ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.45.0-wmf.6 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২ 104 64977 204258 175122 2025-06-21T06:14:20Z Sushmita Lekharu 3764 204258 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chiring chandan" /></noinclude> {{center|{{Xxxx-larger|'''ধৰ্ম্ম সঙ্গীত।'''}}}} {{center|“গানাৎ পৰতৰো নহি।”}} {{Css image crop |Image = ধৰ্ম্ম_সঙ্গীত.pdf |Page = 2 |bSize = 341 |cWidth = 137 |cHeight = 21 |oTop = 198 |oLeft = 90 |Location = center |Description = }} {{Block center|<poem>কেইজনমান ছাত্ৰৰ দ্বাৰাই অসমীয়া ভাষাত ৰচিত আৰু সংগৃহীত।</poem>}} {{center|{{X-larger|'''তেজপুৰ।'''}}}} {{center|'''প্ৰকাশক——শ্ৰীশৰচ্চন্দ্ৰ চক্ৰবৰ্ত্তী ।'''}} {{center|বেচ মাথোন ।}}<noinclude></noinclude> 55abetanswipipmjujx1b7bif9nodqq 204259 204258 2025-06-21T06:14:45Z Sushmita Lekharu 3764 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204259 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sushmita Lekharu" /></noinclude> {{center|{{Xxxx-larger|'''ধৰ্ম্ম সঙ্গীত।'''}}}} {{center|“গানাৎ পৰতৰো নহি।”}} {{Css image crop |Image = ধৰ্ম্ম_সঙ্গীত.pdf |Page = 2 |bSize = 341 |cWidth = 137 |cHeight = 21 |oTop = 198 |oLeft = 90 |Location = center |Description = }} {{Block center|<poem>কেইজনমান ছাত্ৰৰ দ্বাৰাই অসমীয়া ভাষাত ৰচিত আৰু সংগৃহীত।</poem>}} {{center|{{X-larger|'''তেজপুৰ।'''}}}} {{center|'''প্ৰকাশক——শ্ৰীশৰচ্চন্দ্ৰ চক্ৰবৰ্ত্তী ।'''}} {{center|বেচ মাথোন ।}}<noinclude></noinclude> dt7ls2ez212qd7zlx0sgiecngihtfqq পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১২ 104 72966 204272 202311 2025-06-21T08:21:22Z JyotiPN 1603 204272 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" />{{rh||(৭)|}}</noinclude> খৃষ্টানৰ দৰেই হিন্দু সকলে ব্যৱহাৰ কৰিছিল। {{center|⸻}} {{center|{{X-larger|'''কৰ্ম্ম ক্ষেত্ৰত প্ৰবেশ।'''}}}} {{gap}}গান্ধীজী বাৰিষ্টাৰ, ইমান দিন আত্মীয় স্বজনৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল। এতিয়া নিজে উপাৰ্জ্জন কৰি নিজৰ আৰু গোটেই পৰিয়ালৰ খৰচ বহন কৰিব লগাত পৰিল। উকালতিৰ কুট বুদ্ধি অৰ্থাৎ সত্যৰ অপলাপ কৰি মিছা কথা জোৰা দি মোকৰ্দ্দমা সজোৱা বুদ্ধি সমূলি ভাল নাপাইছিল।মকেলক প্ৰবঞ্চনা কৰি ধন লোৱাটোও বৰ ঘিন কৰিছিল, মাত্ৰ সদাই সত্যৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল। সেই বাবে নিজ উপাৰ্জ্জনৰ দ্বাৰা আনক পোহক ছাৰি নিজৰ পেট ভাতে নচলাত পৰিল।মানুহে কয় “যাৰ চাউল য’ত ঈশ্বৰে তালৈ টানি নিয়ে”। এই কথা সম্পূৰ্ণ সঁচা! ভাৰতত তেখেতৰ যথেষ্ট উপাৰ্জ্জন হোৱা হলে বিদেশলৈ যোৱাৰ সুযোগ কেতিয়াও নাপালেহেঁতেন। কৰ্ম্ম জীৱনৰ পথ অদৃষ্ট চক্ৰৰীয়ে অজানিত ৰূপে ঘুৰাই নি দেখুৱাই দিয়ে কৰ্ম্মীৰ {{SIC|কৰ্ত্তৃব্য|কৰ্ত্তব্য}} বোধ দৃঢ়তা আৰু নেৰা নেপেৰা পৰিশ্ৰম তাৰ সুফল প্ৰদান কৰে। প্ৰায় তিনি বছৰ কাল<noinclude></noinclude> e3yg7dlv50nihphlzd4k6kjjfxb4zpw পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১৭ 104 72978 204270 203536 2025-06-21T08:16:17Z JyotiPN 1603 204270 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ১২ )}}</noinclude>মীমাংসা কৰাই দিব পাৰিলে উভয় পক্ষৰ সুবিধা হয়। বিশেষতঃ উভয় পক্ষয় আত্মীয় লোক। সেই বাবে তেখেতে উভয় পক্ষকে বুজনি দি ৩৭০০ পাউণ্ড ( ৫৫৫০০৲ টকা ) কিস্তিমতে দিবলৈ মীমাংসা কৰি দিলে। ইয়াত উভয় পক্ষয় পৰম সন্তোষ হল। আফ্ৰিকালৈ যোৱাৰ উদ্দেশ্য সিদ্ধি হল। আনফালে এটি বছৰো পুৰা হৈ গল। দেশলৈ ফিৰাৰ উদ্দেশ্যে নাতাল পালেহি। তেখেতক বিদায় দিয়া সম্পৰ্কে ভাৰতীয় বৰ্গয় এখন সভা পাতিলে। সেই সভাত বহি থাকোতেই এখন {{SIC|খবৰা|খবৰ}} কাগজত “ইণ্ডিয়ান ফ্ৰেঞ্চাইজ” অৰ্থাৎ নাতালৰ ব্যৱস্থাপক সভাৰ সভ্য নিৰ্বাচনত ভাৰতীয় লোকৰ ভোট ৰদ কৰা। এই বিষয়ে ভাৰত বাসীৰ ভবিষ্যত অনিষ্টৰ কথা সকলোকে বুজাই দিলে। সিবিলাকে দেখিলে যে ই এখন ডাঙৰ যুঁজ, গান্ধীজীৰ বাহিৰে আন সেনাপতিয়ে এই ৰণ জিকিব নোৱাৰিব। সেইবাবে অন্ততঃ এমাহ থাকি ইয়াৰ শেষ মীমাংসা কৰি যাবলৈ অনুৰোধ জনালে। দেশ সেৱাৰ কাম বুলি নিজৰ ক্ষতি স্বীকাৰ কৰিও থাকিবলৈ মান্তি হল। ৰাইজে দিব খোজা খৰচো গ্ৰহণ নকৰি উকালতি কৰি চলিবলৈকে ঠিৰাং কৰিলে। ক’লা চামৰা এনে ঘৃণনীয় যে, প্ৰথমে উকালতি কৰিবলৈকো অনুমতি দিয়া নাছিল। তাতো এখন ভয়ানক যুদ্ধ কৰি অনুমতি পালে। ৰাইজৰ সেৱা কামকেই মুখ্য কৰি লৈ সাধাৰণ হিচাবে হে উকালতি কৰিছিল।<noinclude></noinclude> buoegy2rtm824ydwlm57ujvv30fzg0b 204271 204270 2025-06-21T08:19:42Z JyotiPN 1603 204271 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ১২ )}}</noinclude>মীমাংসা কৰাই দিব পাৰিলে উভয় পক্ষৰ সুবিধা হয়। বিশেষতঃ উভয় পক্ষয় আত্মীয় লোক। সেই বাবে তেখেতে উভয় পক্ষকে বুজনি দি ৩৭০০ পাউণ্ড (৫৫৫০০৲ টকা) কিস্তিমতে দিবলৈ মীমাংসা কৰি দিলে। ইয়াত উভয় পক্ষয় পৰম সন্তোষ হল। আফ্ৰিকালৈ যোৱাৰ উদ্দেশ্য সিদ্ধি হল। আনফালে এটি বছৰো পুৰা হৈ গল। দেশলৈ ফিৰাৰ উদ্দেশ্যে নাতাল পালেহি। তেখেতক বিদায় দিয়া সম্পৰ্কে ভাৰতীয় বৰ্গয় এখন সভা পাতিলে। সেই সভাত বহি থাকোতেই এখন {{SIC|খবৰা|খবৰ}} কাগজত “ইণ্ডিয়ান ফ্ৰেঞ্চাইজ” অৰ্থাৎ নাতালৰ ব্যৱস্থাপক সভাৰ সভ্য নিৰ্বাচনত ভাৰতীয় লোকৰ ভোট ৰদ কৰা। এই বিষয়ে ভাৰত বাসীৰ ভবিষ্যত অনিষ্টৰ কথা সকলোকে বুজাই দিলে। সিবিলাকে দেখিলে যে ই এখন ডাঙৰ যুঁজ, গান্ধীজীৰ বাহিৰে আন সেনাপতিয়ে এই ৰণ জিকিব নোৱাৰিব। সেইবাবে অন্ততঃ এমাহ থাকি ইয়াৰ শেষ মীমাংসা কৰি যাবলৈ অনুৰোধ জনালে। দেশ সেৱাৰ কাম বুলি নিজৰ ক্ষতি স্বীকাৰ কৰিও থাকিবলৈ মান্তি হল। ৰাইজে দিব খোজা খৰচো গ্ৰহণ নকৰি উকালতি কৰি চলিবলৈকে ঠিৰাং কৰিলে। ক’লা চামৰা এনে ঘৃণনীয় যে, প্ৰথমে উকালতি কৰিবলৈকো অনুমতি দিয়া নাছিল। তাতো এখন ভয়ানক যুদ্ধ কৰি অনুমতি পালে। ৰাইজৰ সেৱা কামকেই মুখ্য কৰি লৈ সাধাৰণ হিচাবে হে উকালতি কৰিছিল।<noinclude></noinclude> r58jzg6197pcgr6c8ir9v0qv7yo2bfd পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/১৮ 104 72979 204273 202312 2025-06-21T08:22:32Z JyotiPN 1603 204273 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> {{center|{{X-larger|'''ভাৰতীয় লোকৰ সমাগম।'''}}}} {{gap}}কিছুমান লোকে আফ্ৰিকাত বেপাৰ কৰিবলৈ, কিছুমানে কেৰাণী কাম কৰিবলৈ আৰু কিছুমানে সামান্য মজুৰৰ কাম কৰিবলৈ গৈছিল। আৰু এটা ঘটনা হৈছিল— নাতালত বৰ ভাল কুঁহিয়াৰ খেতি হৈছিল। সেই বাবে কুঁহিয়াৰ খেতিয়ক গোৰা সকলে ১৮৬০ চনত সভাপাতি ভাৰতৰ পৰা বনুৱা পাবলৈ ভাৰত গবৰ্ণমেণ্টক জনালে। ইংৰাজ চৰকাৰে স্বজাতিৰ উন্নতিৰ অৰ্থে ৫ বছৰীয়া এগ্ৰিমেণ্টত কুলি পঠাবলৈ বন্দবস্ত কৰিলে আৰু উল্লেখ কৰিলে যে, সিহঁতে পাঁচ বছৰৰ পিচত তাত বাস কৰি থাকিবলৈ ইচ্ছা কৰিলে মাটিৰ মালিকী স্বত্ব লৈ সাধাৰণ প্ৰজা হিচাবে বাস কৰিবলৈ দিব লাগিব। এই স্বত্ত্বত নাতাল গবৰ্ণমেণ্টে উপকাৰ ভাবি মান্তি হল। অনেক বনুৱাই এগ্ৰিমেণ্ট দি নাতাললৈ ৰপ্তানী হল। ম্যাদ বাদে অনেকে মাটি লৈ খেতিকৰি ধনী হল। কোনোৱে বা বেপাৰত হাতদি সদাগৰ হৈ পৰিল। তেওঁলোকৰ তেনে অৱস্থা দেখি গোৰা সকলৰ চকুৰ পোৰণি ধৰিলে। সেই বাবে ভাৰতীয় সকলক কি উপায়ে আফ্ৰিকাৰ পৰা খেদিব পাৰে তাৰ বিষয়ে চিন্তা কৰি ব্যবস্থাপক সভাত তলত লিখা ধৰণৰ<noinclude></noinclude> 35r2bv6zokivmfka7ptdp99v9x58od2 204274 204273 2025-06-21T08:23:09Z JyotiPN 1603 204274 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude> {{center|{{X-larger|'''ভাৰতীয় লোকৰ সমাগম।'''}}}} {{gap}}কিছুমান লোকে আফ্ৰিকাত বেপাৰ কৰিবলৈ, কিছুমানে কেৰাণী কাম কৰিবলৈ আৰু কিছুমানে সামান্য মজুৰৰ কাম কৰিবলৈ গৈছিল। আৰু এটা ঘটনা হৈছিল— নাতালত বৰ ভাল কুঁহিয়াৰ খেতি হৈছিল। সেই বাবে কুঁহিয়াৰ খেতিয়ক গোৰা সকলে ১৮৬০ চনত সভাপাতি ভাৰতৰ পৰা বনুৱা পাবলৈ ভাৰত গবৰ্ণমেণ্টক জনালে। ইংৰাজ চৰকাৰে স্বজাতিৰ উন্নতিৰ অৰ্থে ৫ বছৰীয়া এগ্ৰিমেণ্টত কুলি পঠাবলৈ বন্দবস্ত কৰিলে আৰু উল্লেখ কৰিলে যে, সিহঁতে পাঁচ বছৰৰ পিচত তাত বাস কৰি থাকিবলৈ ইচ্ছা কৰিলে মাটিৰ মালিকী স্বত্ব লৈ সাধাৰণ প্ৰজা হিচাবে বাস কৰিবলৈ দিব লাগিব। এই স্বত্ত্বত নাতাল গবৰ্ণমেণ্টে উপকাৰ ভাবি মান্তি হল। অনেক বনুৱাই এগ্ৰিমেণ্ট দি নাতাললৈ ৰপ্তানী হল। ম্যাদ বাদে অনেকে মাটি লৈ খেতিকৰি ধনী হল। কোনোৱে বা বেপাৰত হাতদি সদাগৰ হৈ পৰিল। তেওঁলোকৰ তেনে অৱস্থা দেখি গোৰা সকলৰ চকুৰ পোৰণি ধৰিলে। সেই বাবে ভাৰতীয় সকলক কি উপায়ে আফ্ৰিকাৰ পৰা খেদিব পাৰে তাৰ বিষয়ে চিন্তা কৰি ব্যবস্থাপক সভাত তলত লিখা ধৰণৰ<noinclude></noinclude> pzg1c8o1b4wsorxni8shxv0a6ittyzs 204275 204274 2025-06-21T08:23:31Z JyotiPN 1603 204275 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{Dhr|2em}} {{center|{{X-larger|'''ভাৰতীয় লোকৰ সমাগম।'''}}}} {{gap}}কিছুমান লোকে আফ্ৰিকাত বেপাৰ কৰিবলৈ, কিছুমানে কেৰাণী কাম কৰিবলৈ আৰু কিছুমানে সামান্য মজুৰৰ কাম কৰিবলৈ গৈছিল। আৰু এটা ঘটনা হৈছিল— নাতালত বৰ ভাল কুঁহিয়াৰ খেতি হৈছিল। সেই বাবে কুঁহিয়াৰ খেতিয়ক গোৰা সকলে ১৮৬০ চনত সভাপাতি ভাৰতৰ পৰা বনুৱা পাবলৈ ভাৰত গবৰ্ণমেণ্টক জনালে। ইংৰাজ চৰকাৰে স্বজাতিৰ উন্নতিৰ অৰ্থে ৫ বছৰীয়া এগ্ৰিমেণ্টত কুলি পঠাবলৈ বন্দবস্ত কৰিলে আৰু উল্লেখ কৰিলে যে, সিহঁতে পাঁচ বছৰৰ পিচত তাত বাস কৰি থাকিবলৈ ইচ্ছা কৰিলে মাটিৰ মালিকী স্বত্ব লৈ সাধাৰণ প্ৰজা হিচাবে বাস কৰিবলৈ দিব লাগিব। এই স্বত্ত্বত নাতাল গবৰ্ণমেণ্টে উপকাৰ ভাবি মান্তি হল। অনেক বনুৱাই এগ্ৰিমেণ্ট দি নাতাললৈ ৰপ্তানী হল। ম্যাদ বাদে অনেকে মাটি লৈ খেতিকৰি ধনী হল। কোনোৱে বা বেপাৰত হাতদি সদাগৰ হৈ পৰিল। তেওঁলোকৰ তেনে অৱস্থা দেখি গোৰা সকলৰ চকুৰ পোৰণি ধৰিলে। সেই বাবে ভাৰতীয় সকলক কি উপায়ে আফ্ৰিকাৰ পৰা খেদিব পাৰে তাৰ বিষয়ে চিন্তা কৰি ব্যবস্থাপক সভাত তলত লিখা ধৰণৰ<noinclude></noinclude> guxyn3473a8sgnr0xvh2okmo1lkmi84 পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৪৪ 104 72987 204267 202283 2025-06-21T08:03:36Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204267 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ৩৯ )}}</noinclude> কোটৰ শাসকৰ লগত হোৱা চুক্তি ২য় জনে ভঙ্গ কৰাত প্ৰতিবাদ কৰি ৫ দিন অনশন কৰে। {{gap}}১৯৪৩ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰৰ ওচৰত ন্যায় বিচাৰ নাপাই ঈশ্বৰৰ ওচৰত ন্যায় বিচাৰৰ নিমিত্তে বন্দী অৱস্থাত ২১ দিন অনশন কৰে। {{gap}}১৯৪৭ চনৰ জানুৱাৰীত সাম্প্ৰদায়ীক মিলনৰ উদ্দেশ্যে বিৰলা ভবনত ৭ দিন অনশন কৰে। {{gap}}১৯৪৭ চনত হিন্দু-মুছলমানৰ সম্প্ৰীতি উদ্দেশ্যে ১লা চেপ্তেম্বৰৰ পৰা ৩ দিন অনশন কৰে। {{center|⸻:০:⸻}} {{Css image crop |Image = মহাত্মাৰ_সংক্ষিপ্ত_জীৱনী.pdf |Page = 44 |bSize = 425 |cWidth = 203 |cHeight = 128 |oTop = 446 |oLeft = 95 |Location = center |Description = }}<noinclude></noinclude> 8uxbclbkjno1mxstex915vmv4p46zin পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৩৮ 104 73003 204262 202299 2025-06-21T07:40:50Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204262 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ৩৩ )}}</noinclude> ওলায় আহে। মহাত্মাক নেতা মানিলৈ আইন অমান্য আন্দোলন কৰে। মহাত্মাই সৰ্ব্বপ্ৰথমে লোন আইন অমান্য কৰিবলৈ ১৯৩০ চনৰ ১২ মাৰ্চ্চৰ দিনা এদল কৰ্ম্মীসহ দাণ্ডি যাত্ৰা কৰে। ইয়াৰ ফলত ৫ মেইত মহাত্মাক বন্দী কৰি অনিৰ্দ্দিষ্ট কালৰ নিমিত্তে ফাটেকত দিয়ে। বিলাতত বহা ঘূৰণীয়া মেজ-মেলৰ যুক্তিমতে ১৯৩১ চনৰ ২৬ জানুৱাৰীত মুক্তি দিয়ে। তাৰ পিচত বিলাতৰ মেজ মেললৈ গৈ কংগ্ৰেচৰ নেতা স্বৰূপে যোগ দান কৰে। এই মেলত ভাৰতৰ মঙ্গল জনক কাৰ্য্য নোহোৱাত, ভাৰতলৈ আহি পুনঃ আইন অমান্য আন্দোলন চলায়। ১৯৩২ চনত আকৌ মহাত্মাক বন্দী কৰি জেলত থয়। বৃটিছ প্ৰধান মন্ত্ৰী মেক্‌ডলেণ্ডে হিন্দুৰ সাম্প্ৰদায়ীক বিভাগ কৰাৰ খবৰ পাই জেলতে আমৰণ অনশন কৰে। পিচত সন্তোষ জনক সমাধান হোৱাত অনশন ভঙ্গ কৰে। ৰাজ কোটৰ শাসন কৰ্ত্তাই চৰ্দ্দাৰ পেটেলৰ চুক্তি নমনাত ১৯৩৯ চনত আকৌ আমৰণ অনশন কৰে। পিচত মান্তি হোৱাত অনশন ভঙ্গ কৰে। দ্বিতীয় মহাযুদ্ধৰ সময়তো কংগ্ৰেচ আৰু বৰলাটৰ মাজত মত ভেদ হোৱাত আইন অমান্য অপৰাধত মহাত্মা আৰু অন্যান্য অনেক লোকক ধৰি নি জেলত দিয়ে। ১৯৪১ চনত সকলো সত্যাগ্ৰহীক মুক্তি দিয়ে। জেলৰ পৰা ওলাই মহাত্মাই কংগ্ৰেচৰ নেতৃত্ত্ব কৰে। কিন্তু পিচত দেখিলে যে, ভাৰতৰ ৰাজনৈতিক অৱস্থা ক্ৰমে বেয়াৰ ফাললৈ<noinclude></noinclude> 24nvbalpyqwft55ok859stk3axa6p1t পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৪০ 104 73005 204263 202301 2025-06-21T07:45:53Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204263 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ৩৫ )}}</noinclude>হিন্দু। এই সংসাৰৰ যত ভোগ-বিলাস আৰু মদ-গৰ্ব্বৰ যত সম্মান, সেই সকলো বিলাক যে অস্থায়ী আৰু ঈশ্বৰ বিশ্বাসী সত্য-পৰায়ণ দৰিদ্ৰৰ পদ দলিত মাত্ৰ, তাৰ প্ৰমান পৃথিবীত চিৰ-দিনলৈ থৈ গল। {{center|⸻}} {{center|{{X-larger|'''সত্যাগ্ৰহৰ তালিকা ⸺'''}}}} {{center|'''দক্ষিণ আফ্ৰিকাত —'''}} {{gap}}১৯০৬ চনত ভাৰতীয় লোকৰ উপকাৰৰ অৰ্থে সত্যাগ্ৰহ কৰি জেলত পৰে। ১৯০৭ চনত মুক্তি পায়। {{gap}}১৯০৮ চনত একে কাৰণতে জেলত পৰি মুক্তি পায়। {{gap}}১৯১৩ চনত ৩ পাউণ্ড টেক্স উঠাবৰ কাৰণে সত্যাগ্ৰহ কৰি জেলত পৰে। কৃতকাৰ্য্য হৈ মুক্তি পায়। {{center|⸻}} {{center|'''ভাৰতত —'''}} {{gap}}১৯১৪ চনত বিৰাম গ্ৰামত অন্যায় মতে শুল্ক আদায় কৰা বাবদ সত্যাগ্ৰহ কৰে। জেললৈ নোযোৱাকৈয়ে কৃতকাৰ্য্য হয়।<noinclude></noinclude> nfwbr0rbtx9kh0wg44zb7x2g4vktyb4 204268 204263 2025-06-21T08:11:19Z JyotiPN 1603 204268 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ৩৫ )}}</noinclude>হিন্দু। এই সংসাৰৰ যত ভোগ-বিলাস আৰু মদ-গৰ্ব্বৰ যত সম্মান, সেই সকলো বিলাক যে অস্থায়ী আৰু ঈশ্বৰ বিশ্বাসী সত্য-পৰায়ণ দৰিদ্ৰৰ পদ দলিত মাত্ৰ, তাৰ প্ৰমান পৃথিবীত চিৰ-দিনলৈ থৈ গল। {{center|⸻}} {{center|{{X-larger|'''সত্যাগ্ৰহৰ তালিকা ⸺'''}}}} {{center|'''দক্ষিণ আফ্ৰিকাত —'''}} {{gap}}১৯০৬ চনত ভাৰতীয় লোকৰ উপকাৰৰ অৰ্থে সত্যাগ্ৰহ কৰি জেলত পৰে। ১৯০৭ চনত মুক্তি পায়। {{gap}}১৯০৮ চনত একে কাৰণতে জেলত পৰি মুক্তি পায়। {{gap}}১৯১৩ চনত ৩ পাউণ্ড টেক্স উঠাবৰ কাৰণে সত্যাগ্ৰহ কৰি জেলত পৰে। কৃতকাৰ্য্য হৈ মুক্তি পায়। {{center|⸻}} {{center|'''ভাৰতত —'''}} {{gap}}১৯১৪ চনত বিৰাম গ্ৰামত অন্যায় মতে শুল্ক আদায় কৰা বাবদ সত্যাগ্ৰহ কৰে। জেললৈ নোযোৱাকৈয়ে কৃতকাৰ্য্য হয়।{{nop}}<noinclude></noinclude> 320h71n37er2zd2wdn6n0voy9bwj664 পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৪২ 104 73007 204264 202303 2025-06-21T07:52:20Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204264 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ৩৭ )}}</noinclude> সত্যাগ্ৰহ কৰি কৃত–কাৰ্য্য হয়। আৰু উক্ত চনতে জহৰলাল আৰু গযুৰ খাঁক গ্ৰেপ্তাৰ কৰাৰ {{SIC|বা বে|বাবে}} সত্যাগ্ৰহ কৰে। {{gap}}১৯৪০ চনত ভাৰত বাসীয়ে যুদ্ধত যোগ দিয়াৰ বিৰুদ্ধে সত্যাগ্ৰহ কৰি আন্দোলন চলায়। নিৰ্য্যাতন ভূগী ১৯৪১ চনত মুক্তি পায়। {{gap}}১৯৪৫ চনত বৃটিছৰ ভাৰত ত্যাগ সমন্ধে সত্যাগ্ৰহ কৰি আন্দোলন চলায় নিৰ্য্যাতন ভোগে গে। বিলাত্তৰ মন্ত্ৰী মিচন ভাৰতলৈ আহি সদ্ভাব দেখুৱাই মুক্তি দিয়ে। {{center|⸻}} {{center|'''অনশনৰ তালিকা—'''}} {{gap}}১৯১৩ আৰু ১৯১৪ চনত ফিনিক্স বাসী ভাৰতীয়ৰ নৈতিক দুৰ্ব্বলতা দেখি প্ৰথমবাৰ ৭ দিন আৰু দ্বিতীয়বাৰ ১৫ দিন অনশন কৰে। {{gap}}১৯১৮ চনত আহমদাবাদৰ ধৰ্ম্মঘটকাৰী সকলৰ মাজত নৈতিক দুৰ্ব্বলতা আৰু বিশৃঙ্খল দেখি তাক দূৰ কৰিবলৈ ১২ মাৰ্চ্চৰ পৰা তিন দিন অনশন কৰে। {{gap}}১৯১৯ চনত সবৰমতীত নদীয়াদ ৰেলৰ লাইন<noinclude></noinclude> a3oje28snbzlc8s0k4t102pjips5hlp পৃষ্ঠা:মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf/৪৩ 104 73008 204265 202304 2025-06-21T07:59:30Z JyotiPN 1603 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204265 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ৩৮ )}}</noinclude> উঠাবলৈ হিংসা মূলক ভাবে কোনোলোকে চেষ্টা কৰাত দোষ স্বীকাৰ কৰাবৰ কাৰণে ৩ দিন অনশন কৰে। (১৩ এপ্ৰিলৰ পৰা )। ১৯২২ চনত চৌৰাচৌৰী ঘটনাত ৫ দিন অনশন কৰে। {{gap}}১৯২৪ চনত হিন্দু মুছলমান মিলনৰ উদ্দেশ্যে চেপ্তেম্বৰ মাহত ২১ দিন অনশন কৰে। {{gap}}১৯২৫ চনৰ নবেম্বৰত সবৰমতী আশ্ৰমবাসীৰ ভুল কৰ্ম্মৰ বাবে ১ দিন অনশন কৰে। {{gap}}১৯২৮ চনৰ চেপ্তেম্বৰত মেক্‌ডোলেণ্ডৰ সাম্প্ৰদায়ীক বিভাগৰ প্ৰতিবাদ স্বৰুপে আমৰণ অনশন পণ কৰে। ৭ দিনৰ পিচত সন্তোষজনক প্ৰতিশ্ৰুতি পোৱাত ৭ দিনত অনশন ভঙ্গ কৰে। উক্ত চনৰ ডিচেম্বৰত পুনঃ অনশন কৰে। কৃতকাৰ্য্য হোৱাত ভঙ্গ কৰে। {{gap}}১৯৩৩ চনৰ মেই মাহত হৰিজনৰ অধিকাৰ ৰক্ষাৰ নিমিত্তে ২১ দিন অনশন কৰে। উক্ত চনৰ আগষ্ট মাহত কয়দী হৈ থকা অৱস্থাত হৰিজনৰ সেৱা কৰিবলৈ অনুমতি নোপোৱাত অনশন কৰে। ৮ দিনৰ পিচত বিনাস্বৰ্ত্তে মুক্তি দিয়ে। {{gap}}১৯৩৪ চনৰ আগষ্ট মাহত অস্পৃশ্যতা বৰ্জ্জনৰ বিৰোধী এজনক সাপৈক্ষকাৰী এজনে প্ৰহাৰ কৰাত ৩ দিন অনশন কৰে। {{gap}}১৯৩৯ চনৰ মাৰ্চ্চ মাহত ছৰ্দ্দাৰ পেটেল আৰু {{hws|ৰাজ-|}}<noinclude></noinclude> tn8fn180gwc9sxz091xrn5tpus4wuwn 204266 204265 2025-06-21T08:00:19Z JyotiPN 1603 204266 proofread-page text/x-wiki <noinclude><pagequality level="3" user="JyotiPN" />{{center|( ৩৮ )}}</noinclude> উঠাবলৈ হিংসা মূলক ভাবে কোনোলোকে চেষ্টা কৰাত দোষ স্বীকাৰ কৰাবৰ কাৰণে ৩ দিন অনশন কৰে। (১৩ এপ্ৰিলৰ পৰা )। ১৯২২ চনত চৌৰাচৌৰী ঘটনাত ৫ দিন অনশন কৰে। {{gap}}১৯২৪ চনত হিন্দু মুছলমান মিলনৰ উদ্দেশ্যে চেপ্তেম্বৰ মাহত ২১ দিন অনশন কৰে। {{gap}}১৯২৫ চনৰ নবেম্বৰত সবৰমতী আশ্ৰমবাসীৰ ভুল কৰ্ম্মৰ বাবে ১ দিন অনশন কৰে। {{gap}}১৯২৮ চনৰ চেপ্তেম্বৰত মেক্‌ডোলেণ্ডৰ সাম্প্ৰদায়ীক বিভাগৰ প্ৰতিবাদ স্বৰুপে আমৰণ অনশন পণ কৰে। ৭ দিনৰ পিচত সন্তোষজনক প্ৰতিশ্ৰুতি পোৱাত ৭ দিনত অনশন ভঙ্গ কৰে। উক্ত চনৰ ডিচেম্বৰত পুনঃ অনশন কৰে। কৃতকাৰ্য্য হোৱাত ভঙ্গ কৰে। {{gap}}১৯৩৩ চনৰ মেই মাহত হৰিজনৰ অধিকাৰ ৰক্ষাৰ নিমিত্তে ২১ দিন অনশন কৰে। উক্ত চনৰ আগষ্ট মাহত কয়দী হৈ থকা অৱস্থাত হৰিজনৰ সেৱা কৰিবলৈ অনুমতি নোপোৱাত অনশন কৰে। ৮ দিনৰ পিচত বিনাস্বৰ্ত্তে মুক্তি দিয়ে। {{gap}}১৯৩৪ চনৰ আগষ্ট মাহত অস্পৃশ্যতা বৰ্জ্জনৰ বিৰোধী এজনক সাপৈক্ষকাৰী এজনে প্ৰহাৰ কৰাত ৩ দিন অনশন কৰে। {{gap}}১৯৩৯ চনৰ মাৰ্চ্চ মাহত ছৰ্দ্দাৰ পেটেল আৰু {{hws|ৰাজ|ৰাজকোটৰ }}<noinclude></noinclude> rc0xejbxg6qxdxpsbae7tmz9nvmqfzr পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৪৮ 104 73610 204236 203611 2025-06-20T14:37:27Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 204236 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|৮। শৰীৰৰ অঙ্গ প্ৰত্যঙ্গৰ লগত সম্বন্ধ<br/> থকা অসমীয়া শব্দ}} }} {{gap}}শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গৰ লগত মানুহৰ ঘনিষ্ঠ সম্বন্ধ। সেই হেতু মানুহৰ অঙ্গ-প্ৰত্যঙ্গৰ ওপৰত নিৰ্ভৰ কবি বহু জতুৱা ঠাঁচ বা বাক্যাংশ অসমীয়া ভাষাত গঢ়ি উঠিছে। অঙ্গহীন শৰীৰৰ দৰে সেইবোৰৰ অবিহনে অসমীয়া ভাষাও বিকলাঙ্গ হব। সাধাৰণতে প্ৰচলিত এই শ্ৰেণীৰ খণ্ডবাক্য কিছু মানব বৰ্ণানুযায়ী তালিকা এটি তলত দিয়া হ'ল। {{gap}}আঙ্গুলিৰ লগত সম্বন্ধ থকা শব্দ—আঙুলি-বুলোৱা, আঙুলিৱা, আঙুলি (জোখ বিশেষ), আঙুলি চেপা (পোক), আঙুলিকতপা, আঙুলি ফুটাই শাও দিয়া। উশাহ সম্বন্ধীয় শব্দ হৈছে,—উশাহ পোৱা, উশাহ বন্ধ। {{gap}}ওঁঠৰ লগত জড়িত শব্দ,—ওঁঠ চেলেকা, ওঁঠ পাতল, দাঁতে ওঁঠে লগা, ওঁঠৰ তলৰ হাঁহি; গছত কঠাল ওঁঠত তেল। {{gap}}কঁকাল শব্দৰ সংযোগত হোৱা বাক্যাংশ হৈছে— কঁকাল পৰা, কঁকাল ভগা, কঁকাল বন্ধা, কঁকালী (কঁকালত বন্ধা কাপোৰ)। {{gap}}কপালৰপৰা—কপাল-ফুটা, কপাল-ফুলা, কপালত জ‍ুই লগা, কপালহীন, কপালী, কপালীয়া, ঢাট্কপাল, কপালৰ গাঠি থোপা কৰা, কপাল জেঠী (অলঙ্কাৰ বিশেষ) আদি শব্দ হৈছে। {{gap}}কাণ আৰু, কৰ্ণ' শব্দৰ লগত যোগ হৈ গঢ়ি উঠিছে—কাণ কটা, কাণ কৰা, কাণ দিয়া, কাণ চোৱা, কাণে কাণে, কাণ তাল মৰা, কাণ টাহ মৰা, কাণ সহাৰি, কাণ মুৰ ঠিয় কৰা, কাণে কাণ মাৰি, কৰ্ণফুল (অলঙ্কাৰ), কৰ্ণপাত, কৰ্ণধাৰ, কৰ্ণগোচৰ ইত্যাদি। {{gap}}গাৰ লগত সম্বন্ধ থকা শব্দৰ ভিতৰত গা দে, গা এৰা, গা উঠা, গা টঙা, গা জোকাৰ, গা জুৰোৱা, গা জোৰা, গা ডঙ্গা, গা চোৱা, গা বন্ধ হোৱা, গা অহা, গা কৰা, গা সৰা, গা জিলিকা, গা পাতল, গা-ধন, গা-ভাৰী, গাভী (মানুহ), গামোচা, গাগুটীয়া, গাত গোঁসাই নোহোৱা, গাৰ নোম শিয়ৰি উঠা, গা-মূৰ ধোৱা, গা-চোৱা, গা সাতখন কৰা ইত্যাদি। {{gap}}গৰ্ভ, গোঁফ, গল আদি অঙ্গৰপৰা উদ্ভৱ হোৱা শব্দ হৈছে,—গৰ্ভ কোষ, গৰ্ভকেশৰ, গৰ্ভনাৰেঙ্গা, গৰ্ভাঙ্ক, গৰ্ভাগ্নি, গৰ্ভৱতী, গোঁফাল, গোঁফীয়া, গলহেঁকাৰি, গলাৰৱ, গলাগলি, গলহেঙেৰা (ৰোগ) প্ৰভৃতি।<noinclude></noinclude> k6evr8i8xaykfizf9dj4ntcp8it7uk3 পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৪৯ 104 73611 204237 203612 2025-06-20T15:01:14Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 204237 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|৪০|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude> {{gap}}চকুৰপৰা—চকুৰ কূটা, চকু গজা, চকু চৰহা, চকুত পৰা, চকু দিয়া, চকু পকোৱা, চকু ফুৰোৱা, চকু জৰোৱা, চকু মুদা, চকু মেলি চোৱা, চকুত লগা, চকুত বালি মৰা, আদি বাক্যাংশৰ উৎপত্তি হৈছে। {{gap}}চৰ্ম্ম আৰু চামৰাৰপৰা চৰ্ম্ম-ছেদন, ডাঠ চামৰা আদি শব্দ হৈছে। চুলিয়া- চুলি, চুলিৰ আগে ধাতু যোৱা, মূৰৰ চুলিৰ সমান আয়ুস আদিৰ সম্বন্ধ চুলিৰ লগত। জিভা বা জিভাৰপৰা, – জিভা কটা, জিভাৰ পানী পৰা, জিভাৰ লৰক্-ফৰক্, আদি বাক্যাংশ হৈছে। {{gap}}টেটু আৰু, ডিঙ্গিৰপৰা,—টেটুৱা, টেটুফলা, ডিঙ্গিৰ মণি, ডিঙ্গি ছিঙ্গা, আদি বাক্যাংশৰ উৎপত্তি হৈছে। তেজৰ লগত জড়িত শব্দ হৈছে,–তেজ খা, তেজস্বী, তেজাল, তেজগোড়া, তেজোময়ী, তেজৰঙা, তেজেমুখে ফটা, তেজপানী কৰা, তেজ-মঙহৰ সম্বন্ধ আদি। দাঁত উঠা, দাঁত কামোৰা, দাঁত কৰচা, দাঁত নিকটা, দাঁতৰ শূল, দাঁতে ওঁঠে লগা আদি শব্দ দাঁতৰ সংযোগত গঢ়ি উঠিছে। {{gap}}দেহ-লাও, দেহ-প্ৰাণ, দেহ-ভঙ্গা, দেহে কেহে লগা, দেহ-তত্ত্ব, দেহ-বিচাৰ, আদি খণ্ডবাক্য দেহৰপৰা জন্মিছি। ধাতুৰ পৰা হৈছে,—ধাতু বাজ হোৱা, অলপ-ধতুৱা আদি জতুৱা বাক্য। নাই, নাভি, নাক, নাড়ী, নখ আদিৰ সংযোগত সৃষ্টি হোৱা শব্দ হৈছে,—নাইত তেল দিয়া, নাভি কমল, নাভি পদ্ম, নাক-কটা, নাক কোচোৱা, নাকী লগোৱা, নাকফুল, নাকৰ তলে গোজা, নখচন্দ্ৰ, নখমণি ইত্যাদি। {{gap}}পেট শব্দৰ লগত সংযোগ হৈ পেট পোৱা, পেট-ভাটো, পেট দিয়া, পেট মোচা, পেট হোৱা, পেটুলী, পেটুৱা, পেটে ভড়ালে, পেটে-ভাতে খোৱা, পেটে- কঁকালে লগা আদি বাক্যাংশ গঢ়ি উঠিছে। প্ৰাণ শব্দৰ পৰা প্ৰাণ টাকি, প্ৰাণবায়, প্ৰাণাধিক, প্ৰাণান্ত আদি শব্দ হৈছে। {{gap}}বাহ, আৰু বুকুৰ নামৰপৰা, – বাহুবল, বাহুযুদ্ধ, বাহুতি (এবিধ কবচ) বাহু ঢেকেৰা (মাছ), বুকু ডাঠ, বুকু ফিন্দা, বুকু পাতল, বুকুৱা, বুকুচোলা, বুকুত কাপোৰ লোৱা ইত্যাদি হৈছে। ভৰিৰপৰা সৃষ্টি হোৱা খণ্ডবাক্যৰ ভিতৰত ভৰি পথান, ভৰিত ধৰা, ভৰিত পৰা, পেটতে হাত ভৰি লুকুৱা, আদি বিশিষ্ট অৰ্থ বুজুৱা শব্দ গঢ়ি উঠিছে। ইয়াৰ লগতে পদসেৱা, পদাতিক, পদানত শব্দৰ উল্লেখ কৰিব পাৰি। {{gap}}মঙহ আৰু মূৰ শব্দৰপৰা মঙহ খোৱা, মঙহ ধৰা, মঙহ গাঁঠি, মঙহাল, আৰু মূৰ খা, মূৰ পৰা, মূৰ মৰা, মূৰ ডঙ্গা, মূৰ পুতি লগা, মূৰে কপালে হাত দিয়া আদি বাক্যাংশৰ সৃষ্টি হৈছে। {{gap}}মুখ শব্দৰপৰা হোৱা শব্দ—মুখলৈ চোৱা, মুখ ওফোন্দোৱা, মুখৰ কথা, মুখা, মুখাল, মুখস্থ, মুখিয়াল, মুখা-মুখি, মুখশুদ্ধি, মুখ-ভেঙ্গচালি,<noinclude></noinclude> f9fq97vfu9g4mq947f9qlfzglqkjwo5 পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৫০ 104 73612 204238 203613 2025-06-20T15:06:52Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 204238 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||শৰীৰৰ অঙ্গ-প্রত্যঙ্গৰ লগত সম্বন্ধ থকা অসমীয়া শব্দ|৪১}}</noinclude> মুখচন্দ্ৰিকা, মুখথেকেচা খোৱা, মুখ পাতি লোৱা, মুখ মাৰি থোৱা, মুখতে ধৰা, মুখ দেখুৱা প্ৰভৃতি। {{gap}}হাড়ভঙ্গা, হাড়-ছাল-ছিগা, হাড়-শুচি কৰা, হাড়ত বন গজা, হাড়ত খোৱা, হাড়ে হাড়ে চিনা আদি বাক্যাংশৰ হাড়ৰ লগত সম্বন্ধ। {{gap}}শৰীৰৰ অঙ্গৰ ভিতৰত হাতৰ প্ৰয়োজন অধিক। সেই দেখিয়েই হাতৰ সংযোগত অধিক-সংখ্যক খণ্ড বাক্য গঢ়ি উঠিছে। যেনে, হাত-দীঘল, হাত লৰ, হাত-ধোৱা, হাত সৰা, হাত ছিগা, হাত উজা, হাত বাউল দিয়া, হাত খৰচ, হাত ধৰি চলা, হাত তোলা, হাত পতা, হাতৰ মলি, হাত বুলা, হাত জোৰ, হাত সাৱটি থকা, হাতে-ভৰিয়ে ধৰা ইত্যাদি। {{gap}}অঙ্গ-প্ৰত্যঙ্গ বুজুৱা শব্দৰ সহায়ত প্ৰায় সকলো ভাষাতে জোখ-নিৰিখ বুজুৱা শব্দৰ সৃষ্টি হয়। এহাত, এমুঠন, এমুঠি, আঙুলি আদি তাৰে দৃষ্টান্ত।<noinclude></noinclude> miut8ig20tqat61t9e2akl8vkfzq4pf পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৭৬ 104 73638 204239 203639 2025-06-20T16:52:57Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204239 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{Dhr|8em}} {{center|{{X-larger|'''দ্বিতীয় ভাগ'''}}}} {{center|{{X-larger|অসমীয়া সংস্কৃতি}}}}<noinclude></noinclude> qglo1jpaqa7anpcjdgy7e7khlhbqiis 204240 204239 2025-06-20T16:53:24Z Jyoti Chiring 2949 204240 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{Dhr|12em}} {{center|{{X-larger|'''দ্বিতীয় ভাগ'''}}}} {{center|{{X-larger|অসমীয়া সংস্কৃতি}}}}<noinclude></noinclude> ajgp9w962d5oz34x9wah9yk42o1lpey পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭১ 104 73917 204261 204234 2025-06-21T06:48:00Z JyotiPN 1603 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 204261 proofread-page text/x-wiki <noinclude><pagequality level="2" user="-chanakyakdas" />{{rh||কাউৰী, কপৌ আৰু নিগনিৰ কথা|৬৩}}</noinclude>{{gap}}কপৌজাক এমাইল মান উৰি গৈ হিৰণ দলপতিৰ সখিয়েক নিগনিৰ গাঁতৰ মুখত পৰিল গৈ। শেনে থাপমৰা যেন গম পাই নিগনি কোচ মোচ খাই ভিতৰ সোমাল। হিৰণে কেবাবাৰো মতাত মাতত চিন ধৰি নিগনি ওলাই আহি সখিয়েকৰ তেনে অৱস্থা দেখি বৰ বেজাৰ কৰিলে। ইপিনে চৰাইবিলাকৰ ভৰিত জোত থকাৰ কাৰণে ছট-ফটাই ইকাটি সিকাটি হৈ পৰিবলৈ ধৰিলে। কপৌবিলাকৰ দুখ চকুৰে চাই থাকিব নোৱাৰি হিৰণে কলে, “সখি বিপদত বেজাৰ কৰি থাকিলে একো নহয়, আপুনি আমাক বিপদৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰে, তাৰ উপায় কৰক। আমাক জালখনৰ পৰা মোকোলাই দিয়ক।” নিগনিয়ে কলে, “মোৰ নিগনি দাঁতেৰে ইমানখন জাল কেনেকৈ কুটিম? আপোনাক মোকলাই দিওঁ। বন্ধুক বিপদত পৰি থকা ময়ো চাই থাকিব নোৱাৰোঁ।” হিৰণে উত্তৰ কৰিলে, “মোৰ আশ্ৰিত সকলক মুক্ত হোৱা নেদেখিলে মই থিৰেৰে থাকিব নোৱাৰোঁ। আগেয়ে তেওঁবিলাকক মুক্ত কৰিহে আপুনি মোক মুক্ত কৰিব লাগিব। নহলে সকলোবিলাক বিপদতে পৰি থাকিম।” এই কথা শুনি নিগনিয়ে যিমান খৰকৈ পাৰে জালখন কুটিবলৈ ধৰিলে, আৰু চাই থাকোঁতেই সকলো মুকলি হ'ল। তেতিয়া আটাইৰে মুখলৈ পানী আহিল। আটায়ে নিগনিৰ শলাগ ল'বলৈ ধৰিলে। {{gap}}কাউৰীয়ে সকলোবিলাক কাম<noinclude></noinclude> 7nn0z2ssneq3mn5rdy2ykf8u7q7mo3z পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১১৫ 104 73918 204241 2025-06-21T01:46:14Z -chanakyakdas 1728 /* লিখা নথকা */ 204241 proofread-page text/x-wiki <noinclude><pagequality level="0" user="-chanakyakdas" /></noinclude><noinclude></noinclude> ppc73nqpnczysqngu2x373dnq6skx1v পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১১৪ 104 73919 204242 2025-06-21T01:46:25Z -chanakyakdas 1728 /* লিখা নথকা */ 204242 proofread-page text/x-wiki <noinclude><pagequality level="0" user="-chanakyakdas" /></noinclude><noinclude></noinclude> ppc73nqpnczysqngu2x373dnq6skx1v পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১১১ 104 73920 204243 2025-06-21T01:49:01Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204243 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||বেমাৰী সদাগৰ আৰু কলা বন্ধু|১০৩}}</noinclude>{{Dhr|1em}} {{center|{{Xx-larger|বেমাৰী সদাগৰ আৰু কল৷ বন্ধু}}}} {{gap}}দাক্ষিণাত্যৰ ত্ৰিবাঙ্কুৰ ৰাজ্যৰ ৰাজধানী ত্ৰিবান্দ্ৰম। এই চহৰত এজন সদাগৰ আছিল। এসময়ত তেওঁৰ টান নৰিয়া হয়। তেওঁৰ এগৰাকী ধুম-কলা বন্ধু আছিল। সদাগৰৰ {{Css image crop |Image = নীতিমালা_তৃতীয়_ভাগ.pdf |Page = 111 |bSize = 425 |cWidth = 234 |cHeight = 332 |oTop = 164 |oLeft = 99 |Location = center |Description = }} বেমাৰৰ বাতৰি পাই কলা বন্ধু জনে মনে মনে ভাবিলে যে, “বন্ধুক দেখা কৰি গা কেনে পাইছে, তাক তেওঁ সোধা উচিত।” এই বুলি তেওঁ সদাগৰৰ ঘৰলৈ যাবলৈ ওলাল।{{nop}}<noinclude></noinclude> hep0531os6uemr1fzixogg2s9udj3vb 204244 204243 2025-06-21T01:49:24Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204244 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||বেমাৰী সদাগৰ আৰু কলা বন্ধু|১০৩}}</noinclude>{{Dhr|1em}} {{center|{{Xx-larger|বেমাৰী সদাগৰ আৰু কলা বন্ধু}}}} {{gap}}দাক্ষিণাত্যৰ ত্ৰিবাঙ্কুৰ ৰাজ্যৰ ৰাজধানী ত্ৰিবান্দ্ৰম। এই চহৰত এজন সদাগৰ আছিল। এসময়ত তেওঁৰ টান নৰিয়া হয়। তেওঁৰ এগৰাকী ধুম-কলা বন্ধু আছিল। সদাগৰৰ {{Css image crop |Image = নীতিমালা_তৃতীয়_ভাগ.pdf |Page = 111 |bSize = 425 |cWidth = 234 |cHeight = 332 |oTop = 164 |oLeft = 99 |Location = center |Description = }} বেমাৰৰ বাতৰি পাই কলা বন্ধু জনে মনে মনে ভাবিলে যে, “বন্ধুক দেখা কৰি গা কেনে পাইছে, তাক তেওঁ সোধা উচিত।” এই বুলি তেওঁ সদাগৰৰ ঘৰলৈ যাবলৈ ওলাল।{{nop}}<noinclude></noinclude> gsz6ztw2b2b35olrhedf79sie04y4ox পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১১২ 104 73921 204245 2025-06-21T01:53:19Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204245 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|১০৪|নীতিমালা|}}</noinclude>সদাগৰৰ ঘৰলৈ যাওঁতে বাটত ভাবিলে যে, সেই খিনি পালে প্ৰথমতে তেওঁ কি কব। তেওঁ ভাবিছিল যে, নৰিয়া পৰি দুৰ্ব্বল হৈছে যেতিয়া সদাগৰে পূৰ্ব্বৱতে ভালকৈ কথা কব নোৱাৰিব। গতিকে তেওঁ মনে মনে এনে দৰে কথা পাতিবলৈ থিৰ কৰিলে। {{gap}}বন্ধুৰ ঘৰ সোমাৱেই মই তেওঁক নমস্কাৰ কৰি বহিম। তাৰ পাচত মই সুধিম, “ডাঙ্গৰীয়া, আজি কেনে পাইছে?” জ্বৰ নেথাকিলে তেওঁ উত্তৰ দিব, “অলপ বাৰু পাইছোঁ।” তাকে উত্তৰত মই কম, “শুনি বৰ ৰং পালোঁ।” {{gap}}তাৰ পাচত ম‍ই তেওঁৰ পথ্যৰ কথা সুধিম। তেওঁ ধুৰুপ কব, “ভাতৰ নিসনি।” ম‍ই কম, “ঈশ্বৰে যেন ইমানতে আপোনাক অনুগ্ৰহ কৰে।” {{gap}}শেহত সুধিম, “আপোনাৰ বেজ কোন?” তেওঁ কোনোবা বেজৰ নাম অৱশ্যে কব। তেতিয়া মই কম, “ঈশ্বৰে কৰিলে তেওঁৰ পৰাই আপোনাৰ ভাল হব।” {{gap}}নিজৰ মনত এইবোৰ কথা গমি গপি সদাগৰৰ বন্ধুৱেক সদাগৰৰ ঘৰ পালেগৈ। আলচি যোৱাৰ মতেই নমস্কাৰ কৰি বহিল, আৰু গাত হাত দি চাই জ্বৰ নথকা পাই সুধিলে। {{gap}}“ডাঙ্গৰীয়া, কেনে পাইছে?” নৰিয়াই কোনো প্ৰকাৰে কেকাঁই গেঠাই কলে যে, “তেওঁৰ বৰ ভাল লগা নাই, অলপ আগতে তেওঁৰ বৰ জ্বৰ উঠিছিল।” বন্ধুজনে মনে মনে ভাবিলে যে, অলপ ভাল পাইছোঁ বুলিয়েই এওঁ কৈছে, এই বুলি তেওঁ<noinclude></noinclude> rdfux0xpuqaa9fa4z0dipnpqthu8whx পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১১৩ 104 73922 204246 2025-06-21T01:56:52Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204246 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|১০৫|বেমাৰী সদাগৰ আৰু কলা বন্ধু|}}</noinclude>কলে, “কথাশুনি মই বৰ ৰং পালোঁ। ঈশ্বৰে আপোনাক এনেকৈ ৰাখক।” {{gap}}তেওঁৰ এই কথাত জ্বৰত ক্ষীণাই খিট খিটিয়া হোৱা সদাগৰৰ খং উঠিল। বন্ধুজনে আকৌ সুধিলে, “আপোনাক কি পথ্য দিছে?” বেমাৰীয়ে খঙত উত্তৰ দিলে, “মাটি।” নুশুনা নুবুজাকৈয়ে বন্ধুজনে কলে, “এই পথ্যৰ পৰাই আপোনাৰ ভাল {{SIC|হউক|হওক}}। ঈশ্বৰে ইমানতে যেন আপোনাক অনুগ্ৰহ কৰে!” {{gap}}বেমাৰীৰ তেতিয়া আৰু খং উঠিল। বেমাৰীক তলকা মাৰি থকা দেখি অলপ পাচতে বন্ধুজনে তেওঁক সুধিলে, “আপোনাৰ বেজ কোন্?” নৰিয়াই খঙেৰে উত্তৰ দিলে, “স্বয়ং যমেই মোৰ বেজ।” তেওঁ ভাবি যোৱা মতেই কলে, “ঈশ্বৰে কৰিলে তেওঁৰ পৰাই আপোনাৰ ভাল হব।” নৰিয়াৰ তেতিয়া খঙে মূৰৰ চুলি পালেগৈ। তেওঁ দাঁত মুখ কামুৰি বৰ অস্থিৰ হ’ল। পাচে বেমাৰী অস্থিৰ যেন দেখি কলা বন্ধু জনে নিজকে নিজে কলে, “জ্বৰ বৰ বেয়াকৈ উঠিব খুজিছে হবলা। ম‍ই আৰু উঠি যোৱাহে ভাল।” ইয়াকে ভাবি নমস্কাৰ কৰি আপোনা আপনি বিদায় হ’ল। তেওঁক যোৱা দেখি নৰিয়াও অলপ সুস্থিৰ হ’ল।{{nop}}<noinclude></noinclude> r7mo6cldls9zz4ca2srkwnlmmn64yld 204247 204246 2025-06-21T01:58:01Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204247 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||বেমাৰী সদাগৰ আৰু কলা বন্ধু|১০৫}}</noinclude>কলে, “কথাশুনি মই বৰ ৰং পালোঁ। ঈশ্বৰে আপোনাক এনেকৈ ৰাখক।” {{gap}}তেওঁৰ এই কথাত জ্বৰত ক্ষীণাই খিট খিটিয়া হোৱা সদাগৰৰ খং উঠিল। বন্ধুজনে আকৌ সুধিলে, “আপোনাক কি পথ্য দিছে?” বেমাৰীয়ে খঙত উত্তৰ দিলে, “মাটি।” নুশুনা নুবুজাকৈয়ে বন্ধুজনে কলে, “এই পথ্যৰ পৰাই আপোনাৰ ভাল {{SIC|হউক|হওক}}। ঈশ্বৰে ইমানতে যেন আপোনাক অনুগ্ৰহ কৰে!” {{gap}}বেমাৰীৰ তেতিয়া আৰু খং উঠিল। বেমাৰীক তলকা মাৰি থকা দেখি অলপ পাচতে বন্ধুজনে তেওঁক সুধিলে, “আপোনাৰ বেজ কোন্?” নৰিয়াই খঙেৰে উত্তৰ দিলে, “স্বয়ং যমেই মোৰ বেজ।” তেওঁ ভাবি যোৱা মতেই কলে, “ঈশ্বৰে কৰিলে তেওঁৰ পৰাই আপোনাৰ ভাল হব।” নৰিয়াৰ তেতিয়া খঙে মূৰৰ চুলি পালেগৈ। তেওঁ দাঁত মুখ কামুৰি বৰ অস্থিৰ হ’ল। পাচে বেমাৰী অস্থিৰ যেন দেখি কলা বন্ধু জনে নিজকে নিজে কলে, “জ্বৰ বৰ বেয়াকৈ উঠিব খুজিছে হবলা। ম‍ই আৰু উঠি যোৱাহে ভাল।” ইয়াকে ভাবি নমস্কাৰ কৰি আপোনা আপনি বিদায় হ’ল। তেওঁক যোৱা দেখি নৰিয়াও অলপ সুস্থিৰ হ’ল।{{nop}}<noinclude></noinclude> r491f49y1kmy7ldbk1gg9ig5fywpy69 পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০৫ 104 73923 204248 2025-06-21T02:02:58Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204248 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||এটি সঁচাকথীয়া লৰা|৯৭}}</noinclude>{{gap}}ইয়াক দেখিলে কালি আজিতে সজা যেনহে লাগে৷ ই বগা মাৰ্ব্বল পাথৰেৰে নিৰ্ম্মিত। ইয়াক সজাওঁতে ডেৰকুৰি বছৰ লাগিছিল, আৰু ডেৰকুৰি লাখ টকাও খৰচ হৈছিল। {{center|⸻}} {{Dhr|1em}} {{center|{{Xx-larger|এটি সঁচাকথীয়া লৰা}}}} {{gap}}ভাৰতবৰ্ষৰ পশ্চিম ফালে মহাৰাষ্ট্ৰ বুলি এডোখৰ ঠাই আছে। সেই ৰাজ্যত শিৱাজি আদি ডাঙ্গৰ ডাঙ্গৰ যুজাৰু সকল উপজিছিল। আজি কালিও তাৰ মানুহবিলাক শতক আৰু বলী। সেই দেশত বলোৰাম নামেৰে এজন বৰ দুখীয়া মানুহ আছিল। তেওঁ খেতি-বাতি কৰি খাই ৩২ বছৰ বয়সত কোনমতে নগদ ৰূপ ৫০৲ টকা সাঁচি থৈ মৰিল। মৰিবৰ সময়ত তেওঁৰ ঘৈণীয়েক আৰু একমাত্ৰ ছয় বছৰীয়া লৰা এটি আছিল। বেপাৰ বাণিজ্য কৰিবৰ নিমিত্তে ডাঙ্গৰ হলে লৰাটিক সেই ৰূপ ৫০৲ টকা দিবলৈ তেওঁ ঘৈণীয়েকক কৈ গল। কিন্তু কেনেকৈনো মাকে {{SIC|পুতেক|পুতেকে}} খাব, তাৰ একো দিহা দি নগল। {{gap}}লৰাটিৰ মাকেও গিৰিয়েকৰ আজ্ঞা মতে ৰূপ কেইটকা টেকেলি এটাত ভৰাই মাটিত পুতি থলে। লোকৰ ধান দাই ভুঁই ৰূই কোনোমতে লৰাটিৰ আৰু নিজৰ পেট প্ৰবৰ্ত্তাবলৈ<noinclude>{{Left|৭}}</noinclude> 27aly4ojhmmts9k0oj1zjip45tcos7o পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০৬ 104 73924 204249 2025-06-21T02:05:16Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204249 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৯৮|নীতিমালা|}}</noinclude>ধৰিলে। বৰ দুখত পৰাতো সেই ৰূপ কেইটকা কেতিয়াও নাভাঙ্গিলে। {{gap}}যেতিয়া লৰাটিৰ বয়স ষোল বছৰ হয়, আৰু নিজে দুপইচা আৰ্জ্জিব পৰা হল, তেতিয়া মাটিৰ পৰা সেই ৰূপ ৫০৲ টকা খানি {{Css image crop |Image = নীতিমালা_তৃতীয়_ভাগ.pdf |Page = 106 |bSize = 425 |cWidth = 242 |cHeight = 332 |oTop = 156 |oLeft = 95 |Location = center |Description = }} আনি পুতেকৰ হাতত দি কলে, “বোপাই, তোমাৰ পিতাৰে তোমালৈ এই ৰূপ ৫০৲ টকা সাঁচি থৈ গৈছে। তুমি এই ৰূপেৰে সৰুকৈ দোকান এখন দি কাৰবাৰ কৰাঁগৈ। আমাৰ গাওঁ খন<noinclude></noinclude> jc20ylp8niv6mqs1u7o7f5jcrn6jm3t পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০৭ 104 73925 204250 2025-06-21T02:09:17Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204250 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||এটি সঁচাকথীয়া লৰা|৯৯}}</noinclude>বৰ দুখীয়া, ইয়াত দোকান দিলে মানুহে কালিয়নে বস্তু খায়েই আহৰি কৰিব। এতেকে এই দেশৰ ৰাজধানী পুনা চহৰলৈ গৈ তাতে কাৰবাৰ চলোৱাঁগৈ৷” {{gap}}এই কথাত পুতেক— “আই মই তোমাক এৰি কলৈকো নাযাওঁ, মোক টকা নালাগে”— এই বুলি কান্দিবলৈ ধৰিলে। মাকে তেতিয়া তাক ভালকৈ বঢ়ালে বুজালে আৰু কলে, “মই এতিয়া বুঢ়ী হৈ আহিছোঁ, লাহে লাহে কাম কৰিব নোৱাৰা হম। তুমিয়েই দুপইচা নুলিয়ালেনো, আমি দুটা কেনেকৈ পোহ যাম। তুমি যোৱাঁ, কেৱল এটা কথা মনত ৰাখিবা,— কেতিয়াও মিছা কথা নকবা। প্ৰাণ যাব লগা হলে যাবলৈ দিবা, কিন্তু কোনোকালে মিছাত আশ্ৰয় নলবা। তাকে কৰা শুনিলে মই বৰ আনন্দ পাম।” {{gap}}লৰাটিয়ে মাকক সেৱা কৰি কঁকালৰ গামোছাত ৰূপ কেইটকা বান্ধি লৈ পুনালৈ যাত্ৰা কৰিলে। {{gap}}সেই কালত বাটত চোৰ ডকাইত বহুত। সিহঁত বাটৰ দাঁতিত হাবিৰ মাজতে লুকাই থাকে, আৰু অকলশৰীয়াকৈ মানুহ যোৱা দেখিলেই ডকা দি মাৰি কিলাই ধন সম্পত্তি কাঢ়ি লয়। নিদিওঁ, নথওঁ কৰিলে প্ৰাণকো বধ কৰিবলৈ সিহঁত কুণ্ঠিত নহয়। সেই লৰাটিকো বাটত এনে এদল ডকাইতে লগ পালে। লৰাটিৰ কাপোৰ কানিবোৰ বৰ মলিয়ন আৰু ফটাছিটা আছিল। তাকে দেখি ডকাইত জাকে মনতে ভাবিলে, “ইয়াৰ কি আছে? তাৰ কিবা আছে নে বুলি সোধাতে আমাৰহে লাজ।” এটা ডকাইতে<noinclude></noinclude> 5mzfpgkdi5d8h7h33s57y9vqlxug1sq পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০৮ 104 73926 204251 2025-06-21T02:13:06Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204251 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|১০০|নীতিমালা|}}</noinclude>কিন্তু ঠাট্টা কৰি লৰাটিক সুধিলে, “হেৰ লৰাটো, তোৰ ধন বস্তু আছেনে? আছে যদি, আমাক দি যা।” লৰাটিয়ে উত্তৰ দিলে, “মোৰ হাতত ৰূপ ৫০৲ টকা আহিছে, ম‍ই বেপাৰ কৰিবলৈ আহিছোঁ, তোমালোকক টকা দিব নোৱাৰোঁ।” তাৰ এই কথাত প্ৰত্যয় নগৈ আন এটা ডকাইতে আকৌ সেই প্ৰশ্নকে কৰিলে, আৰু লৰাটিয়েও অবিকল সেই উত্তৰকে দিলে। তেতিয়া ডকাইতহঁতৰ দলপতিয়ে লৰাটোক আকৌ তাকে ঘুৰাই সোধাত লৰাটোৱে ৰূপ কেইটকা উলিয়াই দেখুৱালে। ৰূপ কেইটকা দেখি ডকাইত জাকে লোভ সামৰিব নোৱাৰি লবলৈ হাত মেলোতেই সিহঁতৰ দলপতি জনে লৰাটিক সুধিলে, “বোপা, তোমাৰ সাজপাৰ দেখি তোমাৰ হাতত টকা আছিল বুলি আমাৰ বিশ্বাস নহৈছিল। নাই বোলাহেঁতেনেই দেখোন তোমাক আমি এৰি দিলোঁহেঁতেন। কেলেই তুমি টকা আছে বুলি কলাঁ? আমাক ডকাইত বুলি নাজানিলানেকি?” ইয়াৰ উত্তৰত লৰাটিয়ে কলে, “তোমালোকক ডকাইত বুলি জানোঁ। পিচে মই ঘৰৰ পৰা অহাৰ পূৰ্ব্বেই আয়ে মোক মিছা কথা কবলৈ হাক দি পঠাইছে। সেই বাবে মই কেতিয়াও মিছা কথা কব নোৱাৰোঁ।” দলপতিয়ে লৰাটিৰ কথা শুনি আৰু তাৰ অপূৰ্ব্ব মাতৃভক্তি দেখি তধা লাগিল। পিচত তেওঁ {{SIC|সমলো|সকলো}} ডকাইতে শুনাকৈ কলে, “এই দুখীয়া সৰু লৰাটিয়েই মিছা কথা নকলে, আৰু মাকৰ কথা ইমানকৈ ৰাখিলে। মই কিন্তু ভালৰ ঘৰত জন্ম লৈয়ো কত মিছা কথা কৈছোঁ, কত<noinclude></noinclude> fcbl0022a9gppwvtg8nen0cnff2fsp8 পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০৯ 104 73927 204252 2025-06-21T02:18:22Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204252 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||কৃষক|১০১}}</noinclude>মানুহক মাৰি ধন বস্তু কাঢ়ি লৈছোঁ! ম‍ই আজিয়েই শপত খাইছোঁ, আজিৰ পৰা আৰু কেতিয়াও মিছা কথা নকওঁ, আৰু এই ডকাইতিও নকৰে॥” এই বুলি তেওঁ ডকাইতৰ দলৰ পৰা আঁতৰ হল, তাতে সকলো ডকাইতে লাজ পাই শপত খাই সেই দিনাৰে পৰা আৰু ডকাইতি কৰিবলৈ এৰিলে। লৰাটিয়েও পুনালৈ গৈ দোকান এখন দি অলপ দিনৰ ভিতৰতে বৰ চহকী হল, আৰু নামজলা হৈ উঠিল। বহুত ধন বস্তু লৈ আহি মাকক সুখেৰে খুৱালে, আৰু টকাখিনি ভাল ভাল খৰচ কৰিলে। {{gap}}এতেকে যি মানুহে সদাই সঁচা কথা কয়, তেওঁক সকলোৱে বিশ্বাস কৰে, আৰু তেওঁ বেয়া মানুহকো ভাল বাটলৈ আনিব পাৰে। তেওঁ বহুত পুণ্য সাঁচে, আৰু যেতিয়া ঢুকায়, তেতিয়াও তেওঁ স্বৰ্গত গৈ মহাসুখে থাকেগৈ। যুধিষ্ঠিৰ ৰজাই সঁচা কথা কোৱা বাবেই সোঁ-শৰীৰেই স্বৰ্গলৈ গল। সঁচাকথীয়া মানুহক ঈশ্বৰে এই সংসাৰত আৰু পৰকালতো সহায় কৰে। {{center|⸻}} {{Dhr|1em}} {{center|{{Xx-larger|কৃষক}}}} {{Block center/s}}<poem>জীৱন নাৱৰ গুৰি{{gap|4.8em}}বঠা ধৰি তুমি {{gap|4em}}সমাজক ৰাখিছা জীয়াই, তুমিয়ে পিতৃৰতুল্য{{gap|4em}}গোটেই দেশৰ {{gap|4em}}অন্নাহাৰ দিছা সৰ্ব্বদায়।</poem><noinclude>{{Block center/e}}</noinclude> qoakiuhmaxa9hivoxykxbvqxnns0e17 204255 204252 2025-06-21T02:33:49Z -chanakyakdas 1728 204255 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||কৃষক|১০১}}</noinclude>মানুহক মাৰি ধন বস্তু কাঢ়ি লৈছোঁ! ম‍ই আজিয়েই শপত খাইছোঁ, আজিৰ পৰা আৰু কেতিয়াও মিছা কথা নকওঁ, আৰু এই ডকাইতিও নকৰে॥” এই বুলি তেওঁ ডকাইতৰ দলৰ পৰা আঁতৰ হল, তাতে সকলো ডকাইতে লাজ পাই শপত খাই সেই দিনাৰে পৰা আৰু ডকাইতি কৰিবলৈ এৰিলে। লৰাটিয়েও পুনালৈ গৈ দোকান এখন দি অলপ দিনৰ ভিতৰতে বৰ চহকী হল, আৰু নামজলা হৈ উঠিল। বহুত ধন বস্তু লৈ আহি মাকক সুখেৰে খুৱালে, আৰু টকাখিনি ভাল ভাল খৰচ কৰিলে। {{gap}}এতেকে যি মানুহে সদাই সঁচা কথা কয়, তেওঁক সকলোৱে বিশ্বাস কৰে, আৰু তেওঁ বেয়া মানুহকো ভাল বাটলৈ আনিব পাৰে। তেওঁ বহুত পুণ্য সাঁচে, আৰু যেতিয়া ঢুকায়, তেতিয়াও তেওঁ স্বৰ্গত গৈ মহাসুখে থাকেগৈ। যুধিষ্ঠিৰ ৰজাই সঁচা কথা কোৱা বাবেই সোঁ-শৰীৰেই স্বৰ্গলৈ গল। সঁচাকথীয়া মানুহক ঈশ্বৰে এই সংসাৰত আৰু পৰকালতো সহায় কৰে। {{center|⸻}} {{Dhr|1em}} {{center|{{Xx-larger|কৃষক}}}} {{Block center/s}}<poem>জীৱন নাৱৰ গুৰি{{gap|4.8em}}বঠা ধৰি তুমি {{gap|4.5em}}সমাজক ৰাখিছা জীয়াই, তুমিয়ে পিতৃৰতুল্য{{gap|4em}}গোটেই দেশৰ {{gap|4.5em}}অন্নাহাৰ দিছা সৰ্ব্বদায়।</poem><noinclude>{{Block center/e}}</noinclude> 596tcdlm8vtkymkqxfvtko9t09l710b পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১১০ 104 73928 204253 2025-06-21T02:30:49Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204253 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|১০২|নীতিমালা|}} {{Block center/s}}</noinclude><poem>তোমাৰ জহতে লোকে{{gap|2.4em}}অৰ্জ্জি বিদ্যজ্ঞান {{gap|5em}}স্বদেশৰ উন্নতি সাধিছে, তোমাৰে উৎপন্ন লৈ{{gap|4em}}কিনা বেচা কৰি {{gap|5em}}সদাগৰে লক্ষ্মীক বান্ধিছে। বাৰিষাৰ এটি মাহো{{gap|4.8em}}বহি থাকা যদি {{gap|5em}}দেশত লাগিব হাঁহাঁকাৰ; সমাজ বান্ধনী কেনি{{gap|4.8em}}পৰিব উফৰি {{gap|5em}}উন্নতিও হব ছাৰখাৰ তোমাৰ সমান নাই{{gap|5.2em}}দেশ হিতকৰ {{gap|5em}}প্ৰাণদাতা সকলো নৰৰ; তোমাৰ {{SIC|বিহনে|অবিহনে}} হব{{gap|4.9em}}জগত শ্মশান, {{gap|5em}}তুমি মাত্ৰ সাৰ সংসাৰৰ! স্বাধীন কিৰিষি কৰি{{gap|3.8em}}আপোন ইচ্ছাৰে {{gap|5em}}তুমিয়েই মুকলি-মূৰীয়া; {{SIC|নে পাতা|নেপাতা}} কালৈকো হাত{{gap|3.8em}}নধৰা খাটনি {{gap|5em}}ৰাখিছা দেশৰ তুমি চিয়া।</poem>{{Block center/e}} {{Right|শ্ৰীতুলসীচন্দ্ৰ বৰুৱা}} {{nop}}<noinclude></noinclude> jes95o8mfjzjpmppiip0qz7ctwvzoha 204254 204253 2025-06-21T02:32:31Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204254 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|১০২|নীতিমালা|}} {{Block center/s}}</noinclude><poem>তোমাৰ জহতে লোকে{{gap|1.3em}}অৰ্জ্জি বিদ্যজ্ঞান {{gap|4em}}স্বদেশৰ উন্নতি সাধিছে, তোমাৰে উৎপন্ন লৈ{{gap|3em}}কিনা বেচা কৰি {{gap|4em}}সদাগৰে লক্ষ্মীক বান্ধিছে। বাৰিষাৰ এটি মাহো{{gap|3.8em}}বহি থাকা যদি {{gap|4em}}দেশত লাগিব হাঁহাঁকাৰ; সমাজ বান্ধনী কেনি{{gap|3.8em}}পৰিব উফৰি {{gap|4em}}উন্নতিও হব ছাৰখাৰ তোমাৰ সমান নাই{{gap|4.2em}}দেশ হিতকৰ {{gap|4em}}প্ৰাণদাতা সকলো নৰৰ; তোমাৰ {{SIC|বিহনে|অবিহনে}} হব{{gap|3.9em}}জগত শ্মশান, {{gap|4em}}তুমি মাত্ৰ সাৰ সংসাৰৰ! স্বাধীন কিৰিষি কৰি{{gap|2.8em}}আপোন ইচ্ছাৰে {{gap|4em}}তুমিয়েই মুকলি-মূৰীয়া; {{SIC|নে পাতা|নেপাতা}} কালৈকো হাত{{gap|2.8em}}নধৰা খাটনি {{gap|4em}}ৰাখিছা দেশৰ তুমি চিয়া।</poem>{{Block center/e}} {{Right|শ্ৰীতুলসীচন্দ্ৰ বৰুৱা}} {{nop}}<noinclude></noinclude> bayas85pm0n5whsr58e0c2dhybb8aao 204256 204254 2025-06-21T02:34:12Z -chanakyakdas 1728 204256 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|১০২|নীতিমালা|}} {{Block center/s}}</noinclude><poem>তোমাৰ জহতে লোকে{{gap|1.3em}}অৰ্জ্জি বিদ্যজ্ঞান {{gap|4.5em}}স্বদেশৰ উন্নতি সাধিছে, তোমাৰে উৎপন্ন লৈ{{gap|3em}}কিনা বেচা কৰি {{gap|4.5em}}সদাগৰে লক্ষ্মীক বান্ধিছে। বাৰিষাৰ এটি মাহো{{gap|3.8em}}বহি থাকা যদি {{gap|4.5em}}দেশত লাগিব হাঁহাঁকাৰ; সমাজ বান্ধনী কেনি{{gap|3.8em}}পৰিব উফৰি {{gap|4.5em}}উন্নতিও হব ছাৰখাৰ তোমাৰ সমান নাই{{gap|4.2em}}দেশ হিতকৰ {{gap|4.5em}}প্ৰাণদাতা সকলো নৰৰ; তোমাৰ {{SIC|বিহনে|অবিহনে}} হব{{gap|3.9em}}জগত শ্মশান, {{gap|4.5em}}তুমি মাত্ৰ সাৰ সংসাৰৰ! স্বাধীন কিৰিষি কৰি{{gap|2.8em}}আপোন ইচ্ছাৰে {{gap|4.5em}}তুমিয়েই মুকলি-মূৰীয়া; {{SIC|নে পাতা|নেপাতা}} কালৈকো হাত{{gap|2.8em}}নধৰা খাটনি {{gap|4.5em}}ৰাখিছা দেশৰ তুমি চিয়া।</poem>{{Block center/e}} {{Right|শ্ৰীতুলসীচন্দ্ৰ বৰুৱা}} {{nop}}<noinclude></noinclude> acjjmtccb1rqfysk4oeletxqql4fxd5 পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/১০৩ 104 73929 204257 2025-06-21T02:40:42Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 204257 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||তাজমহল|৯৫}}</noinclude>{{Dhr|1em}} {{center|{{Xx-larger|তাজমহল}}}} {{gap}}তাজমহল এটি ভাৰতৰ ভিতৰত আটাইতকৈ শুৱনী পকা ঘৰ। এই পকা ঘৰ যুক্ত-{{SIC|প্ৰদেশেৰ|প্ৰদেশৰ}} আগ্ৰা নগৰত আছে। ই ভাৰতৰ {{SIC|এজনা|এজনী}} মহাৰাণীৰ কবৰ। {{gap}}পঞ্চম মোগল সম্ৰাটৰ নাম ছাহ্‌জাহান। তেওঁ বহুত নগৰ, কাৰেং ঘৰ, কবৰ আৰু {{SIC|মচিদ|মচজিদ}} আদি সজাইছিল। ভাৰতৰ {{Css image crop |Image = নীতিমালা_তৃতীয়_ভাগ.pdf |Page = 103 |bSize = 425 |cWidth = 300 |cHeight = 237 |oTop = 225 |oLeft = 74 |Location = center |Description = }} এই শ্ৰেণীৰ আন আন পকা ঘৰবোৰতকৈ এইবোৰ বেচি শুৱনী। {{gap}}মম্‌তাজ্‌মহল নামে {{SIC|এজনা|এজনী}} দীপলিপ পাৰ্চি মহিলা তেওঁৰ কুঁৱৰী আছিল। মমতাজ্‌মহল ৰাণী নুৰজাহানৰ ভাগিনীয়েক।<noinclude></noinclude> ndf9c93aqykth8cn3uo54csryi23hg5 204260 204257 2025-06-21T06:40:48Z JyotiPN 1603 /* বৈধকৰণ হৈছে */ 204260 proofread-page text/x-wiki <noinclude><pagequality level="4" user="JyotiPN" />{{rh||তাজমহল|৯৫}}</noinclude>{{Dhr|1em}} {{center|{{Xx-larger|তাজমহল}}}} {{gap}}তাজমহল এটি ভাৰতৰ ভিতৰত আটাইতকৈ শুৱনী পকা ঘৰ। এই পকা ঘৰ যুক্ত-{{SIC|প্ৰদেশেৰ|প্ৰদেশৰ}} আগ্ৰা নগৰত আছে। ই ভাৰতৰ {{SIC|এজনা|এজনী}} মহাৰাণীৰ কবৰ। {{gap}}পঞ্চম মোগল সম্ৰাটৰ নাম ছাহ্‌জাহান। তেওঁ বহুত নগৰ, কাৰেং ঘৰ, কবৰ আৰু {{SIC|মচিদ|মচজিদ}} আদি সজাইছিল। ভাৰতৰ {{Css image crop |Image = নীতিমালা_তৃতীয়_ভাগ.pdf |Page = 103 |bSize = 425 |cWidth = 300 |cHeight = 237 |oTop = 225 |oLeft = 74 |Location = center |Description = }} এই শ্ৰেণীৰ আন আন পকা ঘৰবোৰতকৈ এইবোৰ বেচি শুৱনী। {{gap}}মম্‌তাজ্‌মহল নামে {{SIC|এজনা|এজনী}} দীপলিপ পাৰ্চি মহিলা তেওঁৰ কুঁৱৰী আছিল। মমতাজ্‌মহল ৰাণী নুৰজাহানৰ ভাগিনীয়েক।<noinclude></noinclude> r2o5x5s0bvpiipipsbnlwj8re3usdyk মহাত্মাৰ সংক্ষিপ্ত জীৱনী 0 73930 204269 2025-06-21T08:14:33Z JyotiPN 1603 "{{header | title = মহাত্মাৰ সংক্ষিপ্ত জীৱনী | author = গোপীনাথ বৰদলৈ | year = ১৯৪৮ | translator = | section = | previous = | next = | notes = | categories = }} <pages index="মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf" from=1 to=1/> {{page break|label=}} <pages index="মহাত্মাৰ সংক্ষিপ্ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 204269 wikitext text/x-wiki {{header | title = মহাত্মাৰ সংক্ষিপ্ত জীৱনী | author = গোপীনাথ বৰদলৈ | year = ১৯৪৮ | translator = | section = | previous = | next = | notes = | categories = }} <pages index="মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf" from=1 to=1/> {{page break|label=}} <pages index="মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf" from=3 to=3/> {{page break|label=}} <pages index="মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf" from=4 to=4/> {{page break|label=}} <pages index="মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf" from=5 to=5/> {{page break|label=}} <pages index="মহাত্মাৰ সংক্ষিপ্ত জীৱনী.pdf" from=6 to=44/> {{page break|label=}} {{PD-India}} [[শ্ৰেণী:গোপীনাথ বৰদলৈৰ সাহিত্যকৰ্ম]] ewoiazr8ae6f5xd04jt67r0sp2ho9e9