ৱিকিউদ্ধৃতি
aswikiquote
https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.46.0-wmf.26
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউদ্ধৃতি
ৱিকিউদ্ধৃতি বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
কনফুচিয়াছ
0
443
26604
24965
2026-04-28T17:15:58Z
নৰুনা বৰুৱা
836
26604
wikitext
text/x-wiki
[[চিত্ৰ:Confucius Tang Dynasty.jpg|thumb|শিল্পীৰ তুলিকাত কনফুচিয়াছ]]
'''কনফুচিয়াছ''' ({{lang-en|Confucius}}; ৫৫১–৪৭৯ খ্ৰীষ্টপূৰ্ব) আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ। তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয়। কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক কনফুচিয়ানবাদ বুলি জনা যায়। এই মতবাদত ব্যক্তিগত আৰু চৰকাৰী নৈতিকতা, সামাজিক সম্পৰ্কৰ শুদ্ধতা, ন্যায় আৰু আন্তৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মানৱ সভ্যতাক প্ৰভাৱিত আৰু বিকশিত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তিত্বসমূহৰ ভিতৰত কনফুচিয়াছৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ [[শিক্ষা]] আৰু দৰ্শনে সমসাময়িক পৃথিৱীৰ অজস্ৰ মানুহক প্ৰভাৱিত কৰিছিল, যিবোৰ শিক্ষা আজিৰ তাৰিখতো প্ৰয়োজনীয় বুলি বিবেচিত হৈ আছে।<ref>{{cite web|title=The Life and Significance of Confucius|url=http://www.sjsu.edu/faculty/watkins/confucius.htm|website=www.sjsu.edu}}</ref><ref>{{cite web|title=China Confucianism: Life of Confucius, Influences, Development|url=https://www.travelchinaguide.com/intro/religion/confucianism/|website=www.travelchinaguide.com}}</ref>
== উদ্ধৃতিসমূহ ==
[[File:Confucius1.jpg|thumb|right|ভাল ৰজা হোৱা টান, ভাল মন্ত্ৰী হোৱাও সহজ নহয়।]]
# খং যেতিয়া উঠে, তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব।
# জীৱনটো সঁচাকৈয়ে সৰল, কিন্তু মানুহে ইয়াক জটিল কৰি তুলিবলৈ জোৰ দিয়ে৷<ref>{{Cite web | url=https://niyomiyabarta.com/epaper/08092021/page6.php | title=বাণী | agency=নিয়মীয়া বাৰ্তা | accessdate=৮ ছেপ্টেম্বৰ ২০২১ | author=কনফুচিয়াছ | page=৬}}</ref>
# সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে৷<ref name="t-goswami">{{Cite book | title=মহৎ লোকৰ বাণী | publisher=বনলতা | author=গোস্বামী, ত্ৰিদিব | year=২০১২ | location=গুৱাহাটী | accessdate=৮ ছেপ্টেম্বৰ ২০২১}}</ref>
# জ্ঞানী মানুহ তিনিটা বিষয়ত সদা সতৰ্ক, যৌৱন কালত লালসাৰ প্ৰতি, দেহত শক্তি থকাৰ সময়ত কাজিয়া পেচালৰ প্ৰতি আৰু বুঢ়া কালত লোভৰ প্ৰতি৷<ref name="t-goswami"/>
# তুমি যিদৰে আনৰ ব্যৱহাৰ আশা কৰা আনকো তুমি তেনে ব্যৱহাৰ কৰিবা৷<ref name="t-goswami"/>
# বিনা চিন্তাই কৰা অধ্যয়ন মাথোঁ পণ্ডশ্ৰম৷<ref name="t-goswami"/>
# যিজনে দূৰলৈ চাই চিন্তা কৰিবলৈ অপৰাগ, সেইজনে সোনকালে দুখ ভোগ কৰিব লাগিব৷<ref name="t-goswami"/>
# সুখী হোৱাৰ সহজ উপায়- ৰাস্তাৰ কাষৰ দুৰ্দশাগ্ৰস্তজনৰ লগত নিজক তুলনা কৰক৷<ref name="t-goswami"/>
# মাত্ৰ এটা শব্দৰ কাৰণে জ্ঞানী বুলি বিবেচিত হ’ব পাৰে আৰু এটা শব্দৰ কাৰণে মূৰ্খ বুলি প্ৰমাণিত হ’ব পাৰে গতিকে আমি যি কথা কওঁ সেই বিষয়ে সাৱধান হোৱা উচিত৷<ref name="t-goswami"/>
# মানুহেহে সত্যক মহান কৰে, সত্যই মানুহক মহান নকৰে৷<ref name="q-dict">উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা</ref>
# সংসাৰত ভাল আৰু বেয়া দুয়োটাই আছে- বেয়াটো এৰি ভালটো গ্ৰহণ কৰিলেই শিক্ষাৰ পথ সুগম হয়৷<ref name="q-dict"/>
# অন্ধকাৰক অভিশাপ দিয়াতকৈ এডাল মমবাতি জ্বলাই দিয়াটোহে অতি আৱশ্যক৷
# মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা৷ এনেভাৱে তুমি কাম কৰি যোৱা যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা৷<ref name="q-dict"/>
# উন্নত পৰ্যায়ৰ মানুহে লাহে লাহে কথা কয়, কিন্তু তাৰ মাজেৰেই তেওঁলোকে নিজৰ কামত আন্তৰিকতা প্ৰদৰ্শন কৰে৷<ref name="q-dict"/>
# মানুহৰ ভুল ভ্ৰান্তিৰ পৰাহে চৰিত্ৰ জানিব পাৰি৷<ref name="q-dict"/>
# খঙৰ বশীভূত হৈ কাম কৰি নেপায়। খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে।
# উৎকৃষ্টজনে নিন্দে নিজক, নিকৃষ্টজনে নিন্দে আনক। <ref name="মলোবা"> মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ৭</ref>
# অজ্ঞান মুৰ্খসকলক ৰাজহুৱা দায়িত্বৰ পৰা দূৰত ৰখা আৰু আটাইতকৈ জ্ঞানীলোকসকলক শাসনৰ ভাৰ দিব পৰাটোৱেই হ'ল যি কোনো এখন সমাজৰ পক্ষে আটাইতকৈ সৌভাগ্যৰ কথা।<ref name="মলোবা"/>
# এটা পৰ্বতৰ ঠাই সলনি কৰা মানুহজনে আৰম্ভণিতে সৰু সৰু শিলবোৰ কঢ়িয়াই কামটো আৰম্ভ কৰে।<ref name=":0">https://www.goodreads.com/author/quotes/15321.Confucius</ref>
# আটাইতকৈ ধেমেলীয়া মানুহবোৰেই আটাইতকৈ দুখী মানুহো।<ref name=":0" />
#“যি জনে শিকে কিন্তু চিন্তা নকৰে, তেওঁ বিপথগামী হয়; আৰু যি জনে চিন্তা কৰে, শিকে কিন্তু নকৰে, তেওঁ বিপদত পৰে।”<ref>The Analects</ref>
#“ধীৰে আগবঢ়া কোনো সমস্যা নহয়, থমকি যোৱাটোৱেই সমস্যা।”<ref>The Analects</ref>
#“যি জনে নিজৰ ভুল শুধৰাব নোৱাৰে, তেওঁ পুনৰ পুনৰ একে ভুল কৰে।”<ref>The Analects</ref>
# আনৰ পৰা তুমি যেনে ব্যৱহাৰ আশা নকৰা আনকো কেতিয়াও তেনে ব্যৱহাৰ নকৰিবা। মই মোৰ লৰাৰ পৰা যেনে ব্যৱহাৰ আশা কৰো মোৰ পিতাকো মই সেইদৰে সেৱা শুশ্ৰূষা কৰিব লাগে। মোৰ তলত কাম কৰা মন্ত্ৰীৰ পৰা মই যেনে ব্যৱহাৰ আশা কৰো, মই ৰজাকো তেনেদৰে সেৱা কৰিব লাগে। সৰু ভাইৰ পৰা যেনে ব্যৱহাৰ আশা কৰো মোৰ ডাঙৰ ভাইৰ প্ৰতিও মই তেনে আচৰণ কৰিব লাগে। বন্ধুৰ পৰা মই যেনে ব্যৱহাৰ বিচাৰো মইও প্ৰথমে বন্ধুক তেনে ব্যৱহাৰ কৰিব লাগে।<ref name="কনফুচিয়াছ">{{Cite book | title=কণফুচিয়াছ| publisher=লয়াৰ্ছ বুক ষ্টল | author=শৰৎচন্দ্ৰ গোস্বামী | year=১৯৬৫|location=গুৱাহাটী}}</ref>
# জ্ঞানী মানুহ তিনিটা বিষয়ত সদা সতৰ্ক, যৌৱন কালত লালসাৰ প্ৰতি, দেহত শক্তি থকাৰ সময়ত কাজিয়া পেচালৰ প্ৰতি আৰু বুঢ়া কালত লোভৰ প্ৰতি৷<ref name="t-goswami"/>
#আগ্ৰহ নথকা মানুহক মই নিশিকাও আৰু বুজিবলৈ চেষ্টা নকৰা মানুহক কোনো কথা বুজাবলৈ বৃথা চেষ্টা নকৰো।<ref name="কনফুচিয়াছ"/>
#ভাল ৰজা হোৱা টান, ভাল মন্ত্ৰী হোৱাও সহজ নহয়।<ref name="কনফুচিয়াছ"/>
#মাৰ্জ্জিত ভাষাই কোনজন মানুহ ভাল কোনজন মানুহ বেয়া তাৰ ধাৰণা সম্পৰ্কে আমাৰ মনত আউল লগায়। সামান্য ক্ষতি আৰু সৰু-সুৰা অসুবিধা সহ্য কৰিব নোৱাৰা লোকে ডাঙৰ পৰিকল্পনা নষ্ট কৰে।<ref name="কনফুচিয়াছ"/>
#মানুহ জন্মোতে প্ৰায় একে হৈয়েই জন্মে কিন্তু অভ্যাসৰ বাবে ইজন সিজনৰ পৰা আঁতৰি গৈ পৃথক হৈ পৰে।<ref name="কনফুচিয়াছ"/>
#আমি মানুহকেই সেৱা কৰিবলৈ শিকা নাই, দেৱতাক কেনেদৰে সেৱা কৰিব লাগে কেনেকৈ জানিবা? এতিয়াও জীৱনকেই জনা নাই, মৃত্যুৰ কথা কেনেকৈ জানিবা?<ref name="কনফুচিয়াছ"/>
#মানুহেহে সত্যক ডাঙৰ কৰে, সত্যই মানুহক ডাঙৰ নকৰে।<ref name="কনফুচিয়াছ"/>
#বাকচাতুৰিৰ কোনো মূল্য নাই। তুমি যিমানেই অনৰ্গল বক্তৃতাৰে আত্মপক্ষ সমৰ্থন কৰি নিজৰ নিৰ্দ্দোষিতা প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিবা মানুহে তোমাক তিমানেই বেচি ঘিণ কৰিব।<ref name="কনফুচিয়াছ"/>
# মানুহ যদি প্ৰকৃত মানুহ হব নোৱাৰে তেন্তে পূজা-পাতলৰ সাৰ্থকতা কত? প্ৰকৃত মানুহ হব নোৱাৰিলে সঙ্গীতৰো মূল্য নাই।<ref name="কনফুচিয়াছ"/>
#উৎকৃষ্টজনে নিন্দে নিজক, নিকৃষ্টজনে নিন্দে পৰক।<ref name="কনফুচিয়াছ"/>
#শাসকৰ চৰিত্ৰ বতাহৰ দৰে আৰু সাধাৰণ মানুহৰ চৰিত্ৰ তৃণৰ দৰে। তৃণ সদায় বতাহমুৱা হয়।<ref name="কনফুচিয়াছ"/>
# আইনৰ বলেৰে শাসিত প্ৰজাই শাস্তিৰ ভয়ত আইন অমান্য নকৰিব পাৰে কিন্তু তেওঁলোকে নৈতিক বল হেৰুৱায়। ন্যায় আৰু চৰিত্ৰৰ বলেৰে শাসিত প্ৰজাই আত্মসংযমৰ নীতিৰে সুশৃঙ্খলিত হয়, নৈতিকতাও ৰক্ষা কৰে আৰু সৎ হয়।<ref name="কনফুচিয়াছ"/>
#সাৱধান লোকৰ বিপদ নাই। সতৰ্ক লোকে কাচিৎহে ভুল কৰে।<ref name="কনফুচিয়াছ"/>
# ডেকা লৰা ঘৰত সুপুত্ৰ হব লাগে, সমাজত বিনয়ী আৰু শ্ৰদ্ধাবান হব লাগে, চৰিত্ৰৰ ওপৰত নজৰ ৰখা, বিশ্বাসী, সকলোকে মৰম কৰা আৰু মৰমিয়াল লোকৰ লগত মিলামিশা কৰা হব লাগে। এই আটাইখিনি কৰিবলৈ শিকিও যদি উৎসাহ আৰু শক্তি থাকে তেন্তে কিতাপ পঢ়িব লাগে।<ref name="কনফুচিয়াছ"/>
# আগলৈ নাচাই খোজ দিলে বিপদ ভৰিৰ তলতে পাবা।<ref name="কনফুচিয়াছ"/>
# দাৰিদ্ৰ্যই অভিশাপ নহয়, উচ্চাকাঙ্ক্ষাবিহীন দৰিদ্ৰতাহে অভিশাপ।<ref name="কনফুচিয়াছ"/>
#মুৰ্খপুত্ৰই ঘৰ নাভাঙে, বুধিয়ক পুত্ৰইহে ঘৰ নষ্ট কৰে।<ref name="কনফুচিয়াছ"/>
#যুদ্ধলৈ যোৱাৰ আগতে সৈন্যসকলে অন্ততঃ সাতবছৰ সাধুলোকৰ সঙ্গত শিক্ষা লব লাগে। অশিক্ষিত জনসমুদ্ৰ যুদ্ধত নমাই দিয়া মানে সিহঁতক দলিয়াই পেলোৱা।<ref name="কনফুচিয়াছ"/>
# ক্ষমতাৰ মোহ আৰু দাৰিদ্ৰ্যৰ ভয় ৰাষ্ট্ৰদ্ৰোহৰ উৎপাদক।<ref name="কনফুচিয়াছ"/>
#যি মানুহে সুদা হাতেৰে বাঘ মাৰিবলৈ যায়, নাও নোহোৱাকৈ নদী পাৰ হব খোজে, কোনো চিন্তা নকৰাকৈ জীৱন বিসৰ্জ্জন দিব ওলায়, মোক তেনে মানুহ নালাগে। যি মানুহে সাবধান নোহোৱাকৈ কোনো দুৰ্য্যোগৰ সমুখীন নহয়, কামত হাত দিয়াৰ আগতে ভালকৈ চিন্তা কৰি প্ৰস্তুত হয়, তেনে মানুহহে মই বিচাৰো।<ref name="কনফুচিয়াছ"/>
== উৎস ==
{{Reflist}}
==বাহ্যিক সংযোগ==
{{Wikipedia|কনফুচিয়াছ}}
[[শ্ৰেণী:চীনৰ ব্যক্তি]]
[[শ্ৰেণী:দাৰ্শনিক]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
hk6wwth1ebgy6hwooksembsa12v8j2t
ফ্ৰিডৰিক নীৎসে
0
742
26612
26060
2026-04-29T07:33:02Z
Kuldhar Rabha
12
/* উদ্ধৃতি */
26612
wikitext
text/x-wiki
[[File:Nietzsche187c (cropped).jpg|thumb|right|বন্ধুসকল, মই আপোনালোকক এইটো পৰামৰ্শ দিছো যে শাস্তি দিয়াৰ প্ৰবল ইচ্ছা থকা সকলোকে অবিশ্বাস কৰক।]]
'''ফ্ৰিডৰিক নীৎসে''' ({{lang-en|Friedrich Nietzsche}}; জন্ম: ১৫ অক্টোবৰ ১৮৪৪ – মৃত্যু : ২৫ আগষ্ট ১৯০০) এজন জাৰ্মান দাৰ্শনিক, সাংস্কৃতিক সমালোচক, সংগীতজ্ঞ, কবি, লেখক, আৰু দৰ্শনবিদ, যাৰ ৰচনাসমূহে আধুনিক বৌদ্ধিক ইতিহাসত গভীৰ প্ৰভাৱ পেলাইছে। সমসাময়িক সংস্কৃতি, ধৰ্ম আৰু দৰ্শনৰ সমালোচনা তেওঁৰ মূল্যবোধ আৰু নৈতিকতাৰ ভেটি সম্পৰ্কীয় এটা মৌলিক প্ৰশ্নৰ ওপৰত কেন্দ্ৰিত আছিল।
== উদ্ধৃতি ==
* যিজনে 'কিয়' জীয়াই থাকিব লাগে জানে, তেওঁ কেনেকৈ জীয়াই থাকিব লাগে তাকো ভালদৰে জানে৷
# সকলো সুন্দৰ শিল্প, সকলো মহান শিল্পৰ সাৰমৰ্ম হ’ল কৃতজ্ঞতা।<ref name="F1">{{cite web | url=https://www.brainyquote.com/authors/friedrich-nietzsche-quotes | title=ফ্ৰিডৰিক নীৎসে উক্তি | accessdate=24 এপ্ৰিল 2026}}</ref>
* আমি জীৱনটো ভাল পাওঁ, জীয়াই থকাত অভ্যস্ত হোৱাৰ বাবে নহয় প্ৰেমত অভ্যস্ত হোৱাৰ বাবে।<ref name="F1"/>
* এতিয়া মই নিজেই, প্ৰতিটো সৰু-ডাঙৰ কামতে, জ্ঞানৰ সন্ধানত জীয়াই আছো; আনহাতে আগতে মই কেৱল জ্ঞানীসকলকহে পূজা আৰু মূৰ্তি পূজা কৰিছিলোঁ।
::- মেথিল্ড মেয়াৰলৈ পত্ৰ, ১৬ জুলাই, ১৮৭৮; কাৰ্ল জেছপাৰ্ছৰ কিতাপ নীৎসে (বাল্টিমোৰ: ১৯৯৭), পৃ. ৪৬.
* মানুহ হৈছে জন্তু আৰু অতিমানৱৰ মাজত টান খাই থকা এডাল ৰছী - তলত আছে এটা অতল গহ্বৰ।<ref>{{cite book |last=Nietzsche |first=Friedrich |title=Thus Spoke Zarathustra |year=1883 |section=Prologue, §4}}</ref>
* মই তোমালোকক অতিমানৱৰ শিক্ষা দিছোঁ। মানুহ এনে এক বস্তু যাক অতিক্ৰম কৰা যায়। <ref>{{cite book |title=Thus Spoke Zarathustra |section=Prologue, §3}}</ref>
* যি জনে দৈত্যৰ সৈতে যুদ্ধ কৰে, তেওঁ সাৱধান হ’ব লাগে যাতে তেওঁ নিজেই দৈত্য নহয়। <ref>{{cite book |title=Beyond Good and Evil |section=§146}}</ref>
* যদি তুমি দীঘল সময় ধৰি এটা খাদলৈ চোৱা, খাদেও তোমাৰ ফালে চায়।<ref>{{cite book |title=Beyond Good and Evil |section=§146}}</ref>
* ঈশ্বৰ মৃত। ঈশ্বৰ মৃত হৈয়েই থাকিব। আৰু আমি তেওঁক হত্যা কৰিছোঁ।<ref>{{cite book |title=The Gay Science |section=§125}}</ref>
* সংগীতহীন জীৱন বৃথা।<ref>{{cite book |title=The Gay Science |section=§33}}</ref>
* যি বস্তুৱে মোক ধ্বংস নকৰে, সি মোক অধিক শক্তিশালী কৰে।<ref>{{cite book |title=Twilight of the Idols |section="Maxims and Arrows", §8}}</ref>
* মানুহে যিকোনো দুখ সহ্য কৰিব পাৰে, যদি তেওঁ ইয়াত অৰ্থ বিচাৰি পায়।<ref>{{cite book |title=On the Genealogy of Morality |section=Essay III, §28}}</ref>
==উৎস==
{{Reflist}}
== বাহ্যিক সংযোগ ==
{{Wikipedia|ফ্ৰিডৰিক নীৎসে}}
[[Category:দাৰ্শনিক]]
[[শ্ৰেণী:পৰিচয় অংশৰ প্ৰয়োজন থকা পৃষ্ঠা]]
[[শ্ৰেণী:লেখক]]
[[শ্ৰেণী:কবি]]
[[শ্ৰেণী:সঙ্গীতজ্ঞ]]
rbadm2nz076gj1ykiu8u213s1vs771s
বি আৰ আম্বেদকাৰ
0
756
26613
24836
2026-04-29T07:55:08Z
Kuldhar Rabha
12
/* উদ্ধৃতিসমূহ */
26613
wikitext
text/x-wiki
[[File:Dr. Bhimrao Ambedkar.jpg|thumb|250px]]
'''ড° ভীমৰাও ৰামজী আম্বেদকাৰ''' ({{lang-en|Bhimrao Ramji Ambedkar}}) (১৮৯১-১৯৫৬) এজন [[ভাৰত|ভাৰতীয়]] আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল। ১৯৩০-৩১ আৰু ১৯৩১-৩২ চনত প্ৰথম ঘূৰণীয়া মেজমেলত তেওঁ অনুন্নত জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। বোম্বাই বিধান সভাৰ সদস্য নিৰ্বাচিত হৈছিল। ব্ৰিটিছ চৰকাৰে তেওঁ যুটীয়া সংসদী কমিটীৰ সদস্য নিযুক্ত কৰিছিল। তেওঁ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাঠ গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰম মন্ত্ৰী নিযুক্ত হৈছিল। ভাৰতীয় সংবিধান সভাৰ সদস্য আছিল আৰু ১৯৪৭ চনত তেওঁ সংবিধান খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি হৈছিল আৰু ভাৰতীয় সংবিধান ৰচনা কৰিছিল।
২০১২ চনত History TV আৰু CNN-IBN চেনেলে দেশজুৰি চলোৱা এটা সমীক্ষাত তেখেতক "শ্ৰেষ্ঠ ভাৰতীয়" হিচাপে বাছনি কৰা হৈছিল। ১৯৯০ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰত-ৰত্ন বঁটা প্ৰদান কৰা হয়।
==উদ্ধৃতিসমূহ==
[[File:Deekshabhoomi, Monument of Buddhism.jpg|thumb|সাগৰৰ লগত মিলি গৈ নিজৰ পৰিচয় হেৰুৱাই পেলোৱা পানীৰ টোপালৰ দৰে নহয়, মানুহে যিখন সমাজত বাস কৰে তাত নিজৰ সত্ত্বা হেৰুৱাব নোৱাৰে। মানুহৰ জীৱন স্বাধীন। তেওঁৰ জন্ম কেৱল সমাজৰ বিকাশৰ বাবে নহয়, নিজৰ আত্মাৰ বিকাশৰ বাবেই।]]
[[File:Flag of various Republican Parties of India.svg|thumb|যেতিয়ালৈকে আপুনি সামাজিক স্বাধীনতা লাভ নকৰে, তেতিয়ালৈকে আইনে যি স্বাধীনতা প্ৰদান কৰে, আপোনাৰ বাবে কোনো লাভ নাই। ]]
[[File:Dr. Babasaheb Ambedkar with Women delegates of the Scheduled Caste Federation during the Conference of the Federation on July 8, 1942 at Nagpur..jpg|thumb|মহিলাসকলে যি অগ্ৰগতি লাভ কৰিছে তাৰ দ্বাৰা মই এটা সম্প্ৰদায়ৰ অগ্ৰগতি জুখিছোঁ। ]]
[[File:Stamp of India - 2018 - Colnect 772311 - Yama Zatdaw Myanmar.jpeg|thumb|ভাৰত আৰু বাৰ্মাৰ ঐক্য কম মৌলিক নাছিল। ঐক্য যদি স্থায়ী চৰিত্ৰৰ হ’ব লাগে, তেন্তে ইয়াৰ প্ৰতিষ্ঠা হ’ব লাগিব আত্মীয়তাৰ ভাৱৰ ওপৰত, আত্মীয় হোৱাৰ অনুভৱত। চমুকৈ, আধ্যাত্মিক হ’ব লাগিব। ~ বি আৰ আম্বেদকাৰ]]
*প্ৰতিটো প্ৰগতিৰ নিজৰ খৰচৰ তহবিল থাকে আৰু ইয়াৰ বাবে ধন দিয়াসকলেহে সেই প্ৰগতি লাভ কৰিব পাৰিব।<ref>https://archive.org/stream/Ambedkar_CompleteWorks/13A.%20Dr.%20Ambedkar%20in%20the%20Bombay%20Legislature%20PART%20I_djvu.txt</ref>
*একোৱেই নিৰ্ভুল নহয়। কোনো বস্তুৱেই চিৰদিনৰ বাবে আৱদ্ধ কৰি ৰখা নহয়। সকলোবোৰ অনুসন্ধান আৰু পৰীক্ষাৰ আওতাত থাকে।<ref>B. R. Ambedkar quoted from Indigenous Indians, Elst K. , 1993:390
</ref>
*আমেৰিকাত নিগ্ৰোসকলৰ দাসত্বৰ অন্ত পেলাবলৈ খ্ৰীষ্টান ধৰ্মই যথেষ্ট নাছিল সেয়া এক নিৰ্ঘাত সত্য। নিগ্ৰোসকলক সেই স্বাধীনতা দিবলৈ গৃহযুদ্ধৰ প্ৰয়োজন হৈছিল, যি স্বাধীনতা খ্ৰীষ্টানসকলে তেওঁলোকক দিবলৈ অস্বীকাৰ কৰিছিল। খ্ৰীষ্টানৰ দায়িত্বত থকাসকলৰ নিৰ্ভৰশীলতাই দলসমূহক আগবাঢ়ি যাবলৈ চেষ্টা কৰেনে?- এই প্ৰশ্নটোৰ ওপৰত বিবেচনা কৰিলে আমি বুজিব পাৰিম যে খ্ৰীষ্টান ধৰ্মই কিয় অস্পৃশ্য ধৰ্মান্তৰিত লোকৰ মৰ্যাদা বৃদ্ধি কৰাত ব্যৰ্থ হৈছে।<ref>খৃষ্টধৰ্ম সম্পৰ্কে ''[https://archive.org/stream/Ambedkar_CompleteWorks/25.%20Essay%20on%20Untouchables%20and%20Untouchability_Religious_djvu.txt Essays on Untouchables and Untouchability: Religious]''</ref>
*কমিউনিষ্টসকলে কয় যে সাম্যবাদ প্ৰতিষ্ঠা কৰাৰ চূড়ান্ত উপায় দুটা। প্ৰথমটো হিংসা। ইয়াতকৈ কম একোৱেই বৰ্তমানৰ ব্যৱস্থাটোক ভাঙি পেলাবলৈ যথেষ্ট নহ’ব। আনটো হৈছে সৰ্বহাৰাৰ একনায়কত্ববাদ। নতুন ব্যৱস্থাটো অব্যাহত ৰাখিবলৈ ইয়াতকৈ কম একোৱেই যথেষ্ট নহ’ব৷<ref>সাম্যবাদ সম্পৰ্কে ''[https://books.google.com/books?id=6nolAQAAIAAJ Thoughts of Dr. Baba Saheb Ambedkar]'', p. 107</ref>
*মোৰ ব্যক্তিগত মতামত যে মহাপুৰুষসকলে নিজৰ দেশৰ বাবে বহুত সেৱা আগবঢ়ায় যদিও কিছুমান সময়ত তেওঁলোক নিজৰ দেশৰ প্ৰগতিৰ ক্ষেত্ৰতো এক বৃহৎ বাধাৰ সৃষ্টি কৰে। ৰোমান ইতিহাসৰ এটা ঘটনা এই উপলক্ষে মোৰ মনলৈ আহে। যেতিয়া [[জুলিয়াছ ছিজাৰ]]ক মৃত্যুদণ্ড দিয়া হ’ল আৰু এই বিষয়ে [[চিচেৰো]]ক খবৰ দিয়া হ’ল, তেতিয়া চিচেৰোৱে দূতসকলক ক’লে, “ৰোমানসকলক কওক যে তেওঁলোকৰ স্বাধীনতাৰ সময় আহি পৰিছে।” মিষ্টাৰ গান্ধীৰ হত্যাৰ বাবে অনুশোচনা কৰিলেও তেওঁৰ হৃদয়ত ছিজাৰৰ হত্যাকাণ্ডৰ ওপৰত চিচেৰোৱে প্ৰকাশ কৰা আৱেগৰ প্ৰতিধ্বনি বিচাৰি নাপালে। মিষ্টাৰ গান্ধী এই দেশৰ বাবে ইতিবাচক বিপদ হৈ পৰিছিল। তেওঁ সকলো মুক্ত চিন্তাক শ্বাসৰুদ্ধ কৰি পেলাইছিল। তেওঁ কংগ্ৰেছক একেলগে ধৰি ৰাখিছিল, যিটো সমাজৰ সকলো বেয়া আৰু স্বাৰ্থপৰ উপাদানৰ সংমিশ্ৰণ, যিয়ে গান্ধী ডাঙৰীয়াক প্ৰশংসা আৰু চাতুৰী কৰাৰ বাহিৰে সমাজৰ জীৱন পৰিচালনা কৰা কোনো সামাজিক বা নৈতিক নীতিৰ ওপৰত একমত হোৱা নাছিল। এনে এটা সংস্থা এখন দেশ শাসন কৰিবলৈ অযোগ্য। বাইবেলে কোৱাৰ দৰে ‘যে কেতিয়াবা বেয়াৰ পৰা ভাল ওলায়’, তেনেকৈয়ে মই ভাবোঁ যে মিষ্টাৰ গান্ধীৰ মৃত্যুৰ পৰা ভাল ওলাব। ই মানুহক ছুপাৰমেনৰ বন্ধনৰ পৰা মুক্ত কৰিব, ই তেওঁলোকক নিজৰ বাবে চিন্তা কৰিবলৈ বাধ্য কৰিব আৰু ই তেওঁলোকক নিজৰ যোগ্যতাৰ ওপৰত থিয় দিবলৈ বাধ্য কৰিব।<ref>গান্ধী সম্পৰ্কে ''[https://www.google.com/books/edition/Letters_of_Ambedkar/t2huAAAAMAAJ?hl=en Letters of Ambedkar]'', p. 205.</ref>
*যদি হতাশ শ্ৰেণীবোৰে ইছলাম বা খ্ৰীষ্টান ধৰ্মত যোগদান কৰে তেন্তে তেওঁলোকে কেৱল হিন্দু ধৰ্মৰ পৰা ওলাই যোৱাই নহয়, হিন্দু সংস্কৃতিৰ পৰাও ওলাই যায়...ধৰ্মান্তৰকৰণৰ পৰিণতিয়ে সামগ্ৰিকভাৱে দেশখনৰ কি কৰিব সেয়া মনত ৰখা দৰকাৰ। ইছলাম বা খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে হতাশগ্ৰস্ত শ্ৰেণীক অনা-ৰাষ্ট্ৰীয় কৰি তোলা হ’ব।<ref>quoted in Dhanajay Keer: 'Dr Ambedkar: Life and Mission', p.279).
</ref>
*সাগৰৰ লগত মিলি গৈ নিজৰ পৰিচয় হেৰুৱাই পেলোৱা পানীৰ টোপালৰ দৰে নহয়, মানুহে যিখন সমাজত বাস কৰে তাত নিজৰ সত্ত্বা হেৰুৱাব নোৱাৰে। মানুহৰ জীৱন স্বাধীন। তেওঁৰ জন্ম কেৱল সমাজৰ বিকাশৰ বাবে নহয়, নিজৰ আত্মাৰ বিকাশৰ বাবেই।<ref>As quoted in [https://books.google.co.in/books?id=H7cwBQAAQBAJ&pg=PA101&lpg=PA101&dq=Unlike+a+drop+of+water+which+loses+its+identity+when+it+joins+the+ocean,+man+does+not+lose+his+being+in+the+society+in+which+he+lives.+Man%27s+life+is+i&source=bl&ots=eVeEf_7dR3&sig=88DaiaoPeTdFtzRM73yLcZmasVg&hl=en&sa=X&ved=0CEMQ6AEwB2oVChMIh7H05PiSyAIVRNSOCh2zIABs#v=onepage&q=Unlike%20a%20drop%20of%20water%20which%20loses%20its%20identity%20when%20it%20joins%20the%20ocean%2C%20man%20does%20not%20lose%20his%20being%20in%20the%20society%20in%20which%20he%20lives.%20Man%27s%20life%20is%20i&f=false ''Book Of Happiness'', by Jagdish Gupta]</ref>
*ভাৰতৰ সংখ্যালঘুসকলৰ বাবে দুৰ্ভাগ্যজনকভাৱে, ভাৰতীয় জাতীয়তাবাদে এক নতুন মতবাদ গঢ়ি তুলিছে যাক সংখ্যালঘুসকলক শাসন কৰাৰ বাবে সংখ্যাগৰিষ্ঠৰ ইচ্ছানুযায়ী সংখ্যাগৰিষ্ঠৰ ঐশ্বৰিক অধিকাৰ বুলি ক’ব পাৰি। সংখ্যালঘুৰ ক্ষমতা ভাগৰ যিকোনো দাবীক সাম্প্ৰদায়িকতা বুলি কোৱা হয়, আনহাতে সংখ্যাগৰিষ্ঠৰ দ্বাৰা সমগ্ৰ ক্ষমতাৰ একচেটিয়া অধিকাৰক জাতীয়তাবাদ বোলা হয়। এনে ৰাজনৈতিক দৰ্শনৰ দ্বাৰা পৰিচালিত হৈ সংখ্যাগৰিষ্ঠই সংখ্যালঘুসকলক ৰাজনৈতিক ক্ষমতাৰ অংশীদাৰ হ’বলৈ দিবলৈ সাজু নহয় আৰু তেওঁলোকে কৰা কোনো চুক্তিক সন্মান কৰিবলৈও ইচ্ছুক নহয়... এই পৰিস্থিতিত সংবিধানত সন্নিৱিষ্ট অনুসূচিত জাতিসমূহৰ অধিকাৰ থকাৰ বাহিৰে আন কোনো উপায় বাকী নাই।<ref>''States and Minorities'', vol. 1. Quoted in ''Dr. B.R. Ambedkar, a Study in Just Society'' (2003) by James Massey, p. 72.</ref>
* মানুহৰ জীৱনৰ উদ্দেশ্য স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ব লাভ কৰা।<ref>Annihilation of Caste (১৯৩৬)</ref>
* অৰ্থনীতিৰ স্থিৰতা এখন দেশৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ। <ref>The Problem of the Rupee (১৯২৩)</ref>
* অস্পৃশ্যতা মানবতাৰ ওপৰত এক ডাঙৰ কলংক।<ref>The Untouchables (১৯৪৮)</ref>
* সংখ্যালঘু সকলৰ অধিকাৰ সুৰক্ষিত নোহোৱাকৈ গণতন্ত্ৰ শক্তিশালী নহয়।<ref>States and Minorities (১৯৪৭)</ref>
==উৎস==
{{Reflist}}
[[Category:ভাৰতৰ ব্যক্তি]]
[[Category:মৃত ব্যক্তি]]
9ybq88tej6e6dba9m3dvzyxvo1dtrj9
ৱিকিউদ্ধৃতি:ৰাইজৰ চ'ৰা
4
924
26611
26601
2026-04-29T03:13:32Z
Kuldhar Rabha
12
/* ইমেইল আইডি সংযোগ */
26611
wikitext
text/x-wiki
{{headers}}
</div></div>
__TOC__
== Global ban for PlanespotterA320/RespectCE ==
Per the [[m:Global bans|Global bans]] policy, I'm informing the project of this request for comment: [[m:Requests for comment/Global ban for PlanespotterA320 (2) ]] about banning a member from your community. Thank you.--[[User:Lemonaka|Lemonaka]] ([[User talk:Lemonaka|talk]]) 21:40, 6 February 2023 (UTC)
<!-- Message sent by User:Zabe@metawiki using the list at https://meta.wikimedia.org/w/index.php?title=User:Lemonaka/Massmessagelist&oldid=24501599 -->
== Logo/Wordmark ==
{{Complete start}}
[[চিত্ৰ:Wikiquote-wordmark-as.svg|thumb]]
অসমীয়া ৱিকিউদ্ধৃতিত Vector 2022 Skin ডিফল্ট হৈ আছে বাবে অসমীয়া ল'গ'ৰ সলনি ইংৰাজী ল'গ'টোহে দেখা যায়। এই সমস্যাটো সমাধান কৰাৰ অৰ্থে ফেব্ৰিকেটৰত এটা [https://phabricator.wikimedia.org/T353934 টাস্ক্] ক্ৰিয়েট কৰি দিয়া হৈছে। [[m:user:~aanzx|অনুপ]] নামৰ সদস্য এগৰাকীয়ে অসমীয়া ৱিকিউদ্ধৃতিৰ বাবে [[commons:File:Wikiquote-wordmark-as.svg|ৱ'ৰ্ডমাৰ্ক]]টো সাজি দিছে। অসমীয়া ৱিকিউদ্ধৃতিত ইংৰাজী ল'গ'ৰ সলনি এই ৱ'ৰ্ডমাৰ্কটো ব্যৱহাৰ কৰা সম্পৰ্কত ৰাইজৰ মতামত বিচাৰিছোঁ। ধন্যবাদেৰে, —[[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ১৪:৫৫, ২৩ ডিচেম্বৰ ২০২৩ (IST)
===সমৰ্থন===
#-[[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) ১৫:০৩, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# {{Support}} - [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]] ([[সদস্য বাৰ্তা:দিব্য দত্ত|বাৰ্তা]]) ১৫:২০, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# {{support}} - [[সদস্য:AjayDas|AjayDas]] ([[সদস্য বাৰ্তা:AjayDas|বাৰ্তা]]) ১৯:২৫, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# [[সদস্য:Babulbaishya|Babulbaishya]] ([[সদস্য বাৰ্তা:Babulbaishya|বাৰ্তা]]) ১৯:২৮, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# {{support}} - [[সদস্য:হানিফ আলী|হানিফ আলী]] ([[সদস্য বাৰ্তা:হানিফ আলী|বাৰ্তা]]) ১৯:৩২, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# {{support}} - [[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৯:৪৩, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# [[সদস্য:IKHazarika|IKHazarika]] ([[সদস্য বাৰ্তা:IKHazarika|বাৰ্তা]]) ১৯:৫৫, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# {{Support}} —[[সদস্য:Kuldhar Rabha|Kuldhar Rabha]] ([[সদস্য বাৰ্তা:Kuldhar Rabha|বাৰ্তা]]) ১৯:৫৬, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# {{Support}} - [[সদস্য:Rumi Borah~aswiki|Rumi Borah~aswiki]] ([[সদস্য বাৰ্তা:Rumi Borah~aswiki|বাৰ্তা]]) ২১:১৫, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# {{Support}}---[[User:Chiring chandan|<font color="#883000"><font face="Cursive">'''Chandan Chiring Phukon'''</font></font>]] <small><sup>[[User Talk:Chiring chandan|Chat]]</sup></small> ২২:১৭, ২৩ ডিচেম্বৰ ২০২৩ (IST)
# {{Support}} - [[সদস্য:যদুমণি গগৈ|যদুমণি গগৈ]] ([[সদস্য বাৰ্তা:যদুমণি গগৈ|বাৰ্তা]]) ২২:২৭,২৩ ডিচেম্বৰ ২০২৩ (IST)
# {{Support}} -[[সদস্য:Rajdweep nlb|Rajdweep nlb]] ([[সদস্য বাৰ্তা:Rajdweep nlb|বাৰ্তা]]) ১৩:২০, ২৪ ডিচেম্বৰ ২০২৩ (IST)
# {{Support}} -[[সদস্য:Pallabi Dutta.Baruah|Pallabi Dutta.Baruah]] ([[সদস্য বাৰ্তা:Pallabi Dutta.Baruah|বাৰ্তা]]) ১৫:৪৪, ২৪ ডিচেম্বৰ ২০২৩ (IST)
# [[সদস্য:Jyoti Chiring|Jyoti Chiring]] ([[সদস্য বাৰ্তা:Jyoti Chiring|বাৰ্তা]]) ১৭:৪৩, ২৬ জানুৱাৰী ২০২৫ (IST)
===বিৰোধ===
===মতামত===
:ভাল দেখিছোঁ। -[[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) ১৫:০৪, ২৩ ডিচেম্বৰ ২০২৩ (IST)
::সমৰ্থন জনাও যদিও ল'গ' আৰু উন্নত কৰা গ'ল হেতেন। উন্নত মানে ইংৰাজী ল'গ'ত যিদৰে কেলিগ্ৰাফ ফ'ণ্ট ব্যৱহাৰ কৰিছে সেইদৰে অসমীয়াতো কৰিব পাৰিলোহেতেন। কৰিবই লাগিব বুলি নকলোঁ। [[সদস্য:হানিফ আলী|হানিফ আলী]] ([[সদস্য বাৰ্তা:হানিফ আলী|বাৰ্তা]]) ১৯:৩৬, ২৩ ডিচেম্বৰ ২০২৩ (IST)
:::ল’গটো এপ্ৰুভ হোৱাৰ পিছতো ফণ্টটো সলাব পৰা হ’ব চাগে। বৰ্তমান এইটো হৈ লওক। [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]] ([[সদস্য বাৰ্তা:দিব্য দত্ত|বাৰ্তা]]) ১৯:৪৯, ২৩ ডিচেম্বৰ ২০২৩ (IST)
:::হানিফৰ কথাটো ময়ো সমৰ্থন কৰিলোঁ৷ ল’গ’টো অধিক আকৰ্ষণীয় কৰাহ’লে! --[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৯:৪৬, ২৩ ডিচেম্বৰ ২০২৩ (IST)
::::সদ্যহতে কাৰিকৰী সমস্যাখিনি ঠিক হৈ লওঁক নেকি! পাছলৈ ল'গ' সলনি কৰাটো বৰ বেছি সমস্যা নহ'ব। ৰাইজে যিটো পছন্দ কৰে, সেইমতেই কমন্সত নতুন ল'গ' আপলোড কৰিব পৰা যাব। — [[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ১৯:৫৪, ২৩ ডিচেম্বৰ ২০২৩ (IST)
:::::If anyone wish to provide new svg , I can use it , since code review will not happen till January 1 due to holiday code freeze. Please let me know.[[সদস্য:~aanzx|~aanzx]] ([[সদস্য বাৰ্তা:~aanzx|বাৰ্তা]]) ২১:১৩, ২৩ ডিচেম্বৰ ২০২৩ (IST)
====Resolved====
:নতুন Logo/Wordmark [https://gerrit.wikimedia.org/r/c/operations/mediawiki-config/+/985389/ আপডে'ট কৰা হ'ল]। সকলোকে ধন্যবাদ। — [[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ২২:৪৩, ৩ জানুৱাৰী ২০২৪ (IST)
{{Complete end}}
==ৱিকিউদ্ধৃতিত গ্ৰন্থৰ আৰম্ভণি বাক্য==
অসমীয়া ৱিকি উদ্ধৃতিত গ্ৰন্থৰ আৰম্ভণি বাক্য বা গ্ৰন্থৰ নিৰ্বাচিত বাক্যাংশ সংযোজন কৰাৰ ক্ষেত্ৰত কিছু নিয়মাৱলীৰ প্ৰয়োজন হোৱা যেন অনুভৱ কৰোঁ। প্ৰশাসকক এই ক্ষেত্ৰত মনোযোগ দিবলৈ অনুৰোধ কৰি কওঁ যে, ৱিকিউদ্ধৃতিত অন্তৰ্ভূক্ত কৰিবলগীয়া গ্ৰন্থ নিৰ্বাচনৰ কিছু নীতি-নিয়ম, যেনে, বঁটা প্ৰাপ্ত গ্ৰন্থ, কালজয়ী গ্ৰন্থ, প্ৰাচীন গ্ৰন্থ অথবা অনুবাদ গ্ৰন্থ, বিজ্ঞান বিষয়ক গ্ৰন্থ, ভাষা বিষয়ক গ্ৰন্থ আদি কিছুমান নীতি নিৰ্দিষ্ট কৰা থাকিলে ৱিকিউদ্ধৃতি পঢ়ুৱৈ ৰাইজৰ মাজলৈ যোৱাত সহায়ক হ’ব। আশাকৰোঁ, প্ৰশাসকসকলে এই দিশত কিবা পদক্ষেপ ল’ব।---[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ২১:৪৬, ৬ জানুৱাৰী ২০২৫ (IST)
===মতামত===
* ২৫ জানুৱাৰী, ২০২৫ ৰ ৱিকি মুকলি পাঠত হোৱা আলোচনা মৰ্মে এই নীতিৰ বাবে [https://en.wikiquote.org/wiki/Wikiquote:Quotability Wikiquote:Quotability] পৃষ্ঠাৰ অনুবাদ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই কামত সহায়-সহযোগ কৰিবলৈ সকলোকে অনুৰোধ কৰিছোঁ। -[[সদস্য:Joli Rumi|Joli Rumi]] ([[সদস্য বাৰ্তা:Joli Rumi|বাৰ্তা]]) ১৯:০৬, ২৬ জানুৱাৰী ২০২৫ (IST)
===বিৰোধ===
==উদ্ধৃতি বট==
অসমীয়া ৱিকিউদ্ধৃতিত এনে বহুসংখ্যক পৃষ্ঠা আছে য'ত ভালেমান উৎসবিহীন উদ্ধৃতি সংযোগ কৰা আছে যিয়ে উদ্ধৃতিসমূহৰ বিশ্বাসযোগ্যতাক ক্ষতিগ্ৰস্ত কৰিব পাৰে। এই সমস্যাৰ সমাধান হিচাপে '''উদ্ধৃতি বট''' ([[User:UddhritiBot|UddhritiBot]]) নামেৰে এটা বট সজা হৈছে যিয়ে কোনো এটা পৃষ্ঠাৰ উৎসবিহীন উদ্ধৃতিসমূহ সেই পৃষ্ঠাটোত অন্য এটা শাখা "<nowiki>==উৎসবিহীন উদ্ধৃতিসমূহ==</nowiki>" সৃষ্টি কৰি তালৈ স্থানান্তৰ কৰিব। এই কাৰ্যই পৃষ্ঠাসমূহৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰাৰ উপৰিও অসমীয়া ৱিকিউদ্ধৃতিৰ গুণগত মানদণ্ডৰ বিকাশত অৰিহণা যোগাব বুলি ভাবোঁ। এইক্ষেত্ৰত ৰাইজৰ মতামত বিচাৰিছোঁ। — [[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ১৫:৫৭, ২৬ জানুৱাৰী ২০২৫ (IST)
===সমৰ্থন===
#--[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৬:০২, ২৬ জানুৱাৰী ২০২৫ (IST)
# [[সদস্য:অনামিকা(চুমু) বড়া|অনামিকা(চুমু) বড়া]] ([[সদস্য বাৰ্তা:অনামিকা(চুমু) বড়া|বাৰ্তা]]) ১৬:৩১, ২৬ জানুৱাৰী ২০২৫ (IST)
#[[সদস্য:AjayDas|AjayDas]] ([[সদস্য বাৰ্তা:AjayDas|বাৰ্তা]]) ১৭:৩১, ২৬ জানুৱাৰী ২০২৫ (IST)
# [[সদস্য:Jyoti Chiring|Jyoti Chiring]] ([[সদস্য বাৰ্তা:Jyoti Chiring|বাৰ্তা]]) ১৭:৪৬, ২৬ জানুৱাৰী ২০২৫ (IST)
# [[সদস্য:Joli Rumi|Joli Rumi]] ([[সদস্য বাৰ্তা:Joli Rumi|বাৰ্তা]]) ১৮:৫৫, ২৬ জানুৱাৰী ২০২৫ (IST)
# [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]] ([[সদস্য বাৰ্তা:দিব্য দত্ত|বাৰ্তা]]) ১৯:৫৪, ২৬ জানুৱাৰী ২০২৫ (IST)
# [[সদস্য:Priyankush Deka|Priyankush Deka]] ([[সদস্য বাৰ্তা:Priyankush Deka|বাৰ্তা]]) ২০:৩২, ২৬ জানুৱাৰী ২০২৫ (IST)
===বিৰোধ===
===মতামত===
== [[ছেনেকা]] and [[ল্যুচিয়াচ এন্যেয়াচ চেনেকা]] ==
These two pages appear to be about the same subject. Could someone please merge them? [[সদস্য:NguoiDungKhongDinhDanh|NguoiDungKhongDinhDanh]] ([[সদস্য বাৰ্তা:NguoiDungKhongDinhDanh|বাৰ্তা]]) ১০:২১, ২৫ ছেপ্টেম্বৰ ২০২৫ (IST)
:{{Reply|NguoiDungKhongDinhDanh}} {{Done}} [[সদস্য:-chanakyakdas|-chanakyakdas]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ১৫:০০, ২৯ ছেপ্টেম্বৰ ২০২৫ (IST)
==চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা==
সন্মানীয় সদস্যসকল, অহা ১ এপ্ৰিল ২০২৬ তাৰিখৰ পৰা ২৫ এপ্ৰিল ২০২৬ তাৰিখলৈ '''চন্দন চিৰিং ফুকন'''ৰ সোঁৱৰণত এখনি অনলাইন ''উদ্ধৃতি সংযোগ মেলা'' অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। সদস্যসকলৰ সন্মতি থাকিলে এই বিষয়ে আগবাঢ়িব পাৰিম। ইতিমধ্যে ফাউণ্ডেশ্যন বিষয়ববীয়াৰ সৈতে পুৰস্কাৰস্বৰূপে উপহাৰ কুপনৰ বিষয়ে প্ৰাৰম্ভিক কথা পতা হৈছে। সেয়া সম্ভৱ নহ’লে, কেৱল ডিজিটেল মানপত্ৰহে প্ৰতিযোগীসকলক দিব পৰা যাব। মতামত কামনা কৰিলোঁ।--[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৯:০৬, ২৬ মাৰ্চ ২০২৬ (IST)
===সমৰ্থন+মতামত===
*সমৰ্থন আছেই, অংশগ্ৰহণ কৰিম। -[[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) ২০:৩৮, ২৬ মাৰ্চ ২০২৬ (IST)
* সমৰ্থন কৰিছো। ভাল প্ৰস্তাৱ। [[সদস্য:Rumi Borah~aswiki|Rumi Borah~aswiki]] ([[সদস্য বাৰ্তা:Rumi Borah~aswiki|বাৰ্তা]]) ১০:৪৪, ২৭ মাৰ্চ ২০২৬ (IST)
* সমৰ্থন কৰিছোঁ৷ [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]] ([[সদস্য বাৰ্তা:দিব্য দত্ত|বাৰ্তা]]) ২২:৩৩, ২৭ মাৰ্চ ২০২৬ (IST)
* সমৰ্থন কৰিছোঁ৷[[সদস্য:AjayDas|AjayDas]] ([[সদস্য বাৰ্তা:AjayDas|বাৰ্তা]]) ১২:৩৬, ২৯ মাৰ্চ ২০২৬ (IST)
* সমৰ্থন জনালোঁ। [[সদস্য:Kandarpajit Kallol|Kandarpajit Kallol]] ([[সদস্য বাৰ্তা:Kandarpajit Kallol|বাৰ্তা]]) ১২:৫৪, ২৯ মাৰ্চ ২০২৬ (IST)
* সমৰ্থন। [[সদস্য:Babulbaishya|Babulbaishya]] ([[সদস্য বাৰ্তা:Babulbaishya|বাৰ্তা]]) ১৩:০৫, ২৯ মাৰ্চ ২০২৬ (IST)
*সমৰ্থন আছে।[[সদস্য:Jyoti Chiring|Jyoti Chiring]] ([[সদস্য বাৰ্তা:Jyoti Chiring|বাৰ্তা]]) ১৪:২১, ২৯ মাৰ্চ ২০২৬ (IST)
* {{Support}} কৰিছোঁ৷ -[[User:Kuldhar Rabha|<font color="#cc0099">𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶</font>]] <sup>[[User Talk:Kuldhar Rabha|<font color="#6600cc">(𝒯𝒶𝓁𝓀)</font>]]</sup> ১৯:৪৬, ২৯ মাৰ্চ ২০২৬ (IST)
* {{support}} - [[সদস্য:হানিফ আলী|হানিফ আলী]] ([[সদস্য বাৰ্তা:হানিফ আলী|বাৰ্তা]]) ২০:২৭, ২৯ মাৰ্চ ২০২৬ (IST)
: সদস্যসকলৰ সমৰ্থনৰ বাবে ধন্যবাদ জনালোঁ।
:: প্ৰতিযোগিতাৰ সবিশেষ এই লিংকত পাব।- [[ৱিকিউদ্ধৃতি:চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা ২০২৬|চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা ২০২৬]]
:::*লগতে সন্মানীয় সদস্য [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]]ক প্ৰতিযোগিতাৰ বাবে টুলটো সাজি দিবলৈ অনুৰোধ কৰিলোঁ।--[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৯:০৩, ২৯ মাৰ্চ ২০২৬ (IST)
===অনলাইন সভা আৰু বিজেতাৰ নাম ঘোষণা===
“চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা’’ ঘোষণা কৰাৰ সময়তে উনুকিওৱামতে অহা '''২৭-০৪-২০২৬''' তাৰিখে '''সন্ধিয়া ৭-৪৫ বজাৰ পৰা ৮-৩০ বজা'''লৈ এখনি অনলাইন সভা (গুগল-মিট)ৰ আয়োজন কৰা হৈছে।
সভাৰ লিংকঃ meet.google.com/fbm-pouq-ict
সভাৰ কাৰ্যসূচী এনেধৰণৰ:
# আৰম্ভণি আৰু আঁত ধৰোঁতা: [[Pranamikaadhikary|প্ৰণামিকা অধিকাৰী]]
# ৱিকি-উদ্ধৃতিৰ গতিবিধি আৰু চন্দন স্মৰণ: [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]]
# সদ্যসমাপ্ত ৱিকি-উদ্ধৃতিৰ প্ৰতিযোগিতাৰ সবিশেষ : [[সদস্য:Nayan j Nath|নয়নজ্যোতি নাথ]]
# বিচাৰকৰ মন্তব্য: [[সদস্য:AjayDas|AjayDas]]/[[User:Kuldhar Rabha|<font color="#cc0099">𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶</font>]]
# বিজেতাৰ নাম ঘোষণা: প্ৰণামিকা অধিকাৰী
# প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীৰ মতামত
# আগন্তুক সময়ৰ পৰিকল্পনা
সক্ৰিয়, অনা-সক্ৰিয় সকলো সন্মানীয় সদস্যকে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল।
--[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ২৩:০৩, ২৫ এপ্ৰিল ২০২৬ (IST)
===ইমেইল আইডি সংযোগ===
প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী আৰু বিচাৰকসকলে নিজৰ নিজৰ নামৰ বিপৰীতে নিজা নিজা ইমেইল আইডি তলত সংযোগ কৰে যেন।--[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ২০:৪১, ২৭ এপ্ৰিল ২০২৬ (IST)
#[[সদস্য:Duhita_Ragini_Kalita|দুহিতা ৰাগিণী কলিতা]] — duhitaragini@gmail.com
#[[সদস্য:Kandarpajit_Kallol|কন্দৰ্পজিৎ কল্লোল]] — kallolkandarpajit@gmail.com
#[[সদস্য:নৰুনা বৰুৱা|নৰুনা বৰুৱা]]— narunabaruah@gmail.com
# [[সদস্য:দিম্পল দাস|দিম্পল দাস]] — dimpaldas08@gmail.com
# [[User:Kuldhar Rabha|কুলধৰ ৰাভা]] — kuldharrabha99@gmail.com
[[শ্ৰেণী:ৱিকিউদ্ধৃতি]]
[[শ্ৰেণী:ৱিকিউদ্ধৃতি আলোচনা]]
lmu43ek5y5ka9c9829gum9ok8y24yr4
জে এম বেৰী
0
3166
26605
24901
2026-04-28T17:53:55Z
Pranamikaadhikary
18
/* উদ্ধৃতিসমূহ */
26605
wikitext
text/x-wiki
[[File:J. M. Barrie in 1901.jpg|thumb|right|জে এম বেৰী ]]
'''ছাৰ জেমছ মেথিউ বেৰী''' ({{Lang-en|Sir James Matthew Barrie}}; জন্ম:৯ মে' ১৮৬০ – মৃত্যু: ১৯ জুন ১৯৩৭) এজন স্কটিছ ঔপন্যাসিক আৰু নাট্যকাৰ আছিল, যাক অধিক সাধাৰণতে জে.এম বেৰী নামেৰে জনাজাত। তেওঁ ''পিটাৰ পেন বা বয় হু ৱডনট গ্ৰ’ আপ'' নাটকৰ লেখক হিচাপে বেছিকৈ পৰিচিত।
==উদ্ধৃতিসমূহ==
*আমাৰ কল্পকাহিনীৰ শ্ৰেষ্ঠ ঔপন্যাসিকসকলে যিয়ে কয় যে তেওঁলোকে যিমান পাৰে সিমানেই ভালখিনি দিব পাৰে, আৰু আটাইতকৈ বেয়া ঔপন্যাসিকসকল, যিয়ে কয় যে জনসাধাৰণে তেওঁলোকক অনুমতি দিলেহে তেওঁলোকে বহুত ভাল কৰিব পাৰিব।
::- দ্য কন্টেম্পৰেৰী ৰিভিউ (১৮৯১)
*প্ৰতিপক্ষৰ উদ্দেশ্যক কেতিয়াও তুচ্ছজ্ঞান নকৰিব।
::- ৰেক্টৰিয়েল ভাষণ, চেণ্ট এণ্ড্ৰুজ (৩ মে', ১৯২২)
*যিসকলে আনৰ জীৱনলৈ পোহৰ আনে তেওঁলোকে তেওঁক নিজৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে।
::- মেৰিয়ান মৰিছৰ কিতাপ ‘খ্ৰীষ্টৰ দ্বিতীয় আগমন পূৰণ’ (১৯১৭), পৃষ্ঠা ১৪৪ত উদ্ধৃত
*মই ব্যাখ্যাবোৰ ঘৃণা কৰোঁ।
::- ‘মাই লেডী নিকোটিন’ (১৮৯০), অধ্যায় ১৬
* জীৱনটো নম্ৰতাৰ এটা দীঘলীয়া শিক্ষা।
::- [https://www.brainyquote.com/search_results?x=0&y=0&q=James+Matthew+Barrie"জেমছ এম বেৰীৰ উদ্ধৃতি"]
* সুখৰ ৰহস্য আপুনি ভালপোৱা কামটো কৰাত নহয়, যি কাম কৰে তাক ভালপোৱাতহে নিহিত হৈ থাকে।
::- [https://www.azquotes.com/author/965-James_M_Barrie"TOP 25 QUOTES BY JAMES M. BARRIE"]
[[শ্ৰেণী: মৃত ব্যক্তি]]
[[শ্ৰেণী: লেখক]]
[[শ্ৰেণী: নাট্যকাৰ]]
[[শ্ৰেণী: ঔপন্যাসিক]]
ciagxoly9ty9xw3opj40aein9qto2jy
বিপিন চন্দ্ৰ পাল
0
3242
26606
24181
2026-04-28T17:59:30Z
Pranamikaadhikary
18
/* উদ্ধৃতি */
26606
wikitext
text/x-wiki
[[File:Bipin-Chandra-Pal.jpg|thumb|বিপিন চন্দ্ৰ পাল ]]
'''বিপিন চন্দ্ৰ পাল''' ({{Lang-en| Bipin Chandra Pal }}; জন্ম: ৭ নৱেম্বৰ ১৮৫৮ – মৃত্যু: ২০ মে' ১৯৩২) এজন সনাতনী ভাৰতীয় জাতীয়তাবাদী, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ স্বাধীনতা সংগ্ৰামী আছিল। "লাল বাল পাল" ত্ৰিপুৰাৰ তিনিজন সদস্যৰ ভিতৰত তেওঁ অন্যতম। শ্ৰী ঔৰবিন্দোৰ সৈতে পাল স্বদেশী আন্দোলনৰ অন্যতম প্ৰধান স্থপতি আছিল। ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল।
==উদ্ধৃতি==
* আপোনালোকৰ কোনোৱেই কেৱল নিজৰ আঘাত লুকুৱাবলৈ ইংৰাজৰ পৰা আঘাত সহ্য কৰা উচিত নহয়; যদি আপুনি ৰাজপথত নিজৰ আত্মসন্মান বজাই ৰাখিব বিচাৰে, তেন্তে ঘোচাৰ সলনি ঘোচাৰে উত্তৰ দিবলৈ শিকক।
::- বিডন গাৰ্ডেনত দিয়া ভাষণৰ পৰা। অনুবাদ: প্ৰসাদ্দাস ৰয়, "বিপিন চন্দ্ৰ পাল," *জেদাৰ দেখেচি* (মই দেখা সকল), কলকাতা, ১৯৫১।
* "যেতিয়াই তেওঁলোকে 'বগা ছাগলী' এটা দেখিব, তেতিয়াই তেওঁলোকে তাক ধৰি বলি দিব।"
::- ইংৰাজৰ বিষয়ে এটা শব্দ; ইয়াত "বগা ছাগলী" ব্ৰিটিছৰ প্ৰতীক। অনুবাদ: প্ৰসাদ্দাস ৰয়, "বিপিন চন্দ্ৰ পাল," *জেদাৰ দেখেচি* (মই দেখা সকল), কলকাতা, ১৯৫১।
* বঙালীয়ে পাহৰি গৈছে বংগৰ সাৰমৰ্ম। ৰামমোহনৰ পৰা বিবেকানন্দলৈকে এই ভূখণ্ডৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিসকলে তিলতিলকৈ বহু কষ্টৰে নিৰ্মাণ কৰা সেই বংগ—ইয়াৰ ধাৰণা আৰু আদৰ্শ— আজি কেৱল বঙালী যুৱক-যুৱতীসকলেই নহয়, বহু বয়োজ্যেষ্ঠসকলৰ দ্বাৰাও অৱহেলিত হৈ পৰিছে। বংগৰ বৌদ্ধিক জগতখন নিদ্ৰাহীন হৈ আছে; ইয়াৰ আৱেগৰ প্ৰবাহ প্ৰায় বন্ধ হৈ গৈছে।
::- "বংগৰ স্বকীয় চৰিত্ৰ," *নব্যুগেৰ বাংলা* (নতুন যুগৰ বংগ), যুগজাত্ৰী পাব্লিচাৰ্ছ লিমিটেড, কলকাতা, ১৯৫৫।
* পুৰুষৰ প্ৰকৃত সৌন্দৰ্য্য যেনেকৈ তেওঁৰ শৌৰ্য্য আৰু বীৰ্য্যত নিহিত হৈ থাকে, তেনেকৈ নাৰীৰ সৌন্দৰ্য্যও মাতৃত্বতহে ফুটি উঠে।
::- *জেলাৰ খাটা* (জেল ডায়েৰী) — বিপিন চন্দ্ৰ পাল; দ্বিতীয় সংস্কৰণ; প্ৰকাশক: যুগজাত্ৰী পাব্লিচাৰ্ছ লিমিটেড; প্ৰকাশৰ স্থান: কলকাতা; প্ৰকাশৰ বছৰ: ১৯৩৪ খ্ৰীষ্টাব্দ (১৩৪১ বঙালী সংভাত); ৫৩ নং পৃষ্ঠা।
[[শ্ৰেণী: মৃত ব্যক্তি]]
[[শ্ৰেণী: ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]
hvlg9i1e4ln5ro7ypduqxagq8tcsuwj
26607
26606
2026-04-28T18:00:37Z
Pranamikaadhikary
18
/* উদ্ধৃতি */
26607
wikitext
text/x-wiki
[[File:Bipin-Chandra-Pal.jpg|thumb|বিপিন চন্দ্ৰ পাল ]]
'''বিপিন চন্দ্ৰ পাল''' ({{Lang-en| Bipin Chandra Pal }}; জন্ম: ৭ নৱেম্বৰ ১৮৫৮ – মৃত্যু: ২০ মে' ১৯৩২) এজন সনাতনী ভাৰতীয় জাতীয়তাবাদী, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ স্বাধীনতা সংগ্ৰামী আছিল। "লাল বাল পাল" ত্ৰিপুৰাৰ তিনিজন সদস্যৰ ভিতৰত তেওঁ অন্যতম। শ্ৰী ঔৰবিন্দোৰ সৈতে পাল স্বদেশী আন্দোলনৰ অন্যতম প্ৰধান স্থপতি আছিল। ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল।
==উদ্ধৃতি==
* আপোনালোকৰ কোনোৱেই কেৱল নিজৰ আঘাত লুকুৱাবলৈ ইংৰাজৰ পৰা আঘাত সহ্য কৰা উচিত নহয়; যদি আপুনি ৰাজপথত নিজৰ আত্মসন্মান বজাই ৰাখিব বিচাৰে, তেন্তে ঘোচাৰ সলনি ঘোচাৰে উত্তৰ দিবলৈ শিকক।
::- বিডন গাৰ্ডেনত দিয়া ভাষণৰ পৰা। অনুবাদ: প্ৰসাদ্দাস ৰয়, "বিপিন চন্দ্ৰ পাল," *জেদাৰ দেখেচি* (মই দেখা সকল), কলকাতা, ১৯৫১।
* "যেতিয়াই তেওঁলোকে 'বগা ছাগলী' এটা দেখিব, তেতিয়াই তেওঁলোকে তাক ধৰি বলি দিব।"
::- ইংৰাজৰ বিষয়ে এটা শব্দ; ইয়াত "বগা ছাগলী" ব্ৰিটিছৰ প্ৰতীক। অনুবাদ: প্ৰসাদ্দাস ৰয়, "বিপিন চন্দ্ৰ পাল," *জেদাৰ দেখেচি* (মই দেখা সকল), কলকাতা, ১৯৫১।
* বঙালীয়ে পাহৰি গৈছে বংগৰ সাৰমৰ্ম। ৰামমোহনৰ পৰা বিবেকানন্দলৈকে এই ভূখণ্ডৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিসকলে তিলতিলকৈ বহু কষ্টৰে নিৰ্মাণ কৰা সেই বংগ—ইয়াৰ ধাৰণা আৰু আদৰ্শ— আজি কেৱল বঙালী যুৱক-যুৱতীসকলেই নহয়, বহু বয়োজ্যেষ্ঠসকলৰ দ্বাৰাও অৱহেলিত হৈ পৰিছে। বংগৰ বৌদ্ধিক জগতখন আজি স্পন্দনহীন; ইয়াৰ আৱেগৰ প্ৰবাহ প্ৰায় বন্ধ হৈ গৈছে।
::- "বংগৰ স্বকীয় চৰিত্ৰ," *নব্যুগেৰ বাংলা* (নতুন যুগৰ বংগ), যুগজাত্ৰী পাব্লিচাৰ্ছ লিমিটেড, কলকাতা, ১৯৫৫।
* পুৰুষৰ প্ৰকৃত সৌন্দৰ্য্য যেনেকৈ তেওঁৰ শৌৰ্য্য আৰু বীৰ্য্যত নিহিত হৈ থাকে, তেনেকৈ নাৰীৰ সৌন্দৰ্য্যও মাতৃত্বতহে ফুটি উঠে।
::- *জেলাৰ খাটা* (জেল ডায়েৰী) — বিপিন চন্দ্ৰ পাল; দ্বিতীয় সংস্কৰণ; প্ৰকাশক: যুগজাত্ৰী পাব্লিচাৰ্ছ লিমিটেড; প্ৰকাশৰ স্থান: কলকাতা; প্ৰকাশৰ বছৰ: ১৯৩৪ খ্ৰীষ্টাব্দ (১৩৪১ বঙালী সংভাত); ৫৩ নং পৃষ্ঠা।
[[শ্ৰেণী: মৃত ব্যক্তি]]
[[শ্ৰেণী: ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]
m7lagkunuzsl1xswimy978q4u1ovicx
এলিন’ৰ ৰুজভেল্ট
0
3274
26608
24865
2026-04-28T18:03:32Z
Pranamikaadhikary
18
/* উদ্ধৃতি */
26608
wikitext
text/x-wiki
[[File:Eleanor Roosevelt at the United Nations, circa 1946-1947 (cropped).jpg|thumb|প্ৰেম কৰিবলৈ সাহস লাগে, কিন্তু প্ৰেমৰ পৰা যি বেদনা আহে সেয়া এক পবিত্ৰ অগ্নি। যিটো সঁচা অন্তৰেৰে ভালপোৱা সকলেহে জানে।]]
'''আন্না এলিন’ৰ ৰুজভেল্ট''' (জন্ম:১১ অক্টোবৰ, ১৮৮৪ – মৃত্যু:৭ নৱেম্বৰ, ১৯৬২) এজনী আমেৰিকান ৰাজনৈতিক ব্যক্তি, কূটনীতিবিদ, সামাজিক কৰ্মী, আৰু প্ৰথম মহিলা (আমেৰিকাৰ ৰাষ্ট্ৰপতি [[ফ্ৰেংকলিন ডি ৰুজভেল্ট|ফ্ৰেংকলিন ডেলানো ৰুজভেল্ট]]ৰ পত্নী হিচাপে) আছিল।
==উদ্ধৃতি==
* অস! তোমাক দুবাহুৰে ধৰি ৰাখিব বিচাৰোঁ, তোমাক মোৰ ওচৰত ৰাখিবলৈ মোৰ হাঁহাকাৰ। তুমি মোক দিয়া আঙঠিটোৱেই সহায়। মই চাই ভাবোঁ তুমি মোক সঁচাকৈয়ে ভাল পোৱা— নহ’লে মোৰ আঙুলিত এই আঙঠিটো কিয় থাকিব!
::- লৰেনা হিককলৈ লিখা এখন চিঠিৰ পৰা, ১৯৩৩ চনৰ ৭ মাৰ্চ।
* বুজাবুজি এটা দুমুখীয়া পথ।
::- আৰ্থাৰ ৰিচমণ্ডৰ ‘মডাৰ্ণ কোটেচনছ ফৰ ৰেডি ৰেফাৰেন্স’ (১৯৪৭) নামৰ গ্ৰন্থখনৰ ৪৫৫ নং পৃষ্ঠাত উদ্ধৃত কৰা অনুসৰি।
* কেৱল শান্তিৰ কথা ক’লেই নহ’ব। বিশ্বাসো কৰিব লাগিব। আৰু কেৱল বিশ্বাস কৰিলেই নহ’ব। ইয়াৰ বাবে এজনে কামো কৰিব লাগিব।
::- ভইচ অৱ আমেৰিকা সম্প্ৰচাৰ (১১ নৱেম্বৰ, ১৯৫১)
* আমি সত্যৰ সম্মুখীন হ’ব লাগিব: হয় আমি সকলোৱে একেলগে মৰিম, নহয় আমি একেলগে জীয়াই থাকিবলৈ শিকিম; আৰু যদি আমি একেলগে থাকিব লাগে তেন্তে ইজনে সিজনৰ লগত কথা পাতিব লাগিব।
::- ৰোজালি মেজিঅ’ৰ কিতাপ দ্য বিকন বুক অৱ কোটেচনছ বাই উইমেন (১৯৯২), পৃষ্ঠা ১৫৬ত উদ্ধৃত কৰা অনুসৰি দ্য নিউয়ৰ্ক টাইমছ (১৯৬০)।
[[শ্ৰেণী: ৰাজনীতিবিদ]]
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
[[শ্ৰেণী:সমাজকৰ্মী]]
[[শ্ৰেণী:কূটনীতিবিদ]]
fgtih96fpon6beg6k5u75pwf7id9kf2
ফ্ৰেংকলিন ডি ৰুজভেল্ট
0
3275
26609
24404
2026-04-28T18:05:54Z
Pranamikaadhikary
18
/* উদ্ধৃতি */
26609
wikitext
text/x-wiki
[[File:FDR-1944-Campaign-Portrait (retouched, cropped).jpg|thumb|ফ্ৰেংকলিন ডি ৰুজভেল্ট ]]
'''ফ্ৰেংকলিন ডেলানো ৰুজভেল্ট''' ({{Lang-en| Franklin D. Roosevelt }} ; জন্ম: ৩০ জানুৱাৰী ১৮৮২ – মৃত্যু: ১২ এপ্ৰিল ১৯৪৫), প্ৰায়ে তেওঁৰ আৰম্ভণিৰ আখৰ এফ ডি আৰ নামেৰে জনাজাত, এজন আমেৰিকান ৰাষ্ট্ৰনেতা আৰু ৰাজনৈতিক নেতা আছিল যিয়ে ১৯৩৩ চনৰ পৰা ১৯৪৫ চনলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০ শতিকাৰ মাজভাগত বিশ্বব্যাপী পৰিঘটনাসমূহৰ কেন্দ্ৰীয় ব্যক্তি হিচাপে তেওঁ আমেৰিকাক বিশ্বব্যাপী অৰ্থনৈতিক মন্দাৱস্থা আৰু পূৰ্ণাংগ যুদ্ধৰ সময়ছোৱাত নেতৃত্ব দিছিল। নিউ ডিল নামেৰে জনাজাত তেওঁৰ সাহায্য, সংস্কাৰ আৰু পুনৰ্গঠনৰ কাৰ্যসূচী আছিল অৰ্থনীতিত ফেডাৰেল চৰকাৰৰ ভূমিকাৰ ব্যাপক সম্প্ৰসাৰণৰ ওপৰত ভিত্তি কৰি।
==উদ্ধৃতি==
* প্ৰিয় চেলি: মই বৰ দুখিত যে তোমাৰ চৰ্দি হৈছে আৰু বিচনাত পৰি আছা। আজি কিছু সময় মেৰীৰ লগত খেলিলোঁ। আশাকৰোঁ কাইলৈৰ ভিতৰত তুমি উঠিব পাৰিবা। মোৰ চৰ্দি আজি ভাল হোৱাত ভাল লাগিল। তোমাৰ মৰমৰ, ফ্ৰেংকলিন ডি ৰুজভেল্ট।
::- ৰুজভেল্টৰ প্ৰথমখন চিঠি, পাঁচ বছৰ বয়সত হাইড পাৰ্কৰ কোঠাত অসুস্থ হৈ থকা মাতৃ চাৰা ৰুজভেল্ট ("চেলি")লৈ লিখা। সেই সময়ত হাইড পাৰ্কৰ নিজৰ কোঠাত তেওঁৰ মাক অসুস্থ আছিল। পিছত যেতিয়া তেওঁ নিজৰ চিঠিবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁ এই চিঠিখনৰ লগত তাৰিখটো—"১৮৮৭"—সংযোজন কৰিলে।
::- [http://books.google.com/books?id=8p25NCpzU7YC&pg=PA6"F.D.R. : His Personal Letters, Early Years " (২০০৫), সম্পাদক: ইলিয়ট ৰুজভেল্ট, পৃষ্ঠা ৬]
* দেখা গৈছে যে প্ৰতিযোগিতা কেৱল এটা নিৰ্দিষ্ট পৰ্যায়লৈকেহে উপযোগী, আৰু তাৰ বাহিৰত নহয়; কিন্তু সহযোগিতা—যিটোৰ বাবে আজি আমি চেষ্টা কৰা উচিত, য'ত প্ৰতিযোগিতাৰ অন্ত পৰাৰ পৰাই আৰম্ভ হয়।
::- [http://www.fdrlibrary.marist.edu/_resources/images/msf/msf00015 "নিউয়ৰ্কৰ ট্ৰয়ত অনুষ্ঠিত হোৱা পিপলছ ফ'ৰামত দিয়া ভাষণ"] (৩ মাৰ্চ, ১৯১২)
* মই কেতিয়াবা ভাবোঁ আমি অত্যধিক আগতীয়া চৰাইৰ শুভ ভাগ্য বুলি গণ্য কৰোঁ আৰু আগতীয়া কীট-পতংগৰ বেয়া ভাগ্য যথেষ্ট বুলি নাভাবো।
::- ৰুজভেল্টে হেনৰী এম হেইমেনলৈ লিখিছিল (২ ডিচেম্বৰ, ১৯১৯); আলফ্ৰেড বি ৰলিন্স জুনিয়ৰৰ কিতাপ ৰুজভেল্ট এণ্ড হাউ (১৯৬২)ৰ ১৫৩ নং পৃষ্ঠাত উদ্ধৃত কৰা অনুসৰি।
* মোৰ বন্ধুসকল, মই সৃষ্টি কৰা শত্ৰুৰ দ্বাৰা মোৰ বিচাৰ কৰক।
::- অৰেগনৰ পৰ্টলেণ্ডত প্ৰচাৰৰ সময়ত দিয়া ভাষণ (২১ ছেপ্টেম্বৰ, ১৯৩২)
[[শ্ৰেণী: মৃত ব্যক্তি]]
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি]]
[[শ্ৰেণী:ৰাজনীতিবিদ]]
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
p8yo6cfbxaiiihg5nfgb813gk8b8i56
26610
26609
2026-04-28T18:11:32Z
Pranamikaadhikary
18
/* উদ্ধৃতি */
26610
wikitext
text/x-wiki
[[File:FDR-1944-Campaign-Portrait (retouched, cropped).jpg|thumb|ফ্ৰেংকলিন ডি ৰুজভেল্ট ]]
'''ফ্ৰেংকলিন ডেলানো ৰুজভেল্ট''' ({{Lang-en| Franklin D. Roosevelt }} ; জন্ম: ৩০ জানুৱাৰী ১৮৮২ – মৃত্যু: ১২ এপ্ৰিল ১৯৪৫), প্ৰায়ে তেওঁৰ আৰম্ভণিৰ আখৰ এফ ডি আৰ নামেৰে জনাজাত, এজন আমেৰিকান ৰাষ্ট্ৰনেতা আৰু ৰাজনৈতিক নেতা আছিল যিয়ে ১৯৩৩ চনৰ পৰা ১৯৪৫ চনলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০ শতিকাৰ মাজভাগত বিশ্বব্যাপী পৰিঘটনাসমূহৰ কেন্দ্ৰীয় ব্যক্তি হিচাপে তেওঁ আমেৰিকাক বিশ্বব্যাপী অৰ্থনৈতিক মন্দাৱস্থা আৰু পূৰ্ণাংগ যুদ্ধৰ সময়ছোৱাত নেতৃত্ব দিছিল। নিউ ডিল নামেৰে জনাজাত তেওঁৰ সাহায্য, সংস্কাৰ আৰু পুনৰ্গঠনৰ কাৰ্যসূচী আছিল অৰ্থনীতিত ফেডাৰেল চৰকাৰৰ ভূমিকাৰ ব্যাপক সম্প্ৰসাৰণৰ ওপৰত ভিত্তি কৰি।
==উদ্ধৃতি==
* প্ৰিয় চেলি: মই বৰ দুখিত যে তোমাৰ চৰ্দি হৈছে আৰু বিচনাত পৰি আছা। আজি কিছু সময় মেৰীৰ লগত খেলিলোঁ। আশাকৰোঁ কাইলৈৰ ভিতৰত তুমি উঠিব পাৰিবা। মোৰ চৰ্দি আজি ভাল হোৱাত ভাল লাগিল। তোমাৰ মৰমৰ, ফ্ৰেংকলিন ডি ৰুজভেল্ট।
::- ৰুজভেল্টৰ প্ৰথমখন চিঠি, পাঁচ বছৰ বয়সত হাইড পাৰ্কৰ কোঠাত অসুস্থ হৈ থকা মাতৃ চাৰা ৰুজভেল্ট ("চেলি")লৈ লিখা। সেই সময়ত হাইড পাৰ্কৰ নিজৰ কোঠাত তেওঁৰ মাক অসুস্থ আছিল। পিছত যেতিয়া তেওঁ নিজৰ চিঠিবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁ এই চিঠিখনৰ লগত তাৰিখটো—"১৮৮৭"—সংযোজন কৰিলে।
::- [http://books.google.com/books?id=8p25NCpzU7YC&pg=PA6"F.D.R. : His Personal Letters, Early Years " (২০০৫), সম্পাদক: ইলিয়ট ৰুজভেল্ট, পৃষ্ঠা ৬]
* দেখা গৈছে যে প্ৰতিযোগিতা কেৱল এটা নিৰ্দিষ্ট পৰ্যায়লৈকেহে উপযোগী, আৰু তাৰ বাহিৰত নহয়; কিন্তু সহযোগিতা—যিটোৰ বাবে আজি আমি চেষ্টা কৰা উচিত, য'ত প্ৰতিযোগিতাৰ অন্ত পৰাৰ পৰাই আৰম্ভ হয়।
::- [http://www.fdrlibrary.marist.edu/_resources/images/msf/msf00015 "নিউয়ৰ্কৰ ট্ৰয়ত অনুষ্ঠিত হোৱা পিপলছ ফ'ৰামত দিয়া ভাষণ"] (৩ মাৰ্চ, ১৯১২)
* মই কেতিয়াবা ভাবোঁ আমি প্ৰত্যুষতে শয্যা ত্যাগ কৰাটো শুভকাৰ্য বুলি গণ্য কৰোঁ কিন্তু সোনকালে উঠাৰ ফলত পোৱা কষ্টক বেয়া ভাগ্য বুলি বৰকৈ নাভাবোঁ।
::- ৰুজভেল্টে হেনৰী এম হেইমেনলৈ লিখিছিল (২ ডিচেম্বৰ, ১৯১৯); আলফ্ৰেড বি ৰলিন্স জুনিয়ৰৰ কিতাপ ৰুজভেল্ট এণ্ড হাউ (১৯৬২)ৰ ১৫৩ নং পৃষ্ঠাত উদ্ধৃত কৰা অনুসৰি।
* মোৰ বন্ধুসকল, মই সৃষ্টি কৰা শত্ৰুৰ দ্বাৰা মোৰ বিচাৰ কৰক।
::- অৰেগনৰ পৰ্টলেণ্ডত প্ৰচাৰৰ সময়ত দিয়া ভাষণ (২১ ছেপ্টেম্বৰ, ১৯৩২)
[[শ্ৰেণী: মৃত ব্যক্তি]]
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি]]
[[শ্ৰেণী:ৰাজনীতিবিদ]]
[[শ্ৰেণী:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি]]
6m8nsn63ijj7y3b5zqzmzt32nul515m
পৃথ্বীৰাজ কাপুৰ
0
3297
26615
24560
2026-04-29T07:58:35Z
Kuldhar Rabha
12
Kuldhar Rabhaয়ে পুনৰ্নিৰ্দেশ নেৰাকৈ পৃষ্ঠা [[প্ৰিথ্বীৰাজ কাপুৰ]]ৰ পৰা [[পৃথ্বীৰাজ কাপুৰ]]লৈ স্থানান্তৰ কৰিলে: Misspelled title
24560
wikitext
text/x-wiki
'''প্ৰিথ্বীৰাজ কাপুৰ''' (ইংৰাজী: Prithviraj Kapoor: ১৯০৬-১৯৭২) ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতৰ এজন অগ্ৰগণ্য ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল। তেওঁৰ জন্ম পেছুৱাৰত হৈছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম যুগৰ অন্যতম অগ্ৰদূত আৰু কাপুৰ পৰিয়ালৰ প্ৰতিষ্ঠাপক ব্যক্তি।তেওঁ মুম্বাইত ''প্ৰিথ্বী থিয়েটাৰ'' স্থাপন কৰি ভাৰতজুৰি নাট্যচর্চা আগবঢ়াই লৈ যায়। তেওঁ ভাৰতৰ প্ৰথম সবাক ছবি '''আলম আৰা'''(১৯৩১) ত অভিনয় কৰিছিল। তদুপৰি মোগল-ই-আজম (১৯৬০)ত আকবৰ সম্ৰাটৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে।তেওঁ ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে '''দাদাছাহেব ফালকে বঁটা''' লাভ কৰে।
==উদ্ধৃতি==
# “অভিনয় অনুকৰণ নহয়, ই এক সৃষ্টিৰ প্ৰক্ৰিয়া।”<ref>প্ৰিথ্বীৰাজ কাপুৰৰ থিয়েটাৰ ভাষণ </ref>
#“তেওঁ থিয়েটাৰৰ বাবেই জীৱন যাপন কৰিছিল আৰু আমাক মঞ্চৰ সন্মান কৰিবলৈ শিকাইছিল।” <ref> স্মৃতিচাৰণ: শশী কাপুৰ</ref>
#“প্ৰিথ্বীৰাজ কাপুৰে ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰৰ ভেটি স্থাপন কৰিছিল।”<ref> সাক্ষাৎকাৰ: অমিতাভ বচ্চন</ref>
#“আমি আজি যি হৈছোঁ, সেইয়া তেওঁৰ বাবে হৈছোঁ।” <ref> স্মৃতিচাৰণ: ৠষি কাপুৰ</ref>
টোকা: এই উক্তিসমূহ বিভিন্ন সাক্ষাৎকাৰ, স্মৃতিচাৰণ আৰু চলচ্চিত্ৰ জগতৰ কথোপকথনৰ পৰা সংগৃহীত।
==তথ্য==
{{reflist}}
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:অভিনেতা]]
[[শ্ৰেণী:দাদাছাহেব ফালকে বঁটা প্ৰপক]]
7ps5g9ltw9p2sbfm6p8r2knabgnx3co
26616
26615
2026-04-29T08:01:05Z
Kuldhar Rabha
12
26616
wikitext
text/x-wiki
'''পৃথ্বীৰাজ কাপুৰ''' (ইংৰাজী: Prithviraj Kapoor: ১৯০৬-১৯৭২) ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতৰ এজন অগ্ৰগণ্য ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল। তেওঁৰ জন্ম পেছুৱাৰত হৈছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম যুগৰ অন্যতম অগ্ৰদূত আৰু কাপুৰ পৰিয়ালৰ প্ৰতিষ্ঠাপক ব্যক্তি।তেওঁ মুম্বাইত ''পৃথ্বী থিয়েটাৰ'' স্থাপন কৰি ভাৰতজুৰি নাট্যচর্চা আগবঢ়াই লৈ যায়। তেওঁ ভাৰতৰ প্ৰথম সবাক ছবি '''আলম আৰা'''(১৯৩১) ত অভিনয় কৰিছিল। তদুপৰি মোগল-ই-আজম (১৯৬০)ত আকবৰ সম্ৰাটৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে।তেওঁ ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে '''দাদাছাহেব ফালকে বঁটা''' লাভ কৰে।
==উদ্ধৃতি==
# অভিনয় অনুকৰণ নহয়, ই এক সৃষ্টিৰ প্ৰক্ৰিয়া।<ref>পৃথ্বীৰাজ কাপুৰৰ থিয়েটাৰ ভাষণ </ref>
#তেওঁ থিয়েটাৰৰ বাবেই জীৱন যাপন কৰিছিল আৰু আমাক মঞ্চৰ সন্মান কৰিবলৈ শিকাইছিল।<ref> স্মৃতিচাৰণ: শশী কাপুৰ</ref>
#পৃথ্বীৰাজ কাপুৰে ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰৰ ভেটি স্থাপন কৰিছিল।<ref> সাক্ষাৎকাৰ: অমিতাভ বচ্চন</ref>
#আমি আজি যি হৈছোঁ, সেইয়া তেওঁৰ বাবে হৈছোঁ।<ref> স্মৃতিচাৰণ: ৠষি কাপুৰ</ref>
==টোকা==
এই উক্তিসমূহ বিভিন্ন সাক্ষাৎকাৰ, স্মৃতিচাৰণ আৰু চলচ্চিত্ৰ জগতৰ কথোপকথনৰ পৰা সংগৃহীত।
==তথ্য==
{{reflist}}
== বাহ্যিক সংযোগ ==
{{Wikipedia}}
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:অভিনেতা]]
[[শ্ৰেণী:দাদাছাহেব ফালকে বঁটা প্ৰপক]]
iwkxpd7cjr4b9yt4sf05b4l5nozudqf
26617
26616
2026-04-29T08:03:52Z
Kuldhar Rabha
12
26617
wikitext
text/x-wiki
'''পৃথ্বীৰাজ কাপুৰ''' ({{Lang-en|Prithviraj Kapoor}}: ১৯০৬-১৯৭২) ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতৰ এজন অগ্ৰগণ্য ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল। তেওঁৰ জন্ম পেছুৱাৰত হৈছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম যুগৰ অন্যতম অগ্ৰদূত আৰু কাপুৰ পৰিয়ালৰ প্ৰতিষ্ঠাপক ব্যক্তি। তেওঁ মুম্বাইত ''পৃথ্বী থিয়েটাৰ'' স্থাপন কৰি ভাৰতজুৰি নাট্যচৰ্চা আগবঢ়াই লৈ যায়। তেওঁ ভাৰতৰ প্ৰথম সবাক ছবি '''আলম আৰা'''(১৯৩১) ত অভিনয় কৰিছিল। তদুপৰি মোগল-ই-আজম (১৯৬০)ত আকবৰ সম্ৰাটৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে। তেওঁ ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে '''দাদাছাহেব ফালকে বঁটা''' লাভ কৰে।
==উদ্ধৃতি==
# অভিনয় অনুকৰণ নহয়, ই এক সৃষ্টিৰ প্ৰক্ৰিয়া।<ref>পৃথ্বীৰাজ কাপুৰৰ থিয়েটাৰ ভাষণ </ref>
#তেওঁ থিয়েটাৰৰ বাবেই জীৱন যাপন কৰিছিল আৰু আমাক মঞ্চৰ সন্মান কৰিবলৈ শিকাইছিল।<ref> স্মৃতিচাৰণ: শশী কাপুৰ</ref>
#পৃথ্বীৰাজ কাপুৰে ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰৰ ভেটি স্থাপন কৰিছিল।<ref> সাক্ষাৎকাৰ: অমিতাভ বচ্চন</ref>
#আমি আজি যি হৈছোঁ, সেইয়া তেওঁৰ বাবে হৈছোঁ।<ref> স্মৃতিচাৰণ: ৠষি কাপুৰ</ref>
==টোকা==
এই উক্তিসমূহ বিভিন্ন সাক্ষাৎকাৰ, স্মৃতিচাৰণ আৰু চলচ্চিত্ৰ জগতৰ কথোপকথনৰ পৰা সংগৃহীত।
==উৎস==
{{reflist}}
== বাহ্যিক সংযোগ ==
{{Wikipedia}}
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:অভিনেতা]]
[[শ্ৰেণী:দাদাছাহেব ফালকে বঁটা প্ৰপক]]
2a896j4olp0v2s2pb4qjruvb7jy9o2n
26618
26617
2026-04-29T08:04:43Z
Kuldhar Rabha
12
removed [[Category:দাদাছাহেব ফালকে বঁটা প্ৰপক]]; added [[Category:দাদাচাহেব ফাল্কে বঁটা বিজয়ী]] using [[Help:Gadget-HotCat|HotCat]]
26618
wikitext
text/x-wiki
'''পৃথ্বীৰাজ কাপুৰ''' ({{Lang-en|Prithviraj Kapoor}}: ১৯০৬-১৯৭২) ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতৰ এজন অগ্ৰগণ্য ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল। তেওঁৰ জন্ম পেছুৱাৰত হৈছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম যুগৰ অন্যতম অগ্ৰদূত আৰু কাপুৰ পৰিয়ালৰ প্ৰতিষ্ঠাপক ব্যক্তি। তেওঁ মুম্বাইত ''পৃথ্বী থিয়েটাৰ'' স্থাপন কৰি ভাৰতজুৰি নাট্যচৰ্চা আগবঢ়াই লৈ যায়। তেওঁ ভাৰতৰ প্ৰথম সবাক ছবি '''আলম আৰা'''(১৯৩১) ত অভিনয় কৰিছিল। তদুপৰি মোগল-ই-আজম (১৯৬০)ত আকবৰ সম্ৰাটৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে। তেওঁ ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে '''দাদাছাহেব ফালকে বঁটা''' লাভ কৰে।
==উদ্ধৃতি==
# অভিনয় অনুকৰণ নহয়, ই এক সৃষ্টিৰ প্ৰক্ৰিয়া।<ref>পৃথ্বীৰাজ কাপুৰৰ থিয়েটাৰ ভাষণ </ref>
#তেওঁ থিয়েটাৰৰ বাবেই জীৱন যাপন কৰিছিল আৰু আমাক মঞ্চৰ সন্মান কৰিবলৈ শিকাইছিল।<ref> স্মৃতিচাৰণ: শশী কাপুৰ</ref>
#পৃথ্বীৰাজ কাপুৰে ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰৰ ভেটি স্থাপন কৰিছিল।<ref> সাক্ষাৎকাৰ: অমিতাভ বচ্চন</ref>
#আমি আজি যি হৈছোঁ, সেইয়া তেওঁৰ বাবে হৈছোঁ।<ref> স্মৃতিচাৰণ: ৠষি কাপুৰ</ref>
==টোকা==
এই উক্তিসমূহ বিভিন্ন সাক্ষাৎকাৰ, স্মৃতিচাৰণ আৰু চলচ্চিত্ৰ জগতৰ কথোপকথনৰ পৰা সংগৃহীত।
==উৎস==
{{reflist}}
== বাহ্যিক সংযোগ ==
{{Wikipedia}}
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:অভিনেতা]]
[[শ্ৰেণী:দাদাচাহেব ফাল্কে বঁটা বিজয়ী]]
a4y0tg9z3n5hccbk3qepz48sc11xnoo
26621
26618
2026-04-29T08:13:00Z
Kuldhar Rabha
12
/* উদ্ধৃতি */
26621
wikitext
text/x-wiki
'''পৃথ্বীৰাজ কাপুৰ''' ({{Lang-en|Prithviraj Kapoor}}: ১৯০৬-১৯৭২) ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতৰ এজন অগ্ৰগণ্য ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল। তেওঁৰ জন্ম পেছুৱাৰত হৈছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম যুগৰ অন্যতম অগ্ৰদূত আৰু কাপুৰ পৰিয়ালৰ প্ৰতিষ্ঠাপক ব্যক্তি। তেওঁ মুম্বাইত ''পৃথ্বী থিয়েটাৰ'' স্থাপন কৰি ভাৰতজুৰি নাট্যচৰ্চা আগবঢ়াই লৈ যায়। তেওঁ ভাৰতৰ প্ৰথম সবাক ছবি '''আলম আৰা'''(১৯৩১) ত অভিনয় কৰিছিল। তদুপৰি মোগল-ই-আজম (১৯৬০)ত আকবৰ সম্ৰাটৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে। তেওঁ ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে '''দাদাছাহেব ফালকে বঁটা''' লাভ কৰে।
==উদ্ধৃতি==
# অভিনয় অনুকৰণ নহয়, ই এক সৃষ্টিৰ প্ৰক্ৰিয়া।<ref>পৃথ্বীৰাজ কাপুৰৰ থিয়েটাৰ ভাষণ </ref>{{Better source}}
#তেওঁ থিয়েটাৰৰ বাবেই জীৱন যাপন কৰিছিল আৰু আমাক মঞ্চৰ সন্মান কৰিবলৈ শিকাইছিল।<ref> স্মৃতিচাৰণ: শশী কাপুৰ</ref>{{Better source}}
#পৃথ্বীৰাজ কাপুৰে ভাৰতীয় নাট্য আৰু চলচ্চিত্ৰৰ ভেটি স্থাপন কৰিছিল।<ref> সাক্ষাৎকাৰ: অমিতাভ বচ্চন</ref>{{Better source}}
#আমি আজি যি হৈছোঁ, সেইয়া তেওঁৰ বাবে হৈছোঁ।<ref> স্মৃতিচাৰণ: ৠষি কাপুৰ</ref>{{Better source}}
==টোকা==
এই উক্তিসমূহ বিভিন্ন সাক্ষাৎকাৰ, স্মৃতিচাৰণ আৰু চলচ্চিত্ৰ জগতৰ কথোপকথনৰ পৰা সংগৃহীত।
==উৎস==
{{reflist}}
== বাহ্যিক সংযোগ ==
{{Wikipedia}}
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:অভিনেতা]]
[[শ্ৰেণী:দাদাচাহেব ফাল্কে বঁটা বিজয়ী]]
c0v0rafufzx9fw7px9upnzd1j51hlg5
বাবা চাহেব আম্বেদকাৰ
0
3323
26614
24726
2026-04-29T07:55:43Z
Kuldhar Rabha
12
[[বি আৰ আম্বেদকাৰ]]-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল
26614
wikitext
text/x-wiki
#REDIRECT [[বি আৰ আম্বেদকাৰ]]
lvl6529ghvbbxj0bqu0mzhn2mp776qe
সাঁচ:Better source
10
3459
26619
2026-04-29T08:10:25Z
Kuldhar Rabha
12
"{{{{{|safesubst:}}}#invoke:Unsubst||date=__DATE__ |$B= <!--{{Better source}} begin-->{{Fix | subst = <includeonly>{{subst:</includeonly><includeonly>substcheck}}</includeonly> | link = WP:NOTRS | text = ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন | class = noprint noexcerpt Template-Fact | title = {{{reason|এই দাবিৰ বাবে ইয়াতকৈ ভাল উৎসৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
26619
wikitext
text/x-wiki
{{{{{|safesubst:}}}#invoke:Unsubst||date=__DATE__ |$B=
<!--{{Better source}} begin-->{{Fix
| subst = <includeonly>{{subst:</includeonly><includeonly>substcheck}}</includeonly>
| link = WP:NOTRS
| text = ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন
| class = noprint noexcerpt Template-Fact
| title = {{{reason|এই দাবিৰ বাবে ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন।}}}
| date = {{{date|}}}
| cat = [[শ্ৰেণী:ভাল উৎসৰ প্ৰয়োজন থকা প্ৰবন্ধ]]
<!-- | cat-date = শ্ৰেণী:ভাল উৎসৰ প্ৰয়োজন থকা প্ৰবন্ধ -->
}}<!--{{Better source}} end-->
}}<noinclude>
<!-- Add categories and interwikis to the /doc subpage, please, not here! -->
{{Documentation}}
</noinclude>
kruivd73u7864p62i1y5p8dctra9cs8
সাঁচ:Fix
10
3460
26620
2026-04-29T08:11:39Z
Kuldhar Rabha
12
"{{cat handler |main={{{cat|[[শ্ৰেণী:পৰিষ্কাৰ কৰিব লগীয়া প্ৰবন্ধবোৰ]]}}}{{#if:{{{cat-date|}}} |[[{{{cat-date}}} {{#if:{{{date|}}} |from {{{date}}} }}]]{{#if:{{{date|}}} |{{#ifexist:{{{cat-date}}} from {{{date}}}| |[[Category:সাঁচত অবৈধ পেৰামিটাৰ থকা প্ৰবন্ধ]] }} }} }} |subpage=no }}{..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
26620
wikitext
text/x-wiki
{{cat handler
|main={{{cat|[[শ্ৰেণী:পৰিষ্কাৰ কৰিব লগীয়া প্ৰবন্ধবোৰ]]}}}{{#if:{{{cat-date|}}}
|[[{{{cat-date}}} {{#if:{{{date|}}}
|from {{{date}}}
}}]]{{#if:{{{date|}}}
|{{#ifexist:{{{cat-date}}} from {{{date}}}|
|[[Category:সাঁচত অবৈধ পেৰামিটাৰ থকা প্ৰবন্ধ]]
}}
}}
}}
|subpage=no
}}{{#if:{{{text|}}}
|<sup class="{{{class|noprint Inline-Template}}}" title="{{{title|}}}{{#if:{{{date|}}}
|<nowiki/> from {{{date}}}
}}" style="white-space:nowrap;">[<i>{{#if:{{{pre-text|}}}
|{{{pre-text}}} 
}}[[{{{link|Wikiquote:Cleanup}}}|{{{text|}}}]]{{#if:{{{post-text|}}}
| {{{post-text}}}
}}</i>]</sup>|{{{special|}}}
}}<noinclude>
{{Documentation}}
<!-- Add cats and interwikis to the /doc subpage, not here! -->
</noinclude>
to10zn3taj511svrgkxsvt8uvwgznyx