ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.46.0-wmf.26 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk নেপোলিয়ন বোনাপাৰ্ট 0 599 26647 23967 2026-05-04T18:00:44Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26647 wikitext text/x-wiki [[File:Jacques Louis David - Bonaparte franchissant le Grand Saint-Bernard, 20 mai 1800 - Google Art Project.jpg|thumb|নেপোলিয়ন বোনাপাৰ্ট (১৮০২)]] '''নেপোলিয়ন বোনাপাৰ্ট''' ({{lang-en|Napoleon Bonaparte}}; ১৫ আগষ্ট, ১৭৬৯ - ৫ মে’, ১৮২১) ফৰাচী বিপ্লৱৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল (First Consul) আছিল। ==উদ্ধৃতিসমূহ== # তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিব‌ই। সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি?<ref>[https://web.archive.org/web/20210807172611/https://niyomiyabarta.com/epaper/07082021/page6.php নিয়মীয়া বাৰ্তা, ৭ আগষ্ট, ২০২১]</ref> # জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷<ref>{{Cite web|url=https://as.vikaspedia.in/education/9b69bf9959be9f0-9869a89a89cd9a6/9ae9b99ce-9b29959f0-9859ae9f0-9ac9be9a39c0 |title= মহৎ লোকৰ অমৰ বাণী | website=as.vikaspedia.in}}</ref> # বুৰ্বকসকলে নিজকে ৰক্ষা কৰিব পাৰিলেহেঁতেন যদিহে লেখাবোৰ নিয়ন্ত্ৰণত সক্ষম হ’লহেঁতেন৷ হিলৈ-বাৰুদে সামন্তবাদ ধ্বংস কৰিলে-- চিয়াঁহীয়ে আধুনিক সমাজ ব্যৱস্থা ধ্বংস কৰিব৷<ref>বিবিধ প্ৰসংগ, ভিন্ন দৃষ্টিকোণ, গুণীন হাজৰিকা, চিৰন্তন প্ৰকাশন, পৃ: নং; ৭৫</ref> # অসম্ভৱ কথাটো মূৰ্খৰ অভিধানতহে পোৱা যায়৷ পৃথিৱীত অসম্ভৱ বুলি কোনো কামেই থাকিব নোৱাৰে৷<ref name="q-dict">উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা</ref> # আত্মবিশ্বাস যিজনৰ নাই, তেওঁ কোনো কামতেই সফল হ’ব নোৱাৰে৷<ref name="q-dict"/> # অতি কম পৰিমাণৰ আহাৰ খাবলৈ পোৱা লোকতকৈ অত্যধিক পৰিমাণৰ আহাৰ খোৱা লোকহে বেছিকৈ মৰা৷<ref name="q-dict"/> # জীৱনটো এখন সংগ্ৰামৰ থলী। সাহসী আৰু কৰ্মপটুজনেহে এই সংগ্ৰামত জয়লাভ কৰিব পাৰে।<ref name="uddhriti">{{Cite book|title=উদ্ধৃতি |author=শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা |year=১৯৮৮ |publisher=ওৰিয়েণ্টেল বুক কোম্পানী }}</ref> # ল’ৰা-ছোৱালীয়ে ডাঙৰ হৈ কেনেদৰে চলে, সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব মাকৰ ওপৰত৷ # সকলো আনন্দদায়ক কামেই জিৰণি, অলাগতিয়াল জিৰণি হাড় ভঙা কামতকৈ গধুৰ৷ # সাংবাদিক এজনে আপত্তি কৰে, গৰিহণা দিয়ে, উপদেশ দিয়ে, সাৰ্বভৌমত্ব ৰক্ষা কৰে আৰু জাতিৰ শিক্ষক হিচাপে কাম কৰে৷<ref name="q-dict"/> # পৃথিৱীৰ বিষয়ে মোৰ অভিজ্ঞতা যিমানেই বাঢ়িছে, সিমানেই মই এই কথাত পতিয়ন গৈছো যে গাৰ বলেৰে বা পাশৱিক শক্তিৰ দ্বাৰা কেতিয়াও কোনো স্থায়ী বস্তুৰ সৃষ্টি কৰিব নোৱাৰি৷<ref name="q-dict"/> # কাকো একো কথা নিদিয়াটোৱেই হ’ল কথা ৰখাৰ আটাইতকৈ ভাল উপায়৷<ref name="q-dict"/> # দুখ বুলি কোনো বস্তুৱেই নাই৷ সুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি - য’ত ৰূপালী পটভূমিত ক’লা তৰাবোৰ বিচিত্ৰ কৰি দেখুওৱা হয়৷ অসুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি য’ত ক’লা পটভূমিত ৰূপালী তৰা চিত্ৰ কৰি দেখুওৱা হয়৷ জীৱন মানেই যন্ত্ৰণা৷ কিন্তু সাহসী মানুহে অবিৰামভাৱে আত্মসংযম আয়ত্ত কৰিবলৈ চেষ্টা কৰে আৰু শেষ মুহূৰ্তপৰ্যন্ত সেই চেষ্টাত তেওঁ কৃতকাৰ্য হয়৷<ref name="q-dict"/> # এহেজাৰ বেয়’নেটতকৈ চাৰিখন বাতৰি কাকত বেছি ভয়াবহ৷<ref name="q-dict"/> # যিজনৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কোনো কামতে সফল হ’ব নোৱাৰে৷<ref name="q-dict"/> #“যুদ্ধত নৈতিক শক্তিৰ স্থান শাৰীৰিক শক্তিতকৈ বহু গুণ বেছি।” <ref>The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।</ref> #“এজন নেতা হৈছে আশা বিক্ৰেতা।”<ref>Napoleon: In His Own Words.সংকলন প্ৰকাশ ১৯৮০–২০০০ দশকৰ ভিতৰত। </ref> #“জয়ৰ অধিকাংশ ভাগ ধৈৰ্য আৰু দৃঢ়তাৰ ফল।”<ref>The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।</ref> #“সময় নষ্ট কৰাটো জীৱনৰ সৰ্বাধিক ডাঙৰ ক্ষতি।”<ref>The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।</ref> # মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম। == লগতে চাওক == * [[নেপোলিয়ন হিল]] ==উৎস== {{Reflist}} ==বাহ্যিক সংযোগ== {{Wikipedia}} [[শ্ৰেণী:ফ্ৰান্সৰ ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] ewhawyujepuahk80gswofbak3r5veir 26648 26647 2026-05-04T18:01:20Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26648 wikitext text/x-wiki [[File:Jacques Louis David - Bonaparte franchissant le Grand Saint-Bernard, 20 mai 1800 - Google Art Project.jpg|thumb|নেপোলিয়ন বোনাপাৰ্ট (১৮০২)]] '''নেপোলিয়ন বোনাপাৰ্ট''' ({{lang-en|Napoleon Bonaparte}}; ১৫ আগষ্ট, ১৭৬৯ - ৫ মে’, ১৮২১) ফৰাচী বিপ্লৱৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল (First Consul) আছিল। ==উদ্ধৃতিসমূহ== # তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিব‌ই। সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি?<ref>[https://web.archive.org/web/20210807172611/https://niyomiyabarta.com/epaper/07082021/page6.php নিয়মীয়া বাৰ্তা, ৭ আগষ্ট, ২০২১]</ref> # জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷<ref>{{Cite web|url=https://as.vikaspedia.in/education/9b69bf9959be9f0-9869a89a89cd9a6/9ae9b99ce-9b29959f0-9859ae9f0-9ac9be9a39c0 |title= মহৎ লোকৰ অমৰ বাণী | website=as.vikaspedia.in}}</ref> # বুৰ্বকসকলে নিজকে ৰক্ষা কৰিব পাৰিলেহেঁতেন যদিহে লেখাবোৰ নিয়ন্ত্ৰণত সক্ষম হ’লহেঁতেন৷ হিলৈ-বাৰুদে সামন্তবাদ ধ্বংস কৰিলে-- চিয়াঁহীয়ে আধুনিক সমাজ ব্যৱস্থা ধ্বংস কৰিব৷<ref>বিবিধ প্ৰসংগ, ভিন্ন দৃষ্টিকোণ, গুণীন হাজৰিকা, চিৰন্তন প্ৰকাশন, পৃ: নং; ৭৫</ref> # অসম্ভৱ কথাটো মূৰ্খৰ অভিধানতহে পোৱা যায়৷ পৃথিৱীত অসম্ভৱ বুলি কোনো কামেই থাকিব নোৱাৰে৷<ref name="q-dict">উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা</ref> # আত্মবিশ্বাস যিজনৰ নাই, তেওঁ কোনো কামতেই সফল হ’ব নোৱাৰে৷<ref name="q-dict"/> # অতি কম পৰিমাণৰ আহাৰ খাবলৈ পোৱা লোকতকৈ অত্যধিক পৰিমাণৰ আহাৰ খোৱা লোকহে বেছিকৈ মৰা৷<ref name="q-dict"/> # জীৱনটো এখন সংগ্ৰামৰ থলী। সাহসী আৰু কৰ্মপটুজনেহে এই সংগ্ৰামত জয়লাভ কৰিব পাৰে।<ref name="uddhriti">{{Cite book|title=উদ্ধৃতি |author=শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা |year=১৯৮৮ |publisher=ওৰিয়েণ্টেল বুক কোম্পানী }}</ref> # ল’ৰা-ছোৱালীয়ে ডাঙৰ হৈ কেনেদৰে চলে, সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব মাকৰ ওপৰত৷ # সকলো আনন্দদায়ক কামেই জিৰণি, অলাগতিয়াল জিৰণি হাড় ভঙা কামতকৈ গধুৰ৷ # সাংবাদিক এজনে আপত্তি কৰে, গৰিহণা দিয়ে, উপদেশ দিয়ে, সাৰ্বভৌমত্ব ৰক্ষা কৰে আৰু জাতিৰ শিক্ষক হিচাপে কাম কৰে৷<ref name="q-dict"/> # পৃথিৱীৰ বিষয়ে মোৰ অভিজ্ঞতা যিমানেই বাঢ়িছে, সিমানেই মই এই কথাত পতিয়ন গৈছো যে গাৰ বলেৰে বা পাশৱিক শক্তিৰ দ্বাৰা কেতিয়াও কোনো স্থায়ী বস্তুৰ সৃষ্টি কৰিব নোৱাৰি৷<ref name="q-dict"/> # কাকো একো কথা নিদিয়াটোৱেই হ’ল কথা ৰখাৰ আটাইতকৈ ভাল উপায়৷<ref name="q-dict"/> # দুখ বুলি কোনো বস্তুৱেই নাই৷ সুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি - য’ত ৰূপালী পটভূমিত ক’লা তৰাবোৰ বিচিত্ৰ কৰি দেখুওৱা হয়৷ অসুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি য’ত ক’লা পটভূমিত ৰূপালী তৰা চিত্ৰ কৰি দেখুওৱা হয়৷ জীৱন মানেই যন্ত্ৰণা৷ কিন্তু সাহসী মানুহে অবিৰামভাৱে আত্মসংযম আয়ত্ত কৰিবলৈ চেষ্টা কৰে আৰু শেষ মুহূৰ্তপৰ্যন্ত সেই চেষ্টাত তেওঁ কৃতকাৰ্য হয়৷<ref name="q-dict"/> # এহেজাৰ বেয়’নেটতকৈ চাৰিখন বাতৰি কাকত বেছি ভয়াবহ৷<ref name="q-dict"/> # যিজনৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কোনো কামতে সফল হ’ব নোৱাৰে৷<ref name="q-dict"/> #“যুদ্ধত নৈতিক শক্তিৰ স্থান শাৰীৰিক শক্তিতকৈ বহু গুণ বেছি।” <ref>The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।</ref> #“এজন নেতা হৈছে আশা বিক্ৰেতা।”<ref>Napoleon: In His Own Words.সংকলন প্ৰকাশ ১৯৮০–২০০০ দশকৰ ভিতৰত। </ref> #“জয়ৰ অধিকাংশ ভাগ ধৈৰ্য আৰু দৃঢ়তাৰ ফল।”<ref>The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।</ref> #“সময় নষ্ট কৰাটো জীৱনৰ সৰ্বাধিক ডাঙৰ ক্ষতি।”<ref>The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।</ref> # মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম। # ৰাষ্ট্ৰ আৰু সমাজ গঠনত মাতৃৰ ভূমিকা অপৰিসীম। == লগতে চাওক == * [[নেপোলিয়ন হিল]] ==উৎস== {{Reflist}} ==বাহ্যিক সংযোগ== {{Wikipedia}} [[শ্ৰেণী:ফ্ৰান্সৰ ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] p7nzsdi94npn6dwtdi39g2e9f9brt3m 26649 26648 2026-05-04T18:03:16Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ (edited with [[User:ProveIt_GT|ProveIt]]) 26649 wikitext text/x-wiki [[File:Jacques Louis David - Bonaparte franchissant le Grand Saint-Bernard, 20 mai 1800 - Google Art Project.jpg|thumb|নেপোলিয়ন বোনাপাৰ্ট (১৮০২)]] '''নেপোলিয়ন বোনাপাৰ্ট''' ({{lang-en|Napoleon Bonaparte}}; ১৫ আগষ্ট, ১৭৬৯ - ৫ মে’, ১৮২১) ফৰাচী বিপ্লৱৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল (First Consul) আছিল। ==উদ্ধৃতিসমূহ== # তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিব‌ই। সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি?<ref>[https://web.archive.org/web/20210807172611/https://niyomiyabarta.com/epaper/07082021/page6.php নিয়মীয়া বাৰ্তা, ৭ আগষ্ট, ২০২১]</ref> # জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷<ref>{{Cite web|url=https://as.vikaspedia.in/education/9b69bf9959be9f0-9869a89a89cd9a6/9ae9b99ce-9b29959f0-9859ae9f0-9ac9be9a39c0 |title= মহৎ লোকৰ অমৰ বাণী | website=as.vikaspedia.in}}</ref> # বুৰ্বকসকলে নিজকে ৰক্ষা কৰিব পাৰিলেহেঁতেন যদিহে লেখাবোৰ নিয়ন্ত্ৰণত সক্ষম হ’লহেঁতেন৷ হিলৈ-বাৰুদে সামন্তবাদ ধ্বংস কৰিলে-- চিয়াঁহীয়ে আধুনিক সমাজ ব্যৱস্থা ধ্বংস কৰিব৷<ref>বিবিধ প্ৰসংগ, ভিন্ন দৃষ্টিকোণ, গুণীন হাজৰিকা, চিৰন্তন প্ৰকাশন, পৃ: নং; ৭৫</ref> # অসম্ভৱ কথাটো মূৰ্খৰ অভিধানতহে পোৱা যায়৷ পৃথিৱীত অসম্ভৱ বুলি কোনো কামেই থাকিব নোৱাৰে৷<ref name="q-dict">উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা</ref> # আত্মবিশ্বাস যিজনৰ নাই, তেওঁ কোনো কামতেই সফল হ’ব নোৱাৰে৷<ref name="q-dict"/> # অতি কম পৰিমাণৰ আহাৰ খাবলৈ পোৱা লোকতকৈ অত্যধিক পৰিমাণৰ আহাৰ খোৱা লোকহে বেছিকৈ মৰা৷<ref name="q-dict"/> # জীৱনটো এখন সংগ্ৰামৰ থলী। সাহসী আৰু কৰ্মপটুজনেহে এই সংগ্ৰামত জয়লাভ কৰিব পাৰে।<ref name="uddhriti">{{Cite book|title=উদ্ধৃতি |author=শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা |year=১৯৮৮ |publisher=ওৰিয়েণ্টেল বুক কোম্পানী }}</ref> # ল’ৰা-ছোৱালীয়ে ডাঙৰ হৈ কেনেদৰে চলে, সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব মাকৰ ওপৰত৷ # সকলো আনন্দদায়ক কামেই জিৰণি, অলাগতিয়াল জিৰণি হাড় ভঙা কামতকৈ গধুৰ৷ # সাংবাদিক এজনে আপত্তি কৰে, গৰিহণা দিয়ে, উপদেশ দিয়ে, সাৰ্বভৌমত্ব ৰক্ষা কৰে আৰু জাতিৰ শিক্ষক হিচাপে কাম কৰে৷<ref name="q-dict"/> # পৃথিৱীৰ বিষয়ে মোৰ অভিজ্ঞতা যিমানেই বাঢ়িছে, সিমানেই মই এই কথাত পতিয়ন গৈছো যে গাৰ বলেৰে বা পাশৱিক শক্তিৰ দ্বাৰা কেতিয়াও কোনো স্থায়ী বস্তুৰ সৃষ্টি কৰিব নোৱাৰি৷<ref name="q-dict"/> # কাকো একো কথা নিদিয়াটোৱেই হ’ল কথা ৰখাৰ আটাইতকৈ ভাল উপায়৷<ref name="q-dict"/> # দুখ বুলি কোনো বস্তুৱেই নাই৷ সুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি - য’ত ৰূপালী পটভূমিত ক’লা তৰাবোৰ বিচিত্ৰ কৰি দেখুওৱা হয়৷ অসুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি য’ত ক’লা পটভূমিত ৰূপালী তৰা চিত্ৰ কৰি দেখুওৱা হয়৷ জীৱন মানেই যন্ত্ৰণা৷ কিন্তু সাহসী মানুহে অবিৰামভাৱে আত্মসংযম আয়ত্ত কৰিবলৈ চেষ্টা কৰে আৰু শেষ মুহূৰ্তপৰ্যন্ত সেই চেষ্টাত তেওঁ কৃতকাৰ্য হয়৷<ref name="q-dict"/> # এহেজাৰ বেয়’নেটতকৈ চাৰিখন বাতৰি কাকত বেছি ভয়াবহ৷<ref name="q-dict"/> # যিজনৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কোনো কামতে সফল হ’ব নোৱাৰে৷<ref name="q-dict"/> #“যুদ্ধত নৈতিক শক্তিৰ স্থান শাৰীৰিক শক্তিতকৈ বহু গুণ বেছি।” <ref>The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।</ref> #“এজন নেতা হৈছে আশা বিক্ৰেতা।”<ref>Napoleon: In His Own Words.সংকলন প্ৰকাশ ১৯৮০–২০০০ দশকৰ ভিতৰত। </ref> #“জয়ৰ অধিকাংশ ভাগ ধৈৰ্য আৰু দৃঢ়তাৰ ফল।”<ref>The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।</ref> #“সময় নষ্ট কৰাটো জীৱনৰ সৰ্বাধিক ডাঙৰ ক্ষতি।”<ref>The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।</ref> # মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম।<ref name="মা">{{cite journal | title=যন্ত্ৰণাক মীনভাৱে বৰণ কৰা চেনেহৰ আই | author=চহৰীয়া, চন্দ্ৰ | journal=প্ৰান্তিক | year=২০২৬ | month=১-১৫ মে’ | pages=৩৪}}</ref> # ৰাষ্ট্ৰ আৰু সমাজ গঠনত মাতৃৰ ভূমিকা অপৰিসীম।<ref name="মা"/> == লগতে চাওক == * [[নেপোলিয়ন হিল]] ==উৎস== {{Reflist}} ==বাহ্যিক সংযোগ== {{Wikipedia}} [[শ্ৰেণী:ফ্ৰান্সৰ ব্যক্তি]] [[শ্ৰেণী:মৃত ব্যক্তি]] pkvzcc97ea2oblxi2uwcs9f4l7ttt78 স্বামী বিবেকানন্দ 0 684 26654 25829 2026-05-04T18:08:32Z Pranamikaadhikary 18 /* উদ্ধৃতিসমূহ */ 26654 wikitext text/x-wiki [[File:Jaipur(probably)-1891-2.jpg|thumb|স্বামী বিবেকানন্দৰ আলোকচিত্ৰ]] [[:w:স্বামী বিবেকানন্দ|স্বামী বিবেকানন্দ]] এজন [[হিন্দু ধৰ্ম|হিন্দু]] সন্ন্যাসী, দাৰ্শনিক, লেখক, সংগীতজ্ঞ আৰু ঊনৈশ শতিকাৰ ভাৰতীয় ৰহস্যবাদী ৰামকৃষ্ণ পৰমহংসৰ মুখ্য শিষ্য। তেওঁৰ পূৰ্বৰ নাম আছিল নৰেন্দ্ৰনাথ দত্ত। আমেৰিকা আৰু ইউৰোপত হিন্দু ধৰ্মৰ লগতে ভাৰতীয় বেদান্ত আৰু যোগ দৰ্শনৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ১৯ শতিকাৰ শেষৰ ফালে আন্তঃধৰ্মীয় সম্প্ৰীতি প্ৰতিষ্ঠা আৰু হিন্দু ধৰ্মক বিশ্বৰ অন্যতম প্ৰধান ধৰ্ম হিচাপে প্ৰচাৰ কৰাৰ বাবে বিবেকানন্দক বহুতে কৃতিত্ব দিয়ে। তেওঁ ভাৰতৰ হিন্দু নৱজাগৰণৰ অন্যতম আগশাৰীৰ ব্যক্তি আছিল। তেওঁ ব্ৰিটিছ ভাৰতত ভাৰতীয় জাতীয়তাবাদৰ ধাৰণাও প্ৰৱৰ্তন কৰে। বিবেকানন্দই ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। ১৮৯৩ চনত আমেৰিকাৰ চিকাগোত অনুষ্ঠিত হোৱা ৱৰ্ল্ড কংগ্ৰেছ অৱ ৰিলিজিয়নছত দিয়া তেওঁৰ আটাইতকৈ বিখ্যাত ভাষণ "ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰছ অৱ আমেৰিকা..." য়েই প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সমাজত হিন্দু ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। তেওঁ ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল। == উদ্ধৃতিসমূহ == # আমাক শিক্ষাই লাগে, যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা বৃদ্ধি পায় আৰু মানুহে নিজৰ ভৰিত থিয় দিব পাৰে৷{{Cn}} # যেতিয়ালৈকে লক্ষ লক্ষ মানুহ অনাহাৰ আৰু অজ্ঞানতাত ডুব গৈ থাকিব, তেতিয়ালৈকে মই প্ৰত্যেকজন শিক্ষিত মানুহকে বিশ্বাসঘাতক বুলিম৷<ref name="মহৎ">{{Cite book|title=জ্ঞানজ্যোতি |author=(সম্পা)দ্বিজেন সিং |year=২০১৬ |publisher=জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি }}</ref> # হৃদয়হীন বুদ্ধিজীৱিসকলে তেওঁলোকৰ বাতৰি কাকতত ছপোৱা কথাবোৰলৈ কাণ নিদিবা। জনগণৰ প্ৰতি গভীৰ সহানুভূতিকে সাৰথি কৰি কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱা।{{Cn}} # সুখে দৈহিক আনন্দ দিয়ে। কিন্তু একমাত্ৰ যন্ত্ৰণাইহে মানসিক শক্তি বৃদ্ধিত সহায় কৰে।<ref>[https://web.archive.org/web/20211223063112/https://niyomiyabarta.com/epaper/16122021/page6.php নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ, ২০২১]</ref> # প্ৰফুল্লিত ব্যক্তিসকলেই অধ্যৱসায়ী হ’ব পাৰে।<ref name="rjb">{{Cite book |title=উদ্ধৃতি অভিধান | author=ৰক্তাভ জ্যোতি বৰা}}</ref> # যিমান দিনলৈকে ভিতৰৰ অন্তৰ্য্যামী গুৰুৰ প্ৰকাশ নহয়, সিমান দিনলৈকে বাহিৰৰ উপদেশ সকলো বৃথা৷ বাহিৰৰ শিক্ষাৰ দ্বাৰা যদি হৃদয় ৰূপ গ্ৰন্থ মেল খাই যায়, তেতিয়াহলেই তাৰ মূল্য কিছু আছে বুলি ক’ব পাৰি।<ref name="rjb" /> # চেতনেই হৈছে অৱচেতনৰ কাৰণ, আমাৰ অতীতৰ যি লক্ষ লক্ষ চেতন-চিন্তাবোৰ মনৰ ভিতৰত ডুব গৈছে, সেইবোৰেই হৈছে অৱচেতন চিন্তা, অতীতৰ সজ্ঞান ক্ৰিয়াবোৰেই নিষ্ক্ৰিয় আৰু অৱচেতন ৰূপত থাকে, আমি আৰু সেইবোৰৰ পিনে উভতি নাচাওঁ, সেইবোৰক চিনি নাপাওঁ, সেইবোৰৰ কথা আমি পাহৰি গৈছোঁ৷ কিন্তু মনত ৰাখিবা, অৱচেতন স্তৰত যেনেকৈ পাপৰ শক্তি নিহিত আছে, তেনেকৈ পূণ্যৰ শক্তিও আছে।<ref name="rjb" /> # যি কৰা হৈ গ’ল, হৈ গ’ল৷ কৰি পেলোৱা কামৰ বাবে অনুতাপ নকৰিবা, ভাবি নাথাকিবা৷ হৈ যোৱাক নোহোৱা কৰিব নোৱাৰি৷ কৰ্মৰ ফল অহিবই৷ কৰ্মফলৰ সম্মুখীন হোৱা৷ কিন্তু সতৰ্ক থাকিবা ভৱিষ্যতে যাতে এনে ভুল আৰু নহয়৷<ref name="svbio&quotes">স্বামী বিবেকানন্দৰ জীৱনী আৰু বাণী, ব্ৰহ্মচাৰী অমল, অনুবাদঃ ডঃ চন্দনা শৰ্মা </ref> # মানুহে আমাক হয় ভাল নহ’লে বেয়া বুলিবই৷ কিন্তু আমি নিজৰ আদৰ্শক আগত ৰাখি সিংহৰ দৰে কাম কৰি যাবই লাগিব৷<ref name="svbio&quotes"/> # একে অন্যৰ সমালোচনা কৰাই সকলো অনিষ্টৰ মূল৷ সংগঠন এটা টুকুৰা-টুকুৰ কৰাৰো ইয়েই প্ৰধান কাৰণ৷<ref name="svbio&quotes"/> # মোৰ বাবে শক্তিৰ আন নাম হ’ল ধৰ্ম৷ যি শিক্ষাই শক্তি দিব নোৱাৰে, সেইটো মোৰ বাবে ধৰ্ম নহয়, সেইটো লাগিলে উপনিষদ বা গীতাৰ পৰাই লোৱা নহওক কিয়৷<ref>স্বামী বিবেকানন্দৰ দৃষ্টিত ভাৰতীয়ত্ব আৰু সাম্প্ৰতিক কালত তাৰ প্ৰাসংগিকতা, ড° জয়কান্ত শৰ্মা, প্ৰান্তিক ১-১৫ মাৰ্চ ২০১৫</ref> # খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা৷<ref name='bkp'>{{Cite web|url=https://as.vikaspedia.in/education/9b69bf9959be9f0-9869a89a89cd9a6/9ae9b99ce-9b29959f0-9859ae9f0-9ac9be9a39c0 |title= মহৎ লোকৰ অমৰ বাণী | website=as.vikaspedia.in}}</ref> # যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা৷<ref name='bkp'/> # যদি সমাজত অসমতা আছে, তেন্তে তাক দূৰ কৰিবৰ বাবে দুৰ্বলসকলক অধিক সা-সুবিধা প্ৰদান কৰিব লাগিব৷ ব্ৰাহ্মণৰ সন্তান এজনক যদি এজন শিক্ষক লাগে, চণ্ডালৰ সন্তানক দহজন শিক্ষক দিব লাগিব৷<ref>অসমীয়া প্ৰতিদিন, পৃ;নং,৪; ১৩ এপ্ৰিল ২০২২</ref> # ধ্বংস হোৱাটো যিহেতু সুনিশ্চিত সেইবাবে সজ কামত জীৱন উছৰ্গা কৰিবা।<ref name="uddhriti">{{Cite book|title=উদ্ধৃতি |author=শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা |year=১৯৮৮ |publisher=ওৰিয়েণ্টেল বুক কোম্পানী }}</ref> # অসংযত আৰু পৰিচালকহীন মনে আমাক সদায় অধঃপতনৰ ফালে টানি নিম্নগামী কৰে। কিন্তু সংযত আৰু সংৰক্ষিত মনে আমাক ৰক্ষাও কৰে আৰু মুক্তিও দিয়ে।<ref name="uddhriti"/> # পাপ, পুণ্য একো নাই, আছে মাথোঁ অজ্ঞতা৷ # সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি কিন্তু সত্যক কোনো কাৰণতে ত্যাগ কৰিব নোৱাৰি৷<ref name="মহৎ"/> # আমাৰ ভগৱান আছে কেৱল ৰন্ধা-বঢ়া কৰা চৰুটোত, আৰু আমাৰ ধৰ্ম হৈছে, “মোক নুচুবি, মই ধাৰ্মিক’’৷ এনেদৰে আৰু এশ বছৰ চলিলে আমি সকলো পগলা ফাটেকত সোমাব লাগিব৷<ref name=বাণী>{{Cite book|title=হীৰেন গোহাঁই ৰচনাৱলী ৩ |author=শোণিত বিজয় দাস, মুনীন বায়ন (সম্পা) |year=২০২২ | page=৬৬৭ | publisher=কথা পাব্লিকেশ্যনচ্ }}</ref> # স্বৰ্গ বা নৰক আছেনে নাই, আত্মা আছেনে নাই, কোনে কেৰেপ কৰে? সমূখত জগত আছে পৰি, আৰু তাত দুখ দাৰিদ্ৰ্যৰ সীমা নাই৷ যোৱা, সেই দুখ লাঘৱ কৰিবলৈ সংগ্ৰাম কৰা৷ প্ৰয়োজন হ’লে সেই চেষ্টাত প্ৰাণ বিসৰ্জন দিয়া৷<ref name=বাণী/> # শাস্ত্ৰই কি কয় কোনে খাতিৰ কৰে? আচাৰ-সংস্কাৰত নিমগ্ন মোৰ দেশবাসীক যদি নিজৰ ভৰিত থিয় হ’বলৈ মই জাগ্ৰত কৰিব পাৰোঁ আৰু কৰ্মযোগৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰিব পাৰোঁ, তেন্তে মই হাঁহি হাঁহি হেজাৰখন নৰকলৈ যাবলৈ সাজু আছোঁ৷ <ref name=বাণী/> # ভাৰতত আজি কোনে দাৰিদ্ৰ্য আৰু অজ্ঞানতাত ডুব গৈ থকা বিশ কোটি নৰনাৰীৰ বাবে উদ্বেগ অনুভৱ কৰে? আমাৰ গতি কি হ’ব? তেওঁলোকক পোহৰ কোনে দেখুৱাব? সেইসকল লোককেই তোমালোকে ঈশ্বৰ জ্ঞান কৰিব লাগিব৷<ref name=বাণী/> # শত শত শতাব্দী কাল আমাৰ জনসাধাৰণক নীচতাৰ শিক্ষাই দিয়া হৈছে৷ তেওঁলোকক কোৱা হৈছে, তেওঁলোক মানুহেই নহয়, তেওঁলোক একোৱেই নহয়৷ শত শতাব্দী ধৰি তেওঁলোকক ভীত সন্ত্ৰস্ত কৰি ৰখা হৈছে৷ ফলত তেওঁলোক পশুতুল্য হৈ পৰিছে৷ তেওঁলোকক কোনেও কেতিয়াও আত্মাৰ কথা কোৱা নাই৷<ref name=বাণী/> # যন্ত্ৰ, অৰ্থ আৰু পণ্যসম্ভাৰ লৈ যি বণিকৰ জগৎ গঠিত, তাত ভিক্ষাপাত্ৰৰ স্থান নাই৷ .....প্ৰথম কাম প্ৰথমে কৰিব লাগিব.......শৰীৰ সাধনা আনকি ভাগৱৎগীতা পাঠতকৈও গুৰুত্বপূৰ্ণ৷ এই দুঃসাহসিকতাৰ নিচা -- পৌৰুষ, তেজস্বীতা আৰু বীৰনীতি দুৰ্বলৰ ৰক্ষা আৰু উদ্ধাৰৰ কামত নিযুক্ত কৰা কৰ্তব্য৷<ref name=বাণী/> #ক্ষুধাৰ্ত মানুহক ধৰ্মৰ কথা কোৱা বা দৰ্শন শাস্ত্ৰ পঢ়োৱাটো হ'ল তেওঁক অপমান কৰা।<ref>মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ১</ref> #অন্য লোকৰ সুখ-দুখ আৰু লাভ-লোকচান যি লোকে নিজৰ বুলি অনুভৱ কৰিব পাৰে তেওঁকেই মানুহ বোলা উচিত। #নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ শিকা, তেতিয়াহে সংসাৰক প্ৰকৃততে ভাল পাব পাৰিবা৷<ref>{{cite book | title=মহৎ লোকৰ অমৃত বাণী | publisher=গণেশ প্ৰকাশন | author=তালুকদাৰ, যাদৱ চন্দ্ৰ | year=২০১৫ | location=পানবজাৰ, গুৱাহাটী | pages=১৯}}</ref> #আমি সামান্য কামকো ঘৃণা কৰা উচিত নহয়। যি মানুহে অতি সৰু কাম কৰে তেওঁ ডাঙৰ কাম কৰাজনতকৈ অলপো সৰু নহয়। কৰ্তব্যৰ ধৰণ দেখি নহয়, কৰ্তব্য সাধনৰ ধৰণ দেখিহে মানুহক বিচাৰ কৰিব লাগে।<ref name=":)">{{cite book | title=মহৎ লোকৰ বাণী | publisher=নিষ্ঠা প্ৰকাশন | author=অপূৰ্ব তালুকদাৰ | pages=১}}</ref> # তুমি নিজকে দৰিদ্ৰ বুলি দুখ নকৰিবা, কাৰণ ধন মানেই পৰাক্ৰম নহয়৷ সাধুতা আৰু পৱিত্ৰতাহে প্ৰকৃত পৰাক্ৰম৷<ref name="স">{{cite journal | title=মহৎ লোকৰ বাণী | journal=মহাৰ্ণৱ | year=২০২৪ | month=মে-জুন | issue=চতুৰ্থ বছৰ, চতুৰ্থ সংখ্যা | pages=২৮}}</ref> #যিজন মানুহে পৃথিৱীখন সম্পূৰ্ণ শুদ্ধ হোৱাৰ পাছত কাম কৰিবলৈ ৰৈ থাকে আৰু তেতিয়াহে শান্তি পাব বুলি আশা কৰে, তেন্তে তেওঁ বৈ যোৱা নৈ এখনৰ দাঁতিত ৰৈ ক'ব লাগিব - এইখন নৈৰ পানী সাগৰলৈ সম্পূৰ্ণ বৈ শেষ হোৱাৰ পাছতহে মই নৈখন পাৰ হ'ম। <ref name="ছাত্ৰ-ছাত্ৰী">{{cite book | title=ছাত্ৰ-ছাত্ৰীৰ গাইড | publisher=সঞ্জীৱন | author=শৰ্মা বৰুৱা, অভিজিত | pages=১৭ | year=নৱেম্বৰ,২০১৯ | isbn=978-93-88456-02-9}}</ref> # পৃথিৱীত এনে কোনো মাতৃ নাই, যিয়ে তেওঁৰ পুত্ৰৰ অত্যন্ত সাধাৰণ মুখখনো ভাল নাপায়। মাতৃৰ চকুত তেওঁৰ পুত্ৰৰ মুখখনেই জগতৰ সুন্দৰতম মুখ।<ref name="বি+">{{cite book | title=উদ্ধৃতি অভিধান | publisher=বাণী মন্দিৰ | author=বৰা ৰক্তাভ জ্যোতি | authorlink=মা | year=২০০৩ | pages=২৬৩ | isbn=81-7206-117-5}}</ref> #ভাৰতবৰ্ষত দুৰ্ভিক্ষৰ সময়ত সহস্ৰ সহস্ৰ হিন্দু নৰ-নাৰীয়ে ভোকত মৃত্যুৰ মুখত পৰি প্ৰাণত্যাগ কৰিছে-কিন্তু খৃষ্টানসকল! আপোনালোকে সেই বিষয়ে অকণো মনোযোগ নিদিয়ে। আপোনালোকে সমগ্ৰ ভাৰতত ধৰ্ম্ম-মন্দিৰ সাজিবলৈ সদায় ব্যস্ত কিন্তু ভাৰতবাসী সকলৰ যথেষ্ট ধৰ্ম্ম আছে; তেওঁবিলাৰ শুষ্ক কণ্ঠ কেৱলমাত্ৰ এমুঠি অন্নৰ কাৰণে ৰৈ আছে। তেওঁবিলাকে বিচাৰিছে ভাত, আমি দিছোঁ শিল-গুটি; ক্ষুধাৰ্ত মানুহক ধৰ্ম্মৰ কথা কোৱা বা দৰ্শন-শাস্ত্ৰ বুজোৱা বিড়ম্বনাহে মাথোন।<ref name="স্বামী">শ্ৰীশ্ৰী স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতা (১৯২৫),লেখক: স্বামী বিবেকানন্দ,শ্ৰীদেবেন্দ্ৰনাথ বেজবৰুৱা অনুবাদিত আৰু যোৰহাট ৰামকৃষ্ণ সেৱা সমিতিৰ পৰা প্ৰকাশিত।,১৮৪৭ শঁক। </ref> #বুদ্ধদেৱৰ কেইজনমান ব্ৰাহ্মণ শিষ্যই তেওঁৰ উপদেশবিলাক সংস্কৃতলৈ অনুবাদ কৰিব খোজাত তেওঁ শিষ্যবিলাকক স্পষ্টকৈ কৈছিল-“মই দৰিদ্ৰ আৰু জনসাধাৰণৰ নিমিত্তেহে আহিছোঁ। মই চলিত ভাষাতহে ধৰ্ম প্ৰচাৰ কৰিম।” গতিকে আজিলৈকে তেওঁৰ উপদেশবিলাক সেই সময়ৰ চলিত ভাষাতে আছে।<ref name="স্বামী"/> #খৃষ্টানে হিন্দু বা বৌদ্ধ হব নালাগে; হিন্দু বা বৌদ্ধয়ো খৃষ্টান হব নালাগে। কিন্তু প্ৰত্যেক ধৰ্ম্মই অইন ধৰ্ম্মৰ সাৰ ভাৱবিলাক গ্ৰহণ কৰি তাৰে সৈতে পুষ্টহৈ বিশেষত্ব ৰক্ষা কৰি নিজে আগবঢ়াটোহে যুগুত। যদি এই সৰ্বধৰ্ম্ম মহাসভাই জগতত কিবা নতুন কথা দেখুৱাব খুজিছে তেনেহলে সেই কথা এয়ে। এই সভাই এই কথা ভালকৈ প্ৰমাণ কৰি দেখুৱাইছে। জগতত যি পৱিত্ৰতা, চিত্তশুদ্ধি আৰু দয়া দাক্ষিণ্য এইবিলাক কোনো ধৰ্ম্মৰে বাপতীয়া সাহোন নহয়; আৰু প্ৰত্যেক ধৰ্ম্মতে অতি মহানুভৱ উদাৰ নৰ-নাৰী আছে।<ref name="স্বামী"/> #যি ধৰ্ম্মৰ পৱিত্ৰ সংস্কৃত-ভাষাত ইংৰাজী “এক্‌সক্লুজন” (অৰ্থাৎ হেয় বা পৰিতাজ্য) শব্দটি কোনোমতে অনুবাদ কৰিব নোৱাৰি, মই সেই ধৰ্ম্মাৱলম্বী। যি জাতিয়ে পৃথিবীৰ সকলো ধৰ্ম্ম আৰু সকলো জাতিৰ পৰিত্যক্ত, উৎপীড়িত আৰু আশ্ৰয় বিচৰা সকলক চিৰকাল অকাতৰে আশ্ৰয় দি আহিছে, মই সেই জাতিৰ অন্তৰ্ভুক্ত বুলি নিজকে নিজে গৌৰবান্বিত কৰোঁ।<ref name="স্বামী"/> #ক্ৰমাগত অধ্যাৱসায় আৰু যত্নেৰে পূৰ্ণতা লাভ কৰা,-দেৱতা হোৱা ঈশ্বৰৰ সান্নিধ্য হোৱা আৰু তেওঁক দৰ্শন কৰাই হিন্দুসকলৰ সাধন প্ৰণালীৰ লক্ষ্য। এইদৰে ঈশ্বৰ-সান্নিধ্য লাভ কৰি, তেওঁক দৰ্শন কৰি, সেই সৰ্ব্ব- লোক-পিতা-ঈশ্বৰৰ নিচিনা পূৰ্ণ হোৱাই হিন্দুধৰ্ম। <ref name="স্বামী"/> #হিন্দুধৰ্ম নোহোৱাকৈও বৌদ্ধ-ধৰ্ম্ম থাকিব নোৱাৰে আৰু বৌদ্ধ-ধৰ্ম্ম নোহোৱাকৈও হিন্দু-ধৰ্ম্ম থাকিব নোৱাৰে। <ref name="স্বামী"/> # যি জাতিয়ে নাৰীক সন্মান নকৰে, সেই দেশ বা জাতি মহান হ’ব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰে।<ref name="মাতৃ>{{cite journal | title=যন্ত্ৰণাক মীনভাৱে বৰণ কৰা চেনেহৰ আই | author=চহৰীয়া, চন্দ্ৰ | journal=প্ৰান্তিক | year=২০২৬ | month=১-১৫ মে’ | pages=৩৪}}</ref> ==মন্তব্য== *১৮৯৩ চনৰ আজিৰ দিনটো (১১ ছেপ্তেম্বৰ)তে স্বামী বিবেকানন্দই চিকাগোত তেওঁৰ প্ৰতিষ্ঠিত ভাষণ প্ৰদান কৰে। তেওঁ ভাৰতৰ বহুযুগ পুৰণি ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিশ্বৰ আগত পৰিচয় কৰাই দিছে। তেওঁৰ বাক্যই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে তথা ই আমাক ঐক্য আৰু সম্প্ৰীতিৰ শক্তিৰ কথা মনত পেলাই দিয়ে৷ **[[নৰেন্দ্ৰ মোদী]]<ref name="স্ব">{{cite web | url=https://www.pmindia.gov.in/asm/news_updates/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%A8%E0%A7%B0%E0%A7%87%E0%A6%A8-100/ | title=স্বামী বিবেকানন্দৰ ১৩২ সংখ্যক বাৰ্ষিকী... | accessdate=13 ছেপ্টেম্বৰ 2024}}</ref> == উত্‍স == {{Reflist}} ==বাহ্যিক সংযোগ== *[https://pragyata.com/swami-vivekananda-on-reviving-india/ Quotes on Swami Vivekananda on reviving India] * [http://cwsv.belurmath.org/ ''Complete Works of Vivekananda'', Belur Math publication] *[http://vivekananda.org/index2.asp Vivekananda Vedanta Network] *[http://www.vivekananda.net/Quotations.html Quotes of Swami Vivekananda (with source citations)] *[https://www.quote4m.com/2019/10/Motivational-quotes-by-swami-vivekananda.html?m=1''inspirational quotes by Vivekananda''] == বাহ্যিক সংযোগ == {{ৱিকিপিডিয়া}} [[Category:ভাৰতৰ ব্যক্তি]] [[Category:মৃত ব্যক্তি]] 1bizvg9n4s1e1i70syqbt66lfpk846a সদস্য বাৰ্তা:Kuldhar Rabha 3 833 26655 21682 2026-05-04T19:42:14Z Leaderbot 600 /* Notice of expiration of your sysop right */ নতুন অনুচ্ছেদ 26655 wikitext text/x-wiki == Welcome! == Congratulations on the creation of Assamese Wikiquote! However, this wikiquote needs your help to get started; # Please check that '''all pages are imported''' from Wikimedia incubator. (Note: ফকৰা যোজনা will be imported soon) # Please check that there are no other problems with the wiki settings. Of course, statistics will not work properly now. Or, some features of the visual editor may not work. This usually resolves automatically within 2 weeks. Thank you for your efforts, and congratulations once again. I look forward to your cooperation. --[[সদস্য:Sotiale|Sotiale]] ([[সদস্য বাৰ্তা:Sotiale|বাৰ্তা]]) ১৩:৫৫, ৪ জানুৱাৰী ২০২৩ (ইউ.টি.চি.) == কাৰিকৰী পদক == {| style="border: 1px solid #00FF00; background-color: #122317; " |rowspan="2" style="vertical-align:middle; " | [[File:Barnstar - technical works.svg|200px]] |rowspan="2" | |style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em; color: #00FF00; " | '''কাৰিকৰী পদক''' |- |style="vertical-align: middle; border-top: 1px solid #00FF00; color: #00FF00; " | '''''অভিনন্দন!''' অসমীয়া ৱিকিউদ্ধৃতিৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰিবলৈ পাই সুখী হৈছোঁ। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। ''আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে ''অসমীয়া ৱিকিমিডিয়া সমাজ''ৰ হৈ'' -[[User:Chiring chandan|<font color="#883000"><font face="Cursive">'''Chandan Chiring Phukon'''</font></font>]]&nbsp;<small><sup>[[User Talk:Chiring chandan|Chat]]</sup></small> ১১:২৬, ১৭ জানুৱাৰী ২০২৩ (IST) |} :{{Ping|Chiring chandan}} অশেষ ধন্যবাদ৷ 🙏 == ৱিকিউদ্ধৃতিৰ নীল নক্ষত্ৰ পদক == {| style="border: 1px solid gray; background-color: #e9f9ff; " |rowspan="2" style="vertical-align:top; " | [[Image: Wikicitazionista Barnstar.svg|110px]] |rowspan="2" | |style="font-size: x-large; padding: 0; vertical-align: bottom; height: 1.1em; " | '''ৱিকিউদ্ধৃতিৰ নীল নক্ষত্ৰ''' |- |style="vertical-align: top; border-top: 1px solid gray; " | প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিউদ্ধৃতিৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াত সক্ৰিয়তাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে তোমালৈ এই পদক আগবঢ়ালোঁ। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাবা বুলি আশা ৰাখিলোঁ।-[[User:Chiring chandan|<font color="#883000"><font face="Cursive">'''Chandan Chiring Phukon'''</font></font>]]&nbsp;<small><sup>[[User Talk:Chiring chandan|Chat]]</sup></small> ১৪:০৩, ২৬ মাৰ্চ ২০২৩ (IST) |} ::অশেষ ধন্যবাদ {{ping|Chiring chandan}} দাদা৷ 😊 — [[সদস্য:Kuldhar Rabha|Kuldhar Rabha]] ([[সদস্য বাৰ্তা:Kuldhar Rabha|বাৰ্তা]]) ০৬:৫৬, ২৭ মাৰ্চ ২০২৩ (IST) == ৱিকি সেনাপতি পদক == {| style="border: 1px solid lightgrey; background:white; border-radius: 2em 1em 4em / 0.5em 3em; box-shadow: 0 1px 3px rgba(0, 0, 0, 0.35), inset 1px -6px 1px rgba(0,0,0,0.35), inset 0px 0px 40px 1px orange; padding:1em; margin: 5px 2px 5px 5px;" |- | [[File: For support.png|left|70px|ৱিকি সেনাপতি পদক]] || হে ৱিকিসতীৰ্থ, এপ্ৰিল মাহত ‘আজিৰ উদ্ধৃতি’সমূহৰ সৃষ্টি তথা পৰিচৰ্যাৰে অসমীয়া ৱিকিউদ্ধৃতিলৈ আপুনি নিৰন্তৰভাৱে যি অৱদান আগবঢ়াইছে সেয়া অতি প্ৰশংসনীয়। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে।-[[User:Chiring chandan|<font color="#883000"><font face="Cursive">'''Chandan Chiring Phukon'''</font></font>]]&nbsp;<small><sup>[[User Talk:Chiring chandan|Chat]]</sup></small> ১৬:৫২, ২৮ এপ্ৰিল ২০২৩ (IST) |} :{{ping|Chiring chandan}} আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালোঁ৷ — [[সদস্য:Kuldhar Rabha|Kuldhar Rabha]] ([[সদস্য বাৰ্তা:Kuldhar Rabha|বাৰ্তা]]) ১৭:১১, ২৮ এপ্ৰিল ২০২৩ (IST) == পৃষ্ঠা একত্ৰিতকৰণ সন্দৰ্ভত == ‎আৰবী ভাষাত হজৰত মহম্মদ বুলি কোনো ব্যক্তি নাই। তাৰে সলনি, মুহাম্মাদ নামৰ এজন নবীৰ হে উল্লেখ পোৱা যায়। সেইমৰ্মে পৃষ্ঠাটো মুহাম্মাদৰ লগত একত্ৰিত কৰাটো প্ৰয়োজন। [[সদস্য:Thesaurabhsaha|Thesaurabhsaha]] ([[সদস্য বাৰ্তা:Thesaurabhsaha|বাৰ্তা]]) ১৭:২০, ১১ জুন ২০২৩ (IST) :{{ping|Thesaurabhsaha}} উচ্চাৰণৰ দিশেৰে যদিওবা ‘মুহাম্মাদ’ শুদ্ধ৷ অসমীয়াত কিন্তু ‘মহম্মদ’ শব্দটোহে বহুলভাৱে প্ৰচলিত৷ -[[সদস্য:Kuldhar Rabha|Kuldhar Rabha]] ([[সদস্য বাৰ্তা:Kuldhar Rabha|বাৰ্তা]]) ১৯:৩৪, ১১ জুন ২০২৩ (IST) == Need your input on a policy impacting gadgets and UserJS == <div lang="en" dir="ltr" class="mw-content-ltr"> Dear interface administrator, This is Samuel from the Security team and I hope my message finds you well. There is an [[m:Talk:Third-party resources policy|ongoing discussion]] on a proposed policy governing the use of external resources in gadgets and UserJS. The proposed [[m:Special:MyLanguage/Third-party resources policy|Third-party resources policy]] aims at making the UserJS and Gadgets landscape a bit safer by encouraging best practices around external resources. After an initial non-public conversation with a small number of interface admins and staff, we've launched a much larger, public consultation to get a wider pool of feedback for improving the policy proposal. Based on the ideas received so far, the proposed policy now includes some of the risks related to user scripts and gadgets loading third-party resources, best practices for gadgets and UserJS developers, and exemptions requirements such as code transparency and inspectability. As an interface administrator, your feedback and suggestions are warmly welcome until July 17, 2023 on the [[m:Talk:Third-party resources policy|policy talk page]]. Have a great day!</div> <bdi lang="en" dir="ltr">[[m:User:Samuel (WMF)|Samuel (WMF)]], on behalf of the Foundation's Security team</bdi> ০৪:৩২, ৮ জুলাই ২০২৩ (IST) <!-- Message sent by User:Samuel (WMF)@metawiki using the list at https://meta.wikimedia.org/w/index.php?title=User:Samuel_(WMF)/IAdmins_MassMessage_list_1&oldid=25272788 --> == চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা == {| style="border: 1.5px solid green; background-color: #009999; " |rowspan="2" style="vertical-align:middle; " |[[File:Assamese Wikiquote Barnstar.png|110px]] |rowspan="2" | |style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em;" | '''ৱিকিউদ্ধৃতি সংযোগ মেলা পদক''' |- |style="vertical-align: middle; border-top: 1px solid gray;" | {{Color|#ccccff|<big>“আটাইতকৈ ডাঙৰ মহাসাগৰ হ’ল, চিয়াঁহীৰ মহাসাগৰ৷ মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে, তেনেকৈ চিয়াঁহীৰ মহাসাগৰত ঘূৰি ফুৰে অসংখ্য কিতাপ৷”<br> {{gap|10em}}— [[উইল ডুৰাণ্ট]]</big>}} ---- প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ মে’ৰ পৰা ৩১ মে’লৈকে অসমীয়া ৱিকিউদ্ধৃতিত অনুষ্ঠিত হোৱা [[ৱিকিউদ্ধৃতি:চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা|চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলাত]] ১৪ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি মুঠ [[ৱিকিউদ্ধৃতি:চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা/অৱদানসমূহ|২৩৪ টা]] পৃষ্ঠাৰে অসমীয়া ৱিকিউদ্ধৃতিক সমৃদ্ধ কৰিছে৷ প্ৰিয় সুহৃদ, উক্ত উদ্ধৃতি সংযোগ মেলাত অংশ লৈ আপুনি নিৰলসভাৱে যি অমূল্য অৱদান আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ’ব৷ আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-<br>—অসমীয়া ৱিকিমিডিয়া সমাজ |} -[[সদস্য:Nayan j Nath|Nayan j Nath]] ([[সদস্য বাৰ্তা:Nayan j Nath|বাৰ্তা]]) ১৫:৫১, ৩ জুন ২০২৪ (IST) :{{Ping|সদস্য:Nayan j Nath}} অশেষ ধন্যবাদ দাদা৷ -[[User:Kuldhar Rabha|<font color="#cc0099">𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶</font>]] <sup>[[User Talk:Kuldhar Rabha|<font color="#6600cc">(𝒯𝒶𝓁𝓀)</font>]]</sup> ২১:৪৪, ৩ জুন ২০২৪ (IST) == Notice of expiration of your interface-admin right == <div dir="ltr">Hi, as part of [[:m:Special:MyLanguage/Global reminder bot|Global reminder bot]], this is an automated reminder to let you know that your permission "interface-admin" (ইণ্টাৰফে'চ প্ৰশাসকসকল) will expire on 2025-05-06 02:48:00. Please renew this right if you would like to continue using it. <i>In other languages: [[:m:Special:MyLanguage/Global reminder bot/Messages/default|click here]]</i> [[সদস্য:Leaderbot|Leaderbot]] ([[সদস্য বাৰ্তা:Leaderbot|বাৰ্তা]]) ০১:১৩, ৩০ এপ্ৰিল ২০২৫ (IST)</div> == Notice of expiration of your sysop right == <div dir="ltr">Hi, as part of [[:m:Special:MyLanguage/Global reminder bot|Global reminder bot]], this is an automated reminder to let you know that your permission "sysop" (প্ৰশাসকসকল) will expire on 2025-05-06 02:48:31. Please renew this right if you would like to continue using it. <i>In other languages: [[:m:Special:MyLanguage/Global reminder bot/Messages/default|click here]]</i> [[সদস্য:Leaderbot|Leaderbot]] ([[সদস্য বাৰ্তা:Leaderbot|বাৰ্তা]]) ০১:১৩, ৩০ এপ্ৰিল ২০২৫ (IST)</div> == Notice of expiration of your sysop right == <div dir="ltr">Hi, as part of [[:m:Special:MyLanguage/Global reminder bot|Global reminder bot]], this is an automated reminder to let you know that your permission "sysop" (প্ৰশাসকসকল) will expire on 2026-05-11 05:59:51. Please renew this right if you would like to continue using it. <i>In other languages: [[:m:Special:MyLanguage/Global reminder bot/Messages/default|click here]]</i> [[সদস্য:Leaderbot|Leaderbot]] ([[সদস্য বাৰ্তা:Leaderbot|বাৰ্তা]]) ০১:১২, ৫ মে' ২০২৬ (IST)</div> 593i69cuitbskajaoxfweo5hoqhhyaa মাতৃ 0 2666 26650 25689 2026-05-04T18:04:33Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26650 wikitext text/x-wiki [[File:SheSaid_2023_Social_media_Sanu_Sharma.jpg|thumb|মই উপলব্ধি কৰিলোঁ যে, নাৰীক সাধাৰণ ব্যক্তি যেন লাগিব পাৰে যদিও মাতৃসকল ঐশ্বৰিক মূৰ্তিতকৈ কম নহয়। তেওঁলোকে সাধাৰণক অতিক্ৰম কৰি জীৱনৰ প্ৰত্যাহ্বানবোৰক নিয়ন্ত্ৰণ কৰাই নহয়, সন্তানৰ প্ৰতি অদম্য সেৱাৰে প্ৰকৃতিৰ শক্তিৰ সৈতেও যুঁজি থাকে। ~ [[চনু শৰ্মা]]]] এগৰাকী নাৰীয়ে সন্তান জন্ম দিয়াৰ ফলত তেওঁক মাতৃ বুলি গণ্য কৰা হয়, জৈৱিক সন্তান হ’লেও বা নহ’লেও শিশুক ডাঙৰ-দীঘল কৰিও মাতৃ বুলি বিবেচিত হ’ব পাৰে বা গৰ্ভাৱস্থাৰ প্ৰতিনিধিৰ ক্ষেত্ৰত নিষেচনৰ বাবে নাৰীৰ ডিম্বাশয় উৎসৰ্গা কৰিও '''মাতৃ''' বুলি গণ্য কৰা হ’ব পাৰে। অন্য প্ৰাণীৰ ক্ষেত্ৰত কেৱল জৈৱিক সন্তান জন্ম দিওঁতাকহে মাতৃ বুলি ধৰা হয়। ==উদ্ধৃতি== [[File:Mikuláš Galanda - Mother Galanda.jpg|thumb|right| পৃথিৱীৰ প্ৰকৃত ধৰ্ম পুৰুষতকৈ বহু বেছি নাৰীৰ পৰাই আহে — সকলোতকৈ বেছি মাতৃৰ পৰা, যিয়ে আমাৰ আত্মাৰ চাবি বুকুত কঢ়িয়াই লৈ ফুৰে। ~ অলিভাৰ ৱেণ্ডেল হোমছ, ছিনিয়ৰ।]] *মাতৃত্ব হৈছে চূড়ান্ত মৰম, উৎসৰ্গা আৰু দৃঢ় প্ৰতিজ্ঞ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ এক যাত্ৰা। প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অদ্বিতীয়, প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অসাধাৰণ, প্ৰত্যেকগৰাকী মাতৃৰেই আছে তেওঁলোকৰ কণমানিটিৰ সৈতে কটোৱা প্ৰথমটো দিনৰ বিভিন্ন কাহিনী৷ **নিশিতা গোস্বামী<ref name="মা">{{cite web | url=https://www.asomiyapratidin.in/homepage/cherishing-motherhood-celebrating-the-heart-of-every-home | title=মাতৃ দিৱসত আমি উদযাপন.... | accessdate=22 ছেপ্টেম্বৰ 2024}}</ref> *মোৰ মাতৃত্ব অভিমুখী যাত্ৰা আছিল অতি সুন্দৰ৷ মই ক’ব বিচাৰো যে ই আছিল দীৰ্ঘতম, কাৰণ ক’ভিড মহামাৰীৰ সময়তে মই গৰ্ভধাৰণ কৰিবলগীয়া হোৱা বাবে, সেই ৯মাহ সময় মোৰ বাবে আছিল এক অন্তহীন যাত্ৰাৰ দৰে৷ **ড° সান্তনা বৰুৱা৷<ref name="মা"/> * আপুনি যেতিয়াই দুৰ্বল অনুভৱ কৰে, তেতিয়াই মনত পেলাব যে, কেৱল এগৰাকী মহিলাইহে এটি শিশু জন্ম দিব পাৰে৷ সেয়েহে, এই ক্ষেত্ৰত আপুনি অদ্বিতীয়৷ এটি কণমানিক জন্ম দিয়াৰ পাচত লাভ কৰা আনন্দৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ **ড° সান্তনা বৰুৱা৷<ref name="মা"/> *মাতৃসকল শিশুৰ প্ৰথম শিক্ষয়িত্ৰী।<ref name="মা-১">{{cite book | title=ভক্তিপুঞ্জ | publisher=চতিয়াল হাজাৰ শংকৰ মন্দিৰৰ শতবৰ্ষ উৎসৱ উদযাপন | author=চৌধুৰীদাস, নিৰমা | authorlink=শংক-মাধৱ আৰু আধুনিক সমাজ ব্যৱস্থাত মহিলাৰ ভূমিকা | year=২০২৫ | pages=১৬২}}</ref> *পৃথিৱীৰ প্ৰকৃত ধৰ্ম পুৰুষতকৈ বহু বেছি নাৰীৰ পৰাই আহে — সকলোতকৈ বেছি মাতৃৰ পৰা, যিয়ে আমাৰ আত্মাৰ চাবি বুকুত কঢ়িয়াই লৈ ফুৰে।<ref>[[Oliver Wendell Holmes, Sr.]], in "The Professor at the Breakfast Table" in ''The Atlantic Monthly'' (May 1859), p. 618. </ref> * মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম। ([[নেপোলিয়ন বোনাপাৰ্ট]])<ref name="মা">{{cite journal | title=যন্ত্ৰণাক মীনভাৱে বৰণ কৰা চেনেহৰ আই | author=চহৰীয়া, চন্দ্ৰ | journal=প্ৰান্তিক | year=২০২৬ | month=১-১৫ মে’ | pages=৩৪}}</ref> ==তথ্য সূত্ৰ== [[শ্ৰেণী:নাৰীৰ ৰূপ]] slh8b3t4jwuwf8b2eb2idrju74ig6ny 26651 26650 2026-05-04T18:04:46Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26651 wikitext text/x-wiki [[File:SheSaid_2023_Social_media_Sanu_Sharma.jpg|thumb|মই উপলব্ধি কৰিলোঁ যে, নাৰীক সাধাৰণ ব্যক্তি যেন লাগিব পাৰে যদিও মাতৃসকল ঐশ্বৰিক মূৰ্তিতকৈ কম নহয়। তেওঁলোকে সাধাৰণক অতিক্ৰম কৰি জীৱনৰ প্ৰত্যাহ্বানবোৰক নিয়ন্ত্ৰণ কৰাই নহয়, সন্তানৰ প্ৰতি অদম্য সেৱাৰে প্ৰকৃতিৰ শক্তিৰ সৈতেও যুঁজি থাকে। ~ [[চনু শৰ্মা]]]] এগৰাকী নাৰীয়ে সন্তান জন্ম দিয়াৰ ফলত তেওঁক মাতৃ বুলি গণ্য কৰা হয়, জৈৱিক সন্তান হ’লেও বা নহ’লেও শিশুক ডাঙৰ-দীঘল কৰিও মাতৃ বুলি বিবেচিত হ’ব পাৰে বা গৰ্ভাৱস্থাৰ প্ৰতিনিধিৰ ক্ষেত্ৰত নিষেচনৰ বাবে নাৰীৰ ডিম্বাশয় উৎসৰ্গা কৰিও '''মাতৃ''' বুলি গণ্য কৰা হ’ব পাৰে। অন্য প্ৰাণীৰ ক্ষেত্ৰত কেৱল জৈৱিক সন্তান জন্ম দিওঁতাকহে মাতৃ বুলি ধৰা হয়। ==উদ্ধৃতি== [[File:Mikuláš Galanda - Mother Galanda.jpg|thumb|right| পৃথিৱীৰ প্ৰকৃত ধৰ্ম পুৰুষতকৈ বহু বেছি নাৰীৰ পৰাই আহে — সকলোতকৈ বেছি মাতৃৰ পৰা, যিয়ে আমাৰ আত্মাৰ চাবি বুকুত কঢ়িয়াই লৈ ফুৰে। ~ অলিভাৰ ৱেণ্ডেল হোমছ, ছিনিয়ৰ।]] *মাতৃত্ব হৈছে চূড়ান্ত মৰম, উৎসৰ্গা আৰু দৃঢ় প্ৰতিজ্ঞ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ এক যাত্ৰা। প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অদ্বিতীয়, প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অসাধাৰণ, প্ৰত্যেকগৰাকী মাতৃৰেই আছে তেওঁলোকৰ কণমানিটিৰ সৈতে কটোৱা প্ৰথমটো দিনৰ বিভিন্ন কাহিনী৷ **নিশিতা গোস্বামী<ref name="মা">{{cite web | url=https://www.asomiyapratidin.in/homepage/cherishing-motherhood-celebrating-the-heart-of-every-home | title=মাতৃ দিৱসত আমি উদযাপন.... | accessdate=22 ছেপ্টেম্বৰ 2024}}</ref> *মোৰ মাতৃত্ব অভিমুখী যাত্ৰা আছিল অতি সুন্দৰ৷ মই ক’ব বিচাৰো যে ই আছিল দীৰ্ঘতম, কাৰণ ক’ভিড মহামাৰীৰ সময়তে মই গৰ্ভধাৰণ কৰিবলগীয়া হোৱা বাবে, সেই ৯মাহ সময় মোৰ বাবে আছিল এক অন্তহীন যাত্ৰাৰ দৰে৷ **ড° সান্তনা বৰুৱা৷<ref name="মা"/> * আপুনি যেতিয়াই দুৰ্বল অনুভৱ কৰে, তেতিয়াই মনত পেলাব যে, কেৱল এগৰাকী মহিলাইহে এটি শিশু জন্ম দিব পাৰে৷ সেয়েহে, এই ক্ষেত্ৰত আপুনি অদ্বিতীয়৷ এটি কণমানিক জন্ম দিয়াৰ পাচত লাভ কৰা আনন্দৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ **ড° সান্তনা বৰুৱা৷<ref name="মা"/> *মাতৃসকল শিশুৰ প্ৰথম শিক্ষয়িত্ৰী।<ref name="মা-১">{{cite book | title=ভক্তিপুঞ্জ | publisher=চতিয়াল হাজাৰ শংকৰ মন্দিৰৰ শতবৰ্ষ উৎসৱ উদযাপন | author=চৌধুৰীদাস, নিৰমা | authorlink=শংক-মাধৱ আৰু আধুনিক সমাজ ব্যৱস্থাত মহিলাৰ ভূমিকা | year=২০২৫ | pages=১৬২}}</ref> *পৃথিৱীৰ প্ৰকৃত ধৰ্ম পুৰুষতকৈ বহু বেছি নাৰীৰ পৰাই আহে — সকলোতকৈ বেছি মাতৃৰ পৰা, যিয়ে আমাৰ আত্মাৰ চাবি বুকুত কঢ়িয়াই লৈ ফুৰে।<ref>[[Oliver Wendell Holmes, Sr.]], in "The Professor at the Breakfast Table" in ''The Atlantic Monthly'' (May 1859), p. 618. </ref> * মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম। ([[নেপোলিয়ন বোনাপাৰ্ট]])<ref name="মা-১">{{cite journal | title=যন্ত্ৰণাক মীনভাৱে বৰণ কৰা চেনেহৰ আই | author=চহৰীয়া, চন্দ্ৰ | journal=প্ৰান্তিক | year=২০২৬ | month=১-১৫ মে’ | pages=৩৪}}</ref> ==তথ্য সূত্ৰ== [[শ্ৰেণী:নাৰীৰ ৰূপ]] ohfcez52yu2v82up5so238j1u9rj0xp 26652 26651 2026-05-04T18:05:03Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26652 wikitext text/x-wiki [[File:SheSaid_2023_Social_media_Sanu_Sharma.jpg|thumb|মই উপলব্ধি কৰিলোঁ যে, নাৰীক সাধাৰণ ব্যক্তি যেন লাগিব পাৰে যদিও মাতৃসকল ঐশ্বৰিক মূৰ্তিতকৈ কম নহয়। তেওঁলোকে সাধাৰণক অতিক্ৰম কৰি জীৱনৰ প্ৰত্যাহ্বানবোৰক নিয়ন্ত্ৰণ কৰাই নহয়, সন্তানৰ প্ৰতি অদম্য সেৱাৰে প্ৰকৃতিৰ শক্তিৰ সৈতেও যুঁজি থাকে। ~ [[চনু শৰ্মা]]]] এগৰাকী নাৰীয়ে সন্তান জন্ম দিয়াৰ ফলত তেওঁক মাতৃ বুলি গণ্য কৰা হয়, জৈৱিক সন্তান হ’লেও বা নহ’লেও শিশুক ডাঙৰ-দীঘল কৰিও মাতৃ বুলি বিবেচিত হ’ব পাৰে বা গৰ্ভাৱস্থাৰ প্ৰতিনিধিৰ ক্ষেত্ৰত নিষেচনৰ বাবে নাৰীৰ ডিম্বাশয় উৎসৰ্গা কৰিও '''মাতৃ''' বুলি গণ্য কৰা হ’ব পাৰে। অন্য প্ৰাণীৰ ক্ষেত্ৰত কেৱল জৈৱিক সন্তান জন্ম দিওঁতাকহে মাতৃ বুলি ধৰা হয়। ==উদ্ধৃতি== [[File:Mikuláš Galanda - Mother Galanda.jpg|thumb|right| পৃথিৱীৰ প্ৰকৃত ধৰ্ম পুৰুষতকৈ বহু বেছি নাৰীৰ পৰাই আহে — সকলোতকৈ বেছি মাতৃৰ পৰা, যিয়ে আমাৰ আত্মাৰ চাবি বুকুত কঢ়িয়াই লৈ ফুৰে। ~ অলিভাৰ ৱেণ্ডেল হোমছ, ছিনিয়ৰ।]] *মাতৃত্ব হৈছে চূড়ান্ত মৰম, উৎসৰ্গা আৰু দৃঢ় প্ৰতিজ্ঞ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ এক যাত্ৰা। প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অদ্বিতীয়, প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অসাধাৰণ, প্ৰত্যেকগৰাকী মাতৃৰেই আছে তেওঁলোকৰ কণমানিটিৰ সৈতে কটোৱা প্ৰথমটো দিনৰ বিভিন্ন কাহিনী৷ **নিশিতা গোস্বামী<ref name="মা">{{cite web | url=https://www.asomiyapratidin.in/homepage/cherishing-motherhood-celebrating-the-heart-of-every-home | title=মাতৃ দিৱসত আমি উদযাপন.... | accessdate=22 ছেপ্টেম্বৰ 2024}}</ref> *মোৰ মাতৃত্ব অভিমুখী যাত্ৰা আছিল অতি সুন্দৰ৷ মই ক’ব বিচাৰো যে ই আছিল দীৰ্ঘতম, কাৰণ ক’ভিড মহামাৰীৰ সময়তে মই গৰ্ভধাৰণ কৰিবলগীয়া হোৱা বাবে, সেই ৯মাহ সময় মোৰ বাবে আছিল এক অন্তহীন যাত্ৰাৰ দৰে৷ **ড° সান্তনা বৰুৱা৷<ref name="মা"/> * আপুনি যেতিয়াই দুৰ্বল অনুভৱ কৰে, তেতিয়াই মনত পেলাব যে, কেৱল এগৰাকী মহিলাইহে এটি শিশু জন্ম দিব পাৰে৷ সেয়েহে, এই ক্ষেত্ৰত আপুনি অদ্বিতীয়৷ এটি কণমানিক জন্ম দিয়াৰ পাচত লাভ কৰা আনন্দৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ **ড° সান্তনা বৰুৱা৷<ref name="মা"/> *মাতৃসকল শিশুৰ প্ৰথম শিক্ষয়িত্ৰী।<ref name="মা-১">{{cite book | title=ভক্তিপুঞ্জ | publisher=চতিয়াল হাজাৰ শংকৰ মন্দিৰৰ শতবৰ্ষ উৎসৱ উদযাপন | author=চৌধুৰীদাস, নিৰমা | authorlink=শংক-মাধৱ আৰু আধুনিক সমাজ ব্যৱস্থাত মহিলাৰ ভূমিকা | year=২০২৫ | pages=১৬২}}</ref> *পৃথিৱীৰ প্ৰকৃত ধৰ্ম পুৰুষতকৈ বহু বেছি নাৰীৰ পৰাই আহে — সকলোতকৈ বেছি মাতৃৰ পৰা, যিয়ে আমাৰ আত্মাৰ চাবি বুকুত কঢ়িয়াই লৈ ফুৰে।<ref>[[Oliver Wendell Holmes, Sr.]], in "The Professor at the Breakfast Table" in ''The Atlantic Monthly'' (May 1859), p. 618. </ref> * মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম। ([[নেপোলিয়ন বোনাপাৰ্ট]])<ref name="মা-৩">{{cite journal | title=যন্ত্ৰণাক মীনভাৱে বৰণ কৰা চেনেহৰ আই | author=চহৰীয়া, চন্দ্ৰ | journal=প্ৰান্তিক | year=২০২৬ | month=১-১৫ মে’ | pages=৩৪}}</ref> ==তথ্য সূত্ৰ== [[শ্ৰেণী:নাৰীৰ ৰূপ]] epe7wsvo2b8ax8ujoipkfeehmjpd777 26653 26652 2026-05-04T18:06:19Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26653 wikitext text/x-wiki [[File:SheSaid_2023_Social_media_Sanu_Sharma.jpg|thumb|মই উপলব্ধি কৰিলোঁ যে, নাৰীক সাধাৰণ ব্যক্তি যেন লাগিব পাৰে যদিও মাতৃসকল ঐশ্বৰিক মূৰ্তিতকৈ কম নহয়। তেওঁলোকে সাধাৰণক অতিক্ৰম কৰি জীৱনৰ প্ৰত্যাহ্বানবোৰক নিয়ন্ত্ৰণ কৰাই নহয়, সন্তানৰ প্ৰতি অদম্য সেৱাৰে প্ৰকৃতিৰ শক্তিৰ সৈতেও যুঁজি থাকে। ~ [[চনু শৰ্মা]]]] এগৰাকী নাৰীয়ে সন্তান জন্ম দিয়াৰ ফলত তেওঁক মাতৃ বুলি গণ্য কৰা হয়, জৈৱিক সন্তান হ’লেও বা নহ’লেও শিশুক ডাঙৰ-দীঘল কৰিও মাতৃ বুলি বিবেচিত হ’ব পাৰে বা গৰ্ভাৱস্থাৰ প্ৰতিনিধিৰ ক্ষেত্ৰত নিষেচনৰ বাবে নাৰীৰ ডিম্বাশয় উৎসৰ্গা কৰিও '''মাতৃ''' বুলি গণ্য কৰা হ’ব পাৰে। অন্য প্ৰাণীৰ ক্ষেত্ৰত কেৱল জৈৱিক সন্তান জন্ম দিওঁতাকহে মাতৃ বুলি ধৰা হয়। ==উদ্ধৃতি== [[File:Mikuláš Galanda - Mother Galanda.jpg|thumb|right| পৃথিৱীৰ প্ৰকৃত ধৰ্ম পুৰুষতকৈ বহু বেছি নাৰীৰ পৰাই আহে — সকলোতকৈ বেছি মাতৃৰ পৰা, যিয়ে আমাৰ আত্মাৰ চাবি বুকুত কঢ়িয়াই লৈ ফুৰে। ~ অলিভাৰ ৱেণ্ডেল হোমছ, ছিনিয়ৰ।]] *মাতৃত্ব হৈছে চূড়ান্ত মৰম, উৎসৰ্গা আৰু দৃঢ় প্ৰতিজ্ঞ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ এক যাত্ৰা। প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অদ্বিতীয়, প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অসাধাৰণ, প্ৰত্যেকগৰাকী মাতৃৰেই আছে তেওঁলোকৰ কণমানিটিৰ সৈতে কটোৱা প্ৰথমটো দিনৰ বিভিন্ন কাহিনী৷ **নিশিতা গোস্বামী<ref name="মা">{{cite web | url=https://www.asomiyapratidin.in/homepage/cherishing-motherhood-celebrating-the-heart-of-every-home | title=মাতৃ দিৱসত আমি উদযাপন.... | accessdate=22 ছেপ্টেম্বৰ 2024}}</ref> *মোৰ মাতৃত্ব অভিমুখী যাত্ৰা আছিল অতি সুন্দৰ৷ মই ক’ব বিচাৰো যে ই আছিল দীৰ্ঘতম, কাৰণ ক’ভিড মহামাৰীৰ সময়তে মই গৰ্ভধাৰণ কৰিবলগীয়া হোৱা বাবে, সেই ৯মাহ সময় মোৰ বাবে আছিল এক অন্তহীন যাত্ৰাৰ দৰে৷ **ড° সান্তনা বৰুৱা৷<ref name="মা"/> * আপুনি যেতিয়াই দুৰ্বল অনুভৱ কৰে, তেতিয়াই মনত পেলাব যে, কেৱল এগৰাকী মহিলাইহে এটি শিশু জন্ম দিব পাৰে৷ সেয়েহে, এই ক্ষেত্ৰত আপুনি অদ্বিতীয়৷ এটি কণমানিক জন্ম দিয়াৰ পাচত লাভ কৰা আনন্দৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ **ড° সান্তনা বৰুৱা৷<ref name="মা"/> *মাতৃসকল শিশুৰ প্ৰথম শিক্ষয়িত্ৰী।<ref name="মা-১">{{cite book | title=ভক্তিপুঞ্জ | publisher=চতিয়াল হাজাৰ শংকৰ মন্দিৰৰ শতবৰ্ষ উৎসৱ উদযাপন | author=চৌধুৰীদাস, নিৰমা | authorlink=শংক-মাধৱ আৰু আধুনিক সমাজ ব্যৱস্থাত মহিলাৰ ভূমিকা | year=২০২৫ | pages=১৬২}}</ref> *পৃথিৱীৰ প্ৰকৃত ধৰ্ম পুৰুষতকৈ বহু বেছি নাৰীৰ পৰাই আহে — সকলোতকৈ বেছি মাতৃৰ পৰা, যিয়ে আমাৰ আত্মাৰ চাবি বুকুত কঢ়িয়াই লৈ ফুৰে।<ref>[[Oliver Wendell Holmes, Sr.]], in "The Professor at the Breakfast Table" in ''The Atlantic Monthly'' (May 1859), p. 618. </ref> * মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম। ([[নেপোলিয়ন বোনাপাৰ্ট]])<ref name="মা-৩">{{cite journal | title=যন্ত্ৰণাক মীনভাৱে বৰণ কৰা চেনেহৰ আই | author=চহৰীয়া, চন্দ্ৰ | journal=প্ৰান্তিক | year=২০২৬ | month=১-১৫ মে’ | pages=৩৪}}</ref> *ৰাষ্ট্ৰ আৰু সমাজ গঠনত মাতৃৰ ভূমিকা অপৰিসীম। ([[নেপোলিয়ন বোনাপাৰ্ট]])<ref name="মা-৩"/> ==তথ্য সূত্ৰ== [[শ্ৰেণী:নাৰীৰ ৰূপ]] dbb61m101io4yl829mo2l5p09rffscd