ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.45.0-wmf.4 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk সূচী:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf 106 70193 203524 195180 2025-06-08T14:42:48Z JyotiPN 1603 203524 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=তৰ্পণ |Language=as |Volume= |Author=ৰত্নকান্ত বৰকাকতী |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year=1947 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist 1="বেটুপাত" 2="আগকথা" 3="শুধৰণি" 4="1" /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} gm61oyt26olab5swzyei2izf2fq9saw পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/২ 104 72952 203538 202243 2025-06-09T11:38:41Z দিব্য দত্ত 575 203538 proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{| style="font-size:20px" |- |{{Xxx-larger|ম}} |rowspan="11"|{{Css image crop |Image = মহাত্মাৰ_সংক্ষিপ্ত_জীৱনী.pdf |Page = 2 |bSize = 425 |cWidth = 86 |cHeight = 120 |oTop = 240 |oLeft = 170 |Location = center |Description = }} |- |{{Xxx-larger|হা}} |- |{{X-larger|ত্মা}} |- |{{Xxx-larger|ৰ}} |- | |- |{{Xxx-larger|সং}} |- |{{Xxx-larger|ক্ষি}} |- |{{Xxx-larger|প্ত}} |- | |- |{{Xxx-larger|জী}} |- |{{Xxx-larger|ৱ}} |- |{{Xxx-larger|নী}} |{{Xxx-larger|— শ্ৰীগোপীনাথ বৰদলৈ৷}} |}<noinclude></noinclude> 8hiv1a4t9tzhjhq1fuy3sxornso8dgs 203539 203538 2025-06-09T11:39:23Z দিব্য দত্ত 575 203539 proofread-page text/x-wiki <noinclude><pagequality level="1" user="প্ৰয়াসী বৰঠাকুৰ" /></noinclude>{| style="font-size:20px" |- |{{Xxx-larger|ম}} |rowspan="11"|{{Css image crop |Image = মহাত্মাৰ_সংক্ষিপ্ত_জীৱনী.pdf |Page = 2 |bSize = 425 |cWidth = 86 |cHeight = 120 |oTop = 240 |oLeft = 170 |Location = center |Description = }} |- |{{Xxx-larger|হা}} |- |{{Xxx-larger|ত্মা}} |- |{{Xxx-larger|ৰ}} |- | |- |{{Xxx-larger|সং}} |- |{{Xxx-larger|ক্ষি}} |- |{{Xxx-larger|প্ত}} |- | |- |{{Xxx-larger|জী}} |- |{{Xxx-larger|ৱ}} |- |{{Xxx-larger|নী}} |{{X-larger|— শ্ৰীগোপীনাথ বৰদলৈ৷}} |}<noinclude></noinclude> 0rsv3pmfnebtu66u6gx4oadu1t69tbm পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৩ 104 72953 203520 202244 2025-06-08T14:26:41Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 203520 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>প্ৰকাশক :—
{{gap}}শ্ৰীগোপীনাথ বৰদলৈ
{{gap}}{{gap}}পোঃ ৰহা।
{{gap}}{{gap}}নগাওঁ, অসম। {{Dhr|6em}} '''{{Rule|10em}}''' {{center|'''মূল্য :—॥৵৹ অনা।'''}} '''{{Rule|10em}}''' {{Dhr|6em}} {{Right|<poem>ছপাশাল :— শেৱালি প্ৰেছ, নগাওঁ। শ্ৰীকমল চন্দ্ৰ বড়াৰ দ্বাৰা মুদ্ৰিত</poem>}}<noinclude></noinclude> jkzbf78cxzdqj2i1cftxl8n8ybyzehe 203521 203520 2025-06-08T14:31:55Z JyotiPN 1603 203521 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>প্ৰকাশক :—
{{gap}}{{larger|শ্ৰীগোপীনাথ বৰদলৈ}}
{{gap}}{{gap}}পোঃ ৰহা।
{{gap}}{{gap}}নগাওঁ, অসম। {{Dhr|6em}} '''{{Rule|10em}}''' {{Rule|12em}} {{center|{{larger|'''মূল্য :—॥৵৹ অনা।'''}}}} {{Rule|12em}} '''{{Rule|10em}}''' {{Dhr|6em}} {{Right|<poem>ছপাশাল :— {{larger|শেৱালি প্ৰেছ, নগাওঁ।}} শ্ৰীকমল চন্দ্ৰ বড়াৰ দ্বাৰা মুদ্ৰিত</poem>}}<noinclude></noinclude> i90kdw4mywrpxtyyi0ctcowbijtbvdz 203522 203521 2025-06-08T14:32:24Z JyotiPN 1603 203522 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>প্ৰকাশক :—
{{gap}}{{larger|শ্ৰীগোপীনাথ বৰদলৈ}}
{{gap}}{{gap}}পোঃ ৰহা।
{{gap}}{{gap}}নগাওঁ, অসম। {{Dhr|6em}} '''{{Rule|12em}}''' {{Rule|12em}} {{center|{{larger|'''মূল্য :—॥৵৹ অনা।'''}}}} {{Rule|12em}} '''{{Rule|12em}}''' {{Dhr|6em}} {{Right|<poem>ছপাশাল :— {{larger|শেৱালি প্ৰেছ, নগাওঁ।}} শ্ৰীকমল চন্দ্ৰ বড়াৰ দ্বাৰা মুদ্ৰিত</poem>}}<noinclude></noinclude> gs3evu6cb1atruzwcobzf2tumxaulfi 203523 203522 2025-06-08T14:33:14Z JyotiPN 1603 203523 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude>প্ৰকাশক :—
{{gap}}{{larger|শ্ৰীগোপীনাথ বৰদলৈ}}
{{gap}}{{gap}}পোঃ ৰহা।
{{gap}}{{gap}}নগাওঁ, অসম। {{Dhr|6em}} '''{{Rule|12em}}''' {{Rule|12em}} {{center|{{larger|'''মূল্য :—॥৵৹ অনা।'''}}}} {{Rule|12em}} '''{{Rule|12em}}''' {{Dhr|6em}} {{Right|<poem>ছপাশাল :— {{larger|শেৱালি প্ৰেছ, নগাওঁ।}} শ্ৰীকমল চন্দ্ৰ বড়াৰ দ্বাৰা মুদ্ৰিত</poem>}}<noinclude></noinclude> f1xmzt2psfmbjrdx2v1k12l7lsuxv42 পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৫ 104 72956 203525 202249 2025-06-08T14:50:44Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 203525 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{center|<poem>ইয়াত লিখা কথা যিনি মহাত্মাৰ শ্ৰাদ্ধৰ দিনা ৰহাৰ ৰাজহুৱা সভাত পাঠ কৰিবলৈ সংগ্ৰহ কৰি লিখা হয়।</poem>}} {| {{ts|wa|mc}} | {{ts|ar}} |{{larger|'''শ্ৰীগোপীনাথ বৰদলৈ,'''}}
উক্ত সভাৰ সভাপতি,{{gap|1em}}
ৰহা।{{gap|4em}}
১২|২|৪৮{{gap|3em}} |}<noinclude></noinclude> 4hsvmgci606o2ql5on8x6qwz3srzttp 203526 203525 2025-06-08T14:51:11Z JyotiPN 1603 203526 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{Dhr|4em}} {{center|<poem>ইয়াত লিখা কথা যিনি মহাত্মাৰ শ্ৰাদ্ধৰ দিনা ৰহাৰ ৰাজহুৱা সভাত পাঠ কৰিবলৈ সংগ্ৰহ কৰি লিখা হয়।</poem>}} {| {{ts|wa|mc}} | {{ts|ar}} |{{larger|'''শ্ৰীগোপীনাথ বৰদলৈ,'''}}
উক্ত সভাৰ সভাপতি,{{gap|1em}}
ৰহা।{{gap|4em}}
১২|২|৪৮{{gap|3em}} |}<noinclude></noinclude> 2asdjyrt0rpxz6qbzif0lqpvz3h5luw পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৬ 104 72957 203527 202250 2025-06-08T16:01:07Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 203527 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" /></noinclude> {{center|শ্ৰীশ্ৰীহৰি সহায়॥}} {{center|{{X-larger|'''—: মহাত্মাৰ সংক্ষিপ্ত জিৱনী :—'''}}}} {{Css image crop |Image = মহাত্মাৰ_সংক্ষিপ্ত_জীৱনী.pdf |Page = 6 |bSize = 425 |cWidth = 105 |cHeight = 26 |oTop = 114 |oLeft = 134 |Location = center |Description = }} {{center|{{X-larger|'''বংশ পৰিচয়'''}}}} {{gap}}গান্ধী শব্দে গলামাল বিক্ৰি কৰা দোকানীক বুজায়। ই গুজৰাটি ভাষাৰ শব্দ। বাঙ্গালাত সুদি, আমাৰ ভাষাত দোকানী বুলিয়েই কয়। ইং ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধীজীৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম কাবা বা কৰম চাঁদ গান্ধী। মাকৰ নাম পুতলীবাই। জন্ম স্থান গুজৰাট প্ৰদেশৰ পুৰন্দৰ নামে ঠাই। ব্যৱসায় হিচাবে যদিও ওপৰি পুৰুষে গলামালৰ দোকানী কাম কৰিছিল, কিন্তু তিনি পুৰুষৰ আগৰ পৰা পুৰন্দৰ ৰজাৰ মন্ত্ৰীত্ব কৰিছিল। কৰমচাঁদ গান্ধীয়ে শেষ জীৱনত ৰাজকোট আৰু ভাঁৰাকানৰ দেৱান কাম কৰি ৰাজকোটৰ পৰা পেন্সন লাভ কৰিছিল। ভাৰতৰ পশ্চিম ফালৰ কোনো কোনো লোকে নিজ নামৰ লগতে বাপেকৰ নামটোও লগ লগাই লয়। সেইবাবে তেখেতৰ নিজ নাম মোহনদাস হলেও পিতাকৰ নামে সৈতে মোহনদাস কৰমচাঁদ গান্ধী বুলি লিখে। মহাত্মাৰ ওপৰি পুৰুষ সকল বিদ্বান, সৰল প্ৰকৃতিৰ আৰু সমাজৰ নেত্ৰীস্থানীয় লোক আছিল। শাস্ত্ৰত লিখা<noinclude></noinclude> pfl8dxvupv05vem251pok52rdsfcxm9 পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৭ 104 72958 203528 202251 2025-06-08T16:20:50Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 203528 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|(২)}}</noinclude>আছে, কোটি কোটি জন্মৰ পুণ্যৰ বলেৰেহে মানুহে সজ লোকৰ ঘৰত জন্ম লৈ বিদ্বান, সাধু আৰু পৰোপকাৰী হব পাৰে। এই মোহন দাস গান্ধীৰ ওপৰিপুৰুষ সকলো সেইদৰে নানা জন্মৰ সঞ্চিত সুকৃৰ্ত্তিৰ ফালেৰে ভাৰতৰ সৌভাগ্যৰ হেতু অৱতৰণ হৈ জগতৰ পুঞ্জিকৃত পুণ্য স্বৰুপ মানৱ সূৰ্য্যমোহন দাস গান্ধীক উদ্ভৱ কৰিলে। {{gap}}যেতিয়া ধৰ্ম্মৰ গ্লানী হৈ অধৰ্ম্মৰ প্ৰাদুৰ্ভাব হয়, তেতিয়া অধৰমীক বিনাশ কৰি সাধু আৰু সত্যক ৰক্ষাৰ কৰিণে স্বয়ং ভগৱানে মনুষ্যৰূপে অৱতাৰ হয়। ই শাস্ত্ৰৰ সন্মত আৰু যুগে যুগে ঘটি থকা স্বাভাৱিক ৰীতি। পৃথিবী হবৰে পৰা প্ৰাণীৰ উৎকৰ্ষ সাধনলৈকে দশ অৱতাৰ আৰু মানুহৰ চৰিত্ৰ পৰিবৰ্ত্তন কৰি ধৰ্ম্মনীতি ও ৰাজনীতি সালসলনি কৰিবৰ নিমিত্তে চতুব্বিংশতি অৱতাৰৰ কথা উল্লেখ আছে। এই প্ৰত্যেকটো অৱতাৰতেই ধৰ্ম্ম আৰু ৰাজনৈতিক পৰিবৰ্ত্তনৰ কথা উল্লেখ আছে। এই সকলৰ বাহিৰেও পৃথিবীত কিমান যুগমানবে গঙ্গাৰ দৰে আবিৰ্ভাব হৈ মনুষ্য সমাজক সদাই পখালি আছে, তাৰ লেখ পোৱা অসম্ভৱ। ভাৰতত কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিচৰ পৰাই চক্ৰবৰ্ত্তী ৰজাৰ অভাৱ হল। তেতিয়াৰ পৰাই ভাৰত খণ্ড বিখণ্ড হৈ সৰু সৰু নানা ৰাজ্যত বিভক্ত হল। ৰজা সকলৰ স্বেচ্ছাচাৰী আৰু অহঙ্কাৰী দোষত মিলা-প্ৰীতিৰ ভাৱ সমূলি নাছিল। সেইবাবেই ১১৯৩ খৃষ্টাব্দত খাটি হিন্দুস্থানত<noinclude></noinclude> jjdd84d00ttkghxym5t17j5jlpk30mt পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৮ 104 72959 203529 202252 2025-06-08T16:26:08Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 203529 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|(৩)}}</noinclude>বিদেশী আৰু বিধৰ্ম্মীৰ প্ৰাদুৰ্ভাব হল। সম্ৰাট আকবৰৰ বাহিৰে কোনো মুছলমান ৰজাই ভাৰতৰ হিন্দু প্ৰজাৰ ওপৰত সৎব্যৱহাৰ কৰাৰ প্ৰমান পোৱা নাযায়। ইয়াৰ ফলত ধৰ্ম্ম আৰু ৰাজনৈতিক অৱস্থাই অতি ভীষণ মূৰ্ত্তি ধাৰণ কৰিছিল। সেই সময়ত প্ৰজাৰ শান্তি আৰু সনাতন ধৰ্ম্মৰ ৰক্ষাৰ কাৰণে নানক, গুৰু গোবিন্দ প্ৰভৃতি নাম লৈ স্বয়ং ভগৱান আবিৰ্ভাব হৈছিল। বৃটিছ শাসনৰ সময়ৰ পৰা ইয়াক যদিও বাহিৰে মিল-মিলিয়া দেখা গৈছিল, ভিতৰে কিন্তু দুগুণ কূট আৰু বিভেদ নীতিৰ ঘূণে খাই খুন্‌খুণীয়া কৰিছিল। শিক্ষাৰ আভাস দি চো মুখা পিন্ধাই ভাৱৰীয়া নচুৱালে। কিছুমানে সেই তালতে নাচি সু-সভ্যৰ সাজ পিন্ধি নিজক ধন্য মানিলে। বিজুলিৰ পোহৰতো চাৰিচকুৱা হৈও সহোদৰ ভাই-ভনীক চিনি নোপোৱাত পৰিল। আন পক্ষে ধৰ্ম্মৰ ধ্বজা ধৰি ঘৃণনীয় আৰু সমাজৰ অপকাৰী বৰ্ণভেদ প্ৰথা বুকুত বান্ধি অস্পৃশ্য প্ৰকোপ বঢ়াই নিজৰ ভাই-ভনীক শিয়াল কুকুৰতকৈও অপকৃষ্ট বুলি ভাবিবলৈ ধৰিলে। প্ৰকৃত ধৰ্ম্ম কি তাৰ বিচাৰ এৰি অহং ভাৱত মতলীয়া হল। নিষ্পেষিত আৰু নিৰ্জ্জাতিত কোটি কোটি নৰ-নাৰীৰ কৰুণ কণ্ঠস্বৰ বিনাতাৰে পিতাৰ ত’ত প্ৰতিধ্বনিত হল। তেতিয়া কি আৰু পিতাই সহিব পাৰে? অতি ব্যস্ততাৰে অতি সোণকালে গোটেই পৃথিবীৰ ধৰ্ম্ম আৰু ৰাজনৈতিক কল্প<noinclude></noinclude> qfb7kft1qa8wlsj5z8k4ovmrulhj63l পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৯ 104 72960 203530 202253 2025-06-08T16:30:43Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 203530 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|(৪)}}</noinclude>পৰিবৰ্ত্তন কৰিবলৈ অহিংসা নীতিৰ প্ৰতীক স্বৰূপে ভাৰতৰ পশ্চিম প্ৰান্তত দ্বাপৰ যুগৰ পূৰ্ণকৃষ্ণ ভগৱন্ত আবিৰ্ভাব হোৱা প্ৰদেশত সুদৰ্শন চক্ৰ হাতত লৈ সেইজনেই পুন: আবিৰ্ভাব হলহি ১৮৬৯ খৃঃ অঃ। তেওঁৱেই বিপদ ভঞ্জন পতিত পাৱন দৰিদ্ৰৰ দুখ মোচন ভাৰতক দাসত্বৰ মুক্তিদাতা মোহন দাস কৰম চাঁদ গান্ধী। {{center|⸻}} {{center|{{X-larger|'''লৰাকাল'''}}}} {{gap}}যি মুলা বাঢ়ে দুপাততে চিন। তেখেত লৰা কালৰ পৰাই নম্ৰ শান্ত আৰু ধীৰ প্ৰকৃতিৰ লোক আছিল। পিতা মাতাৰ প্ৰতি প্ৰগাঢ় ভক্তি, সত্য পৰায়ণ আৰু ধৰ্ম্ম ভিৰু আছিল। পিতাকৰ শুশ্ৰূষাত বাধা জন্মে বুলি লগৰীয়াৰ লগত খেল-ধেমালি কৰিবলৈকো নগৈছিল। আমি নানা ৰকমৰ থিয়টাৰ, যাত্ৰা, ভাওনা আদি চাই ফুৰো, কিন্তু তাৰ পৰা কি কি উপদেশ গ্ৰহণ কৰো? পিচদিয়াৰ লগে লগে সকলো আমোদ বা দুখ পাহৰি যাওঁ। গান্ধীজী পাহৰা বিধৰ মানুহ নাছিল, প্ৰত্যেকৰ সাৰমৰ্ম্ম বাচিলৈ কাৰ্য্য-ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল। একলব্যৰ একাগ্ৰতা, ব্যাধৰ ভিতৃ ভক্তি, ৰাম আৰু হৰিশ্চন্দ্ৰৰ সত্য পালনৰ আদৰ্শ<noinclude></noinclude> lx8gfu937jom0ndo6t8bw7h9z8julrh পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১০ 104 72961 203531 202254 2025-06-08T16:36:39Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 203531 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{rh||( ৫ )|}}</noinclude> গান্ধীজীয়ে সম্পূৰ্ণৰূপে মানি চলিছিল। বাল্য জীৱনৰ দৃঢ় সংকল্পৰ দ্বাৰাই সম্পূৰ্ণ জীৱন গঢ়ি তুলিছিল। ছাত্ৰ জীৱনৰ কৰ্ত্তব্যত অলপো ক্ৰটি কৰা নাছিল। সহপাঠিৰ লগত সজ ব্যৱহাৰ, পঢ়াত মনোযোগ, শিক্ষকৰ উপদেশ পালন, আৰু শ্ৰদ্ধা-ভক্তি জ্ঞাপন এই বিলাক বিষয়ত সদাই আছল জোখত চলিছিল। শিক্ষা আৰু সজগুণৰ দ্বাৰাই চৰকাৰৰ ঘৰৰ পৰা জলপানী ভোগ কৰিবলৈ পাইছিল। দেশৰ আৰু সমাজৰ প্ৰচলিত ৰীতি অনুসাৰে ১৩ বছৰ বয়সত ছাত্ৰ জীৱনতেই বিবাহ কৰাইছিল। ১৮ বছৰ বয়সত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীন হৈ ১৮৮৭ খৃঃ অব্দত বিলাতত বাৰিষ্ঠাৰী পঢ়িবলৈ গৈছিল। বাল্য বিবাহৰ দ্বাৰ বিলাতলৈ যোৱা বিষয়ত যদিও উপকাৰ হৈছিল, তথাপি বাল্য বিবাহৰ কুফল অনুভব কৰি তাক সমৰ্থন কৰা নাছিল। সেই সময়ত বিলাতলৈ যোৱা ভাৰতীয় হিন্দুৰ জাত যোৱাৰ প্ৰথা আছিল। কাৰণ সাগৰ পাৰহৈ গলে পিতা মাতাৰ শ্ৰাদ্ধৰ অধিকাৰি হব নোৱাৰে। আনপক্ষে বিলাতৰ নিছিনা চেঁচা ঠাইত টিকিবলৈ মদ আৰু নানা জাতি জন্তুৰ মাংস খাব লগাত পৰে। গতিকে হিন্দুৰ ব্যৱস্থা মতে জাত যোৱাতো স্বাভাবিক। গান্ধীজী স্কুলত পঢ়ি থকা অৱস্থাতেই পিতৃ হীন হয়। পৰিয়ালৰ অন্য লোকৰ সাহায্যত হে বিলাতলৈ গৈছিল। বিলাতলৈ যোৱা বিষয়ত মাকৰ সমূলি মত নাছিল। বিলাতলৈ গৈ মদ<noinclude></noinclude> 6uteuhw8dhw78wbus0kl2og4c0zq9ur পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১৩ 104 72967 203533 202260 2025-06-08T16:50:44Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 203533 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ৮ )}}</noinclude>ৰাজকোট বোম্বাই প্ৰভৃতি ঠাইত বাৰিষ্টাৰী কৰে। সেই সময়ত আফ্ৰিকাত কাৰবাৰ কৰা দুজন ভাৰতীয সদাগৰৰ মাজত চল্লিছ হাজাৰ পাউণ্ডৰ অৰ্থাৎ ছয়লাখ টকাৰ এটা মোকৰ্দ্দমা চলিছিল। উক্ত মোকৰ্দ্দমাত সহায় কৰিবৰ কাৰণে এক পক্ষই গান্ধীজীক বাৰিষ্টাৰ নিযুক্ত কৰি আফ্ৰিকালৈ নিয়ে। ১৮৯৩ খৃঃঅব্দৰ মেই মাহৰ প্ৰায় শেষত আফ্ৰিকা পায় গৈ। ইয়েই গান্ধীজীৰ কুৰুক্ষেত্ৰ গমন অৰু ভাৰত মুক্তি অভিযানৰ সূত্ৰপাত। নাতালত মাত্ৰ ৭/৮ দিন মান হে আছিল। ইয়াৰ ভিতৰতে এদিন ডাৰবানৰ কোৰ্টলৈ যাওতে মাজিষ্ট্ৰেটে তেখেতক পাগুৰি খুলিবলৈ আদেশ দিয়ে। কাৰণ ভাৰতীয় ক’লা মানুহে আদালতত পাগুৰি মাৰি থাকিলে বগা হাকিমে বেয়া পায়। গান্ধীজীয়ে অপমান বোধ কৰি আদালতৰ পৰা নামি আহে। মোকৰ্দ্দমা হৈছিল ট্ৰান্সভালৰ প্ৰিতোৰীয়াত। সেই বাবে প্ৰিতোৰীয়াত যাবলৈ প্ৰথম শ্ৰেণীৰ টিকটলৈ ৰেলত উঠিল। গাড়ী গৈ নাতালৰ ৰাজধানী মৰিৎজবাৰ্গ পালেগৈ। তাত কেইজন মান গোৰাই প্ৰথম শ্ৰেণীত ভাৰতীয় মানুহ দেখা পাই অগ্নি শৰ্ম্মা হল। চিপাহী লগাই ঢাক্কা দি গান্ধীজীক নমাই দিলে। মাল বস্তুবোৰ দলিয়াই পেলালে। ৰেলগাড়ী গুছি গল। গোটেই ৰাতি অনাহাৰে অনিদ্ৰায় মহামাৰি জাৰত কঁপি ২ কটালে ইয়াতেই পৰাধীন ভাৰতৰ দুৰ্দ্দশাৰ<noinclude></noinclude> ldnimyerhnxz51a2b88uya8wg9f7d02 পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১৪ 104 72968 203534 202261 2025-06-08T17:54:51Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 203534 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ৯ )}}</noinclude>কথা ভাবি সৰ্ব্ব প্ৰথম আন্দোলনৰ গজালি ভুটকুৰীয়াই। পিচ দিনা অতি কষ্টে গৈ গাড়ীত চাৰ্লচ টাউন পালে গৈ। তাৰ পৰা জোহানেচ্‌বাৰ্গ যাবলৈ ঘোৰা গাড়ী ( চিগৰাম ) ভিন্ন আন উপায় নাছিল। ঘোৰা গাড়ীৰ টিকট লৈ উঠিবলৈ গল। গোৰা বিলাকে গাড়ীৰ ভিতৰত বহিবলৈ নিদি বাহিৰত গাৰোয়ানৰ ওচৰত বহিবলৈ দিলে। অপমানৰ টোপোলা বুকুত বান্ধি লৈ তাতে বহি গল। চিগৰাম গৈ পাৰডিকোপ পালেগৈ। এজন গোৰাই গাড়ীৰ ভিতৰৰ পৰা ওলায় আহি গান্ধীজী বহা ঠাইত বহিবলৈ ইচ্ছা কৰি তেখেতক গাৰোয়ানে ভৰি দিয়া ঠাইত বহিবলৈ কলে। গান্ধীজী তাত বহিবলৈ অমান্তি হোৱাত চাহাবটোৱে তেখেতক পাৰেমানে ঘুচিয়াবলৈ ধৰিলে আৰু হাতত ধৰি আজুৰি পেলাবলৈ যত্ন কৰিলে। পিতলৰ ডাণ্ডাত সাবতি ধৰি কোনোমতে থিয় হৈ ৰল। আন এজন যাত্ৰীয়ে বাধা জন্মোৱাত মাৰিবলৈ এৰি নানা অশ্লীল ভাষাৰে গালি পাৰি বহি গল। অতি কষ্টে জোহানেচ্‌ বাৰ্গ পালেগৈ। তাৰপৰা প্ৰিটোৰীয় যাবলৈ চেষ্টা কৰি পুনঃ প্ৰথম শ্ৰেণীৰ টিকট কিনিলে। গাৰ্ড চাহাবৰ নানা দাবি ধমকি খাই ও প্ৰথম শ্ৰেণীৰ গাড়ীতে গৈ প্ৰিটোৰীয়া পালেগৈ। তাত থকা ভাৰত বাসী সকলৰ লগত চিনা পৰিচয় হৈ নিজৰ দুখ আৰু অপমানৰ কথা জনালে। সিবিলাকেও যি যি অপমান ভোগ কৰি আছে তাকো তেখেতে শুনি দুখিত হ’ল।<noinclude></noinclude> 8039pbgqa7ny8ijtqmucsosx9oj748l পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১৫ 104 72975 203532 202268 2025-06-08T16:41:11Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 203532 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|(১০)}}</noinclude>কি উপায়ে এই বৰ্ণ বিদ্বেষ কলঙ্ক দূৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিবলৈ এখন ভাৰতীয় সভা আহ্বান কৰিলে। এই সভাত হিন্দু, মুছলমান, খৃষ্টান পাৰ্চি, ইহুদি প্ৰভৃতি সকলো ভাৰতীয় লোক উপস্থিত আছিল। এই সভাতেই গান্ধীজীয়ে প্ৰথম বক্তৃতা দিবলৈ আৰম্ভ কৰে। তেখেতৰ মনমোহা যুক্তিপূৰ্ণ কথা শুনি সকলো মোহিত হল। সকলো ভাৰত বাসীয়ে গান্ধীজীক মুখীয়াল কৰিলৈ আন্দোলন চলাবলৈ দৃঢ় সংকল্প কৰিলে। গান্ধীজীয়ে ভাৰতবাসীৰ সহায় আৰু সহানুভূতী পাই আফ্ৰিকাৰ বৃটিছ এজেণ্টৰ লগত আইন অনুসাৰে ভাৰতীয় লোকৰ প্ৰাপ্য সম্মান দাবি কৰি লিখা-লিখি কৰিবলৈ ধৰিলে। ফলত ভাৰতীয় লোকে আংশিক পৰিমানে অৰ্থাৎ অৱস্থা ভেদে ১ম আৰু ২য় শ্ৰেণীৰ গাড়ীত যাতায়তৰ সুবিধা পালে। আফ্ৰিকাৰ হোটেল বিলাকতো বৰ্ণ-বিদ্বেষ বৰ বেছি। ভাৰতীয় লোকক গোৰাৰ হোটেলত খাবলৈ আৰু থাকিবলৈকো নিদিয়ে। গান্ধীজীয়ে ভাৰতীয় চিনাকী মানুহ নোপোৱালৈকে অতিকষ্টে খোৱাৰ যোগাৰ কৰি লৈছিল। পাগুৰীৰ বিষয় আন্দোলন কৰি কোৰ্টত নিৰুপিত বাৰিষ্টাৰী পোচাক পিন্ধাৰ আদেশ পালে। আফ্ৰিকাত থকা ভাৰতীয় লোকৰ ভিতৰত শ্ৰমিকৰ সংখ্যাই সৰহ। এই শ্ৰমিক সকলে কোনো নিৰুপিত সময়ৰ নিমিত্তে গিৰমিট্‌ লিখাই দি বন্ধুৱা সোমাই। এই বিলাকক<noinclude></noinclude> sefqh0a4vd56ukxwomarfgfpe7ztgq4 পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১৬ 104 72977 203535 202270 2025-06-08T17:59:29Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 203535 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ১১ )}}</noinclude>গোৰা সকলে কুলি বুলি কয়। ভাৰতবাসী সৰহ ভাগেই যেতিয়া কুলি সেইবাবে গোৰাসকলৰ ধাৰণা যে, ভাৰতবাসী মাত্ৰেই কুলি। সেইবাবে ভাৰতীয় কেৰাণীক কুলি কেৰাণী, উকীলক কুলি উকীল আৰু গান্ধীজীক কুলি বাৰিষ্টাৰ বোলা হৈছিল। সকলো ভাৰতীয় লোকে পাগুৰি বান্ধে আৰু আদালত পাগুৰি খুলিব লাগে। সেইবাবে গান্ধীজীকো পাগুৰি খোলাৰ আদেশ দিছিল। গান্ধীজীয়ে প্ৰিটোৰীয়াত কিছুদিন থাকি ইচ্লাম আৰু খৃষ্টান ধৰ্ম্ম সম্পৰ্কেও গভীৰ ভাৱে আলোচনা কৰে। খৃষ্টান সকলে তেখেতক খৃষ্টান ধৰ্ম্ম গ্ৰহণ কৰিবলৈকো অনুৰোধ জনাইছিল। যাৰ মনৰ ভাৱ হিমালয় সদৃস অটল তেখেতে কি আনৰ প্ৰৰোচনালৈ কৰ্ণপাত কৰে। আফ্ৰিকাবাসী ভাৰতীয় সকলৰ ভাষাত মিল নাছিল। সভা-সমিতিত যাতে এটা ভাষাতে কথা কলেই সকলোৱে বুজে সেইবাবে সকলোকে ইংৰাজী শিকাই লৈছিল। ভাৰতীয় সকলে তেখেতক প্ৰগাঢ় শ্ৰদ্ধা ভক্তি আৰু বিশ্বাস কৰিছিল। আফ্ৰিকাবাসী গোৰা সকলে ভাৰতীয় লোকক কেনে ঘৃণনীয় ব্যৱহাৰ কৰে তাকো তেখেতে ভালদৰে বুজি পালে। এইবিলাক বাহিৰা বিষয় আন্দোলন কৰি ফুৰোতেই প্ৰায় এবছৰ শেষ হব লগা হল। মোকৰ্দ্দমাৰ বিচাৰৰ দিন চমু চাপিল। গান্ধীজীয়ে মোকৰ্দ্দমাৰ সমুদাই নথি আদি পঢ়ি জানিব পাৰিলে যে মোকৰ্দ্দমাটো অতি জটিল।আদালতত নিষ্পতি হোৱাতকৈ আপোচ<noinclude></noinclude> o4vtvizh859x2vhfm43r1gsa0julidq পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১৭ 104 72978 203536 202271 2025-06-08T18:07:10Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 203536 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ১২ )}}</noinclude>মীমাংসা কৰাই দিব পাৰিলে উভয় পক্ষৰ সুবিধা হয়। বিশেষতঃ উভয় পক্ষয় আত্মীয় লোক। সেই বাবে তেখেতে উভয় পক্ষকে বুজনি দি ৩৭০০ পাউণ্ড ( ৫৫৫০০৲ টকা ) কিস্তিমতে দিবলৈ মীমাংসা কৰি দিলে। ইয়াত উভয় পক্ষয় পৰম সন্তোষ হল। আফ্ৰিকালৈ যোৱাৰ উদ্দেশ্য সিদ্ধি হল। আনফালে এটি বছৰো পুৰা হৈ গল। দেশলৈ ফিৰাৰ উদ্দেশ্যে নাতাল পালেহি। তেখেতক বিদায় দিয়া সম্পৰ্কে ভাৰতীয় বৰ্গয় এখন সভা পাতিলে। সেই সভাত বহি থাকোতেই এখন {{SIC।খবৰা।খবৰ}} কাগজত “ইণ্ডিয়ান ফ্ৰেঞ্চাইজ” অৰ্থাৎ নাতালৰ ব্যৱস্থাপক সভাৰ সভ্য নিৰ্বাচনত ভাৰতীয় লোকৰ ভোট ৰদ কৰা। এই বিষয়ে ভাৰত বাসীৰ ভবিষ্যত অনিষ্টৰ কথা সকলোকে বুজাই দিলে। সিবিলাকে দেখিলে যে ই এখন ডাঙৰ যুঁজ, গান্ধীজীৰ বাহিৰে আন সেনাপতিয়ে এই ৰণ জিকিব নোৱাৰিব। সেইবাবে অন্ততঃ এমাহ থাকি ইয়াৰ শেষ মীমাংসা কৰি যাবলৈ অনুৰোধ জনালে। দেশ সেৱাৰ কাম বুলি নিজৰ ক্ষতি স্বীকাৰ কৰিও থাকিবলৈ মান্তি হল। ৰাইজে দিব খোজা খৰচো গ্ৰহণ নকৰি উকালতি কৰি চলিবলৈকে ঠিৰাং কৰিলে। ক’লা চামৰা এনে ঘৃণনীয় যে, প্ৰথমে উকালতি কৰিবলৈকো অনুমতি দিয়া নাছিল। তাতো এখন ভয়ানক যুদ্ধ কৰি অনুমতি পালে। ৰাইজৰ সেৱা কামকেই মুখ্য কৰি লৈ সাধাৰণ হিচাবে হে উকালতি কৰিছিল।<noinclude></noinclude> sck7dorxuujpy7fgzods093ebcfyryv পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/২৫ 104 72990 203537 202286 2025-06-08T18:13:04Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 203537 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ২০ )}}</noinclude>দৰে চহৰলৈ নাযাম। ইয়াকে থিৰাং কৰি সকলোৰে পিচত জাহাজৰ পৰা নামি ঘোড়া-গাড়ীত উঠিল। কেওফালৰ পৰা গান্ধী গান্ধী বুলি চিঞৰিবলৈ ধৰিলে। লগে লগে আক্ৰমণ আৰম্ভ হল। কিলৰ জাউৰী পৰিল। স্থিৰে থাকিব নোৱাৰি ধলং-পলংকৈ গৈ এঘৰ মানুহৰ বাৰিন্দাৰ ৰেলিঙত ধৰি থিয় হল। তাতোগৈ মৰিয়াবলৈ ধৰাত বিততহৈ পৰি গল। পুলিচ চাহাবৰ ঘৈণীয়েক সৌভাগ্যক্ৰমে সেইফালে গৈছিল। তেখেতে দয়াকৰি ছাটা মেলি আবৰি নৰখা হলে তাতেই শেষ হল হেতেন। গোটেই চহৰতে এই ঘটনা প্ৰকাশ হৈ হুলস্থুল লাগিল। কিছুমান ভাৰতীয় লোক খেদি আহিল। লগে লগে পুলিচ চাহাবো আহি পৰিল। সকলোৱে আগুৰি ধৰি এখন ঘোড়া-গাড়ীত তুলি ৰস্তুমজী ছেঠৰ ঘৰলৈ লৈ গল। ইয়াতে কস্তুৰীবাঈ আৰু লৰা কেইটিও আছিলগৈ। জনতাই গৈ ছেঠৰ ঘৰ বাড়ী আগুৰি ধৰি “গান্ধীক উলিয়াই দে বধ কৰো” বুলি চিঞৰীবলৈ ধৰিলে। পুলিচ চাহাৰ নিৰুপায় হৈ ছদ্মবেশি কৰাই গান্ধীজীক পলুৱাই পুলিচ-থানালৈ পঠাই দিলে। গোৰাবিলাকে ছেঠৰ ঘৰ তালাচ কৰি গান্ধীক নাপায় বিফল মনোৰথ হৈ ঘৰা-ঘৰি গল। কেইবাদিনো চিকিৎসাৰ পিচত আৰোগ্য হৈ ছেঠৰ ঘৰলৈ আহিল। তাৰ পিচত নিজৰ ঘৰ থিক কৰি লৈ তালৈ গল। কেইবাজনো বিশিষ্টলোকে অত্যাচাৰী বিলাকৰ ওপৰত মোকৰ্দ্দমা কৰিবলৈ<noinclude></noinclude> etnwugx2927qq3w67zupsqmigjgtz8t পৃষ্ঠা:শিশু-সাহিত্য.pdf/২ 104 73558 203519 2025-06-08T14:19:28Z JyotiPN 1603 /* লিখা নথকা */ 203519 proofread-page text/x-wiki <noinclude><pagequality level="0" user="JyotiPN" /></noinclude><noinclude></noinclude> c4vssvh8k90qs1o5skxsnkdos1t2ii5