ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.45.0-wmf.6
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
TimedText
TimedText talk
Module
Module talk
পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১
104
64976
204277
175121
2025-06-22T00:59:25Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204277
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" /></noinclude>{{Dhr|10em}}
{{center|{{Xxxx-larger|'''ধৰ্ম্ম সঙ্গীত।'''}}}}
{{Dhr|10em}}<noinclude></noinclude>
g06px9rct75vubkdet6wmx3ge8uon0c
সূচী:ইন্দীবৰ বৰুৱা.pdf
106
65583
204276
177084
2025-06-21T20:28:01Z
JyotiPN
1603
204276
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=ইন্দীবৰ বৰুৱা
|Language=as
|Volume=
|Author=উপেন্দ্ৰনাথ বৰুৱা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=
|Address=যোৰহাট
|Year=1924
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist />
|Volumes=
|Remarks=
|Notes={{GLAMNTF}}
|Width=
|Css=
|Header=
|Footer=
}}
p0uk2v6m0urpasp4sywcp0b4c8zi4qw
ৱিকিউৎস:GLAM/GLAM Project with Nanda Talukdar Foundation/চিত্ৰ সম্ভাৰ
4
72806
204278
204164
2025-06-22T01:16:11Z
-chanakyakdas
1728
204278
wikitext
text/x-wiki
<div style="width:500px;margin:auto;"><gallery mode=slideshow class="center">
Image:হাঁহিৰ জাউৰী (page 2 crop).jpg|[[হাঁহিৰ জাউৰী]] ([[লেখক:গোপীনাথ বৰদলৈ|গোপীনাথ বৰদলৈ]])
Image:Assamese Lower Primary Reader Book II (page 189 crop).jpg|''মহাৰজা পঞ্চম জৰ্জ্জ''<br/>[[Assamese Lower Primary Reader Book II]] (Rai B. C. Basu & A. Majid)
Image:নীতিমালা তৃতীয় ভাগ (page 36 crop).jpg|''নৰেণ আৰু আবদুল্লা''<br/>[[নীতিমালা তৃতীয় ভাগ]] (অজ্ঞাত)
Image:নীতিমালা তৃতীয় ভাগ (page 103 crop).jpg|''তাজমহল''<br/>[[নীতিমালা তৃতীয় ভাগ]] (অজ্ঞাত)
Image:নীতিমালা তৃতীয় ভাগ (page 60 crop).jpg|[[নীতিমালা তৃতীয় ভাগ]] (অজ্ঞাত)
<!-- Insert the image and caption in the line above according to the model Image:<File name on Commons, with extension>|Legend -->
</gallery></div>
4rj0tdv5o0h9f1jv1ope88fa95g57rw
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১০
104
73570
204290
203568
2025-06-22T06:03:25Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204290
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xxx-larger|'''''অসমীয়া ভাষা আৰু সংস্কৃতি'''''}}<br/>
{{X-larger|'''প্ৰথম ভাগ'''}}<br/>
{{Xx-larger|১। ভাষা শব্দৰ অৰ্থ}}}}
{{gap}}ভাষা শব্দ ভালেমান অৰ্থত ব্যৱহাৰ হয়। সাধাৰণভাৱে ভাষা শব্দই
মানুহ মাত্ৰৰে ভাষাক বুজায়। যি চেষ্টা বা কাৰ্য্যৰ দ্বাৰা মানুহে নিজৰ
উচ্চাৰণোপযোগী শৰীৰাৱয়বৰপৰা উচ্চাৰণ কৰি, বৰ্ণাত্মক বা ব্যক্ত শব্দৰ দ্বাৰা
নিজৰ ভাব প্ৰকাশ কৰে, তাকে ভাষা বোলে। এই সংজ্ঞা মানিলে মানুহৰ
অঙ্গী-ভঙ্গী বা সঙ্কেতৰ ভাষাক ভাষা বলিব নোৱাৰি।
{{gap}}ভাষা শব্দই আকৌ কোনো দেশ, প্ৰদেশ বা জাতিৰ মানুহৰ কথিত ভাষা,
যেনে; হিন্দী, অসমীয়া, বঙ্গলা, উড়ীয়া, চীনা, তিব্বতী আদিকো বুজায়।
এনে একোটা ভাষাৰ মাজতো আকৌ প্ৰভেদ থাকে। উজনি অসমৰ কথিত ভাষা
আৰু নামনি অসমৰ কথিত ভাষা নামত একে অসমীয়া ভাষা হলেও, তাৰ
মাজত প্ৰভেদ পৰিলক্ষিত।
{{gap}}কোনো জাতি বা দেশৰ ভাষাৰ কোনো সামান্য লক্ষণলৈ লক্ষ্য ৰাখি
কেতিয়াবা ভাষাৰ একোটা ডাঙৰ বিভাগ কৰা হয়। এনে শ্ৰেণীসমূহৰ মাজত
প্ৰভেদ বিস্তৰ। এইদৰে আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহ কোনো কোনো
পণ্ডিতে অন্তবৃত্ত, বহিৰ্ভূত্ত আদি ভাগত ভগাইছে। এই একোটা শ্ৰেণীতে
বহুতো ভাষা সোমাইছে। এই শ্ৰেণীবোৰকো ভাষাবিদ, পণ্ডিতসকলে ভাষা
বোলে।
{{gap}}ভাষাৰ স্থানীয় আৰু প্ৰাদেশিক ভেদৰ উপৰিও একে ঠাইৰ মানুহৰ একে
ভাষাৰ মাজতে সম্প্ৰদায়, ধৰ্ম, ব্যৱসায় আদিৰ বাবেও ভাষাৰ পাৰ্থক্য হয়।
এনে বিশেষ ভাষাকো ভাষা বোলা হয়। একে ঠাইতে থকা ব্ৰাহ্মণ, কায়স্থ,<noinclude></noinclude>
qfl2l6fowiuxpvurtw94rz13kfnep8r
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১১
104
73573
204291
203574
2025-06-22T06:25:20Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204291
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|২|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude>
সত্ৰীয়া গোসাঁই-ভকত, মুছলমান, আদিৰ ভাষাৰ তাৰতম্য থাকে। মতা মানুহৰ
লগত তিৰোতাৰ ভাষাৰো প্ৰভেদ দেখা যায়। কেতিয়াবা ভাষাগত প্ৰভেদ স্পষ্ট
হৈ নুঠিলেও কোৱাৰ ধৰণ, উচ্চাৰণ, লয়, শব্দাৱলী আদিৰ পাৰ্থক্য সহজে
ধৰিব পাৰি।
{{gap}}বেলেগ মানুহৰ নিজৰ ব্যক্তিত্বৰ বৈশিষ্ট্যও তেওঁ কোৱা ভাষাত ধৰা পৰে।
এনে ব্যক্তিগত বৈশিষ্ট্যসম্পন্ন ভাষাকো 'ভাষা' নাম দিয়া হয়। ব্যক্তিত্বসম্পন্ন
মনীষীসকলৰ চিন্তাৰ দ্বাৰা সামাজিক পৰিস্থিতি আদিয়ে ভাষাত ব্যক্তিত্বৰ
সাঁচ বহুৱায়। এনে ব্যক্তিত্ব শব্দভাণ্ডাৰতো আপোন বৈশিষ্ট্য ধৰা পৰে। আকৌ
কিছুমান শব্দৰ অৰ্থভেদো হয়। মহাত্মা গান্ধীৰ 'স্বৰাজ’, ‘ধৰ্ম্ম’, ‘অহিংসা’,
'সত্যাগ্ৰহী' আদি শব্দত বিশাল চিন্তাপ্ৰবাহ বৈ আছে।
{{gap}}কোনো কোনোৱে ভাষাক কথিত আৰু, সহিত্যৰ ভাষা, এই দুই ভাগত
ভাগ কৰে। শিক্ষিত সমাজৰ কিতাপ কাকতত, ৰাজকীয় আৰু ধৰ্ম্ম বিষয়ত
যি ভাষা প্ৰচলিত তাক সাহিত্যিক ভাষা বুলিব পাৰি। ইয়াৰ নিয়ম ব্যাকৰণৰ
সূত্ৰেৰে গাঁথা। কথিত ভাষাক বোৱঁতী সূঁতিৰ লগত তুলনা কৰিব পাৰি,
আৰু সাহিত্যিক ভাষাক সি ছুই যোৱা সৰোবৰ বুলিব পাৰি। সৰ্ব্বসাধাৰণৰ
কথিত ভাষাই সাহিত্যিক ভাষাক সহায় কৰে আৰু সাহিত্যিক ভাষায়ো যে
কথিত ভাষাৰ গতি বহুদুৰ নিয়ন্ত্ৰণ কৰে সিও স'চা। তথাপি ভাষা-বৈজ্ঞানিকৰ
সূক্ষ্ম দৃষ্টিত কথিত ভাষাৰ মূল্য অধিক।
{{gap}}সাহিত্যিক ভাষা-সৰোবৰৰ মলি দূৰ কৰি পৰিপুষ্ট কৰিবলৈ কথিত ভাষাৰ
বোৱঁতী সূঁতিৰ ধাৰ একোটা আৱশ্যক। কথিত ভাষাতকৈ সাহিত্যিক ভাষা
আপেক্ষিক স্থিৰ, ই ঘনাই সলনি নহয়। কোনো বিশিষ্ট ৰাজনৈতিক আৰু
ধাৰ্ম্মিক কাৰণ হেতু সাহিত্যিক ভাষাৰ জন্ম হয়। শিক্ষা আৰু সভ্যতাৰ
প্ৰসাৰৰ লগে লগে বেলেগ বেলেগ জাতি আৰু দেশৰ মাজত সাহিত্যিক ভাষা-
ৰেই সম্বন্ধ চলে। গতিকে শিক্ষিতসকলে সাহিত্যিক ভাষাকে আদৰ কৰিবলৈ
শিকে। কেতিয়াবা ৰাজনৈতিক আৰু ধাৰ্ম্মিক কাৰণৰ বাবে এই সাহিত্যৰ
ভাষাই আন্তঃৰাষ্ট্ৰীয় ভাষাৰ পদ পায়গৈ।
{{gap}}ভাষা শব্দ “ভাষা-ব্যক্তায়াং বাচি” ধাতুৰপৰা হোৱা। ভাষা বৰ্ণাত্মক হব
লাগে। অঙ্গী-ভঙ্গাঁৰে মনৰ ভাব সম্পূৰ্ণকৈ প্ৰকাশ কৰিব নোৱাৰাৰ বাবেই
ভাষাৰ জন্ম। এজনৰ মনৰ ভাব আন এজনৰ আগত ফুটাই তোলায়ে ভাষাৰ
কাম। ভাষাৰ এই বহুল অৰ্থ গ্ৰহণ কৰিলে কলা-বোবাৰ ঠাৰ-চিয়াঁৰো ভাষা
সংজ্ঞাই সামৰি লব। ইয়াৰ প্ৰসিদ্ধ উদাহৰণ আমেৰিকাৰ ৰেড্ ইণ্ডিয়ানবোৰৰ
সাঙ্কেতিক ভাষা। এই হস্তাদি চেষ্টাত্মক 'ভাষাই কোনো কোনো ক্ষেত্ৰত
বহুতো উন্নতি কৰিছে।
{{gap}}কোনো দলৰ মানুহৰ মাজত বিশেষ উদ্দেশ্য লৈ চলোৱা কৃত্ৰিম ভাষা<noinclude></noinclude>
32ntzvapus6uiwipytxacoyis57jf1l
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১২
104
73574
204292
203575
2025-06-22T06:31:13Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204292
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||ভাষা শব্দৰ অৰ্থ|৩}}</noinclude>
আছে। অকৃত্ৰিম স্বাভাৱিক ভাষাৰ আধাৰতে সাধাৰণতে ইয়াক গঢ়া হয়।
ইয়াৰ প্ৰসিদ্ধ উদাহৰণ এম্পেৰেন্টো (Esperanto) নামৰ ভাষা।
{{gap}}ভাষা-বিজ্ঞানৰ আলোচনা কৰোঁতে দুটা কথালৈ লক্ষ্য কৰা উচিত। সকলো
ভাষাৰ সাধাৰণতে প্ৰাচীন আৰু আধুনিক দুটা প্ৰধান স্তৰ আছে। এই ভেদ
অৱজ্ঞা কৰা অনুচিত। দ্বিতীয়তঃ কোনো দুই ভাষাৰ শব্দৰ তুলনামূলক
আলোচনাত শব্দৰ লিখিত ৰূপলৈ নাচাই তাৰ প্ৰকৃত উচ্চাৰণলৈ লক্ষ্য কৰাহে
ভাষা-বিজ্ঞানৰ ৰীতি। ইংৰাজী আদি বহুতো ভাষাত কিছুমান শব্দৰ কিছু -
মান ধ্বনি একেবাৰে উচ্চাৰণ নোহোৱাকৈ থাকে। এইবোৰে সেই শব্দবোৰৰ
প্ৰাচীন উচ্চাৰণ ইঙ্গিত কৰে। এনে আলোচনাত প্ৰাচীন উচ্চাৰণো লক্ষণীয়।<noinclude></noinclude>
k26daznc9xsabflbpuun0g1gjzpj67v
পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৩
104
73575
204293
203576
2025-06-22T06:58:41Z
Jyoti Chiring
2949
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
204293
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|২। ভাৰতীয় আৰ্যভাষা}}}}
{{gap}}পৃথিৱীৰ ভাষাসমূহক পণ্ডিতসকলে কেইবাটা ভাষাগোষ্ঠীত ভাগ কৰিছে।
যথা—দ্ৰাবিড়, ভোট-চীন, অষ্ট্ৰিক, উৰাল-আল্ তাই, চেমীয়-হেমীয়, ফিনো-
উগ্ৰীয়, বান্টু, ইন্দো-ইউৰোপীয় ইত্যাদি। ইয়াৰ ভিতৰত ইন্দো-ইউৰোপীয়
গোষ্ঠীয়েই প্ৰধান। পৃথিৱীৰ আটাইকেইখন মহাদেশতে বৰ্ত্তমান এই গোষ্ঠী
ভাষাৰ প্ৰচলন আছে। ইন্দো-ইউৰোপীয় ভাষা-গোষ্ঠীৰ প্ৰাচীন শাখা দহোটা
—কেল্ টিক্, ইটালিক, জাৰ্ম্মানিক বা টিউটনিক, গ্ৰীক, বাল্টোল্লাভিক,
আল্ বানীয়, আৰ্ম্মাণীয়, হিট্টাইট, তুখাৰীয় আৰু ইন্দো-ইৰাণীয়। হিট্টাইট
আৰু তুখাৰীয় ভাষা আজি-কালি লুপ্ত হৈছে। বাকী আঠোটাৰপৰা ভালেমান
ভাষাৰ জন্ম। ইন্দো-ইৰাণীয় শাখা দুই ভাগত বিভক্ত—ইৰাণীয় আৰু আৰ্য্য।
ইৰাণীৰ উপশাখাৰ ভিতৰত আৱেস্তা (জড়থুষ্ট্ৰীয় মতাৱলম্বীসকলৰ ধৰ্ম্ম-
গ্ৰন্থ জেন্দৰ ভাষা), প্ৰাচীন ফাৰ্চী, মধ্যযুগৰ ফাৰ্চী বা পহলবী আৰু আধুনিক
ফাৰ্চী ভাষা। আফগানিস্থানৰ পস্তু আৰু বেলুচিস্থানৰ বেলুচী ভাষা আধু-
নিক ইৰাণীৰ বা ফাৰ্চীৰ অন্তৰ্গত। আৰ্য্য শাখাৰ ভিতৰত সংস্কৃত আৰু
সংস্কৃতপৰা উদ্ভৱ হোৱা ভাষাসমূহ পৰিছে। অসমীয়া ভাষা ইন্দো-ইউৰোপীয়
ভাষা গোষ্ঠীৰ ইন্দোইৰাণীয় শাখাৰ আৰ্য্য উপশাখাৰ ভিতৰুৱা; গতিকে
ইউৰোপৰ লেটিন, গ্ৰীক, ইংৰাজী, জাৰ্মান আদি ভাষাসমূহ অসমীয়া ভাষাৰ
দূৰ সম্পৰ্কীয়।
{{gap}}আৰ্য্য শাখাৰ প্ৰাচীনতম নিদৰ্শন হৈছে বৈদিক সাহিত্য (আনুমানিক খৃঃ
পূঃ ১৫০০ বছৰ)। পণ্ডিতসকলে বৈদিক যুগৰ ভাষাৰ দুটা স্বতন্ত্ৰ স্তৰ
নিৰ্ণয় কৰিছে। এটি হৈছে বৈদিক সাহিত্যৰ ভাষা (ছন্দস্ বা ছন্দঃ), আনটি
হৈছে সেই যুগৰ মানুহৰ কথিত ভাষা। এই কথিত ভাষাৰ নিদৰ্শন পিছৰ
যুগত ৰচিত হোৱা ৰামায়ণ, মহাভাৰত, পুৰাণ আৰু, কাব্যাদিত দেখা গৈছে।
{{gap}}এই কথিত লৌকিক ভাষাকে খৃষ্ট-পূৰ্ব্ব পঞ্চম শতিকাৰ বৈয়াকৰণিক
পাণিনিয়ে ব্যাকৰণৰ সূত্ৰেৰে গাঁথি সংস্কৃত নাম দিলে। বৈদিক সাহিত্যৰ পিছৰ
পৰা, আন কি বৈদিক সাহিত্যৰ সৰ্ব্বশেষ উপনিষদ্সমহতো সংস্কৃতহে ব্যৱ-
হৃত হল। পাণিনিয়ে সংস্কৃত ভাষাক ব্যাকৰণৰ সূত্ৰেৰে এনেভাৱে বান্ধি
পেলালে যে তেওঁৰ পিছৰপৰা সাহিত্যত প্ৰয়োগ কৰা সংস্কৃতভাষাৰ বিশেষ
পৰিৱৰ্ত্তন ঘটা অসম্ভৱেই হ'ল। পিছৰ যুগত কবিসকলে তেওঁৰেই ব্যকৰণ
আৰু অননুশাসন সৰ্ব্বতোভাৱে মানিবলৈ ধৰিলে। সেই কাৰণে 'প্ৰাচীন আৰ্য্য
ভাষা' বুলিলে বৈদিক আৰু সংস্কৃত এই দুই ভাষাকে বাজায়। বৈদিক আৰু<noinclude></noinclude>
2ntwxwfgiokanq77kbmuq18o2iq3ok5
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭২
104
73931
204279
2025-06-22T01:19:39Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
204279
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="-chanakyakdas" />{{rh|৬৪|নীতিমালা|}}</noinclude>যেতিয়া দেখিলে যে, “মাউথে থাকিলে গুৰি পৰুৱাৰে মৰণ নাই,” তেতিয়া সি গছৰ পৰা নামি আহি কপৌ আৰু নিগনিৰে সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ বিচাৰিলে। প্ৰথমতে নিগনিয়ে অমত যেন দেখুৱাইছিল, কিন্তু পিচত কাউৰীৰ পৰা নিজৰ বিপদ অনুভব কৰি বন্ধু হল। কাউৰীয়েও মনত বৰ ৰং পালে, আৰু সেই দিনাৰে পৰা সকলোবিলাক বন্ধু হৈ থাকিল।
{{gap}}এই কাৰণেই মানুহে কয় যে ওপৰ চকুৱা হৈ ফুৰা ভাল নহয়, কিন্তু জাকৰুৱাৰ নাও বামেও যায়।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|শ্ৰীৰামচন্দ্ৰক জোনটো লগাৰ কথা}}}}
{{gap}}অযোধ্যাৰ ৰজা দশৰথৰ তিনি জনা ৰাণী আছিল—কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। তেওঁবিলাকৰ ভিতৰত কৌশল্যাই পাটমাদৈ আছিল। শ্ৰীৰামচন্দ্ৰ তেওঁৰে পুতেক। শ্ৰীৰামচন্দ্ৰৰ লৰা কালতে মাক কৌশল্যা ৰাণীয়ে এদিন গধূলি তেওঁক লৈ বাহিৰত ওমলাই আছিল। সেই দিনা পূৰ্ণিমা। পূৰ্ণিমাৰ জোনে সৈতে উৰিব,”ৰ পৰা উঠি দশোদিশ উজলাই দিলে! লগে পিচে পিচে খেদা দিয়ে ধুনীয়া ঘৰবিলাকো জোনৰ পোহৰত লতাৰ মাজেদি চিকাৰী ধেমালি কৰি থাকোঁতে শ্ৰীৰামচন্দ্ৰেৰ চকু কাউৰীয়েও “চাউল গল; তেওঁ একেথিৰে চাবলৈ ধৰিলে, কিহয় তাকে চাওঁ গৈ।” মেলি জোনটোক ধৰিবলৈ কাওৰাওঁ<noinclude></noinclude>
hdpcfrvha5p0zupr65m7v7fcdbf4ccp
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭৩
104
73932
204280
2025-06-22T04:08:55Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204280
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||শ্ৰীৰামচন্দ্ৰক জোনটো লগাৰ কথা|৬৫}}</noinclude>কৰিলে। লৰা বুলিলেই “কান্দি ৰণ জিকা।” শ্ৰীৰামচন্দ্ৰয়ো কান্দি কান্দি দুই হাতেৰে জোনটোৰ ফালে দেখুৱাবলৈ ধৰিলে কৌশল্যাই কিন্তু প্ৰথমতে কথাটো {{SIC|বুজ|বুজি}} পোৱা নাছিল, অৱশেষত শ্ৰীৰামচন্দ্ৰই জোনটোলৈ আঙ্গুলিয়াই এনেদৰে কান্দিবলৈ ধৰিলে যে ঘৰৰ কেইজনীমান লিগিৰীও আহি ওলালহি। কৌশল্যাই লাহে লাহে বুজিব পাৰিলে যে শ্ৰীৰামচন্দ্ৰক
{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 73
|bSize = 425
|cWidth = 260
|cHeight = 200
|oTop = 203
|oLeft = 84
|Location = center
|Description =
}}
জোনটোহে লাগে। কিন্তু জোনটো কেনেকৈ দিয়ে? কোনো ৰকমে শ্ৰীৰামচন্দ্ৰক অন্যমনস্ক কৰিবলৈ, নাম-গুণ গাই, ভেৰাকুটি ভূৰুকুটি কৰি নিচুকাবলৈ চেষ্টা কৰিলে হয়, কিন্তু শ্ৰীৰামচন্দ্ৰ একোতে সন্তুষ্ট নহল। কৌশল্যাই নিচুকাওতে কলে, “মইনা, সেইটো জোনবাইহে আমাৰ পৰা বৰ ওখত আছে, আমি তাক কেনেকৈ ঢুকি পাম; তাতে আকৌ সেইটো লৰাই ধেমালি<noinclude>{{Left|৫}}</noinclude>
7brcodtyhn5536bmwmxwes97ku9k8ou
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭৫
104
73933
204281
2025-06-22T04:13:40Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204281
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||মাতৃ-স্নেহ|৬৭}}</noinclude>{{Dhr|1em}}
{{center|{{Xx-larger|মাতৃ-স্নেহ}}}}
{{Block center/s}}<poem>{{gap}}দহ মাহ দহ দিন ধৰি গৰভত
আইয়ে কটায় কাল কিমান দুখত।
{{gap}}সহে যে কতনো দুখ,
{{gap}}তিয়াগি নিজৰ সুখ,
সন্তানৰ ছবিটিকে দিনে ৰাতি জপে,
সন্তানৰ হেঁপাহতে মন প্ৰাণ সপে।
প্ৰথমে যেতিয়া দেখে সন্তানৰ মুখ,
সকলো পাহৰি তেওঁ প্ৰসৱৰ দুখ,
{{gap}}ৰঙ্গমনে হাঁহি হাঁহি,
{{gap}}আকোৱালি লয় আহি,
আদৰেৰে শিশুটিক নিজ কোলালই,
তধা {{SIC|লালি|লাগি}} থাকে চাই ভোল গই গই।
{{gap}}যেতিয়া দেখিব তেওঁ তনয়ৰ সুখ,
অলপো নেভাবে তেওঁ নিজৰ অসুখ।
{{gap}}লয়লাসে আদৰেৰে
{{gap}}কোলা লয় হেপাহেৰে,
ৰঙ্গত মগন হয় ৰঙ্গতে বিভোল,
অনুপম ঈশ্বৰৰ কিবা বুজি মোল।</poem><noinclude>{{Block center/e}}</noinclude>
9yrr11oxhlgtmxvsuinf5j2a3gles4i
204282
204281
2025-06-22T04:15:42Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204282
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||মাতৃ-স্নেহ|৬৭}}</noinclude>{{Dhr|1em}}
{{center|{{Xx-larger|মাতৃ-স্নেহ}}}}
{{Block center/s}}<poem>{{gap|2em}}দহ মাহ দহ দিন ধৰি গৰভত
আইয়ে কটায় কাল কিমান দুখত।
{{gap|2em}}সহে যে কতনো দুখ,
{{gap|2em}}তিয়াগি নিজৰ সুখ,
সন্তানৰ ছবিটিকে দিনে ৰাতি জপে,
সন্তানৰ হেঁপাহতে মন প্ৰাণ সপে।
প্ৰথমে যেতিয়া দেখে সন্তানৰ মুখ,
সকলো পাহৰি তেওঁ প্ৰসৱৰ দুখ,
{{gap|2em}}ৰঙ্গমনে হাঁহি হাঁহি,
{{gap|2em}}আকোৱালি লয় আহি,
আদৰেৰে শিশুটিক নিজ কোলালই,
তধা {{SIC|লালি|লাগি}} থাকে চাই ভোল গই গই।
{{gap|2em}}যেতিয়া দেখিব তেওঁ তনয়ৰ সুখ,
অলপো নেভাবে তেওঁ নিজৰ অসুখ।
{{gap|2em}}লয়লাসে আদৰেৰে
{{gap|2em}}কোলা লয় হেপাহেৰে,
ৰঙ্গত মগন হয় ৰঙ্গতে বিভোল,
অনুপম ঈশ্বৰৰ কিবা বুজি মোল।</poem><noinclude>{{Block center/e}}</noinclude>
q8s2b4rt40kizt1rlk9gyzt246izus9
204283
204282
2025-06-22T04:18:40Z
-chanakyakdas
1728
204283
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||মাতৃ-স্নেহ|৬৭}}</noinclude>{{Dhr|1em}}
{{center|{{Xx-larger|মাতৃ-স্নেহ}}}}
{{Block center/s}}<poem>{{gap|2em}}দহ মাহ দহ দিন ধৰি গৰভত
আইয়ে কটায় কাল কিমান দুখত।
{{gap|2em}}সহে যে কতনো দুখ,
{{gap|2em}}তিয়াগি নিজৰ সুখ,
সন্তানৰ ছবিটিকে দিনে ৰাতি জপে,
সন্তানৰ হেঁপাহতে মন প্ৰাণ সপে।
প্ৰথমে যেতিয়া দেখে সন্তানৰ মুখ,
সকলো পাহৰি তেওঁ প্ৰসৱৰ দুখ,
{{gap|2em}}ৰঙ্গমনে হাঁহি হাঁহি,
{{gap|2em}}আকোৱালি লয় আহি,
আদৰেৰে শিশুটিক নিজ কোলালই,
তধা {{SIC|লালি|লাগি}} থাকে চাই ভোল গই গই।
যেতিয়া দেখিব তেওঁ তনয়ৰ সুখ,
অলপো নেভাবে তেওঁ নিজৰ অসুখ।
{{gap|2em}}লয়লাসে আদৰেৰে
{{gap|2em}}কোলা লয় হেপাহেৰে,
ৰঙ্গত মগন হয় ৰঙ্গতে বিভোল,
অনুপম ঈশ্বৰৰ কিবা বুজি মোল।</poem><noinclude>{{Block center/e}}</noinclude>
mcpv19sn63vb3rqlqnc0jblfvjiq1qb
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭৬
104
73934
204284
2025-06-22T04:22:40Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204284
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৬৮|নীতিমালা|}}
{{Block center/s}}</noinclude><poem>দেখিলে অসুখ কিবা গাত সন্তানৰ,
নকৰে অলপো তেওঁ ত্ৰুটি যতনৰ।
{{gap|2em}}বুকুত সাবটি ধৰি,
{{gap|2em}}ইষ্টদেৱ স্মৰি স্মৰি,
ধূপ দীপ উপহাৰ দিয়ে ঘনে ঘন,
সন্তানৰ কুশলাৰ্থে কৰে প্ৰাণপণ।
এনুৱা স্নেহৰ পৰা বঞ্চিত যিজন,
জগতত দুৰ্ভগীয়া ভাবিবা সিজন,
এনুৱা স্নেহেও যাৰ নপশে অন্তৰ,
অশলাগি নীচ তেওঁ পৃথিবী ভিতৰ।</poem>{{Block center/e}}
{{Right|শ্ৰীমতী লক্ষ্মীপ্ৰিয়া দেবী}}
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|ৰজা কেনিউট আৰু বিষয়া সকল}}}}
{{gap}}বিলাতৰ চেক্সন ফৈদৰ নাম জলা ৰজা মহাত্মা এল্ফ্ৰেড্ ঢুকুৱাৰ পাচত অনেক ফৈদৰ অনেক ৰজাই বিলাতত ৰাজ্য শাসন কৰিছিল। কিন্তু কোনো জনেই তেওঁৰ নিচিনা সুখ্যাতিৰে ৰাজ্য চলাব পৰা নাছিল। অৱশেষত ডেঞ্চ্ বুলি এজাতি মানুহে গোটেই ইংলণ্ড অধিকাৰ কৰিলে। ইয়াৰ অলপ দিনৰ পাচতে ডেঞ্চ্ চেক্সন আৰু বিলাতৰ আদিম নিবাসী ব্ৰিটঞ্চ্, সকলোটি মিলি জুলি এটা জাতি হৈ পৰিল।<noinclude></noinclude>
p090329mp2nkjvwc6tzqwjesytjsjgk
204285
204284
2025-06-22T04:23:22Z
-chanakyakdas
1728
204285
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৬৮|নীতিমালা|}}
{{Block center/s}}</noinclude><poem><br/>দেখিলে অসুখ কিবা গাত সন্তানৰ,
নকৰে অলপো তেওঁ ত্ৰুটি যতনৰ।
{{gap|2em}}বুকুত সাবটি ধৰি,
{{gap|2em}}ইষ্টদেৱ স্মৰি স্মৰি,
ধূপ দীপ উপহাৰ দিয়ে ঘনে ঘন,
সন্তানৰ কুশলাৰ্থে কৰে প্ৰাণপণ।
এনুৱা স্নেহৰ পৰা বঞ্চিত যিজন,
জগতত দুৰ্ভগীয়া ভাবিবা সিজন,
এনুৱা স্নেহেও যাৰ নপশে অন্তৰ,
অশলাগি নীচ তেওঁ পৃথিবী ভিতৰ।</poem>{{Block center/e}}
{{Right|শ্ৰীমতী লক্ষ্মীপ্ৰিয়া দেবী}}
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|ৰজা কেনিউট আৰু বিষয়া সকল}}}}
{{gap}}বিলাতৰ চেক্সন ফৈদৰ নাম জলা ৰজা মহাত্মা এল্ফ্ৰেড্ ঢুকুৱাৰ পাচত অনেক ফৈদৰ অনেক ৰজাই বিলাতত ৰাজ্য শাসন কৰিছিল। কিন্তু কোনো জনেই তেওঁৰ নিচিনা সুখ্যাতিৰে ৰাজ্য চলাব পৰা নাছিল। অৱশেষত ডেঞ্চ্ বুলি এজাতি মানুহে গোটেই ইংলণ্ড অধিকাৰ কৰিলে। ইয়াৰ অলপ দিনৰ পাচতে ডেঞ্চ্ চেক্সন আৰু বিলাতৰ আদিম নিবাসী ব্ৰিটঞ্চ্, সকলোটি মিলি জুলি এটা জাতি হৈ পৰিল।<noinclude></noinclude>
j46znjnogbskga6ey7akeivb5cbrwi2
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭৭
104
73935
204286
2025-06-22T04:26:50Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204286
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||ৰজা কেনিউট আৰু বিষয়া সকল|৬৯}}</noinclude>ডেঞ্চৰ ৰজাবিলাকৰ ভিতৰত কেনিউটেই সকলোতকৈ ডাঙ্গৰ আৰু প্ৰতাপী ৰজা আছিল। চমুকৈ কবলৈ গলে তেওঁ এজন ভাল ৰজা আৰু জ্ঞানী শাসনকৰ্ত্তা।
{{gap}}তেওঁৰ সভাত ডাঙ্গৰ ডাঙ্গৰ অনেক বিষয়া আছিল; সিবিলাকে তেওঁৰ ভালৰি বোলাবলৈ সততে কৈ আছিল যে
{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 77
|bSize = 425
|cWidth = 297
|cHeight = 245
|oTop = 200
|oLeft = 69
|Location = center
|Description =
}}
তেৱেঁই হে জগতত এক মাত্ৰ ডাঙ্গৰ আৰু প্ৰতাপী ৰজা কিছুমান দুৰ্ব্বল মনা ৰজাই এনে কথা শুনিবলৈ ভাল পালেহেঁতেন, আৰু তোষামোদকাৰী বিলাকক উচ্চ পদো দিলেহেঁতেন। কিন্তু এনোবোৰ কথা কেনিউটৰ নিচিনা এজন ভাল আৰু জ্ঞানী ৰজাৰ কাণত ভাল নালাগিল। সেই কাৰণে<noinclude></noinclude>
39680a8r62prp66ak4hwc0ol9knkixb
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭৮
104
73936
204287
2025-06-22T04:32:17Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204287
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৭০|নীতিমালা|}}</noinclude>এদিন তেওঁ সেই তোষামোদকাৰী সকলক এসিকনি দিবৰ মন কৰিলে।
{{gap}}এদিন কিছুমান ডাঙ্গৰ ডাঙ্গৰ বিষয়া লৈ কেনিউট ৰজা সাগৰৰ পাৰত ফুৰিবলৈ গল। বিষয়া বিলাকৰ সদায় কোৱা অভ্যাস থকাত তেওঁবিলাকে সেই দিনাও কলে, মহাৰাজ! আপুনি বৰ খিতাপী ৰজা আৰু জল থল উভয়কে শাসন কৰোঁতা।” ৰজাই মাত লগালে, “কোৱাঁচোন, সাগৰেও মোক মান কৰিব নে?” বিষয়া সকলে বন্ধা উত্তৰ দিলে, “হয় স্বৰ্গদেউ! সাগৰে আপোনাৰ আজ্ঞা অৱশ্যে মানিবই মানিব।”
{{gap}}এই কথাত ৰজা কেনিউটে লগুৱা এটাক চকি এখন আনি একেবাৰেই সাগৰৰ দাঁতিত পাৰিবলৈ কলে। চকি পৰা হলত তেওঁ তাত বহি আৰু বিষয়া সকলকো বহুৱাই গম্ভীৰ মাতেৰে সাগৰক আজ্ঞা দি কলে, “মোৰ বিষয়া সকলে কয় যে মই তোমাৰো গৰাকী। হে সাগৰ! সেয়ে যদি হয়, তেন্তে মোৰ আদেশ পালিবা। তুমি ফেনে ফোঠোকাৰে বাঢ়ি আহিছা, মোৰ আজ্ঞা—তুমি আকৌ এই মুহূৰ্ত্ততে আগৰ নিচিনা হোৱা। আন কি, মোৰ ভৰিৰ আঙ্গুলি এটাও নিতিয়াবা।” কিন্তু {{SIC|ঢেউবিলাকে|ঢৌবিলাকে}} ৰজাৰ কথা শুনকচাৰি {{SIC|ক্ৰম|ক্ৰমে}} ইটোতকৈ সিটো চৰিহে আহিবলৈ ধৰিলে; আৰু লাহে লাহে আহি বিষয়া সকল আৰু ৰজা কেনিউটক তিয়াই পেলালে।
{{gap}}ইমান পৰ কথাৰ ধাৰ বুজিব নোৱাৰি বিষয়া সকল নিতাল মাৰি আছিল। সিবিলাকে মুখ এফলিয়া কৰি মনে<noinclude></noinclude>
ij34yk2rctiff9skv08mzo7hq1e61qu
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৭৯
104
73937
204288
2025-06-22T04:36:07Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204288
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh||বান্দৰৰ প্ৰতিশোধ|৭১}}</noinclude>মনে কলে, “ৰজা বলিয়া হৈছে, নহলে নো সাগৰক এনে আদেশ দিয়ে নে?” পিচত ৰজাই তেওঁবিলাকৰ ফাললৈ চাই কলে, “সাগৰে মোক মানিব বুলি কোৱাত মই তোমালোকক পতিয়াইছিলোঁ বুলি তোমালোকে ভাবিছিলা নে? মই যে এজন ৰজা, সঁচা; কিন্তু ৰজাও এজন মানুহ হে। থাক বুলি থকিবলৈ, যা বুলি যাবলৈ কেৱল ঈশ্বৰেহে সাগৰক আদেশ দিব পাৰে।” এই বুলি কৈ তেতিয়াই তেওঁ মুৰৰ পৰা মুকুট খহাই পেলালে, আৰু প্ৰবাদ আছে যে কেনিউটে তেতিয়াৰ পৰা দুনাই মুকুট নিপিন্ধিলে।
{{gap}}বিষয়া সকলে তেতিয়া সকলো গম পাই সেমেনা-সেমেনি কৰিবলৈ ধৰিলে, আৰু সেই দিনাৰ পৰা কেনিউটক তোষামোদ কৰিবলৈ এৰিলে।
{{center|⸻}}
{{Dhr|1em}}
{{center|{{Xx-larger|বান্দৰৰ প্ৰতিশোধ}}}}
{{gap}}আসামৰ লামডিং ষ্টেচনৰ {{SIC|ওচৰহ|ওচৰত}} অনেক বিধৰ ডাঙ্গৰ সৰু বান্দৰ পোৱা যায়। এই বান্দবিলাক সাধাৰণতে গছৰ ডালত থাকে, কিন্তু দুই-চাৰি মানুহে কেতিয়াবা দুটা এটা ধৰি আনি অনেক যত্ন কৰি পোহে। বান্দৰবিলাক বৰ চালাক চতুৰ, আৰু সিহঁতৰ বিষয়ে অনেক সাধু কথা শুনা যায়।{{nop}}<noinclude></noinclude>
jngrlzlt9iwllehakk1iaokecc0bewl
পৃষ্ঠা:নীতিমালা তৃতীয় ভাগ.pdf/৮০
104
73938
204289
2025-06-22T04:41:10Z
-chanakyakdas
1728
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
204289
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|৭২|নীতিমালা|}}</noinclude>{{gap}}এঘৰ গৃহস্থে ঘৰৰ পৰা অলপ আঁতৰতে প্ৰায় কুৰি হাত মান ওখ বাঁহ এডাল মাটিতে পুতি, তাতে লোৰ শিকলি {{SIC|এডালেৰ|এডালেৰে}} বান্ধি এটা বান্দৰ পুহিছিল। তাৰ গাত বৰষুণ নপৰাকৈ ৰাখিবৰ নিমিত্তে বাঁহৰ মূৰত কাঠৰ {{SIC|ডাঙ্গব|ডাঙ্গৰ}} পেৰা এটা বান্ধি
{{Css image crop
|Image = নীতিমালা_তৃতীয়_ভাগ.pdf
|Page = 80
|bSize = 425
|cWidth = 333
|cHeight = 266
|oTop = 173
|oLeft = 44
|Location = center
|Description =
}}
দিছিল। বাঁহ ডালত শিকলিৰ আঙঠিটো অহা যোৱা কৰি থাকে বাবে বান্দৰটোৱে ইচ্ছামতে ওপৰ আৰু তললৈ উঠা নমা কৰিব পাৰে। গৃহস্থে ৰাতিপুৱা গধূলি তাক যি খাবলৈ দিয়ে, গাৱঁৰ আটাইবিলাক কাউৰী আহি বান্দৰক দিয়া বস্তু বিলাক থপিয়া থপিকৈ {{SIC|ষেয়ে|যেয়ে}} পায়, সেয়ে খাই গুচি যায়।{{nop}}<noinclude></noinclude>
aoub98zn41rl0d0upjgfyw9cphq79ia