ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.45.0-wmf.6
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
ৱিকিউৎস:GLAM/GLAM Project with Nanda Talukdar Foundation
4
72784
204225
203142
2025-06-19T18:47:07Z
JyotiPN
1603
204225
wikitext
text/x-wiki
{{TGLAM
| top_color = d33b33
| top_color2 = FFFFFF
| top_color3 = d33b33
| height_top = 8px
| width_left = 60
| image = Nanda Talukdar.jpg
| image_size = 200px
| GLAM_name = [https://ntfghy.org/ নন্দ তালুকদাৰ ফাউণ্ডেচন] গ্লেম
| presentation_text = [https://ntfghy.org/ নন্দ তালুকদাৰ ফাউণ্ডেচন] অসমৰ গুৱাহাটীৰ পূৱ শৰণীয়াস্থিত এটি অলাভজনক সংস্থা, যি অসমৰ সামাজিক ঐতিহ্য ৰক্ষাৰ মূল কেন্দ্ৰবিন্দু ৰূপে খ্যাতি আৰ্জিছে। এই প্ৰতিষ্ঠানে তেওঁলোকৰ [https://assamarchive.org/ ডিজিটাইজিং অসম] প্ৰকল্পৰ অধীনত অসমৰ বিভিন্ন ঠাইৰ, বিভিন্ন অনুষ্ঠানৰ সহযোগত ইতিমধ্যে ১৩ লাখ পৃষ্ঠা স্কেন সম্পন্ন কৰাৰ লগতে এই প্ৰকল্পৰ প্ৰসাৰৰ অৰ্থে কাম কৰি আছে। এই গ্লেম প্ৰকল্পত ‘ডিজিটাইজিং অসম’ প্ৰকল্পৰ কপিৰাইটমুক্ত স্কেন কিতাপসমূহ ৱিকিমিডিয়া কমন্সত অন্তৰ্ভুক্ত কৰাৰ লগতে অসমীয়া ৱিকিউৎসত ইউনিকোডলৈ ৰূপান্তৰ কৰি মুদ্ৰণ সংশোধনৰ বাবে এই কিতাপসমূহৰ সূচী পৃষ্ঠা তৈয়াৰ কৰা হ’ব।
| partners_list = [https://meta.wikimedia.org/wiki/Assamese_Wikimedia_Community অসমীয়া ৱিকিমিডিয়া সমাজ]
| partner_logo1 = Logo of Assamese Wikimedia Community.png
| partner_logo2 =
| glam_institutions = [https://ntfghy.org/ নন্দ তালুকদাৰ ফাউণ্ডেচন]
| ratification =
| commons_category = Books contributed by Nanda Talukdar Foundation
| wikipedia = yes
| commons = yes
| wikidata = yes
| wikibook =
| wikisource = yes
| wikispecies =
| wikinews =
| wikiversity =
| wikivoyage =
| entry_example =
| image_example =
| source_example =
| data_example =
| book_example =
| digitization_image =
| task_name_1 =
| task_name_2 =
| task_name_3 =
| task_name_4 =
| task_name_5 =
| task_name_6 =
| task_name_7 =
| task_name_8 =
| task_name_9 =
| task_name_10 =
| timeline = yes
| publication_1 =
| publication_2 =
| publication_3 =
| report_1 = [https://outreach.wikimedia.org/wiki/GLAM/Newsletter/May_2025/Contents/India_report এপ্ৰিল, ২০২৫ গ্লেম নিউজলেটাৰ]
| report_2 =
| report_3 =
| report_4 =
| report_5 =
| report_6 =
| key = GLAMNTF
| activity_1 =
| activity_2 =
| activity_3 =
| resource_1 =
| resource_2 =
| resource_3 =
| contact_wiki = JyotiPN|প্ৰাণজ্যোতি নাথ
| contact_institution = মৃণাল তালুকদাৰ
| contact_email_institution = mrinal.talukdar@gmail.com
| institution_website = https://assamarchive.org/
| department_webpage =
| include_cat =
| shortcut = GLAMNTF
| glamwikidashboard_shortcut =
[[শ্ৰেণী:GLAM]]
[[শ্ৰেণী:ৱিকিউৎস]]
ktojjhia8hst1wcfx0adjjyie5j9vqs
ৱিকিউৎস:GLAM/GLAM Project with Jagannath Barooah College, Jorhat/সময়ক্ৰম
4
73571
204226
203699
2025-06-19T18:54:27Z
JyotiPN
1603
204226
wikitext
text/x-wiki
* ২৪ নৱেম্বৰ, ২০২৪ তাৰিখে, [https://jbu.ac.in/ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ] [https://jbu.ac.in/index.php/facilities/krishna-kanta-handiqui-central-library কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় পুথিভঁৰালৰ] কপিৰাইট মুক্ত অসমীয়া কিতাপসমূহ অসমীয়া ৱিকিউৎসলৈ প্ৰদান কৰিবলৈ অনুৰোধ জনাই [https://en.wikipedia.org/wiki/Jorhat_district যোৰহাটৰ] এগৰাকী সক্ৰিয় সমাজ কৰ্মী তথা উদ্যোগী গোপাল দত্ত আৰু অসমীয়া ৱিকিমিডিয়া সমাজৰ সেচ্ছাসেৱী [[m:JyotiPN|প্ৰাণজ্যোতি নাথে]] মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ [https://jbu.ac.in/index.php/administration/principal উৎপল জ্যোতি মহন্তৰ] সৈতে সাক্ষাৎ কৰি এখন আবেদন পত্ৰ দাখিল কৰে।
* সন্মতি জনাই একেদিনাই অধ্যক্ষ শ্ৰীযুত [https://jbu.ac.in/index.php/administration/principal উৎপল জ্যোতি মহন্তই] আবেদন পত্ৰত চহী কৰে আৰু ভৱিষ্যত কাম-কাজ আগবঢ়াই নিবলৈ বিষয়টো মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ মূল গ্ৰন্থাগাৰিক দিগবিজয় দাসলৈ হস্তান্তৰ কৰে।
* ২৭ নৱেম্বৰ, ২০২৪ তাৰিখে [https://jbu.ac.in/index.php/facilities/krishna-kanta-handiqui-central-library কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় পুথিভঁৰালত] উপলব্ধ কপিৰাইটমুক্ত অসমীয়া কিতাপসমূহৰ তালিকা প্ৰস্তুত কৰিবলৈ অনুমতি বিচাৰি পুনৰ মূল গ্ৰন্থাগাৰিক দিগবিজয় দাসক পত্ৰ দাখিল আৰু দাসৰ দ্বাৰা অনুমতি পত্ৰত চহী।
* ২৭ নৱেম্বৰ, ২০২৪ তাৰিখৰপৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহলৈকে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত [[m:JyotiPN|প্ৰাণজ্যোতি নাথৰ]] দ্বাৰা প্ৰায় ২০০খন কপিৰাইট মুক্ত কিতাপৰ তালিকা প্ৰস্তুত।
* ২০২৫ চনৰ ৭ মে’ তাৰিখে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালৰ গ্ৰন্থাগাৰিক দিগবিজয় দাসৰ দ্বাৰা মহাবিদ্যালয়ে নিজাববীয়াকৈ সম্পন্ন কৰা ডিজিটাইজেচন প্ৰকল্পৰ স্কেন হৈ থকা কিতাপৰ পেন ড্ৰাইভ প্ৰদান।
[[শ্ৰেণী:GLAM]]
auef9x7auyyjigbt4aae8cmxgq2l1cl
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৩৫
104
73597
204231
203598
2025-06-20T03:28:20Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204231
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|২৬|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
নোখোৱা; অধিক মাছত বগলী কণা; সাতঘাটৰ চেঙেলি; হাঁহৰ ওপৰত
শিয়াল ৰজা; বৰলৰ বাঁহত জুই দিয়া—প্ৰাণীজগতৰ লগত ঘনিষ্ট সম্বন্ধৰ
পৰিচায়ক। জন্তুৰ নামৰ লগত জড়িত এই প্ৰৱাদসমূহে সাহিত্যিক মৰ্য্যাদা
লাভ কৰি প্ৰাচীন অসমীয়া কাৰ্যত বাক্যালঙ্কাৰ স্বৰূপে শোভা পাইছে।
কেৱল অত্যন্ত পৰিচিত বুলিয়েই নহয়, প্ৰাণী জগতৰ অপৰিৱৰ্ত্তনীয় স্বভাৱেও
জীৱ-জন্তু সম্বন্ধীয় উপমা, দৃষ্টান্ত সৃষ্টিত কবিক যথেষ্ট সামগ্ৰী যোগাইছে।
{{gap}}প্ৰাচীন অসমীয়া সাহিত্যিক জীৱ-জন্তু বিষয়ক উপমা-পটন্তৰে কি দৰে
সমৃদ্ধিশালী আৰু ভাবৰ স্পষ্টতাত সহায় কৰিছে, তাৰে দৃষ্টান্ত স্বৰূপে
প্ৰাক্-শঙ্কৰী যুগৰ অপ্ৰমাদী কৱি মাধৱ কন্দলিৰ ৰামায়ণৰপৰা বিভিন্ন জীৱ-
জন্তুৰ নাম সংযোগ থকা কেতবোৰ বাক্যাংশ উদ্ধৃত কৰি দিয়া হল। সিংহ,
হৰিণ, শিয়াল বিষয়ক শব্দ সমষ্টি—
{{gap}}সিংহৰ ভাৰ্য্যায়ে ছাগ প্ৰসৱিল (ৰামে বনলৈ যোৱাৰ পূৰ্ব্বে কৈছে); ক্ষুদ্ৰ
মৃগ হুয়া মত্ত সিংহক জগাইলি; সিংহৰ ভাৰ্য্যাক তই শৃগালে বাঞ্ছস (দুয়োটা
বাক্য ৰামে বিৰাট ৰাক্ষসক কৈছে); সিংহৰ কাৰ্য্যক মৃগে কৰিব কমনে (ৰামৰ
লগত নিজৰ তুলনাত ভৰতে কৈছে); কেশৰী খেদিল কুঞ্জৰে তেজিল, যেনহে
গিৰি কন্দৰ (ৰামৰ বনবাসত); সিংহৰ লাঙুল ধৰিবাক হাত মেলে (ৰাৱণে
ৰামৰ অৰ্থে); ক্ষুদ্ৰ হৰিণক যেন সিংহে ধাইলন্ত (ৰামে ত্ৰিশিবাক আক্ৰমণ
কৰাত); ক্ৰোধ কৰি শৃগালে সিংহৰ ভৈল আগ (শূপৰ্ণখাৰ নাক-কাণ কটাত
খৰে কৈছে); শিয়ালীক লাগি যেন কেশৰী কিটাইল (শূৰ্পণখাক আক্ৰমণ
কৰিবলৈ যোৱা লক্ষ্মণ); সিংহৰ মহিষী হবে নিশাচৰ ছাগ (সীতা হৰণত);
পাপমৃগ পলায় যেন সিংহ দৰ্শণে (ৰামায়ন শ্ৰৱণত); হস্তীক লাগিয়া যেন
সিংহয়ে কিটাইল (বালী দুন্দভিৰ যুদ্ধ); সিংহৰ আগত যেন শৃগালৰ টালি
(বালিয়ে সুগ্ৰীৱক); মৃগযথ পলাই যেন কেশৰীৰ ডৰে (ৰামৰ আক্ৰমণত
অংগদৰ সৈন্যৰ পলায়ন); সিংহৰ ভাৰ্য্যাক শৃগালৰ অভিলাষ; শিয়াল সিংহৰ
হোৱে যেহেন অন্তৰ; গাধক ভজিবে তেনে সিংহক এৰিয়া (সীতাই বাৱণক
কৈছে)। বিশেষ লক্ষ্য কৰিবলগীয়া যে অসমৰ জন্তু নোহোৱা সত্ত্বেও প্ৰাচীন
অসমীয়া সাহিত্য আৰু, ভাস্কৰ্য্যত সিংহৰ অলেখ চিত্ৰ পোৱা গৈছে। সেই
অনুপাতে বাঘ সম্বন্ধীয় পদ কম, যদিও অসমদেশ বিচিত্ৰ বাঘৰ বিহাৰ ভূমি।
বাঘতকৈ বাঘিনী সম্বন্ধীয় উপমাৰ সংখ্যা অধিক আৰু, এইবোৰ বিশেষ
মনোগ্ৰাহী।
{{gap}}বাঘিনীক দেখি যেন মৃগ চমকিল (কৈকেয়ীৰ বচনত দশৰথ); বাঘে যেন
ধৰিলে হৰিণ নহে থিৰ (বিৰাট ৰাক্ষসে সীতাৰ আক্ৰমণত); হৰিণীক নিতে
যেন বাঘিনীয়ে জাম্পে (কৌশল্যাই কৈকেয়ীৰ সম্বন্ধত); বিৰাইল বাঘিনী সমে
কৰ পৰিহাস (সীতাই বাৱণক কৈছে); মৰিবাক লাগি কোনে বাঘে হাল বাই<noinclude></noinclude>
nazqjylwqyw1ugv07t6gbwrq5u6inwm
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৩৬
104
73598
204232
203599
2025-06-20T03:59:21Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204232
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||অসমীয়া শব্দ গঠনত জীৱ-জন্তুৰ নাম|২৭}}</noinclude>
(বাৱণে ৰামৰ বিষয়ত); দশগ্ৰীৱে খেদয় মৃগক যেন বাঘ (ৰামৰ সেনাৰ
পলায়নত)।
{{gap}}হাতী বিষয়ক উপমাৰ ভিতৰত হৈছে—হস্তিনী আছয় যেন পৰিয়া নৈৰাশ,
মহাগজ সম ৰজা চাপিলন্ত পাশ (কৈকেয়ী দশৰথৰ মিলনত); হস্তী মদ
যেহেন হস্তীৰ অন্ত গৈল (ৰামৰ উপদেশত লক্ষ্মণৰ কোপ উপশমত); হস্তীক
অঙ্কুশে যেন পলটাই টানি (মন্দোদৰীয়ে ৰাৱণক বাধা প্ৰদানত); পলৱৰ চাৱত
দিগগজ বন্দী ভৈল (দশৰথ সত্যত বন্দী হোৱাত); প্ৰমত্ত গজৰ দন্ত আজুৰিতে
চায় (বাৱণে ৰামৰ বিষয়ত); প্ৰমত্ত হস্তীৰ যেন দান্ত কাঢ়ি লৈল (দূষণ ৰাক্ষস
বধত)।
{{gap}}সাপ, নেউল, গুই, মূষক, মেকুৰী বিষয়ৰ অলেখ বাক্যৰীতি আছে।
গোমসাপসম্বন্ধীয় একাধিক পদসমষ্টিৰ উল্লেখ আছে। যেহেন সৰ্পৰ বিষ
শিখাগ্ৰক গৈল। নমাই আনি গৰুড়ী নিষ্প্ৰভ কৰি থৈল (ৰামৰ কথাত লক্ষ্মণৰ
কোপ উপশমত); সপিৰ্নীৰ আগত যে মণ্ডুকীৰ গতি (কৌশল্যাই কৈকেয়ীৰ
বিষয়ত); সম্পৰ্ক ধৰিয়া যেন গৰুড়ে উৰন্ত (বালীয়ে ৰাৱণক শাস্তি দিয়া
বিষয়ত); এক থানে আছে সাপে-নেউল ছাগে-বাঘে। মুষিকে চাচৰি কৰে
বিৰালীৰ আগে। ঘোটকে মহিষে সিংহে গৰ্জ্জে একঠায়ে (ৰাৱণৰ প্ৰভাৱৰ
বিষয়ত); গৰুড়ে যাহন্ত বেগে যেন সৰ্প খেদি (লক্ষ্মণৰ শেলে ইন্দ্ৰজিতক
খেদি যোৱাত); এনি সাপ হইয়া তই পৰ্ব্বত গিলস (সীতাই ৰাৱণক); কংহাল
গোমৰ সঙ্গে পৰিহাস খেলে (ৰাৱণে ৰামক); ক্ষুদ্ৰ পশু হুয়া কোনে জঙ্কালকে
হাতী, খঙাল গোমৰ কংকালত দিলে লাথি (খৰদষণে ৰামৰ বিষয়ত); মোহোৰ
লঙ্কাত আসি সোণগুঁই পশিল (ৰাৱণে সীতাক); মাংসক লভিয়া যেন লই
যায় হেঙ্গল (সীতা হৰণত); বিড়ালীক যদি দোষক ধৰিয়া নিতেহি হাণ্ডী
পেলাই।
{{gap}}মাতৃ-স্নেহৰ চিত্ৰ স্বৰূপে গৰুৰ উল্লেখ থকা কেইবাটাও স্বভাৱানুগত পদ
কৱিয়ে ৰচনা কৰিছে। যেনে, ধেনু বৎস পাইয়া যেন বিবিধ হৰিষ (ৰামৰ
সাক্ষাতত কৌশল্যা); ধেনু যেন বৎসৰ পাছত কৰে গতি (কৌশল্যাই ৰামৰ
লগত বনবাসলৈ যাবলৈ ওলোৱাত); বৎসক নপায়া যেন ধেনু হাম্বালৱে (পুত্ৰ
শোকত কৌশল্যা আৰু সামিত্ৰা)। ছাগলীৰ বিষয়ে এটি মনোমোহা পদ আছে
—কোপ কৰি ছাগে গল কটাৰ ঘষায় (খৰে ৰামৰ বিষয়ত কৈছে)।
{{gap}}চৰাই-চিৰিকতিৰ নাম জড়িত কেইটিমান বাক্য—টিপচিৰ ৰাৱে মেৰু পৰ্ব্বত
উবিলা (কৈকেয়ীৰ হেতু বিভ্ৰাট ঘটাত); শেণীৰ আগত যেন কম্পে কপোৱতী
(কৌশল্যাই কৈকেয়ীৰ সম্বন্ধত); পিপিয়া চটকে পৰ্ব্বতক লৱে তুলি (সীতাই
হনুমন্তক); চম্পক-কলিকা যেন মোৰ কলেৱৰ, লুণ্ডি ঘুণ্ডি আছিলাহা যেহেন
ভ্ৰমৰ (সীতাই ৰামক); ৰাম-মুখ-পদ্ম মোৰ নয়ন ভ্ৰমৰ (কৱিৰ উক্তি); হংসী<noinclude></noinclude>
qxxwcvzt1sxve9ag840ca80321zrdk0
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৩৭
104
73599
204235
203600
2025-06-20T08:44:29Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204235
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|২৮|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
কেলি কৰে যেন সৰোবৰ মাজে (কুঁজীৰ প্ৰসঙ্গত); ঢোল যেন ডিমা পাৰে
চুঙ্গাৰ বাদুলি (সীতাই হনুমন্তক); ক্ষুদ্ৰ পক্ষী হুইয়া ধৰে দেহ গৰুড়ক
(সীতাই ৰাৱণক); গৰুড়ৰে কাকৰে যেহেন পটন্তৰ (সীতাই বাৱণক)।
{{gap}}ভেকুলী, পোক-পৰুৱাৰ নাম সংযোজিত হৈয়ো ভালেমান বাস্তৱধৰ্মী
উপমাৰ সৃষ্টি হৈছে। যেনে-বেঙ হুইয়া তেবঞ্চৰ আগত মিলস (সীতাই
ৰাৱণক); গুণ্ডকুৰি পৰুৱাই হাতীগোট গিলে (সীতাই হনুমন্তক); ঢোলৰ
ভিতৰে যেন নিগনিয়ে পশি (হনুমন্তৰ লঙ্কা প্ৰৱেশত); পতঙ্গক যেন মতে
অগনি ভূঞ্জিল (ৰাৱণে ৰামৰ শৰ ছেদনত); বহ্ণিকুণ্ড মাজে যেন পতঙ্গৰ জাস
(সীতাই ৰাৱণক ককৰ্থনাত)।
{{gap}}মাছ, কাছ, মগৰ, কুম্ভীৰৰ নাম সংযোগত বহু বাক্য-ৰীতি গঠিত হৈছে।
এইবোৰত প্ৰকাশ পোৱা চিত্ৰই জলচৰ প্ৰাণী সম্বন্ধে প্ৰত্যক্ষ জ্ঞানৰ পৰিচয়
দিয়ে। যেনে, অলপ জলত মৎস্য যেন মত বাহুৱে সূৰ্য্য প্ৰভাৱে (ভৰতে
ৰামক); প্ৰজা মৎস্য কচ্ছপ তৰত পৰি মৰে, ৰাম শোকে মৎস্যৰঙ্গে খেদি খেদি
ধৰে (অযোধ্যাৰ প্ৰজাৰ বিষয়ত); দোংকা দোংকা পৰে বুঢ়া হাতৰ চেঙেলি
(বালিয়ে ৰাৱণক); সাগৰত যেন মৎস্য মাৰিল মগৰে (হনুমন্তই ৰাৱণৰ সেনা
ধ্বংসত); তপত খোলাত দিলে যেন মংস্য মৰে (হনুমন্ত্ৰৰপৰা সীতাই পঠোৱা
মণি পাই ৰামৰ অৱস্থা); মৎস্যসৱ পলাই যেন কুম্ভীৰৰ ঘাৱে (ৰামৰ
আক্ৰমণত)।
{{gap}}জাতীয় জীৱন, জাতিৰ ৰস-গ্ৰহণৰ ক্ষমতা আৰু বাস্তৱ অনভূতিক মূল
কৰিয়েই জাতিৰ ভাষাই স্বকীয় ৰূপ গ্ৰহণ কৰে। এই কাৰ্য্যত বিচিত্ৰ বাক্য-
ৰীতিসমূহৰ অমূল্য দানো বিশেষ লক্ষ্য কৰিবলগীয়া। জীৱ-জন্তুৰ নামে
অসমীয়া ভাষাৰ কেৱল শব্দ-সম্পদকে বঢ়োৱা নাই, ভাষাৰ প্ৰকাশ ভঙ্গিমাৰ
স্বতঃস্ফূৰ্ত্ত কৰি সহজে উপলব্ধি কৰিব পৰা কৰি তুলিছে।<noinclude></noinclude>
p2z4s0o2eoc8icu5imeihgc9igzz9f0
সদস্য বাৰ্তা:গীতামনি কোঁচ
3
73903
204215
2025-06-19T13:04:25Z
AdoroniBot
3460
স্বাগতম!
204215
wikitext
text/x-wiki
{{tmbox
| type = notice
| image = [[চিত্ৰ:Wikisource-logo-as-3.svg|135px|left]]
| imageright = [[চিত্ৰ:Assamese Jaapi.png|135px]]
| style = border: 1px blue solid;
| textstyle =
| text = {{Center|{{#if: {{{1}}} |'''নমস্কাৰ, {{#if: | {{{1}}} | {{BASEPAGENAME}} }}
{{Center|'''অসমীয়া ৱিকিউৎসলৈ আপোনাক আদৰণি জনাইছোঁ!'''
আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব।
'''ৱিকিউৎস''' (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়।
অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।
অসমীয়া ৱিকিউৎসত আপুনি এনে যিকোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে।
যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা [[ৱিকিউৎস:অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভূক্ত লিখকসমূহৰ তালিকা|অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভুক্ত লিখকসমূহৰ]] তালিকা চাওক।}}
'''ইয়াৰ উপৰিও ফেচবুকত আমাৰ [https://www.facebook.com/groups/assamwikigroup/ ''Assamese Wikipedia Community''] বুলি এটা আলোচনা গোট আছে। ৱিকিমিডিয়ানসকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে। '''
আশা কৰোঁ ৱিকিউৎসত সম্পাদনা কৰি আৰু এজন ৱিকিমিডিয়ান হোৱাটো উপভোগ কৰিব।
টুইটাৰত "ৱিকিউৎস"ক অনুসৰণ কৰিবলৈ [https://twitter.com/aswikisource ইয়াত ক্লিক কৰক]।
| small = / yes
| smallimage = none / [[Image:Some image.svg|30px]]
| smallimageright = none / [[Image:Some image.svg|30px]]
| smalltext = আদৰণি
}} — [[সদস্য:AdoroniBot|AdoroniBot]] ([[সদস্য বাৰ্তা:AdoroniBot|বাৰ্তা]]) ১৮:৩৪, ১৯ জুন ২০২৫ (IST)
2o2utkat6zfhjfz0f16dbnhz10042p7
সদস্য বাৰ্তা:阿南之人
3
73904
204216
2025-06-19T13:04:35Z
সদস্য বাৰ্তা:Tina Gogoi
3
73905
204217
2025-06-19T13:04:45Z
সদস্য বাৰ্তা:SubhayanDG
3
73906
204218
2025-06-19T13:04:55Z
সদস্য বাৰ্তা:কৰিস্মা চুতীয়া
3
73907
204219
2025-06-19T13:05:05Z
}} — [[সদস্য:AdoroniBot|AdoroniBot]] ([[সদস্য বাৰ্তা:AdoroniBot|বাৰ্তা]]) ১৮:৩৫, ১৯ জুন ২০২৫ (IST)
q99lj49gyiw0fux2ot8t40tlqspt81j
সদস্য বাৰ্তা:অঞ্জন বৰুৱা
3
73908
204220
2025-06-19T13:05:15Z
সদস্য বাৰ্তা:Rubah Hitam Vukova
3
73909
204221
2025-06-19T13:05:25Z
সদস্য বাৰ্তা:Shuang Liu
3
73910
204222
2025-06-19T13:05:35Z
সূচী:শ্ৰীশ্ৰীদেৱদামোদৰ চৰিত্ৰ.pdf
106
73911
204223
2025-06-19T18:36:24Z
JyotiPN
1603
"" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
204223
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=শ্ৰীশ্ৰীদেৱদামোদৰ চৰিত্ৰ
|Language=as
|Volume=
|Author=নীলকণ্ঠ দাস
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=শৰৎ চন্দ্ৰ গোস্বামী
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=অসম সাহিত্য সভা
|Address=যোৰহাট
|Year=1849
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header=
|Footer=
[[শ্ৰেণী:১৯২৭ চনত প্ৰকাশিত গ্ৰন্থ]]
alf121w2h8efhodtk1gu3856vx4pcgp
204224
204223
2025-06-19T18:37:14Z
JyotiPN
1603
204224
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=শ্ৰীশ্ৰীদেৱদামোদৰ চৰিত্ৰ
|Language=as
|Volume=
|Author=নীলকণ্ঠ দাস
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=শৰৎ চন্দ্ৰ গোস্বামী
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=অসম সাহিত্য সভা
|Address=যোৰহাট
|Year=1849
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes={{GLAMNTF}}
|Width=
|Css=
|Header=
|Footer=
[[শ্ৰেণী:১৯২৭ চনত প্ৰকাশিত গ্ৰন্থ]]
amw8kggxojkteqyv6jq178ffa5yloq9
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৬৬
104
73912
204227
2025-06-20T02:15:31Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204227
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৫৮|নীতিমালা|}}</noinclude>{{hwe|ছিলগৈ|জিৰাইছিলগৈ}}, তাৰ অলপ দূৰৰ গহ্বৰ এটাতে এটা সিংহ আছিল। মানুহৰ গম পাই সিংহ ওলাই আহিল। সিংহটো দেখি বন্দীটোৰ মূৰৰ চুলিয়ে জীৱ গল, আৰু সিংহই খাই পেলাব বুলি ঠিৰাং কৰি মৰিবলৈ সাজু হল। এনেতে সিংহই লাহে লাহে {{SIC|পচৰ|ওচৰ}} চাপি আহি মূৰটো অলপকৈ জোকাৰি পিচ ভৰিত ভৰ দি বহি পৰিল, আৰু বন্দীটোৰ গালৈ আগ ভৰি এটা মেলি
{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 66
|bSize = 425
|cWidth = 218
|cHeight = 198
|oTop = 212
|oLeft = 101
|Location = center
|Description =
দিলে। বন্দীটোৱে মৰা-জীয়ালৈ মন নকৰি সিংহটোৰ ভৰিটো দাঙ্গি ধৰি চাই দেখে যে ভৰিৰ পতাটো উখহি পৰিছে ভালকৈ চকুদি পিটিকি চাই কোটকোৰাৰ কাঁইট এটা ভৰিত সোমাই থকা দেখি গম নোপোৱাকৈ সি {{SIC|কাঁইটো|কাঁইটটো}} উলিয়াই পেলালে। সিংহই ভৰিৰ বিষ অলপ কম পাই ঠিয় হল, আৰু আঁচুৰি পিচুৰি চাই গম পালে যে তাৰ {{SIC|ভৰিৰপৰা|ভৰিৰ পৰা}}<noinclude></noinclude>
iqsobk91aweb2fqa5xlfpsumy1078ya
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৬৭
104
73913
204228
2025-06-20T02:19:28Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204228
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||এটা সিংহ আৰু এটা বন্দীৰ কথা|৫৯}}</noinclude>কাঁইটো ওলাল। তেতিয়া সি বন্দীটোৰ গাত গা ঘঁহাই হাবিলৈ গল, আৰু তাক অলপ পহুৰ মঙ্গহ আনি দিলেহি। সেই দিনাৰেপৰা সিংহই তাক সদায় পহুৰ মঙ্গহ আনি দিবলৈ ধৰিলে, আৰু বন্দীটোৱেও সিংহৰ মন বুজি বনৰ ফলমূল আৰু পহুৰ মঙ্গহ খাই তাতে থাকিবলৈ ধৰিলে।
{{gap}}কিছুমান দিনৰ পিচত বন্দীটোক এদল মানুহে গৈ তাতে বিচাৰি পালেগৈ, আৰু তাক ধৰিত ভদ্ৰলোক জনক শোধাই দিলেহি। ভদ্ৰলোক জনে খঙ্গত জলি পকি বন্দীটোক বনৰীয়া জন্তুৰ হতুৱাই খুৱাই মাৰিবলৈ হুকুম দিলে।
{{gap}}হুকুম হল হয়, কিন্তু সেই সময়ত ওচৰত বনৰীয়া জন্তু পাবলৈ নথকাত বন্দীটোক মৰাৰ একো দিহা নহল। তিনি মাহমানৰ পিচত এদল চিকাৰীয়ে ফান্দ পাতি সেই সিংহটোকে ধৰি ৰোম ৰাজধানীলৈ লৈ গল। বনৰীয়া সিংহটো দেখি সেই ভদ্ৰলোকজনে মনত বৰ আনন্দ পালে, আৰু ততালিকে বন্দীটোক আনি ভোকত থকা সিংহটোৰ মুখৰ আগত পেলাই দিবলৈ আদেশ কৰিলে। সিংহৰ মুখত মানুহ এটা পেলাই দিয়া হব, এই কথা বিজুলি সঞ্চাৰে মুখামুখিকৈ গোটেই দেশতে ৰাষ্ট্ৰ হৈ পৰিল, আৰু সিংহই নো কেনেকৈ মানুহ মাৰে তাকে চাবলৈ লৰা বুঢ়া সকলোৱেই সিংহৰ চাৰিওফালে পৰিল গৈ। এজাক মানুহে বন্দীটোক হাতকেৰেয় লগাই সিংহৰ আগলৈ লৈ গল।
{{gap}}মানুহবোৰ দেখি সিংহই গৰ্জ্জিবলৈ ধৰিলে। লোহাৰ<noinclude></noinclude>
lm96hz7bd7lua26dlnl87ok2yzqlr7q
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৬৮
104
73914
204229
2025-06-20T02:23:32Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204229
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৬০|নীতিমালা|}}</noinclude>ডাঙ্গেৰে গঁড়াল মাৰি সিংহটোক তাৰ ভিতৰত মেলি দিলে, আৰু বন্দীটোকো ধৰিমেলি হেঁছি-ঠেলি গঁড়ালৰ ভিতৰত সুমাই দি কেনিও ওলাব নোৱাৰাকৈ বাট বন্ধ কৰি পেলালে। সিংহটোৰ তৰ্জ্জন গৰ্জ্জন মাৰ গল, আৰু ততালিকে সি বন্দীটোৰ গাত গা ঘঁহাই তাৰ আগতে আঠুকাঢ়ি বহিলহি। মানুহবিলাকে সিংহৰ কাম দেখি বিচুৰ্ত্তি হল।
{{gap}}ভদ্ৰলোকজনে তেতিয়া বন্দীটোক মুকলি কৰি দিলে, আৰু চিকাৰীহঁতক টাকা দি সিংহটো কিনি বন্দীটোক দি দিলে। বন্দীটোৱে সিংহৰ কেশৰত ধৰি গঁড়ালৰ পৰা উলিয়াই আনি হাবিলৈ লৈ গল, আৰু তাত মেলি দিলেগৈ।
{{gap}}{{SIC|এতেক|এতেকে}} মৰম কৰিলে অইনছাৰি বনৰীয়া জন্তুৱেও মৰম নাপাহৰে। সেই কাৰণে সকলোকে সময় মতে মৰম কৰা উচিত।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|কাউৰী, কপৌ আৰু নিগনিৰ কথা}}}}
{{gap}}ব্ৰহ্মপুত্ৰৰ পাৰত এজোপা ডাঙ্গৰ আহঁত গছ আছিল। গধূলি হলে চৰাইবিলাকে খাই মেলি গৈ তাতে জিৰণি লয়। এদিন দোকমোকালি বেলিকা এটা মানুহ হাবিত জপৰ জপৰ কৰি হাতত জাল এখন লৈ সেই গছজোপাৰ ফাললৈ গৈছিল। ভৰিৰ শব্দ শুনি সেই গছত থকা এজনী কাউৰীয়ে সাৰ পালে,<noinclude></noinclude>
30wvfb32lk9qlm9ye8ivkli7b036zoc
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৬৯
104
73915
204230
2025-06-20T02:26:27Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204230
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||কাউৰী, কপৌ আৰু নিগনিৰ কথা|৬১}}</noinclude>আৰু সেই মানুহটোৱে নো কি কৰে তাকে চাবলৈ পাখী নমৰাকৈ মনে মনে তাৰ মূৰৰ ওপৰেদি উৰি যাবলৈ ধৰিলে। মানুহটোৱে গছ জোপাৰপৰা কিছু দূৰ গৈ মাটিত চাউল এপোহা চতিয়াই তাৰ ওপৰত জালখন বহলাই মেলি সৰু গছ এজোপাত
{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 69
|bSize = 425
|cWidth = 185
|cHeight = 309
|oTop = 161
|oLeft = 119
|Location = center
|Description =
উঠি গা লুকাই থাকিল গৈ। কাউৰীজনীয়েও অইন এজোপা গছত পৰি কি হয় নো তাকে চাবলৈ বাট চাই থাকিল।
{{gap}}এনেতে হিৰণ নামেৰে দলপতিৰে সৈতে {{SIC|এজাত|এজাক}} কপৌ উৰি
আহি চাউলবিলাক দেখিলে। এটা কপৌৱে কলে, “বুঢ়া<noinclude></noinclude>
mzutxmmxpn89mxwrb41f9q25odr6jrk
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭০
104
73916
204233
2025-06-20T04:25:20Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204233
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৬২|নীতিমালা|}}</noinclude>হলোঁহি, হাবিত চাউল পৰি থকা দেখা নাই। চাউল খাবলৈ গলে আমাৰ বিপদ হব; আমি অইন ঠাইতে চৰিবলৈ যাওঁহঁক।” এই কথা শুনি এটা মদ-গৰ্ব্বী ডেকা চৰায়ে মাত লগালে, “আজি কালি বুঢ়াৰ কথালৈ কাণ দিলে নচলে। আগত পাইছোঁ যেতিয়া কোলাৰটো এৰি বোকালৈ কোনে আশা কৰে, বলা যাওঁ হঁক চাউল গাল খাই লওঁগৈ।” লোভত পৰি {{SIC|জাকেই কপৌ|কপৌ জাকেই}} চাউল খাবলৈ গল; কিন্তু চাউলত খোত মাৰিবলৈ নৌ পাওঁতেই জালত আগেয়ে বান্ধ খালে। তেতিয়া {{SIC|ইটে-সিটোক|ইটো-সিটোক}} দুষিবলৈ ধৰিলে, আৰু তাত কোঢ়াল লাগি {{SIC|পাৰল|পৰিল}}। চৰাই চিকাৰী ৰঙ্গত পাৰ পাৰ নাইকিয়া হৈ গছৰপৰা নামি আহিল। কাউৰীয়ে ভাবিলে, “জাল খনে সৈতে কপৌ জাক লৈ গলে চাউল গাল পৰি থাকিব, মই অকলই খাই পেট ভৰাব পাৰিম। মোৰ আজি বৰ লাভ।” হিৰণ দলপতিয়ে চিকাৰীক দেখি কপৌবিলাকক সাহ দি কলে, “এতিয়া দন কৰিবৰ সময় নহয়, ধৰা আমালোকে একে বলেই জালখন দাঙ্গি লৈ যাওঁ হঁক।” এই বুলি গোটেই জাক কপৌৱে একেলগে বল দি জালখনে সৈতে উৰি গল। “কিমান পৰলৈ জালে সৈতে উৰিব, সৌৱা অলপতে পৰিবগৈ।” এই বুলি চিকাৰীয়ে পিচে পিচে খেদা দিলে। জেতুলি পকাৰ আঁচোৰ খাই কপৌ লতাৰ মাজেদি চিকাৰী লৰিব নোৱাৰি দীঘল দি পৰিল গৈ। কাউৰীয়েও “চাউল গাল পিচে খামহি, কপৌজাকৰ নো অৱস্থা {{SIC|কিহয়|কি হয়}} তাকে চাওঁ গৈ।” এই বুলি পিচে পিচে উৰি গল।{{gap}}<noinclude></noinclude>
ikqho6b3mk6g7wagtw0orizljgic1sj
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭১
104
73917
204234
2025-06-20T04:37:16Z
-chanakyakdas
1728
/* সমস্যা থকা */
204234
proofread-page
text/x-wiki
<noinclude><pagequality level="2" user="-chanakyakdas" />{{rh||কাউৰী, কপৌ আৰু নিগনিৰ কথা|৬৩}}</noinclude>{{gap}}কপৌজাক এমাইল মান উৰি গৈ হিৰণ দলপতিৰ সখিয়েক নিগনিৰ গাঁতৰ মুখত পৰিল গৈ। শেনে থাপমৰা যেন গম পাই নিগনি কোচ মোচ খাই ভিতৰ সোমাল। হিৰণে কেবাবাৰো মতাত মাতত চিন ধৰি নিগনি ওলাই আহি সখিয়েকৰ তেনে অৱস্থা দেখি বৰ বেজাৰ কৰিলে। ইপিনে চৰাইবিলাকৰ ভৰিত জোত থকাৰ কাৰণে ছট-ফটাই ইকাটি সিকাটি হৈ পৰিবলৈ ধৰিলে। কপৌবিলাকৰ দুখ চকুৰে চাই থাকিব নোৱাৰি হিৰণে কলে, “সখি বিপদত বেজাৰ কৰি থাকিলে একো নহয়, আপুনি আমাক বিপদৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰে, তাৰ উপায় কৰক। আমাক জালখনৰ পৰা মোকোলাই দিয়ক।” নিগনিয়ে কলে, “মোৰ নিগনি দাঁতেৰে ইমানখন জাল কেনেকৈ কুটিম? আপোনাক মোকলাই দিওঁ। বন্ধুক বিপদত পৰি থকা ময়ো চাই থাকিব নোৱাৰোঁ৷” হিৰণে উত্তৰ কৰিলে, “মোৰ আশ্ৰিত সকলক মুক্ত হোৱা নেদেখিলে মই থিৰেৰে থাকিব নোৱাৰোঁ। আগেয়ে তেওঁবিলাকক মুক্ত কৰিহে আপুনি মোক মুক্ত কৰিব লাগিব। নহলে সকলোবিলাক বিপদতে পৰি থাকিম।” এই কথা শুনি নিগনিয়ে যিমান খৰকৈ পাৰে,<noinclude></noinclude>
4tzkd2hv9wltlq15is2do4cbfm1rxzy