ৱিকিউদ্ধৃতি
aswikiquote
https://as.wikiquote.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.6
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউদ্ধৃতি
ৱিকিউদ্ধৃতি বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
বিজয়লক্ষ্মী পণ্ডিত
0
3492
27017
2026-06-15T17:52:17Z
Pranamikaadhikary
18
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
27017
wikitext
text/x-wiki
'''বিজয়লক্ষ্মী পণ্ডিত''' (১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) আছিল এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ ষষ্ঠ ৰাজ্যপাল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮ম সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা আছিল। তেওঁৰ ভাতৃ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ভতিজী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু ভাগিন-নাতি ৰাজীৱ গান্ধী ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল।
iiv4gyqsbcfriqy6fj0tpsmwmawmuvu
27018
27017
2026-06-15T17:53:15Z
Pranamikaadhikary
18
27018
wikitext
text/x-wiki
[[File:Vijaya Lakshmi Pandit 1965b.jpg|thumb|১৯৬৫ চনত বিজয়লক্ষ্মী পণ্ডিত]]
'''বিজয়লক্ষ্মী পণ্ডিত''' (১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) আছিল এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ ষষ্ঠ ৰাজ্যপাল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮ম সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা আছিল। তেওঁৰ ভাতৃ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ভতিজী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু ভাগিন-নাতি ৰাজীৱ গান্ধী ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল।
ta9yjvfpjb0xc80w13n2v3ugdygtrzr
27019
27018
2026-06-15T17:56:13Z
Pranamikaadhikary
18
27019
wikitext
text/x-wiki
[[File:Vijaya Lakshmi Pandit 1965b.jpg|thumb|১৯৬৫ চনত বিজয়লক্ষ্মী পণ্ডিত]]
'''বিজয়লক্ষ্মী পণ্ডিত''' (১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) আছিল এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ ষষ্ঠ ৰাজ্যপাল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮ম সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা আছিল। তেওঁৰ ভাতৃ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ভতিজী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু ভাগিন-নাতি ৰাজীৱ গান্ধী ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল।
==উদ্ধৃতি==
#সুদূৰ অতীতত আন বহু দেশৰ দৰে ভাৰততো শিক্ষাৰ সকলো স্বীকৃতিপ্ৰাপ্ত শাখাতে ধৰ্মীয় আৰু দাৰ্শনিক পক্ষপাতিত্ব আছিল। শিক্ষা কেৱল জীৱিকা উপাৰ্জনৰ মাধ্যম বা ধন-সম্পত্তি আহৰণৰ আহিলা নাছিল। ই আছিল আত্মাৰ জীৱনৰ দীক্ষা, সত্যৰ সন্ধান আৰু গুণৰ অনুশীলনৰ মানৱ আত্মাৰ প্ৰশিক্ষণ।
eh0xzgrsqgg2nb0ttqyq6a8rt0390mf
27020
27019
2026-06-15T17:57:09Z
Pranamikaadhikary
18
/* উদ্ধৃতি */
27020
wikitext
text/x-wiki
[[File:Vijaya Lakshmi Pandit 1965b.jpg|thumb|১৯৬৫ চনত বিজয়লক্ষ্মী পণ্ডিত]]
'''বিজয়লক্ষ্মী পণ্ডিত''' (১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) আছিল এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ ষষ্ঠ ৰাজ্যপাল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮ম সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা আছিল। তেওঁৰ ভাতৃ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ভতিজী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু ভাগিন-নাতি ৰাজীৱ গান্ধী ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল।
==উদ্ধৃতি==
#সুদূৰ অতীতত আন বহু দেশৰ দৰে ভাৰততো শিক্ষাৰ সকলো স্বীকৃতিপ্ৰাপ্ত শাখাতে ধৰ্মীয় আৰু দাৰ্শনিক পক্ষপাতিত্ব আছিল। শিক্ষা কেৱল জীৱিকা উপাৰ্জনৰ মাধ্যম বা ধন-সম্পত্তি আহৰণৰ আহিলা নাছিল। ই আছিল আত্মাৰ জীৱনৰ দীক্ষা, সত্যৰ সন্ধান আৰু গুণৰ অনুশীলনৰ মানৱ আত্মাৰ প্ৰশিক্ষণ।<ref>[https://www.google.com/books/edition/The_Evolution_of_India/xjoEAAAAYAAJ?hl=en ''The Evolution of India''] (1958), p. 19.
</ref>
==উৎস==
khno1mjs5c9jpsmigjhsxin0dqvc9kp
27021
27020
2026-06-15T17:59:51Z

==বাহ্যিক সংযোগ==
*[[:W:বিজয়লক্ষ্মী পণ্ডিত|বিজয়লক্ষ্মী পণ্ডিত]]
==উৎস==
1005nhzsvyl7yqg0xqayu0z0vgkzie3
27022
27021
2026-06-15T18:01:53Z
Pranamikaadhikary
18
+[[শ্ৰেণী:ভাৰতীয় নাৰী]]; +[[শ্ৰেণী:মৃত ব্যক্তি]]; +[[শ্ৰেণী:কূটনীতিবিদ]]; +[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]; +[[শ্ৰেণী:ৰাজনীতিবিদ]] using [[Help:Gadget-HotCat|HotCat]]
27022
wikitext
text/x-wiki
[[File:Vijaya Lakshmi Pandit 1965b.jpg|thumb|১৯৬৫ চনত বিজয়লক্ষ্মী পণ্ডিত]]
'''বিজয়লক্ষ্মী পণ্ডিত''' (১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) আছিল এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ ষষ্ঠ ৰাজ্যপাল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮ম সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা আছিল। তেওঁৰ ভাতৃ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ভতিজী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু ভাগিন-নাতি ৰাজীৱ গান্ধী ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল।
==উদ্ধৃতি==
#সুদূৰ অতীতত আন বহু দেশৰ দৰে ভাৰততো শিক্ষাৰ সকলো স্বীকৃতিপ্ৰাপ্ত শাখাতে ধৰ্মীয় আৰু দাৰ্শনিক পক্ষপাতিত্ব আছিল। শিক্ষা কেৱল জীৱিকা উপাৰ্জনৰ মাধ্যম বা ধন-সম্পত্তি আহৰণৰ আহিলা নাছিল। ই আছিল আত্মাৰ জীৱনৰ দীক্ষা, সত্যৰ সন্ধান আৰু গুণৰ অনুশীলনৰ মানৱ আত্মাৰ প্ৰশিক্ষণ।<ref>[https://www.google.com/books/edition/The_Evolution_of_India/xjoEAAAAYAAJ?hl=en ''The Evolution of India''] (1958), p. 19.
</ref>
==বাহ্যিক সংযোগ==
*[[:W:বিজয়লক্ষ্মী পণ্ডিত|বিজয়লক্ষ্মী পণ্ডিত]]
==উৎস==
[[শ্ৰেণী:ভাৰতীয় নাৰী]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:কূটনীতিবিদ]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
[[শ্ৰেণী:ৰাজনীতিবিদ]]
rxn2ej0w2g5fgp6m5gc92jyt70cime3
27023
27022
2026-06-15T18:03:56Z
Pranamikaadhikary
18
27023
wikitext
text/x-wiki
[[File:Vijaya Lakshmi Pandit 1965b.jpg|thumb|১৯৬৫ চনত বিজয়লক্ষ্মী পণ্ডিত]]
'''বিজয়লক্ষ্মী পণ্ডিত''' (১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) আছিল এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনীতিবিদ। তেওঁ মহাৰাষ্ট্ৰৰ ষষ্ঠ ৰাজ্যপাল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮ম সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা আছিল। তেওঁৰ ভাতৃ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ভতিজী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু ভতিজা-নাতি ৰাজীৱ গান্ধী ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল।
==উদ্ধৃতি==
#সুদূৰ অতীতত আন বহু দেশৰ দৰে ভাৰততো শিক্ষাৰ সকলো স্বীকৃতিপ্ৰাপ্ত শাখাতে ধৰ্মীয় আৰু দাৰ্শনিক পক্ষপাতিত্ব আছিল। শিক্ষা কেৱল জীৱিকা উপাৰ্জনৰ মাধ্যম বা ধন-সম্পত্তি আহৰণৰ আহিলা নাছিল। ই আছিল আত্মাৰ জীৱনৰ দীক্ষা, সত্যৰ সন্ধান আৰু গুণৰ অনুশীলনৰ মানৱ আত্মাৰ প্ৰশিক্ষণ।<ref>[https://www.google.com/books/edition/The_Evolution_of_India/xjoEAAAAYAAJ?hl=en ''The Evolution of India''] (1958), p. 19.
</ref>
==বাহ্যিক সংযোগ==
*[[:W:বিজয়লক্ষ্মী পণ্ডিত|বিজয়লক্ষ্মী পণ্ডিত]]
==উৎস==
[[শ্ৰেণী:ভাৰতীয় নাৰী]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:কূটনীতিবিদ]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
[[শ্ৰেণী:ৰাজনীতিবিদ]]
6yf7r0897pqs1jgsch5z2ww19pgxr5t
স্বাতী মালিৱাল
0
3493
27024
2026-06-16T07:45:06Z
Pranamikaadhikary
18
ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
27024
wikitext
text/x-wiki
'''স্বাতী মালিৱাল''' (জন্ম ১৫ অক্টোবৰ ১৯৮৪) এগৰাকী ভাৰতীয় কৰ্মী আৰু ৰাজনীতিবিদ যিয়ে ২০১৫ চনৰ জুলাই মাহৰ পৰা দিল্লী আয়োগৰ বৰ্তমানৰ অধ্যক্ষ।মালিৱাল আছিল সমাজ কৰ্মী আন্না হাজাৰে আৰু অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত ভাৰত দুৰ্নীতি বিৰোধী আন্দোলনৰ মূল সদস্য।
==উদ্ধৃতি==
2t5wbm15h6p366wg5nm4o2lar8p5rxc