ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.46.0-wmf.26 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk ৱিকিউদ্ধৃতি:ৰাইজৰ চ'ৰা 4 924 26634 26611 2026-05-02T06:24:30Z AjayDas 19 /* ইমেইল আইডি সংযোগ */ 26634 wikitext text/x-wiki {{headers}} </div></div> __TOC__ == Global ban for PlanespotterA320/RespectCE == Per the [[m:Global bans|Global bans]] policy, I'm informing the project of this request for comment: [[m:Requests for comment/Global ban for PlanespotterA320 (2) ]] about banning a member from your community. Thank you.--[[User:Lemonaka|Lemonaka]] ([[User talk:Lemonaka|talk]]) 21:40, 6 February 2023 (UTC) <!-- Message sent by User:Zabe@metawiki using the list at https://meta.wikimedia.org/w/index.php?title=User:Lemonaka/Massmessagelist&oldid=24501599 --> == Logo/Wordmark == {{Complete start}} [[চিত্ৰ:Wikiquote-wordmark-as.svg|thumb]] অসমীয়া ৱিকিউদ্ধৃতিত Vector 2022 Skin ডিফল্ট হৈ আছে বাবে অসমীয়া ল'গ'ৰ সলনি ইংৰাজী ল'গ'টোহে দেখা যায়। এই সমস্যাটো সমাধান কৰাৰ অৰ্থে ফেব্ৰিকেটৰত এটা [https://phabricator.wikimedia.org/T353934 টাস্ক্] ক্ৰিয়েট কৰি দিয়া হৈছে। [[m:user:~aanzx|অনুপ]] নামৰ সদস্য এগৰাকীয়ে অসমীয়া ৱিকিউদ্ধৃতিৰ বাবে [[commons:File:Wikiquote-wordmark-as.svg|ৱ'ৰ্ডমাৰ্ক]]টো সাজি দিছে। অসমীয়া ৱিকিউদ্ধৃতিত ইংৰাজী ল'গ'ৰ সলনি এই ৱ'ৰ্ডমাৰ্কটো ব্যৱহাৰ কৰা সম্পৰ্কত ৰাইজৰ মতামত বিচাৰিছোঁ। ধন্যবাদেৰে, —[[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ১৪:৫৫, ২৩ ডিচেম্বৰ ২০২৩ (IST) ===সমৰ্থন=== #-[[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) ১৫:০৩, ২৩ ডিচেম্বৰ ২০২৩ (IST) # {{Support}} - [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]] ([[সদস্য বাৰ্তা:দিব্য দত্ত|বাৰ্তা]]) ১৫:২০, ২৩ ডিচেম্বৰ ২০২৩ (IST) # {{support}} - [[সদস্য:AjayDas|AjayDas]] ([[সদস্য বাৰ্তা:AjayDas|বাৰ্তা]]) ১৯:২৫, ২৩ ডিচেম্বৰ ২০২৩ (IST) # [[সদস্য:Babulbaishya|Babulbaishya]] ([[সদস্য বাৰ্তা:Babulbaishya|বাৰ্তা]]) ১৯:২৮, ২৩ ডিচেম্বৰ ২০২৩ (IST) # {{support}} - [[সদস্য:হানিফ আলী|হানিফ আলী]] ([[সদস্য বাৰ্তা:হানিফ আলী|বাৰ্তা]]) ১৯:৩২, ২৩ ডিচেম্বৰ ২০২৩ (IST) # {{support}} - [[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৯:৪৩, ২৩ ডিচেম্বৰ ২০২৩ (IST) # [[সদস্য:IKHazarika|IKHazarika]] ([[সদস্য বাৰ্তা:IKHazarika|বাৰ্তা]]) ১৯:৫৫, ২৩ ডিচেম্বৰ ২০২৩ (IST) # {{Support}} —[[সদস্য:Kuldhar Rabha|Kuldhar Rabha]] ([[সদস্য বাৰ্তা:Kuldhar Rabha|বাৰ্তা]]) ১৯:৫৬, ২৩ ডিচেম্বৰ ২০২৩ (IST) # {{Support}} - [[সদস্য:Rumi Borah~aswiki|Rumi Borah~aswiki]] ([[সদস্য বাৰ্তা:Rumi Borah~aswiki|বাৰ্তা]]) ২১:১৫, ২৩ ডিচেম্বৰ ২০২৩ (IST) # {{Support}}---[[User:Chiring chandan|<font color="#883000"><font face="Cursive">'''Chandan Chiring Phukon'''</font></font>]]&nbsp;<small><sup>[[User Talk:Chiring chandan|Chat]]</sup></small> ২২:১৭, ২৩ ডিচেম্বৰ ২০২৩ (IST) # {{Support}} - [[সদস্য:যদুমণি গগৈ|যদুমণি গগৈ]] ([[সদস্য বাৰ্তা:যদুমণি গগৈ|বাৰ্তা]]) ২২:২৭,২৩ ডিচেম্বৰ ২০২৩ (IST) # {{Support}} -[[সদস্য:Rajdweep nlb|Rajdweep nlb]] ([[সদস্য বাৰ্তা:Rajdweep nlb|বাৰ্তা]]) ১৩:২০, ২৪ ডিচেম্বৰ ২০২৩ (IST) # {{Support}} -[[সদস্য:Pallabi Dutta.Baruah|Pallabi Dutta.Baruah]] ([[সদস্য বাৰ্তা:Pallabi Dutta.Baruah|বাৰ্তা]]) ১৫:৪৪, ২৪ ডিচেম্বৰ ২০২৩ (IST) # [[সদস্য:Jyoti Chiring|Jyoti Chiring]] ([[সদস্য বাৰ্তা:Jyoti Chiring|বাৰ্তা]]) ১৭:৪৩, ২৬ জানুৱাৰী ২০২৫ (IST) ===বিৰোধ=== ===মতামত=== :ভাল দেখিছোঁ। -[[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) ১৫:০৪, ২৩ ডিচেম্বৰ ২০২৩ (IST) ::সমৰ্থন জনাও যদিও ল'গ' আৰু উন্নত কৰা গ'ল হেতেন। উন্নত মানে ইংৰাজী ল'গ'ত যিদৰে কেলিগ্ৰাফ ফ'ণ্ট ব্যৱহাৰ কৰিছে সেইদৰে অসমীয়াতো কৰিব পাৰিলোহেতেন। কৰিবই লাগিব বুলি নকলোঁ। [[সদস্য:হানিফ আলী|হানিফ আলী]] ([[সদস্য বাৰ্তা:হানিফ আলী|বাৰ্তা]]) ১৯:৩৬, ২৩ ডিচেম্বৰ ২০২৩ (IST) :::ল’গটো এপ্ৰুভ হোৱাৰ পিছতো ফণ্টটো সলাব পৰা হ’ব চাগে। বৰ্তমান এইটো হৈ লওক। [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]] ([[সদস্য বাৰ্তা:দিব্য দত্ত|বাৰ্তা]]) ১৯:৪৯, ২৩ ডিচেম্বৰ ২০২৩ (IST) :::হানিফৰ কথাটো ময়ো সমৰ্থন কৰিলোঁ৷ ল’গ’টো অধিক আকৰ্ষণীয় কৰাহ’লে! --[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৯:৪৬, ২৩ ডিচেম্বৰ ২০২৩ (IST) ::::সদ্যহতে কাৰিকৰী সমস্যাখিনি ঠিক হৈ ল‌ওঁক নেকি! পাছলৈ ল'গ' সলনি কৰাটো বৰ বেছি সমস্যা নহ'ব। ৰাইজে যিটো‌ পছন্দ কৰে, সেইমতেই কমন্সত নতুন ল'গ' আপলোড কৰিব পৰা যাব। — [[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ১৯:৫৪, ২৩ ডিচেম্বৰ ২০২৩ (IST) :::::If anyone wish to provide new svg , I can use it , since code review will not happen till January 1 due to holiday code freeze. Please let me know.[[সদস্য:~aanzx|~aanzx]] ([[সদস্য বাৰ্তা:~aanzx|বাৰ্তা]]) ২১:১৩, ২৩ ডিচেম্বৰ ২০২৩ (IST) ====Resolved==== :নতুন Logo/Wordmark [https://gerrit.wikimedia.org/r/c/operations/mediawiki-config/+/985389/ আপডে'ট কৰা হ'ল]। সকলোকে ধন্যবাদ। — [[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ২২:৪৩, ৩ জানুৱাৰী ২০২৪ (IST) {{Complete end}} ==ৱিকিউদ্ধৃতিত গ্ৰন্থৰ আৰম্ভণি বাক্য== অসমীয়া ৱিকি উদ্ধৃতিত গ্ৰন্থৰ আৰম্ভণি বাক্য বা গ্ৰন্থৰ নিৰ্বাচিত বাক্যাংশ সংযোজন কৰাৰ ক্ষেত্ৰত কিছু নিয়মাৱলীৰ প্ৰয়োজন হোৱা যেন অনুভৱ কৰোঁ। প্ৰশাসকক এই ক্ষেত্ৰত মনোযোগ দিবলৈ অনুৰোধ কৰি কওঁ যে, ৱিকিউদ্ধৃতিত অন্তৰ্ভূক্ত কৰিবলগীয়া গ্ৰন্থ নিৰ্বাচনৰ কিছু নীতি-নিয়ম, যেনে, বঁটা প্ৰাপ্ত গ্ৰন্থ, কালজয়ী গ্ৰন্থ, প্ৰাচীন গ্ৰন্থ অথবা অনুবাদ গ্ৰন্থ, বিজ্ঞান বিষয়ক গ্ৰন্থ, ভাষা বিষয়ক গ্ৰন্থ আদি কিছুমান নীতি নিৰ্দিষ্ট কৰা থাকিলে ৱিকিউদ্ধৃতি পঢ়ুৱৈ ৰাইজৰ মাজলৈ যোৱাত সহায়ক হ’ব। আশাকৰোঁ, প্ৰশাসকসকলে এই দিশত কিবা পদক্ষেপ ল’ব।---[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ২১:৪৬, ৬ জানুৱাৰী ২০২৫ (IST) ===মতামত=== * ২৫ জানুৱাৰী, ২০২৫ ৰ ৱিকি মুকলি পাঠত হোৱা আলোচনা মৰ্মে এই নীতিৰ বাবে [https://en.wikiquote.org/wiki/Wikiquote:Quotability Wikiquote:Quotability] পৃষ্ঠাৰ অনুবাদ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই কামত সহায়-সহযোগ কৰিবলৈ সকলোকে অনুৰোধ কৰিছোঁ। -[[সদস্য:Joli Rumi|Joli Rumi]] ([[সদস্য বাৰ্তা:Joli Rumi|বাৰ্তা]]) ১৯:০৬, ২৬ জানুৱাৰী ২০২৫ (IST) ===বিৰোধ=== ==উদ্ধৃতি বট== অসমীয়া ৱিকিউদ্ধৃতিত এনে বহুসংখ্যক পৃষ্ঠা আছে য'ত ভালেমান উৎসবিহীন উদ্ধৃতি সংযোগ কৰা আছে যিয়ে উদ্ধৃতিসমূহৰ বিশ্বাসযোগ্যতাক ক্ষতিগ্ৰস্ত কৰিব পাৰে। এই সমস্যাৰ সমাধান হিচাপে '''উদ্ধৃতি বট''' ([[User:UddhritiBot|UddhritiBot]]) নামেৰে এটা বট সজা হৈছে যিয়ে কোনো এটা পৃষ্ঠাৰ উৎসবিহীন উদ্ধৃতিসমূহ সেই পৃষ্ঠাটোত অন্য এটা শাখা "<nowiki>==উৎসবিহীন উদ্ধৃতিসমূহ==</nowiki>" সৃষ্টি কৰি তালৈ স্থানান্তৰ কৰিব। এই কাৰ্য‌ই পৃষ্ঠাসমূহৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰাৰ উপৰিও অসমীয়া ৱিকিউদ্ধৃতিৰ গুণগত মানদণ্ডৰ বিকাশত অৰিহণা যোগাব বুলি ভাবোঁ। এইক্ষেত্ৰত ৰাইজৰ মতামত বিচাৰিছোঁ। — [[সদস্য:-chanakyakdas|চাণক্য]] ([[সদস্য বাৰ্তা:-chanakyakdas|বাৰ্তা]]) ১৫:৫৭, ২৬ জানুৱাৰী ২০২৫ (IST) ===সমৰ্থন=== #--[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৬:০২, ২৬ জানুৱাৰী ২০২৫ (IST) # [[সদস্য:অনামিকা(চুমু) বড়া|অনামিকা(চুমু) বড়া]] ([[সদস্য বাৰ্তা:অনামিকা(চুমু) বড়া|বাৰ্তা]]) ১৬:৩১, ২৬ জানুৱাৰী ২০২৫ (IST) #[[সদস্য:AjayDas|AjayDas]] ([[সদস্য বাৰ্তা:AjayDas|বাৰ্তা]]) ১৭:৩১, ২৬ জানুৱাৰী ২০২৫ (IST) # [[সদস্য:Jyoti Chiring|Jyoti Chiring]] ([[সদস্য বাৰ্তা:Jyoti Chiring|বাৰ্তা]]) ১৭:৪৬, ২৬ জানুৱাৰী ২০২৫ (IST) # [[সদস্য:Joli Rumi|Joli Rumi]] ([[সদস্য বাৰ্তা:Joli Rumi|বাৰ্তা]]) ১৮:৫৫, ২৬ জানুৱাৰী ২০২৫ (IST) # [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]] ([[সদস্য বাৰ্তা:দিব্য দত্ত|বাৰ্তা]]) ১৯:৫৪, ২৬ জানুৱাৰী ২০২৫ (IST) # [[সদস্য:Priyankush Deka|Priyankush Deka]] ([[সদস্য বাৰ্তা:Priyankush Deka|বাৰ্তা]]) ২০:৩২, ২৬ জানুৱাৰী ২০২৫ (IST) ===বিৰোধ=== ===মতামত=== == [[ছেনেকা]] and [[ল্যুচিয়াচ এন্যেয়াচ চেনেকা]] == These two pages appear to be about the same subject. Could someone please merge them? [[সদস্য:NguoiDungKhongDinhDanh|NguoiDungKhongDinhDanh]] ([[সদস্য বাৰ্তা:NguoiDungKhongDinhDanh|বাৰ্তা]]) ১০:২১, ২৫ ছেপ্টেম্বৰ ২০২৫ (IST) :{{Reply|NguoiDungKhongDinhDanh}} {{Done}} [[সদস্য:&#45;chanakyakdas|&#45;chanakyakdas]] ([[সদস্য বাৰ্তা:&#45;chanakyakdas|বাৰ্তা]]) ১৫:০০, ২৯ ছেপ্টেম্বৰ ২০২৫ (IST) ==চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা== সন্মানীয় সদস্যসকল, অহা ১ এপ্ৰিল ২০২৬ তাৰিখৰ পৰা ২৫ এপ্ৰিল ২০২৬ তাৰিখলৈ '''চন্দন চিৰিং ফুকন'''ৰ সোঁৱৰণত এখনি অনলাইন ''উদ্ধৃতি সংযোগ মেলা'' অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। সদস্যসকলৰ সন্মতি থাকিলে এই বিষয়ে আগবাঢ়িব পাৰিম। ইতিমধ্যে ফাউণ্ডেশ্যন বিষয়ববীয়াৰ সৈতে পুৰস্কাৰস্বৰূপে উপহাৰ কুপনৰ বিষয়ে প্ৰাৰম্ভিক কথা পতা হৈছে। সেয়া সম্ভৱ নহ’লে, কেৱল ডিজিটেল মানপত্ৰহে প্ৰতিযোগীসকলক দিব পৰা যাব। মতামত কামনা কৰিলোঁ।--[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৯:০৬, ২৬ মাৰ্চ ২০২৬ (IST) ===সমৰ্থন+মতামত=== *সমৰ্থন আছেই, অংশগ্ৰহণ কৰিম। -[[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) ২০:৩৮, ২৬ মাৰ্চ ২০২৬ (IST) * সমৰ্থন কৰিছো। ভাল প্ৰস্তাৱ। [[সদস্য:Rumi Borah~aswiki|Rumi Borah~aswiki]] ([[সদস্য বাৰ্তা:Rumi Borah~aswiki|বাৰ্তা]]) ১০:৪৪, ২৭ মাৰ্চ ২০২৬ (IST) * সমৰ্থন কৰিছোঁ৷ [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]] ([[সদস্য বাৰ্তা:দিব্য দত্ত|বাৰ্তা]]) ২২:৩৩, ২৭ মাৰ্চ ২০২৬ (IST) * সমৰ্থন কৰিছোঁ৷[[সদস্য:AjayDas|AjayDas]] ([[সদস্য বাৰ্তা:AjayDas|বাৰ্তা]]) ১২:৩৬, ২৯ মাৰ্চ ২০২৬ (IST) * সমৰ্থন জনালোঁ। [[সদস্য:Kandarpajit Kallol|Kandarpajit Kallol]] ([[সদস্য বাৰ্তা:Kandarpajit Kallol|বাৰ্তা]]) ১২:৫৪, ২৯ মাৰ্চ ২০২৬ (IST) * সমৰ্থন। [[সদস্য:Babulbaishya|Babulbaishya]] ([[সদস্য বাৰ্তা:Babulbaishya|বাৰ্তা]]) ১৩:০৫, ২৯ মাৰ্চ ২০২৬ (IST) *সমৰ্থন আছে।[[সদস্য:Jyoti Chiring|Jyoti Chiring]] ([[সদস্য বাৰ্তা:Jyoti Chiring|বাৰ্তা]]) ১৪:২১, ২৯ মাৰ্চ ২০২৬ (IST) * {{Support}} কৰিছোঁ৷ -[[User:Kuldhar Rabha|<font color="#cc0099">𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶</font>]] <sup>[[User Talk:Kuldhar Rabha|<font color="#6600cc">(𝒯𝒶𝓁𝓀)</font>]]</sup> ১৯:৪৬, ২৯ মাৰ্চ ২০২৬ (IST) * {{support}} - [[সদস্য:হানিফ আলী|হানিফ আলী]] ([[সদস্য বাৰ্তা:হানিফ আলী|বাৰ্তা]]) ২০:২৭, ২৯ মাৰ্চ ২০২৬ (IST) : সদস্যসকলৰ সমৰ্থনৰ বাবে ধন্যবাদ জনালোঁ। :: প্ৰতিযোগিতাৰ সবিশেষ এই লিংকত পাব।- [[ৱিকিউদ্ধৃতি:চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা ২০২৬|চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা ২০২৬]] :::*লগতে সন্মানীয় সদস্য [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]]ক প্ৰতিযোগিতাৰ বাবে টুলটো সাজি দিবলৈ অনুৰোধ কৰিলোঁ।--[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ১৯:০৩, ২৯ মাৰ্চ ২০২৬ (IST) ===অনলাইন সভা আৰু বিজেতাৰ নাম ঘোষণা=== “চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা’’ ঘোষণা কৰাৰ সময়তে উনুকিওৱামতে অহা '''২৭-০৪-২০২৬''' তাৰিখে '''সন্ধিয়া ৭-৪৫ বজাৰ পৰা ৮-৩০ বজা'''লৈ এখনি অনলাইন সভা (গুগল-মিট)ৰ আয়োজন কৰা হৈছে। সভাৰ লিংকঃ meet.google.com/fbm-pouq-ict সভাৰ কাৰ্যসূচী এনেধৰণৰ: # আৰম্ভণি আৰু আঁত ধৰোঁতা: [[Pranamikaadhikary|প্ৰণামিকা অধিকাৰী]] # ৱিকি-উদ্ধৃতিৰ গতিবিধি আৰু চন্দন স্মৰণ: [[সদস্য:দিব্য দত্ত|দিব্য দত্ত]] # সদ্যসমাপ্ত ৱিকি-উদ্ধৃতিৰ প্ৰতিযোগিতাৰ সবিশেষ : [[সদস্য:Nayan j Nath|নয়নজ্যোতি নাথ]] # বিচাৰকৰ মন্তব্য: [[সদস্য:AjayDas|AjayDas]]/[[User:Kuldhar Rabha|<font color="#cc0099">𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶</font>]] # বিজেতাৰ নাম ঘোষণা: প্ৰণামিকা অধিকাৰী # প্ৰতিযোগিতাৰ অংশগ্ৰহণকাৰীৰ মতামত # আগন্তুক সময়ৰ পৰিকল্পনা সক্ৰিয়, অনা-সক্ৰিয় সকলো সন্মানীয় সদস্যকে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল। --[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ২৩:০৩, ২৫ এপ্ৰিল ২০২৬ (IST) ===ইমেইল আইডি সংযোগ=== প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী আৰু বিচাৰকসকলে নিজৰ নিজৰ নামৰ বিপৰীতে নিজা নিজা ইমেইল আইডি তলত সংযোগ কৰে যেন।--[[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ২০:৪১, ২৭ এপ্ৰিল ২০২৬ (IST) #[[সদস্য:Duhita_Ragini_Kalita|দুহিতা ৰাগিণী কলিতা]] — duhitaragini@gmail.com #[[সদস্য:Kandarpajit_Kallol|কন্দৰ্পজিৎ কল্লোল]] — kallolkandarpajit@gmail.com #[[সদস্য:নৰুনা বৰুৱা|নৰুনা বৰুৱা]]— narunabaruah@gmail.com # [[সদস্য:দিম্পল দাস|দিম্পল দাস]] — dimpaldas08@gmail.com # [[User:Kuldhar Rabha|কুলধৰ ৰাভা]] — kuldharrabha99@gmail.com # [[User:AjayDas|অজয় দাস]] — ajay95aj@gmail.com [[শ্ৰেণী:ৱিকিউদ্ধৃতি]] [[শ্ৰেণী:ৱিকিউদ্ধৃতি আলোচনা]] cakyvejum1kdgg18sn1wba1jfuzq6ir কাৰিণা ৰাবোলিনী 0 3428 26631 26357 2026-05-01T13:58:08Z Pranamikaadhikary 18 26631 wikitext text/x-wiki [[File:Karina Rabolini 1.jpg|thumb|কাৰিনা ৰাবোলিনী]] '''কাৰিনা এলিয়ানা ৰাবোলিনী''' (জন্ম: ২৭ এপ্ৰিল ১৯৬৭) এগৰাকী আৰ্জেণ্টাইন ব্যৱসায়ী আৰু প্ৰাক্তন মডেল। তেওঁ ২০০৩ চনৰ পৰা ২০০৭ চনলৈ আৰ্জেণ্টিনাৰ ''ছেকেণ্ড লেডী'' আৰু ২০০৭ চনৰ পৰা ২০১৫ চনলৈ বুয়েনছ আয়াৰছ প্ৰদেশৰ গৱৰ্ণৰ ডেনিয়েল চিঅ'লিৰ পত্নী হিচাপে ''ফাৰ্ষ্ট লেডী'' আছিল। ইয়াৰ উপৰিও তেওঁ বুয়েনছ আয়াৰছ প্ৰদেশৰ বেংক ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। == উদ্ধৃতিসমূহ == * “মই বৰ অশান্ত আছিলোঁ, সেয়েহে মোৰ মায়ে মোক খেল-ধেমালি, ভাষা শিক্ষা, পিয়ানো, চিত্ৰকলা, টাইপিং— চহৰত যি শ্ৰেণীৰে ব্যৱস্থা আছিল, সেই সকলোবোৰ শিকিবলৈ পঠিয়াইছিল।<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> * “মই প্ৰায় প্ৰতি বছৰেই উভতি আহোঁ, মই ১৪ বছৰ বয়সলৈকে তাতে আছিলোঁ। এয়া এটা দীঘলীয়া সময়। মই সদায় তালৈ উভতি যাব বিচাৰো। মোৰ ককাদেউতা আৰু আইতা অসুস্থ আছিল আৰু তেওঁলোক আমাৰ লগতেই আছিল। সেয়া বহুত ত্যাগৰ সময় আছিল কাৰণ মই মোৰ পৰিয়ালক সহায় কৰিব বিচাৰিছিলোঁ।”<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> * “মই এবাৰ মোৰ চুলি কাটিছিলোঁ আৰু সেয়া বৰ বেয়া হৈছিল। ওপৰৰ ফালে এটা চুটি অংশ আছিল যিটো মই কেনেকৈ লুকুৱাম বুজি পোৱা নাছিলোঁ, গতিকে মই ইয়াক অলপ আঁচুৰি পনিটেইল কৰি দিলোঁ আৰু ইনভিজিবল ক্লিপেৰে আটকাই দিলোঁ। তেতিয়াৰ পৰাই মই সদায় তেনেকৈয়ে চুলি বান্ধো।”<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> * “সঁচা কথা ক'বলৈ গ'লে, মই এইটো দাবী কৰি ভাল পালোহেঁতেন; যদি এইটো মোৰ হ'লহেঁতেন তেন্তে বৰ ভাল হ'লহেঁতেন, কিন্তু ইয়াৰ সম্ভাৱনা বৰ কম। মই নাভাবো যে ই মোৰ দ্বাৰা অনুপ্ৰাণিত।”<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> ==উৎস== [[শ্ৰেণী:আৰ্জেণ্টিনাৰ ব্যক্তি]] [[শ্ৰেণী:অভিনেত্ৰী]] gvwvvdf94tusso73xbhxnf74fg21vfa 26632 26631 2026-05-01T13:59:28Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26632 wikitext text/x-wiki [[File:Karina Rabolini 1.jpg|thumb|কাৰিনা ৰাবোলিনী]] '''কাৰিনা এলিয়ানা ৰাবোলিনী''' (জন্ম: ২৭ এপ্ৰিল ১৯৬৭) এগৰাকী আৰ্জেণ্টাইন ব্যৱসায়ী আৰু প্ৰাক্তন মডেল। তেওঁ ২০০৩ চনৰ পৰা ২০০৭ চনলৈ আৰ্জেণ্টিনাৰ ''ছেকেণ্ড লেডী'' আৰু ২০০৭ চনৰ পৰা ২০১৫ চনলৈ বুয়েনছ আয়াৰছ প্ৰদেশৰ গৱৰ্ণৰ ডেনিয়েল চিঅ'লিৰ পত্নী হিচাপে ''ফাৰ্ষ্ট লেডী'' আছিল। ইয়াৰ উপৰিও তেওঁ বুয়েনছ আয়াৰছ প্ৰদেশৰ বেংক ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। == উদ্ধৃতিসমূহ == * “মই বৰ উৎপতীয়া আছিলোঁ, সেয়েহে মায়ে মোক খেল-ধেমালি, ভাষা শিক্ষা, পিয়ানো, চিত্ৰকলা, টাইপিং— চহৰত যি শ্ৰেণীৰে শিক্ষাব্যৱস্থা আছিল, সেই সকলোবোৰ শিকিবলৈ পঠিয়াইছিল।<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> * “মই প্ৰায় প্ৰতি বছৰেই উভতি আহোঁ, মই ১৪ বছৰ বয়সলৈকে তাতে আছিলোঁ। এয়া এটা দীঘলীয়া সময়। মই সদায় তালৈ উভতি যাব বিচাৰোঁ। মোৰ ককাদেউতা আৰু আইতা অসুস্থ আছিল আৰু তেওঁলোক আমাৰ লগতেই আছিল। সেয়া বহুত ত্যাগৰ সময় আছিল কাৰণ মই মোৰ পৰিয়ালক সহায় কৰিব বিচাৰিছিলোঁ।”<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> * “মই এবাৰ মোৰ চুলি কাটিছিলোঁ আৰু সেয়া বৰ বেয়া হৈছিল। ওপৰৰ ফালে এটা চুটি অংশ আছিল যিটো মই কেনেকৈ লুকুৱাম বুজি পোৱা নাছিলোঁ, গতিকে মই ইয়াক অলপ আঁচুৰি পনিটেইল কৰি দিলোঁ আৰু ইনভিজিবল ক্লিপেৰে আটকাই দিলোঁ। তেতিয়াৰ পৰাই মই সদায় তেনেকৈয়ে চুলি বান্ধো।”<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> * “সঁচা কথা ক'বলৈ গ'লে, মই এইটো দাবী কৰি ভাল পালোহেঁতেন; যদি এইটো মোৰ হ'লহেঁতেন তেন্তে বৰ ভাল হ'লহেঁতেন, কিন্তু ইয়াৰ সম্ভাৱনা বৰ কম। মই নাভাবো যে ই মোৰ দ্বাৰা অনুপ্ৰাণিত।”<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> ==উৎস== [[শ্ৰেণী:আৰ্জেণ্টিনাৰ ব্যক্তি]] [[শ্ৰেণী:অভিনেত্ৰী]] r9e1o2f5dfftdn7eiz5lvskt8xw4e3y 26633 26632 2026-05-01T14:05:13Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26633 wikitext text/x-wiki [[File:Karina Rabolini 1.jpg|thumb|কাৰিনা ৰাবোলিনী]] '''কাৰিনা এলিয়ানা ৰাবোলিনী''' (জন্ম: ২৭ এপ্ৰিল ১৯৬৭) এগৰাকী আৰ্জেণ্টাইন ব্যৱসায়ী আৰু প্ৰাক্তন মডেল। তেওঁ ২০০৩ চনৰ পৰা ২০০৭ চনলৈ আৰ্জেণ্টিনাৰ ''ছেকেণ্ড লেডী'' আৰু ২০০৭ চনৰ পৰা ২০১৫ চনলৈ বুয়েনছ আয়াৰছ প্ৰদেশৰ গৱৰ্ণৰ ডেনিয়েল চিঅ'লিৰ পত্নী হিচাপে ''ফাৰ্ষ্ট লেডী'' আছিল। ইয়াৰ উপৰিও তেওঁ বুয়েনছ আয়াৰছ প্ৰদেশৰ বেংক ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। == উদ্ধৃতিসমূহ == * “মই বৰ উৎপতীয়া আছিলোঁ, সেয়েহে মায়ে মোক খেল-ধেমালি, ভাষা শিক্ষা, পিয়ানো, চিত্ৰকলা, টাইপিং— চহৰত যি শ্ৰেণীৰে শিক্ষাব্যৱস্থা আছিল, সেই সকলোবোৰ শিকিবলৈ পঠিয়াইছিল।<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> * প্ৰায় প্ৰতি বছৰে ঘূৰি আহোঁ আৰু মই তাত ১৪ বছৰ বয়সলৈকে তেনেকৈয়ে থাকিলোঁ। মোৰ সদায় উভতি যাবলৈ মন যায়।<br> মোৰ ককা-আইতা অসুস্থ আছিল আৰু তেওঁলোক আমাৰ লগত আছিল। ই এক ডাঙৰ ত্যাগ আছিল, কাৰণ মই মোৰ পৰিয়ালক সহায় কৰিব বিচাৰিছিলোঁ৷<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> * “মই এবাৰ মোৰ চুলি কাটিছিলোঁ আৰু সেয়া বৰ বেয়া হৈছিল। ওপৰৰ ফালে এটা চুটি অংশ আছিল যিটো মই কেনেকৈ লুকুৱাম বুজি পোৱা নাছিলোঁ, গতিকে মই ইয়াক অলপ আঁচুৰি পনিটেইল কৰি দিলোঁ আৰু ইনভিজিবল ক্লিপেৰে চেপা খুৱাই দিলোঁ। তেতিয়াৰ পৰাই মই সদায় তেনেকৈয়ে চুলি বান্ধোঁ।”<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> * “সঁচা কথা ক'বলৈ গ'লে, মই এইটো দাবী কৰি ভাল পালোহেঁতেন; যদি এইটো মোৰ হ'লহেঁতেন তেন্তে বৰ ভাল হ'লহেঁতেন, কিন্তু ইয়াৰ সম্ভাৱনা বৰ কম। মই নাভাবোঁ যে ই মোৰ দ্বাৰা অনুপ্ৰাণিত।”<ref>[https://www.infobae.com/teleshow/2022/04/27/karina-rabolini-cumple-55-su-debut-en-las-pasarelas-el-amor-que-la-sorprendio-y-la-reinvencion-como-empresaria/ "কাৰিনা ৰাবোলিনীৰ ৫৫ বছৰীয়া জন্মদিন"]</ref> ==উৎস== [[শ্ৰেণী:আৰ্জেণ্টিনাৰ ব্যক্তি]] [[শ্ৰেণী:অভিনেত্ৰী]] 3vjmvf9oosefv9lozxz8xc7cxu5miss ইছাবেল আদজানি 0 3433 26630 26388 2026-05-01T13:50:50Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26630 wikitext text/x-wiki [[File:Isabelle Adjani Cannes 2009 2.jpg|thumb|right|মই এনে চিনেমা ভাল পাওঁ যিবোৰ স্মৃতিৰ কোণত ৰৈ যায়, সেয়েহে মই এনে চৰিত্ৰ বাছি ল’বলৈ চেষ্টা কৰোঁ যাৰ কোনো ধৰণৰ সামাজিক বা আৱেগিক শক্তি আছে। মোৰ বাবে অভিনেত্ৰী হোৱাটো কেৱল এটা পেছাই নহয়, বৰঞ্চ এটা বিশ্বাসৰ পেছা।]] '''ইছাবেল আদজানি''' (জন্ম: ২৭ জুন ১৯৫৫) এগৰাকী ফৰাচী চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। == উদ্ধৃতিসমূহ == * মই এনে চিনেমা ভাল পাওঁ যিবোৰ স্মৃতিৰ কোণত ৰৈ যায়, সেয়েহে মই এনে চৰিত্ৰ বাছি ল’বলৈ চেষ্টা কৰোঁ যাৰ কোনো ধৰণৰ সামাজিক বা আৱেগিক শক্তি আছে। মোৰ বাবে অভিনেত্ৰী হোৱাটো কেৱল এটা পেছাই নহয়, বৰঞ্চ এটা বিশ্বাসৰ পেছা।<ref>''[http://www.city-connect.org/happy-birthday-isabelle-adjani/ Joyeux Anniversaire Isabelle Adjani]''. </ref> * কোঁচ খোৱা মিহি বলিৰেখাবোৰ পূৰণ কৰিবলৈ মই হায়ালুৰনিক এচিডৰ এগৰাকী অনুগামী— অৱশ্যে সদায় কম মাত্ৰাত।<ref>[http://www.telegraph.co.uk/news/worldnews/europe/france/8578187/Isabelle-Adjani-the-constant-plastic-surgery-claims.html ''ইছাবেল আদজানি: ধাৰাবাহিক প্লাষ্টিক চাৰ্জাৰীৰ দাবীসমূহ''], ১৬ জুন ২০১১।</ref> * বাতৰিকাকতবোৰে কৈছিল, 'আপোনাৰ এইডছ হৈছে।' তেওঁলোকে আনকি মই মৃত বুলিও কৈছিল। যেতিয়া এই অপপ্ৰচাৰৰ ঢৌটো সঁচা অৰ্থত অসহ্য হৈ পৰিছিল, তেতিয়া নিজকে মই কেৱল কামৰ মাজত বিলীন কৰি দিছিলোঁ। মই ভাবো 'কেমিল' (চৰিত্ৰটোৱে) মোক ৰক্ষা কৰিলে। মই কেমিলৰ দৰেই অতিমাত্ৰা শংকিত অনুভৱ কৰিছিলোঁ। আৰু আপুনি জানেনে? কেমিলৰ দৃশ্যবোৰ কৰোঁতে মই সেই আৱেগটো ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। ই দৃশ্যবোৰ অধিক উন্নত কৰি তুলিছিল।<ref>[http://www.nytimes.com/1990/01/06/movies/the-hounding-of-isabelle-adjani.html ''ইছাবেল আদজানিৰ ‘পিছত লগা’''], ৬ জানুৱাৰী ১৯৯০। </ref> ==উৎস== [[শ্ৰেণী:অভিনেত্ৰী]] 2xcsrin525y17f3rw595knbyyzgtnoa