ৱিকিউদ্ধৃতি aswikiquote https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.6 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউদ্ধৃতি ৱিকিউদ্ধৃতি বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা TimedText TimedText talk Module Module talk Event Event talk আজান ফকীৰ 0 375 26969 12975 2026-06-09T14:18:23Z Pranamikaadhikary 18 added [[Category:চুফী সন্ত]] using [[Help:Gadget-HotCat|HotCat]] 26969 wikitext text/x-wiki '''আজান ফকীৰ''' ({{lang-en|Ajan Fakir}}) এজন [[:as:ইছলাম ধৰ্ম|ইছলাম ধৰ্ম]] প্ৰচাৰক, সাধু আৰু কবি আছিল।<ref>{{cite book |title=A Socio-economic & Cultural History of Medieval Assam, 1200 A.D.-1800 A.D. |last=Sarma |first=Satyendranath |year=1989 |publisher=Pratima Devi |pages=230 |url=http://books.google.com/?id=M4xAAAAAMAAJ&q=%22Azan+Pir%22&dq=%22Azan+Pir%22 |accessdate=2008-09-05}}</ref> তেওঁৰ প্ৰকৃত নাম আছিল '''হজৰত শ্বাহ মিলন'''। ইয়াৰ বাহিৰেও তেওঁক আজান পীৰ, ছাহ মীৰান আৰু আজান ফকীৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে [[:as:ইৰাক|ইৰাক]]ৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল। আনুমানিক খ্ৰীষ্টীয় সপ্তম-অষ্টম শতিকাত লগত লগত কেইজনমান জন ছূফী (পীৰ) লৈ আজমীৰৰ পৰা [[অসম]]লৈ আহিছিল।<ref>গ্ৰন্থ: বিশ্ব-ঐতিহ্য, লেখক: [[শান্তনু কৌশিক বৰুৱা]]</ref><ref>{{cite book |title=Social and Economic Profile of North-east India |last=B. Datta-Ray |first=B. |year=1978 |publisher=B. R. Pub. Corp. |pages=343 |url=http://books.google.com/?id=RgAlAAAAMAAJ&q=%22Azan+Pir%22&dq=%22Azan+Pir%22 |accessdate=2008-09-05}}</ref>। তেওঁলোকে অসমৰ বিভিন্ন ঠাইত থাকিবলৈ লৈছিল। তেওঁলোকৰ বংশ বৃদ্ধিৰ লগতে কিছু থলুৱা লোকেও [[:as:ইছলাম ধৰ্ম|ইছলাম ধৰ্ম]] গ্ৰহণ কৰাত<ref>{{cite book |title=Single Women in Assamese Hindu Society |last=Barooah |first=Jeuti |year=1993 |publisher=Gyan Pub. House |isbn=978-81-212-0416-3 |pages=27 |url=http://books.google.com/?id=BLEoAAAAYAAJ&q=%22Azan+Fakir%22&dq=%22Azan+Fakir%22 |accessdate=2008-09-05}}</ref> অসমত মুছলমান লোকৰ সংখ্যা বৃদ্ধি পাইছিল। ক্ৰমান্বয়ে তেওঁলোক অসমীয়া সমাজ আৰু সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰিছিল।<ref name="গ্ৰন্থ"> গ্ৰন্থ: এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া, লিখক:হেমন্ত কুমাৰ ভৰালী, পৃষ্ঠা নং- ৯৬, প্ৰকাশক: অনন্ত হাজৰিকা, সংস্কৰণ: জানুৱাৰী,২০১২</ref> জনশ্ৰুতি মতে আজান পীৰেই পোনপ্ৰথমে অসমত 'আজান' দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসম লৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল। পিচত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰি দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তাতে আজান ফকীৰৰ মৃত্যু হয়।<ref>অসমীয়া সাহিত্য চয়নিকা, পৃৃৃষ্ঠা ৬</ref> ==উদ্ধৃতিসমূহ== # মাছক লাগি বগুলাই জুপি আছে মনুৰাই<br/>ৰখে আছে কেমনে মৰদ হেই।<br/>পানী শুকাই যাব বগে ধৰি খাব<br/>কিমান পানীৰ তই মাছ হেই মনুৰাই॥ #হিন্দু কি মুছলমান<br/>একে আল্লাৰ ফৰমান<br/> মোৰ মনত ভেদভাৱ নাই<br/> অ’ আল্লাহ, মোৰ মনত<br/> মোৰ মনত ভেদভাব নাই। ==উৎস== {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia|আজান পীৰ}} [[শ্ৰেণী:ভাৰতৰ ব্যক্তি]] [[শ্ৰেণী:ভাৰতীয় কবি]] [[শ্ৰেণী:ধৰ্ম প্ৰচাৰক]] [[শ্ৰেণী:মৃত ব্যক্তি]] [[শ্ৰেণী:চুফী সন্ত]] twcrpcbowxpsx0a3571gna59ed8z42k ৰুমী 0 728 26964 18399 2026-06-09T14:13:30Z Pranamikaadhikary 18 removed [[Category:পৰিচয় অংশৰ প্ৰয়োজন থকা পৃষ্ঠা]] using [[Help:Gadget-HotCat|HotCat]] 26964 wikitext text/x-wiki [[File:مولانا اثر حسین بهزاد (cropped).jpg|thumb|শিল্পীৰ তুলিকাত জালাল উদ্দিন মহম্মদ ৰুমী]] '''জালাল আল-দিন মহম্মদ ৰুমী''' বা '''জালাল আদ-দিন মহম্মদ বালখি''' (৩০ ছেপ্টেম্বৰ ১২০৭ – ১৭ ডিচেম্বৰ ১২৭৩) এজন আফগান দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, কবি তথা শিক্ষক আছিল। এওঁক জালালুদ্দিন ৰুমী বা কেৱল ৰুমী বুলিও জনা যায়। ==উদ্ধৃতিসমূহ== # মই মন্দিৰ, মছজিদ, গিৰ্জা সকলোতে বিচাৰিলোঁ, কিন্তু নিজৰ অন্তৰতহে ভগৱানক বিচাৰি পালোঁ।<ref>[https://web.archive.org/web/20211125123100/https://niyomiyabarta.com/epaper/21112021/page6.php নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ, ২০২১]</ref> ==লগতে চাওক== *[[কাজী নজৰুল ইছলাম]] ==উৎস== {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia|ৰুমী}} [[Category:কবি]] [[Category:দাৰ্শনিক]] qzhbrq6mhqe4avzfi8gka0fm6e2t2m7 26965 26964 2026-06-09T14:13:57Z Pranamikaadhikary 18 added [[Category:আফগানিস্থানৰ ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]] 26965 wikitext text/x-wiki [[File:مولانا اثر حسین بهزاد (cropped).jpg|thumb|শিল্পীৰ তুলিকাত জালাল উদ্দিন মহম্মদ ৰুমী]] '''জালাল আল-দিন মহম্মদ ৰুমী''' বা '''জালাল আদ-দিন মহম্মদ বালখি''' (৩০ ছেপ্টেম্বৰ ১২০৭ – ১৭ ডিচেম্বৰ ১২৭৩) এজন আফগান দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, কবি তথা শিক্ষক আছিল। এওঁক জালালুদ্দিন ৰুমী বা কেৱল ৰুমী বুলিও জনা যায়। ==উদ্ধৃতিসমূহ== # মই মন্দিৰ, মছজিদ, গিৰ্জা সকলোতে বিচাৰিলোঁ, কিন্তু নিজৰ অন্তৰতহে ভগৱানক বিচাৰি পালোঁ।<ref>[https://web.archive.org/web/20211125123100/https://niyomiyabarta.com/epaper/21112021/page6.php নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ, ২০২১]</ref> ==লগতে চাওক== *[[কাজী নজৰুল ইছলাম]] ==উৎস== {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia|ৰুমী}} [[Category:কবি]] [[Category:দাৰ্শনিক]] [[শ্ৰেণী:আফগানিস্থানৰ ব্যক্তি]] dq1lmsdlx5mnpexl5iu9ot0t0x7s958 26966 26965 2026-06-09T14:16:43Z Pranamikaadhikary 18 added [[Category:চুফী সন্ত]] using [[Help:Gadget-HotCat|HotCat]] 26966 wikitext text/x-wiki [[File:مولانا اثر حسین بهزاد (cropped).jpg|thumb|শিল্পীৰ তুলিকাত জালাল উদ্দিন মহম্মদ ৰুমী]] '''জালাল আল-দিন মহম্মদ ৰুমী''' বা '''জালাল আদ-দিন মহম্মদ বালখি''' (৩০ ছেপ্টেম্বৰ ১২০৭ – ১৭ ডিচেম্বৰ ১২৭৩) এজন আফগান দাৰ্শনিক, ধৰ্মতত্ত্ববিদ, কবি তথা শিক্ষক আছিল। এওঁক জালালুদ্দিন ৰুমী বা কেৱল ৰুমী বুলিও জনা যায়। ==উদ্ধৃতিসমূহ== # মই মন্দিৰ, মছজিদ, গিৰ্জা সকলোতে বিচাৰিলোঁ, কিন্তু নিজৰ অন্তৰতহে ভগৱানক বিচাৰি পালোঁ।<ref>[https://web.archive.org/web/20211125123100/https://niyomiyabarta.com/epaper/21112021/page6.php নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ, ২০২১]</ref> ==লগতে চাওক== *[[কাজী নজৰুল ইছলাম]] ==উৎস== {{Reflist}} == বাহ্যিক সংযোগ == {{Wikipedia|ৰুমী}} [[Category:কবি]] [[Category:দাৰ্শনিক]] [[শ্ৰেণী:আফগানিস্থানৰ ব্যক্তি]] [[শ্ৰেণী:চুফী সন্ত]] izu7r9fw70v528zgrv8u9gacz56643t দিথ প্ৰাণ 0 3485 26955 26954 2026-06-09T14:02:39Z Pranamikaadhikary 18 26955 wikitext text/x-wiki [[File:Dith Pran.jpg|thumb|২০০৭ চনত দিথ প্ৰাণ]] '''দিথ প্ৰাণ''' (২৭ ছেপ্টেম্বৰ, ১৯৪২ – ৩০ মাৰ্চ, ২০০৮) এগৰাকীশৰণাৰ্থী আৰু কম্বোডিয়ান গণহত্যাৰ পৰা ৰক্ষা পোৱা এজন ফটো সাংবাদিক আছিল আৰু একাডেমী বঁটা বিজয়ী ছবি ''দ্য কিলিং ফিল্ডছ''ৰ বিষয়বস্তু আছিল। ছবিখনত তেওঁৰ চৰিত্ৰটো প্ৰথমবাৰৰ বাবে অভিনেতা হাইং এছ এংগৰে অভিনয় কৰি ফুটাই তুলিছিল, যিয়ে তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ একাডেমী বঁটা লাভ কৰিছিল। 19lsebpmusneleeeo61k7y46llg48yx 26956 26955 2026-06-09T14:04:03Z Pranamikaadhikary 18 26956 wikitext text/x-wiki [[File:Dith Pran.jpg|thumb|২০০৭ চনত দিথ প্ৰাণ]] [[File:Killing fields bones.jpg|thumb|চৌং এক হত্যা ক্ষেত্ৰ: খ্মেৰ ৰুজৰ সৈন্যই হত্যা কৰা সৰু ল’ৰা-ছোৱালীৰ হাড়।]] '''দিথ প্ৰাণ''' (২৭ ছেপ্টেম্বৰ, ১৯৪২ – ৩০ মাৰ্চ, ২০০৮) এগৰাকীশৰণাৰ্থী আৰু কম্বোডিয়ান গণহত্যাৰ পৰা ৰক্ষা পোৱা এজন ফটো সাংবাদিক আছিল আৰু একাডেমী বঁটা বিজয়ী ছবি ''দ্য কিলিং ফিল্ডছ''ৰ বিষয়বস্তু আছিল। ছবিখনত তেওঁৰ চৰিত্ৰটো প্ৰথমবাৰৰ বাবে অভিনেতা হাইং এছ এংগৰে অভিনয় কৰি ফুটাই তুলিছিল, যিয়ে তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ একাডেমী বঁটা লাভ কৰিছিল। bt0yvry0q21htq5cqzw16tb14g0u4qm 26957 26956 2026-06-09T14:06:46Z Pranamikaadhikary 18 26957 wikitext text/x-wiki [[File:Dith Pran.jpg|thumb|২০০৭ চনত দিথ প্ৰাণ]] [[File:Killing fields bones.jpg|thumb|চৌং এক হত্যা ক্ষেত্ৰ: খ্মেৰ ৰুজৰ সৈন্যই হত্যা কৰা সৰু ল’ৰা-ছোৱালীৰ হাড়।]] '''দিথ প্ৰাণ''' (২৭ ছেপ্টেম্বৰ, ১৯৪২ – ৩০ মাৰ্চ, ২০০৮) এগৰাকীশৰণাৰ্থী আৰু কম্বোডিয়ান গণহত্যাৰ পৰা ৰক্ষা পোৱা এজন ফটো সাংবাদিক আছিল আৰু একাডেমী বঁটা বিজয়ী ছবি ''দ্য কিলিং ফিল্ডছ''ৰ বিষয়বস্তু আছিল। ছবিখনত তেওঁৰ চৰিত্ৰটো প্ৰথমবাৰৰ বাবে অভিনেতা হাইং এছ এংগৰে অভিনয় কৰি ফুটাই তুলিছিল, যিয়ে তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ একাডেমী বঁটা লাভ কৰিছিল। ==উদ্ধৃতি== *মই নিজকে ৰাজনীতিবিদ বা নায়ক বুলি নাভাবোঁ। মই এজন দূত। কম্বোডিয়া যদি জীয়াই থাকিব লাগে তেন্তে কম্বোডিয়াক বহু কণ্ঠৰ প্ৰয়োজন।<ref>{{cite web |url = http://www.dailymail.co.uk/pages/live/articles/news/worldnews.html?in_article_id=550228&in_page_id=1811 |title = Hero of the Cambodian 'Killing Fields', Dith Pran, dies of cancer at 65 |date = 2008-03-31 |accessdate = 2008-03-31 |publisher = [[w:Daily Mail|Daily Mail]] }}</ref> ==উৎস== nrcq0u2pfibyy261elobtga9rek589p 26958 26957 2026-06-09T14:07:31Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26958 wikitext text/x-wiki [[File:Dith Pran.jpg|thumb|২০০৭ চনত দিথ প্ৰাণ]] [[File:Killing fields bones.jpg|thumb|চৌং এক হত্যা ক্ষেত্ৰ: খ্মেৰ ৰুজৰ সৈন্যই হত্যা কৰা সৰু ল’ৰা-ছোৱালীৰ হাড়।]] '''দিথ প্ৰাণ''' (২৭ ছেপ্টেম্বৰ, ১৯৪২ – ৩০ মাৰ্চ, ২০০৮) এগৰাকীশৰণাৰ্থী আৰু কম্বোডিয়ান গণহত্যাৰ পৰা ৰক্ষা পোৱা এজন ফটো সাংবাদিক আছিল আৰু একাডেমী বঁটা বিজয়ী ছবি ''দ্য কিলিং ফিল্ডছ''ৰ বিষয়বস্তু আছিল। ছবিখনত তেওঁৰ চৰিত্ৰটো প্ৰথমবাৰৰ বাবে অভিনেতা হাইং এছ এংগৰে অভিনয় কৰি ফুটাই তুলিছিল, যিয়ে তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ একাডেমী বঁটা লাভ কৰিছিল। ==উদ্ধৃতি== *মই নিজকে ৰাজনীতিবিদ বা নায়ক বুলি নাভাবোঁ। মই এজন দূত। কম্বোডিয়া যদি জীয়াই থাকিব লাগে তেন্তে কম্বোডিয়াক বহু কণ্ঠৰ প্ৰয়োজন।<ref>{{cite web |url = http://www.dailymail.co.uk/pages/live/articles/news/worldnews.html?in_article_id=550228&in_page_id=1811 |title = Hero of the Cambodian 'Killing Fields', Dith Pran, dies of cancer at 65 |date = 2008-03-31 |accessdate = 2008-03-31 |publisher = [[w:Daily Mail|Daily Mail]] }}</ref> *মোৰ জীৱনৰ এটা অংশ হৈছে জীৱন ৰক্ষা কৰা। ==উৎস== 07nr0t06eyqireo4q65bsx2rmiqdxdg 26959 26958 2026-06-09T14:07:58Z Pranamikaadhikary 18 /* উদ্ধৃতি */ 26959 wikitext text/x-wiki [[File:Dith Pran.jpg|thumb|২০০৭ চনত দিথ প্ৰাণ]] [[File:Killing fields bones.jpg|thumb|চৌং এক হত্যা ক্ষেত্ৰ: খ্মেৰ ৰুজৰ সৈন্যই হত্যা কৰা সৰু ল’ৰা-ছোৱালীৰ হাড়।]] '''দিথ প্ৰাণ''' (২৭ ছেপ্টেম্বৰ, ১৯৪২ – ৩০ মাৰ্চ, ২০০৮) এগৰাকীশৰণাৰ্থী আৰু কম্বোডিয়ান গণহত্যাৰ পৰা ৰক্ষা পোৱা এজন ফটো সাংবাদিক আছিল আৰু একাডেমী বঁটা বিজয়ী ছবি ''দ্য কিলিং ফিল্ডছ''ৰ বিষয়বস্তু আছিল। ছবিখনত তেওঁৰ চৰিত্ৰটো প্ৰথমবাৰৰ বাবে অভিনেতা হাইং এছ এংগৰে অভিনয় কৰি ফুটাই তুলিছিল, যিয়ে তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ একাডেমী বঁটা লাভ কৰিছিল। ==উদ্ধৃতি== *মই নিজকে ৰাজনীতিবিদ বা নায়ক বুলি নাভাবোঁ। মই এজন দূত। কম্বোডিয়া যদি জীয়াই থাকিব লাগে তেন্তে কম্বোডিয়াক বহু কণ্ঠৰ প্ৰয়োজন।<ref>{{cite web |url = http://www.dailymail.co.uk/pages/live/articles/news/worldnews.html?in_article_id=550228&in_page_id=1811 |title = Hero of the Cambodian 'Killing Fields', Dith Pran, dies of cancer at 65 |date = 2008-03-31 |accessdate = 2008-03-31 |publisher = [[w:Daily Mail|Daily Mail]] }}</ref> *মোৰ জীৱনৰ এটা অংশ হৈছে জীৱন ৰক্ষা কৰা।<ref>{{cite web |url = http://www.dailymail.co.uk/pages/live/articles/news/worldnews.html?in_article_id=550228&in_page_id=1811 |title = Hero of the Cambodian 'Killing Fields', Dith Pran, dies of cancer at 65 |date = 2008-03-31 |accessdate = 2008-03-31 |publisher = [[w:Daily Mail|Daily Mail]] }}</ref> ==উৎস== bassadwt6si5fufqdsz5w8y6k03xsaj 26960 26959 2026-06-09T14:08:40Z Pranamikaadhikary 18 26960 wikitext text/x-wiki [[File:Dith Pran.jpg|thumb|২০০৭ চনত দিথ প্ৰাণ]] '''দিথ প্ৰাণ''' (২৭ ছেপ্টেম্বৰ, ১৯৪২ – ৩০ মাৰ্চ, ২০০৮) এগৰাকীশৰণাৰ্থী আৰু কম্বোডিয়ান গণহত্যাৰ পৰা ৰক্ষা পোৱা এজন ফটো সাংবাদিক আছিল আৰু একাডেমী বঁটা বিজয়ী ছবি ''দ্য কিলিং ফিল্ডছ''ৰ বিষয়বস্তু আছিল। ছবিখনত তেওঁৰ চৰিত্ৰটো প্ৰথমবাৰৰ বাবে অভিনেতা হাইং এছ এংগৰে অভিনয় কৰি ফুটাই তুলিছিল, যিয়ে তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ একাডেমী বঁটা লাভ কৰিছিল। ==উদ্ধৃতি== *মই নিজকে ৰাজনীতিবিদ বা নায়ক বুলি নাভাবোঁ। মই এজন দূত। কম্বোডিয়া যদি জীয়াই থাকিব লাগে তেন্তে কম্বোডিয়াক বহু কণ্ঠৰ প্ৰয়োজন।<ref>{{cite web |url = http://www.dailymail.co.uk/pages/live/articles/news/worldnews.html?in_article_id=550228&in_page_id=1811 |title = Hero of the Cambodian 'Killing Fields', Dith Pran, dies of cancer at 65 |date = 2008-03-31 |accessdate = 2008-03-31 |publisher = [[w:Daily Mail|Daily Mail]] }}</ref> *মোৰ জীৱনৰ এটা অংশ হৈছে জীৱন ৰক্ষা কৰা।<ref>{{cite web |url = http://www.dailymail.co.uk/pages/live/articles/news/worldnews.html?in_article_id=550228&in_page_id=1811 |title = Hero of the Cambodian 'Killing Fields', Dith Pran, dies of cancer at 65 |date = 2008-03-31 |accessdate = 2008-03-31 |publisher = [[w:Daily Mail|Daily Mail]] }}</ref> ==উৎস== 6wtmgdg5xsun4y6fopmp0ev4qlhcnxr 26961 26960 2026-06-09T14:10:14Z Pranamikaadhikary 18 +[[শ্ৰেণী:কম্বোডিয়াৰ ব্যক্তি]]; +[[শ্ৰেণী:সাংবাদিক]] using [[Help:Gadget-HotCat|HotCat]] 26961 wikitext text/x-wiki [[File:Dith Pran.jpg|thumb|২০০৭ চনত দিথ প্ৰাণ]] '''দিথ প্ৰাণ''' (২৭ ছেপ্টেম্বৰ, ১৯৪২ – ৩০ মাৰ্চ, ২০০৮) এগৰাকীশৰণাৰ্থী আৰু কম্বোডিয়ান গণহত্যাৰ পৰা ৰক্ষা পোৱা এজন ফটো সাংবাদিক আছিল আৰু একাডেমী বঁটা বিজয়ী ছবি ''দ্য কিলিং ফিল্ডছ''ৰ বিষয়বস্তু আছিল। ছবিখনত তেওঁৰ চৰিত্ৰটো প্ৰথমবাৰৰ বাবে অভিনেতা হাইং এছ এংগৰে অভিনয় কৰি ফুটাই তুলিছিল, যিয়ে তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ একাডেমী বঁটা লাভ কৰিছিল। ==উদ্ধৃতি== *মই নিজকে ৰাজনীতিবিদ বা নায়ক বুলি নাভাবোঁ। মই এজন দূত। কম্বোডিয়া যদি জীয়াই থাকিব লাগে তেন্তে কম্বোডিয়াক বহু কণ্ঠৰ প্ৰয়োজন।<ref>{{cite web |url = http://www.dailymail.co.uk/pages/live/articles/news/worldnews.html?in_article_id=550228&in_page_id=1811 |title = Hero of the Cambodian 'Killing Fields', Dith Pran, dies of cancer at 65 |date = 2008-03-31 |accessdate = 2008-03-31 |publisher = [[w:Daily Mail|Daily Mail]] }}</ref> *মোৰ জীৱনৰ এটা অংশ হৈছে জীৱন ৰক্ষা কৰা।<ref>{{cite web |url = http://www.dailymail.co.uk/pages/live/articles/news/worldnews.html?in_article_id=550228&in_page_id=1811 |title = Hero of the Cambodian 'Killing Fields', Dith Pran, dies of cancer at 65 |date = 2008-03-31 |accessdate = 2008-03-31 |publisher = [[w:Daily Mail|Daily Mail]] }}</ref> ==উৎস== [[শ্ৰেণী:কম্বোডিয়াৰ ব্যক্তি]] [[শ্ৰেণী:সাংবাদিক]] p50ymze1za9lc9q04d3itrunxr4mfs3 শ্ৰেণী:কম্বোডিয়াৰ ব্যক্তি 14 3486 26962 2026-06-09T14:10:31Z Pranamikaadhikary 18 Created blank page 26962 wikitext text/x-wiki phoiac9h4m842xq45sp7s6u21eteeq1 26963 26962 2026-06-09T14:10:44Z Pranamikaadhikary 18 added [[Category:ৰাষ্ট্ৰীয়তা অনুসৰি ব্যক্তি]] using [[Help:Gadget-HotCat|HotCat]] 26963 wikitext text/x-wiki [[শ্ৰেণী:ৰাষ্ট্ৰীয়তা অনুসৰি ব্যক্তি]] ib476762ng5ue2jtcgz4ovl3xlf2th5 শ্ৰেণী:চুফী সন্ত 14 3487 26967 2026-06-09T14:17:27Z Pranamikaadhikary 18 Created blank page 26967 wikitext text/x-wiki phoiac9h4m842xq45sp7s6u21eteeq1 26968 26967 2026-06-09T14:17:59Z Pranamikaadhikary 18 added [[Category:ধৰ্ম প্ৰচাৰক]] using [[Help:Gadget-HotCat|HotCat]] 26968 wikitext text/x-wiki [[শ্ৰেণী:ধৰ্ম প্ৰচাৰক]] 0bqituqk12ivyoec7oxc572xrkfu5g0