক্তি প্ৰদানৰ পাছত তেওঁ দেশপ্ৰেমী বাহিনীক আমেৰিকান বিপ্লৱী যুদ্ধত বিজয়ৰ দিশে লৈ গৈছিল আৰু তাৰ পাছত ১৭৮৭ চনত সংবিধান সভাত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰি ইয়াক অনুমোদন জনাইছিল আৰু আমেৰিকান যুক্তৰাষ্ট্ৰীয় চৰকাৰ স্থাপন কৰিছিল। সেয়েহে ৱাশ্বিংটনক “Father of his Country” বুলি কোৱা হয়। == উদ্ধৃতি == # শিক্ষকসকলেহে ৰাষ্ট্ৰৰ মন আৰু আত্মাৰ প্ৰকৃত খনিকৰ৷ # প্ৰকৃত বন্ধুত্ব হৈছে লেহেমীয়া বৃদ্ধিৰ উদ্ভিদ, আৰু ই প্ৰশংসাৰ অধিকাৰী হোৱাৰ আগতেই প্ৰতিকূলতাৰ জোকাৰণিৰ সন্মুখীন হ’ব লাগিব আৰু তাক সহিব লাগিব।<ref>Letter to Bushrod Washington (15 January 1783)</ref> == উৎস == {{Reflist}} [[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]] hyo8roxsu4rhwufp2ulslarp7df81eo খান ছাৰ 0 1799 22367 17369 2025-07-11T12:51:20Z Kuldhar Rabha 12 Imported from Wikipedia 22367 wikitext text/x-wiki পেছাগতভাৱে '''খান ছাৰ''' ({{Lang-en|Khan Sir}}) নামেৰে পৰিচিত '''ফৈজল খান''' (জন্ম ১৯৯৩) বিহাৰৰ পাটনাত বাস কৰা এজন [[ভাৰত|ভাৰতীয়]] শিক্ষক আৰু ইউটিউবাৰ। তেওঁ ভাৰতত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এটা প্ৰশিক্ষক কেন্দ্ৰ চলায়।<ref name=":0">{{cite web|title=Meet Khan Sir, Everyone's Favourite Online 'Guru' Who Has Impacted Lives of 21 Million|url=https://www.news18.com/viral/meet-khan-sir-everyones-favourite-online-guru-who-has-impacted-lives-of-21-million-8501401.html|website=News18|access-date=4 August 2023|language=en|date=4 August 2023|archive-date=4 August 2023|archive-url=https://web.archive.org/web/20230804072940/https://www.news18.com/viral/meet-khan-sir-everyones-favourite-online-guru-who-has-impacted-lives-of-21-million-8501401.html|url-status=live}}</ref> == উদ্ধৃতি == # পৰাজয় হ’ল এনে এক [[শিক্ষা]], যিয়ে আপোনাক অধিক উৎকৃষ্ট হ’বলৈ সুযোগ দিয়ে৷<ref>{{cite web | url=https://www.hindibasic.com/success-quotes-in-hindi | title=हार तो वो सबक है जो आपको बेहतर होने का मौका देती है । Defeat is the lesson that gives you a chance to be better. | publisher=Hindibasic.com | accessdate=1 ডিচেম্বৰ 2023}}</ref> # শিক্ষা এক এনেকুৱা অস্ত্ৰ, যি সকলো কু-ৰীতি; যিকোনো সমস্যাৰ সৈতে যুঁজ দিব পাৰে, আৰু ই এনেকুৱা অস্ত্ৰ যি ধাতু সংসূচক যন্ত্ৰতো ({{lang-en|metal detector}}) ধৰা নপৰে৷<ref>{{cite web | url="https://www.youtube.com/embed/TWSCCmFQteY?si=Vys-VHX0Yg8xx9BB&amp;start=345&end=356" | title=Meet Khan Sir | Episode 29}}</ref> == উৎস == {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia}} [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:জীৱিত ব্যক্তি]] epou7de182cj51mgdjj1f8d7qs8mqbl ৰসায়ন বিজ্ঞান 0 3029 22368 2025-07-12T05:10:38Z -chanakyakdas 9 (edited with [[User:ProveIt_GT|ProveIt]]) 22368 wikitext text/x-wiki == উদ্ধৃতিসমূহ == * অণু আৰু ইয়াৰ পৰিৱৰ্তনৰ বিজ্ঞানেই হ’ল ৰসায়ন বিজ্ঞান। ই এশটা মৌলৰ বিজ্ঞান নহয়; কিন্তু এই মৌলবোৰে গঠন কৰা অলেখ বিভিন্ন অণুৰ বিজ্ঞান। ** ৰ’ল্ড হফমেন<ref>{{cite journal | url=https://www.researchgate.net/publication/321531749_Introduction_to_Roald_Hoffmann_on_the_Philosophy_Art_and_Science_of_Chemistryem | title=Introduction to Roald Hoffmann on the Philosophy, Art, and Science of Chemistry | author=Weisberg, Michael; Kovac, Jeffrey | year=2012 | month=01}}</ref> == উৎস == {{Reflist}} pgcharslisjpfw3wefpb2wfp7bueof9 22369 22368 2025-07-12T05:10:56Z -chanakyakdas 9 added [[Category:বিজ্ঞান]] using [[Help:Gadget-HotCat|HotCat]] 22369 wikitext text/x-wiki == উদ্ধৃতিসমূহ == * অণু আৰু ইয়াৰ পৰিৱৰ্তনৰ বিজ্ঞানেই হ’ল ৰসায়ন বিজ্ঞান। ই এশটা মৌলৰ বিজ্ঞান নহয়; কিন্তু এই মৌলবোৰে গঠন কৰা অলেখ বিভিন্ন অণুৰ বিজ্ঞান। ** ৰ’ল্ড হফমেন<ref>{{cite journal | url=https://www.researchgate.net/publication/321531749_Introduction_to_Roald_Hoffmann_on_the_Philosophy_Art_and_Science_of_Chemistryem | title=Introduction to Roald Hoffmann on the Philosophy, Art, and Science of Chemistry | author=Weisberg, Michael; Kovac, Jeffrey | year=2012 | month=01}}</ref> == উৎস == {{Reflist}} [[শ্ৰেণী:বিজ্ঞান]] 4uxejlhl5g901wcwgh7eog65brc9clr 22370 22369 2025-07-12T05:11:54Z -chanakyakdas 9 (edited with [[User:ProveIt_GT|ProveIt]]) 22370 wikitext text/x-wiki == উদ্ধৃতিসমূহ == * অণু আৰু ইয়াৰ পৰিৱৰ্তনৰ বিজ্ঞানেই হ’ল ৰসায়ন বিজ্ঞান। ই এশটা মৌলৰ বিজ্ঞান নহয়; কিন্তু এই মৌলবোৰে গঠন কৰা অলেখ বিভিন্ন অণুৰ বিজ্ঞান। ** ৰ’ল্ড হফমেন<ref>{{cite journal | url=https://www.researchgate.net/publication/321531749_Introduction_to_Roald_Hoffmann_on_the_Philosophy_Art_and_Science_of_Chemistryem | title=Introduction to Roald Hoffmann on the Philosophy, Art, and Science of Chemistry | author=Weisberg, Michael; Kovac, Jeffrey | year=2012 | month=January}}</ref> == উৎস == {{Reflist}} [[শ্ৰেণী:বিজ্ঞান]] m8hdu3qgj56rn9rbhnyr4u26s64atdi Chemistry 0 3030 22371 2025-07-12T05:12:06Z -chanakyakdas 9 [[ৰসায়ন বিজ্ঞান]]-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল 22371 wikitext text/x-wiki #REDIRECT [[ৰসায়ন বিজ্ঞান]] smid9z6ne1dxsgn2a2pbcdjueyujpgt