ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.45.0-wmf.8 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk লেখক:বাণীকান্ত কাকতি 102 2439 205431 184678 2025-07-03T12:28:08Z -chanakyakdas 1728 /* গ্ৰন্থসমূহ */ 205431 wikitext text/x-wiki {{author |firstname = বাণীকান্ত |middlename = |lastname = কাকতি |fast_initial = ব |birthyear = 1894 |deathyear =1952 |description =গৱেষক, ভাষাবিদ, সম্পাদক, সমালোচক৷ অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। |image = |wikipedia_link = বাণীকান্ত কাকতি |wikiquote_link = |commons_link = }} ==গ্ৰন্থসমূহ== ;'''ইংৰাজী গ্ৰন্থ''' # [[:en:Index:Assamese-Its formation and development.djvu|Assamese: Its formation and Development]] # [[:en:Index:The Mother Goddess Kāmākhyā.pdf|The Mother Goddess Kāmākhyā]] # [[Life and Teachings of Sankardeva]] # [[Vaishnavite Myths and Legends]] # [[সূচী:Aspects of Early Assamese Literature.pdf|Aspects of Early Assamese Literature]] ;'''অসমীয়া গ্ৰন্থ''' # [[পুৰণি অসমীয়া সাহিত্য]] # [[সাহিত্য আৰু প্ৰেম]] # [[সূচী:কলিতা জাতিৰ ইতিবৃত্ত.pdf|কলিতা জাতিৰ ইতিবৃত্ত]] # [[পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা]] # [[পখিলা]] {{PD-India}} [[শ্ৰেণী:লেখক]] rhf3vbjcvw9on712zzbn5f2qy4q59yc আদিপাঠ - মাজছোৱা 0 4006 205463 204609 2025-07-04T09:32:11Z 2409:4040:D4E:4AD1:0:0:C9CB:E307 205463 wikitext text/x-wiki {{header | title = আদিপাঠ - মাজছোৱা | author = কালীনাথ হাজৰিকা | year = ১৮৯১ | translator = | section = | previous = [[আদিপাঠ - আগছোৱা]] | next = | notes = | categories = }} <pages index="আদিপাঠ - মাজছোৱা.pdf" from="1" to="67" header="" fromsection="" tosection=""></pages> {{PD-India}} == ক্ক ক্ট ক্ট্য ক্ট্র ক্ত ক্ত্ব ক্ত্য ক্ত্র ক্ন ক্ব ক্ম ক্য ক্র ক্ল ক্ষ ক্ষ্ণ ক্ষ্ব ক্ষ্ম ক্ষ্ম্য ক্ষ্য ক্স খ্ব খ্য খ্র গ্গ গ্ঘ গ্ণ গ্‌ণ গ্দ গ্দ্ব গ্দ্য গ্দ্র গ্ধ গ্ধ্য গ্ধ্র গ্ধ্ব গ্ন গ্ন্য গ্ব গ্ম গ্য গ্র গ্র্য গ্ল গু ঘ্ন ঘ্য ঘ্র ঘ্ব ঙ্ক ঙ্ক্ত ঙ্‌ক্ত ঙ্ক্ব ঙ্ক্য ঙ্ক্র ঙ্ক্ষ ঙ্ক্ত্য ঙ্ক্ত্র ঙ্ক্ষ্য ঙ্ক্ষ্ম ঙ্ক্ষ্ম্য ঙ্খ ঙ্খ্য ঙ্খ্র ঙ্গ ঙ্গ্ব ঙ্গ্য ঙ্গ্র ঙ্ঘ ঙ্ঘ্ব ঙ্ঘ্য ঙ্ঘ্র ঙ্ম চ্চ চ্ছ চ্ছ্ব চ্ছ্র চ্ঞ চ্ব চ্য চ্র জ্জ জ্জ্ব জ্জ্য জ্জ্র জ্ঝ জ্ঞ জ্ব জ্য জ্র ঞ্চ ঞ্ছ ঞ্জ ঞ্ঝ ট্ট ট্ব ট্ম ট্য ট্র ড্ড ড্ব ড্ম ড্য ড্র ড়্গ ড্র্য ঢ্য ঢ্র ণ্ট ণ্ঠ ণ্ঠ্য ণ্ড ণ্ড্য ণ্ড্র ণ্ঢ ণ্ণ ণ্ন ণ্ব ণ্ম ণ্য ত্ক ত্ত ত্ত্ব ত্ত্য ত্ত্র ত্থ ত্ন ত্ব ত্ম ত্ম্য ত্য ত্র ত্র্য ত্ল ত্স থ্ব থ্য থ্র দ্গ দ্ঘ দ্দ দ্দ্ব দ্দ্য দ্দ্র দ্ধ দ্ধ্য দ্ধ্র দ্ধ্ব দ্ব দ্ব্য দ্ভ দ্ভ্র দ্ম দ্য দ্র দ্র্য ধ্ন ধ্ব ধ্ম ধ্য ধ্র ন্ট ন্ট্র ন্ট্ব ন্ট্য ন্ঠ ন্ড ন্ড্র ন্ড্ব ন্ড্য ন্ত ন্ত্ব ন্ত্য ন্ত্র ন্ত্র্য ন্ত্ব্য ন্ত্ব্র ন্ত্ব্র্য ন্থ ন্থ্র ন্থ্ব ন্থ্য ন্দ ন্দ্য ন্দ্ব ন্দ্র ন্ধ ন্ধ্য ন্ধ্র ন্ধ্ব ন্ন ন্ব ন্ম ন্য প্ট প্ত প্ন প্প প্য প্র প্র্য প্ল প্স ফ্র ফ্ল ব্জ ব্দ ব্দ্ব ব্দ্য ব্দ্র ব্ধ ব্ব ব্য ব্র ব্ল ভ্ব ভ্য ভ্র ভ্ল ম্ন ম্প ম্প্র ম্ফ ম্ব ম্ব্র ম্ভ ম্ভ্র ম্ম ম্য ম্র ম্ল য্য র্ক র্ক্য র্গ্য র্ঘ্য র্চ্য র্জ্য র্ণ্য র্ত্য র্থ্য র্দ্য র্ধ্য র্প্য র্ঙ্ক র্ঙ্গ র্ঙ্ঘ র্ঞ্চ্য র্ঞ্ছ্য র্ঞ্জ্য র্ঞ্ঝ্য র্ব্য র্ম্য র্শ্য র্ষ্য র্হ্য র্খ র্গ র্গ্র র্ঘ র্চ র্ছ র্জ র্ঝ র্ট র্ঠ র্ড র্ঢ র্ণ র্ত র্ত্র র্থ র্দ র্দ্ব র্দ্র র্ধ র্ধ্ব র্ন র্প র্ফ র্ব র্ভ র্ম র্য র্র র্ল র্শ র্শ্ব র্ষ র্স র্হ র্ঠ্য র্ঢ্য র্ন্ট র্স্ট র্ক্ট র্ষ্ট র্ন্ড র্ণ্ড র্ণ্ঠ র্ল্ড র্ল্ট র্স্প র্ষ্ণ র্ন্ত র্ন্ত্র্য র্ব্ব র্স্প্র র্শ্চ র্শ্ন র্স্ল র্স্প্ল র্ষ্ণ্য র্হ্ব র্হ্র রু রূ ল্ক ল্ক্য ল্গ ল্ট ল্ড ল্প ল্ফ ল্‌ফ ল্ব ল্ভ ল্‌ভ ল্ম ল্য ল্ল শ্চ শ্ছ শ্ত শ্ন শ্ব শ্ম শ্য শ্র শ্ল শু ষ্ক ষ্ক্র ষ্ক্য ষ্ট ষ্ট্য ষ্ট্র ষ্ঠ ষ্ঠ্য ষ্ণ ষ্ন ষ্প ষ্প্র ষ্প্য ষ্ফ ষ্ব ষ্ম ষ্য ষ্ল স্ক স্ক্র স্খ স্ট স্ট্র স্ত স্ত্ব স্ত্য স্ত্র স্থ স্থ্য স্ন স্প স্প্র স্প্ল স্প্‌ল স্ফ স্ব স্ম স্য স্র স্ল হ্ণ হ্ন হ্ব হ্ম হ্য হ্র হ্ল হু হৃ গু রু রূ শু হু হৃ খ্রু খ্রূ গ্রু গ্রূ চ্রু চ্রূ ছ্রু ছ্রূ জ্রু জ্রূ ঝ্রু ঝ্রূ ত্রু ত্রূ থ্রু থ্রূ দ্রু দ্রূ ধ্রু ধ্রূ প্রু প্রূ ব্রু ব্রূ ভ্রু ভ্রূ ম্রু ম্রূ ও শ্রু শ্রূ স্রু স্রূ হ্রু হ্রূ হ্রৃ গ্লু গ্লূ ত্লু ত্লূ থ্লু থ্লূ দ্লু দ্লূ ধ্লু ধ্লূ প্লু প্লূ ব্লু ব্লূ ভ্লু ভ্লূ ম্লু ম্লূ শ্লু শ্লূ স্লু স্লূ হ্লু হ্লূ হ্লৃ ন্দ্রু ন্দ্রূ ব্দ্রু ব্দ্রূ দ্দ্রু দ্দ্রূ জ্জ্রু জ্জ্রূ == [[শ্ৰেণী:পাঠ্যপুথি]] [[শ্ৰেণী:কালীনাথ হাজৰিকাৰ সাহিত্যকৰ্ম]] tqov4x70uuy8jiuqyci6ad0p99eqd3v লেখক:অজ্ঞাত 102 13805 205438 31957 2025-07-03T16:35:55Z Babulbaishya 104 Removed redirect to [[শ্ৰেণী:অজ্ঞাত লেখক লিখিত গ্ৰন্থ]] 205438 wikitext text/x-wiki [[:শ্ৰেণী:লেখক]] olrshys5lui31ajf5i6his3yb073uea 205439 205438 2025-07-03T16:36:25Z Babulbaishya 104 205439 wikitext text/x-wiki [[শ্ৰেণী:লেখক]] gd7pr1kl2r2t09i62tuiqtfb552og2i লেখক:হৰিনাৰায়ণ দত্তবৰুৱা 102 17363 205450 201916 2025-07-04T03:25:13Z Babulbaishya 104 /* পাঠ্যপুথি */ 205450 wikitext text/x-wiki {{author |firstname = হৰিনাৰায়ণ দত্ত |middlename = |lastname = বৰুৱা |fast_initial = হ |birthyear = 1885 |deathyear = 1958 |description = হৰিনাৰায়ণ দত্ত বৰুৱা (১৮৮৫-১৯৫৮) এজন অসমীয়া লেখক আৰু প্ৰকাশক। 'দত্ত বৰুৱা এণ্ড কোম্পানী'ৰ প্ৰতিষ্ঠাতা। |image = |wikipedia_link = হৰিনাৰায়ণ দত্ত বৰুৱা |wikiquote_link = |commons_link = }} ==প্ৰকাশিত গ্ৰন্থ== *[[শৰৎচন্দ্ৰ]] *[[সাহিত্য- সপ্তম ভাগ]] *[[সমাজ-কথা]] *[[প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত]] *[[চিত্ৰদৰ্শন]] *[[ভাৰত দৰ্শন]] *[[পুষ্পাৱলী]] ==সম্পাদিত গ্ৰন্থ== *[[নিমি-নৱসিদ্ধ সংবাদ]] *[[গুৰুচৰিত]] *[[শ্ৰীমদ্ভক্তিবিবেক]] *[[অসমীয়া মহাভাৰত দ্বিতীয় খণ্ড]] *[[শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা]] *[[শ্ৰীশঙ্কৰ বাক্যামৃত]] ==পাঠ্যপুথি== *[[সাহিত্য - সপ্তম ভাগ]] *[[ভূগোল]] {{PD-India}} [[শ্ৰেণী:লেখক]] 6ffz5tsmogd8q2r08hojwv7loa704dc লেখক:আজলীতৰা নেওগ 102 45404 205457 145489 2025-07-04T06:29:17Z Gitartha.bordoloi 38 /* গ্ৰন্থপঞ্জী */ 205457 wikitext text/x-wiki {{author |firstname = আজলীতৰা |middlename = |lastname = নেওগ |first_initial = আ |birthyear = 1913 |deathyear = 1949 |description = আজলীতৰা নেওগ এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি। |image = Ajaleetora Neog.jpg |wikipedia_link = আজলীতৰা নেওগ |wikiquote_link = |commons_link = }} ==গ্ৰন্থপঞ্জী== * [[আলিবাবা আৰু দুকুৰি ডকাইত]] ([[সূচী:Alibaba Aru Dukuri Dokait.pdf‎‎|সূচী]]) * [[সিন্দবাদ আৰু সাতোটি জলযাত্ৰা]] ([[সূচী:Sindabad Aru Satoti Jaljatra.pdf‎|সূচী]]) * [[আল্লাউদ্দিন আৰু এটি আচৰিত চাকি]] ([[সূচী:Allauddin Aru Eti Asarit Chaki.pdf‎|সূচী]]) * [[গুণাভিৰাম বৰুৱা]] * [[অসম গৌৰৱ চৰিতমালা]] * [[আনন্দৰাম ঢেকিয়াল ফুকন]] [[শ্ৰেণী:লেখক]] i5xmb4i9mn7mxbq5g3wxvxp4e7j9def লেখক:সৰ্বেশ্বৰ শৰ্মা কটকী 102 55981 205456 199525 2025-07-04T06:24:35Z Gitartha.bordoloi 38 /* গ্ৰন্থসমূহ */ 205456 wikitext text/x-wiki {{author |firstname = সৰ্ব্বেশ্বৰ শৰ্ম্মা |middlename = |lastname = কটকী |fast_initial = স |birthyear = 1892 |deathyear = 1946 |description = '''সৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী''' (১৮৯২- ১৯৪৬) এজন অসমীয়া কবি, গৱেষক আৰু শিক্ষাবিদ ৷ |image = |wikipedia_link = সৰ্বেশ্বৰ শৰ্মা কটকী |wikiquote_link = |commons_link = }} ==গ্ৰন্থসমূহ== * [[মূৰলী]] (১৯২১) * [[তত্ত্ব আৰু তথ্য]] (১৯২৬) * [[হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত]] (১৯২৬) * [[সত্যনাথ বৰাৰ জীৱন চৰিত]] (১৯২৯) * [[অসমীয়া সাহিত্য-সম্পদ]] (সম্পাদিত, ১৯২৯) * [[ৰাস ক্ৰীড়া]] (১৯৩২) * [[অসমীয়া প্ৰাচীন লিপি]] * [[ত্ৰিবেণী]] {{PD-India}} [[শ্ৰেণী:লেখক]] 7j4zpl0ct5ut5gnaqwufm54d6pcsjuu পুৰণি অসমীয়া সাহিত্য 0 64703 205458 174559 2025-07-04T06:38:59Z Gitartha.bordoloi 38 added [[Category:বাণীকান্ত কাকতিৰ সাহিত্যকৰ্ম]] using [[Help:Gadget-HotCat|HotCat]] 205458 wikitext text/x-wiki {{header | title = পুৰণি অসমীয়া সাহিত্য | author = বাণীকান্ত কাকতি | year = | translator = | section = | previous = | next = | notes = | categories = }} <pages index="পুৰণি অসমীয়া সাহিত্য.pdf" from=2 to=2/> {{page break|label=}} <pages index="পুৰণি অসমীয়া সাহিত্য.pdf" from=3 to=4/> {{page break|label=}} <pages index="পুৰণি অসমীয়া সাহিত্য.pdf" from=5 to=5/> {{page break|label=}} <pages index="পুৰণি অসমীয়া সাহিত্য.pdf" from=6 to=6/> {{page break|label=}} {{PD-India}} [[শ্ৰেণী:প্ৰৱন্ধ]] [[শ্ৰেণী:বাণীকান্ত কাকতিৰ সাহিত্যকৰ্ম]] ejmqo7zf039bxd63q77okej716aibpv পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/২ 104 73562 205435 203560 2025-07-03T15:50:04Z দিব্য দত্ত 575 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205435 proofread-page text/x-wiki <noinclude><pagequality level="3" user="দিব্য দত্ত" /></noinclude>{{Center|{{Xxxx-larger|অসমীয়া<br> ভাষা আৰু সংস্কৃতি}}}} {{Dhr|5em}} {{Center|{{Xx-larger|শ্ৰীবিৰিঞ্চি কুমাৰ বৰুৱা}}}} {{Dhr|5em}} {{Center|পৰিবৰ্দ্ধিত সংস্কৰণ}} {{Dhr|5em}} {{Center|{{Xxx-larger|লয়াৰ্ছ বুক ষ্টল}}}} {{Center|{{X-larger|গুৱাহাটী • অসম}}}}<noinclude></noinclude> 6ciav5aturlcpsrp7yc3m0z9tx3sqkh পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৮৫ 104 73647 205430 203648 2025-07-03T12:18:08Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205430 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|৭৮|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude> সেন্দুৰৰ বিভিন্ন প্ৰতিশব্দৰপৰাই জানিব পাৰি। কণীক পৱিত্ৰ আৰু প্ৰজননৰ প্ৰতীক বুলি গণ্য কৰাৰ গুৰিতে অষ্ট্ৰিকসকল। সন্তান হবৰ কাৰণে এতিয়াও বিয়াৰ বেইৰ তলত কণী পোতা হয়; শস্য বৃদ্ধিৰ কাৰণে বহাগৰ বিহুৰ সময়ত কণী যুঁজোৱা হয়। হিন্দু ধৰ্ম্মত মৃতকৰ উদ্দেশ্যে পিণ্ড দানৰ যি বিধি-ব্যৱস্থা আছে সিও অষ্ট্ৰিকৰপৰা অহা বুলি কোনো কোনো পণ্ডিতে অনুমান কৰে। অষ্ট্ৰিকৰ লগত সম্বন্ধ থকা নানা জনজাতিয়ে মৃতকৰ উদ্দেশ্যে আজিও টোপোলা (অষ্ট্ৰিক শব্দ) বান্ধি খোৱা-বস্তু উচৰ্গা কৰে। মৃতকৰ সৎকাৰ কৰা স্থানত থিয়ৈ শিল পোতা অষ্ট্ৰিকসকলৰ ডাঙৰ অনুষ্ঠান। খাছীয়া আৰু অষ্ট্ৰিকৰ প্ৰভাৱত পৰি তিব্বত-বৰ্ম্মী-ভাষীসকলৰ মাজতো এই প্ৰথাই বিশেষ প্ৰাধান্য লভিছিল। তাৰে অনুকৰণত অসমীয়া হিন্দুৱে বাঁহ বা জেং এডালকে পোতে। {{gap}}ভূত, প্ৰেত, ডাইনী, যখিনী, দেও, বীৰা সম্বন্ধীয় অপদেৱতাত বিশ্বাস আৰু তেওঁলোকৰ পূজাৰ প্ৰচলন অষ্ট্ৰিকসকলৰ মাজত আছিল। অষ্ট্ৰিক- ভাষীৰ একে পৰিয়ালৰ পলিনেচিয়া মেলানেচিয়া জনজাতিৰ মাজত এই বিশ্বাস- সমূহ এতিয়াও জীৱিত। {{gap}}পাহাৰত বাস কৰা হেতু অষ্ট্ৰিক-ভাষী সকল শকত, ঘুটমুটীয়া মানুহ আছিল। আতা, আবু, বোপাই, আই, ককাই, বাই, বেটীৰে সৈতে তেওঁলোকে একে ঘৰ হৈ বাস কৰিছিল (এই আটাইবোৰ অষ্ট্ৰিক শব্দ)। গেবাৰি—অৰ্থাৎ আনৰ কাম কৰি দিয়া প্ৰথাও তেওঁলোকৰ মাজত আছিল। গেবাৰি খাটি তেওঁলোকে ঘৈণী ঘটিছিল। এয়ে Marriage by service; এই বিবাহ প্ৰথা এতিয়া অসমৰ কোনো কোনো সমাজত আছে। তেওঁলোকে লেপেটা কাঢ়ি বহিছিল, উবুৰি হৈ শুইছিল, ঘৰ-চোতাল পৰিষ্কাৰ কৰিবলৈ সোতা আৰু বুটী বাঢ়নী ব্যৱহাৰ কৰিছিল। আজিৰ অসমীয়া মানুহৰ দৰে কথা-বতৰা হওঁতে ‘এৰা’, ‘হোনা' শব্দৰে শলাগিছিল। অষ্ট্ৰিক-ভাষীসকল কল্পনা-বিলাসী আৰু কামুক আছিল। নৰ-নাৰীৰ গুপ্ত অঙ্গ বুজুৱা অসমীয়া শব্দসমূহ তেওঁলোকৰ পৰাই পোৱা গৈছে। চেলাউৰি, কাষলতি, গোৰোহা (ভৰিৰ), কোঙ্গা, টেলেকা, চেলেপু, চফল আদি শৰীৰ অঙ্গ বুজুৱা অথবা তাৰ লগত সম্বন্ধ থকা শব্দ অষ্ট্ৰিক-ভাষীৰ। খং, হাতীপটি আদি শব্দৰ পৰা তেওঁলোকৰ মনৰ গঠন, বুদ্ধি-বৃত্তি, জ্ঞানৰ পৰিসৰ সম্বন্ধে অনুমান কৰিব পাৰি৷ {{gap}}সুকুমাৰ শিল্পত অষ্ট্ৰিকসকলৰ লেখত লবলগীয়া দান হ'ল নৃত্য-গীত। খাছীয়া আৰু চাওতালী সকলৰ দৈনন্দিন জীৱন নাচ-গানেৰে মনোৰম। অসমীয়া বৈষ্ণৱ পদত পোৱা ‘জুনা’ অষ্ট্ৰিকৰ। {{gap}}অসমীয়া ভাষাত ব্যৱহৃত হোৱা ভালেমান শব্দ অষ্ট্ৰিকৰপৰা আহিছে। সেই সকলোবোৰৰ উল্লেখ ইয়াত সম্ভৱ নহয়।<noinclude></noinclude> czajk0lqls50pwc5ju4im7voc2w2cvo পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৮৬ 104 73648 205453 203649 2025-07-04T05:32:22Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205453 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|৩। দ্ৰাবিড়-ভাষীৰ দান}}}} {{gap}}অষ্ট্ৰিক-ভাষীৰ পিছত অসমলৈ কোন ভাষী লোক আহিছিল তাৰ সঠিক। বিৱৰণ দিব নোৱাৰি। দ্ৰাবিড়সকল ব্ৰহ্মপুত্ৰ উপত্যকা পাইছিলহি নে নাই, সিও পণ্ডিতসকলৰ মাজত তৰ্কৰ বিষয় হৈ আছে। বঙ্গদেশৰ কোচসকলৰ লগত দ্ৰাবিড়ৰ সংমিশ্ৰণ হৈছিল বুলি ৰিজ্লিয়ে কৈছে। তেওঁ অসমৰ কোচৰ ওপৰত তেনে প্ৰভাৱ পৰা নাই বুলি নিৰ্ণয় কৰিছে। দ্ৰাবিড়সকল অসমলৈ নাহিলেও পৰোক্ষভাৱে তেওঁলোকৰ সভ্যতাৰ প্ৰভাৱ কিছু পৰিমাণে অসমৰ ওপৰত পড়িছে। {{gap}}দ্ৰাবিড়-ভাষীয়েই ভাৰতবৰ্ষত নগৰ সভ্যতাৰ পত্তন কৰে। হাৰাপ্পা আৰু মহেঞ্জোদাৰোৰ খনন কাৰ্য্যই এই কথা প্ৰমাণ কৰিছে। সংস্কৃত ভাষাত—ওৰ, পুৰ, কুট আদি নগৰ নিৰ্দেশক যিবোৰ শব্দ আছে, সেই সমূহ দ্ৰাবিড়ৰ পৰা অহা বুলি প্ৰমাণিত হৈছে। তদুপৰি স্থান, জলাতক ভূমি বুজোৱা জুলি (ঢেকিয়াজুলি), গুৰি, ভিটা আদি দ্ৰাবিড়ৰপৰা অহা বুলি ডঃ চট্টোপাধ্যায়ৰ মত। হিন্দুসকলৰ ধৰ্ম্মত হোম আৰু পূজাই অধিক ঠাই আগুৰি আছে। হোমৰ লগত যাগ-যজ্ঞ আৰু অগ্নিৰ সম্বন্ধ। এই ভাগটো আৰ্য্যসকলৰ নিজা। পূজাটো পিছৰ যুগত আৰ্য্যপূৰ্ব্বসকলৰপৰা ধাৰ কৰা হৈছে। পূজা শব্দ দ্ৰাবিড়; পূ (ফল) আৰু চেয় (কৰা)—এই দুই শব্দৰ পৰা হৈছে; তাৰ অৰ্থ পুষ্পকৰ্ম্ম। পূজাত ফল-মূল-উপকৰণ, উপচাৰৰ প্ৰয়োজন অধিক। পণ্ডিত- সকলৰ মতে শিৱ পূজাৰো মূল দ্ৰাবিড়। তামিল ভাষাত ‘শিবন্’ অৰ্থই লোহিত বুজায়। সেইদৰে শম্ভূ শব্দটোও দ্ৰাবিড়ৰ পৰা অহা। ইয়াৰপৰা শিৱৰ কল্পনা আৰু শিৱ পূজা যে দ্ৰাবিড়ৰ সেই কথা ধৰিব পাৰি। পুৰণি অসমত শৈৱ ধৰ্ম্মৰ বিশেষ প্ৰচলন আছিল। পিছৰ যুগৰ ভৌম ৰজাসকল যে শৈৱধৰ্মী আছিল সেই কথা তেওঁলোকৰ তামৰ অনুশাসন সমূহেই প্ৰমাণ কৰিছে। নৰকৰ আগমনৰ পূৰ্ব্বে অসমদেশত শিৱ পূজাই চলিছিল; নৰকে চেষ্টা কৰিও সেই ধৰ্ম্ম ধ্বংস কৰিব নোৱাৰিলে। শৈৱধৰ্ম্ম কিৰাতসকলৰ ধৰ্ম্ম আছিল। কিৰাতসকল যে আৰ্য্যৰ পূৰ্ব্বলোক সেই কথা পূৰ্ব্বে উল্লেখ কৰা হৈছে। সম্ভৱতঃ আদিবাসীসকলে এই ধৰ্ম্ম দ্ৰাবিড়ৰ সংসৰ্গত আহি লাভ কৰিছিল। শিৱৰ লগত সম্বন্ধ থকা প্ৰধান দেৱতা হল গণেশ আৰু কাৰ্ত্তিক। এই দুই দেৱতাৰ পূজা অসমৰ ঠায়ে ঠায়ে হয়। গণেশ বা<noinclude></noinclude> sl95l0pjc4ziit42zcoyd8ebo6yt43m পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৮৭ 104 73649 205454 203650 2025-07-04T05:51:16Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205454 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|৮০|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude> বিঘ্নেশ্বৰৰ মূৰ্ত্তি অসমৰ ভালেমান ঠাইত পোৱা গৈছে; সেই মূৰ্ত্তিক এতিয়াও পূজা-অৰ্চ্চনা কৰা হয়। এই দুয়ো দেৱতাৰ পূজা উত্তৰ ভাৰতলৈ দক্ষিণৰ- পৰা আহিছে বুলি পণ্ডিতসকলে অনুমান কৰে। কোনো কোনোৱে মাৰৈ পূজাও দ্ৰাবিড়ৰ ‘মাঞ্চমা’ৰ ৰূপান্তৰ বুলি ভাবে। {{gap}}ভক্তিৰ উৎপত্তি দ্ৰাবিড় দেশত। সেইকাৰণে পৰোক্ষভাৱে অসমীয়া বৈষ্ণৱ ধৰ্ম্মৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰা স্বাভাৱিক। ডঃ কাকতিয়ে শঙ্কৰদেৱৰ ‘এক শৰণ ধৰ্ম্ম’ আৰু ‘কেৱলীয়া’ সম্প্ৰদায়ৰ লগত ৰামানুজনৰ ধৰ্ম্মমত আৰু তেওঁৰ সম্প্ৰদায়ৰ সাদৃশ্য দেখুৱাইছে। এই প্ৰভাৱ অৱশ্যে মধ্যযুগীয়। {{gap}}দ্ৰাবিড় ভাষাগোষ্ঠীৰপৰা সংস্কৃতলৈ বহু শব্দ আহিছে। তাৰে কিছুমান উত্তৰাধিকাৰী সূত্ৰত অসমীয়া ভাষাও পাইছে। যেনে— অগুৰু, অনল, অলস, উলুখল, কল্ক, কটু, কঠিন, কাঞ্জিকা (কাঁজী-পানী), কানন, কুটি (ঘৰ), কুটিল, কুণ্ড, কুণ্ডল, কুন্দাল (কোৱ), কুন্তল, কুবলয়, কেতেক, কোটোৰা, কোণ, খল (মাহ মৰা খোলা), খল (দুষ্ট), গণ্ড (গাঁৰ), ঘূণ (ঘূণ-গুৰি), চেপেটা (চেপেটা- চকা), তাল (গজ), তুলা (কপাহ), নীৰ, পণ, পণ্ডিত, ময়ুৰ, মল্লিকা, মহিলা, মুকুট, মৰজ (বাদ্যযন্ত্ৰ), বলয়, বল্লী, শৰ, হেৰম্ব (খই) ইত্যাদি।<noinclude></noinclude> svj4ger3hjce45vy66cb0it0goqxxi0 পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৮৮ 104 73650 205468 203651 2025-07-04T11:28:47Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205468 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" /></noinclude>{{center|{{Xx-larger|৪। তিব্বত-বৰ্ম্মী-ভাষী}}}} {{gap}}তিব্বত-বৰ্ম্মীসকল চীন দেশৰ দক্ষিণ অংশৰপৰা ব্ৰহ্মপুত্ৰ, ইৰাৱতী, চালুইন, মেকং আদি নদীয়েদি অসম, ব্ৰহ্ম, ইন্দোচীন আদি দেশত সিঁচৰতি হয়। ব্ৰহ্মপুত্ৰ নদীৰ শাখা-প্ৰশাখাৰ যোগে তেওঁলোকে অসমৰ সৰ্ব্বত্ৰ বিয়পি পৰি ঠায়ে ঠায়ে সৰু সৰু ৰাষ্ট্ৰ নিৰ্ম্মাণ কৰিছিল। অসমত এতিয়াও এওঁ- লোকৰ সংখ্যাই সৰহ; এওঁলোকৰ অধিকে নিজৰ ভাষা কেতিয়াবাই এৰিলে। গ্ৰীয়াৰ্চন চাহাবে তিব্বত-বৰ্ম্মী ভাষা-গোষ্ঠীক তিনি শাখাত ভাগ কৰিছে— তিব্বত (অঁকা, ডফলা, আবৰ, মিৰি); উত্তৰ অসমৰ শাখা আৰু অসম-বৰ্ম্মী শাখা। অসম-বৰ্ম্মী শাখাৰ ভিতৰত পৰিছে—বড়ো, নগা, কুকি-চীন (মনিপুৰি) আদি ভাষী পৰিয়াল। বড়ো ভাষীৰ ভিতৰত কোচ, কছাৰী, লালুং, ডিমাচা, চুটীয়া, মৰাণক ধৰা হৈছে। {{gap}}নদীয়েদি সিঁচৰতি হৈছিল দেখি তিব্বত-বৰ্ম্মী-ভাষীসকলে ঘাইকৈ নদীৰ পাৰতে বাস কৰিছিল। অসমৰ প্ৰখ্যাত নদীসমূহৰ নামে সেই ইতিহাসকে সচায়। পানী বুজোৱা বড়ো ‘দি’ শব্দৰে গঠিত অসমৰ নদীৰ নাম হৈছে দিখৌ, দিচাং, দিহিং, ভোগদৈ, মঙ্গলদৈ ইত্যাদি। নদীৰ পাৰত বাস কৰা হেতু নদীৰ লগত সংযোগ থকা ভালেমান অসমীয়া বস্তুৰ নাম আৰু আচাৰ- ব্যৱহাৰ বড়োসকলৰপৰা অহা সম্ভৱ। তাৰে ভিতৰত মাছ খোৱা প্ৰথা প্ৰধানতম। আৰ্যসকলৰ মাছ খোৱা নিষেধ আছিল, উত্তৰ ভাৰতৰ ব্ৰাহ্মণসকলে এতিয়াও মাছ ঘিণায়। কিন্তু অসম আৰু বঙ্গদেশত উচ্চবৰ্ণৰ ভিতৰতো অবিচাৰভাৱে মাছৰ প্ৰচলন আছে। অসমত বৈষ্ণৱ গুৰুসকলো মাছ-পুঠী খোৱাত বাধা নাই। মহাপুৰুষে মাছ-পুঠীৰ সুচল ঠাইতহে সত্ৰ পাতিবলৈ নিদেশ দিছিল। বড়োসকলে মাছ মৰাৰ বিবিধ সঁজুলি তৈয়াৰ কৰিছিল। খোকা, লামাখ, লাঙ্গি, এইবোৰ বড়ো সকলেই উলিয়াইছিল। জাবৰ গোটোৱা জৱকা (গাৰোৰ জকেংব্ৰক) বড়োৰ। {{gap}}মাছৰ বাহিৰেও নানাবিধ জন্তুৰ মঙ্গহ খোৱা অভ্যাসো বড়োৰ পৰা পোৱা হৈছে। যোগিনী-তন্ত্ৰমতে অসমত আমিষ এৰিবলৈ নিৰ্দেশ দিয়া হৈছে–ন ত্যজোৎসমিষং। শাক-পাচলিৰ ভিতৰত লফা, ঢেকীয়াৰ বিশেষ প্ৰচলন আছিল। চাউলৰ পৰা জু, ফটিকা, লাওপানী তৈয়াৰ কৰা হৈছিল। কানিৰ প্ৰচলনো তেওঁলোকৰ পৰাই হৈছে।<noinclude></noinclude> n3wuu25ll8y24ab8tcgwiuj9m0b2n3n পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৮৯ 104 73651 205470 203652 2025-07-04T11:49:23Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205470 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|৮২|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude> {{gap}}তিব্বত-বৰ্ম্মীসকলৰ সমাজ-ব্যৱস্থা কটকটীয়া আছিল। বংশ-প্ৰীতি আছিল বৰ প্ৰৱল পৰিয়ালৰ ভালেমান লোক একেটা ঘৰত থকা তেওঁলোকৰ নিয়ম। তেওঁলোকে চাং ঘৰত ( Platform house ) বাস কৰিছিল। প্ৰত্যেকটো দলে এখনি সুকীয়া গাৱত বাস কৰিছিল। গাওঁৰ চাৰিওপিনে ‘বেব’ বা ‘হেঙ্গাৰ’ আছিল দেয়োটা বড়ো শব্দ)। চাঙ্গৰ তলত কুকুৰা গাহৰি পহিছিল; কেতিয়াবা থকা ঘৰৰ ভিতৰতো জন্তু পুহিছিল। {{gap}}বাঁহগছৰ লগত তিব্বত-বৰ্ম্মীৰ দৈনন্দিন জীৱনৰ বিশেষ সম্বন্ধ। সেই কাৰণেই কোনো কোনোৱে এওঁলোকৰ সভ্যতাক বাঁহ-সভ্যতা বুলি ইতিকিং কৰে। বাঁহৰে ঘৰ-দুৱাৰ সাজে, বেৰা-চকোৱা দিয়ে, খৰাহি পাচি সাজে, চিকাৰৰ সঁজুলি প্ৰস্তুত কৰে; বস্তু সাঁচিবলৈ চুঙা কৰে; আনকি বাঁহৰ চুঙাত ভাত ৰান্ধি খোৱা হয়। চুঙা পিঠাও ভাতৰে নামান্তৰ। বাঁহৰপৰা হোৱা বাদ্য- যন্ত্ৰৰ ভিতৰত বাঁহী আৰু কীচক বেণু উল্লেখযোগ্য। তিব্বত-বৰ্ম্মী সকলৰ বাবে কোমল বাঁহ সুস্বাদু খাদ্য। গাজটেঙা আৰু পকা খৰিচা কোন অসমীয়াই পাহৰিব? কোনো কোনো দলে বাঁহকো পূজা কৰিছিল। মঙ্গলবাৰে আৰু শনিবাৰে বাঁহ কাটিব নোৱাৰা নিৰ্দ্দেশত সেই কথা লুকাই আছে। বাঁহ পানীত থৈ গোৰোৱাৰ নিয়ম এওঁলোকেই প্ৰৱৰ্ত্তন কৰে। {{gap}}মৰং বা ডেকাচাং তিব্বত-বৰ্ম্মী-ভাষীৰ সামাজিক জীৱনৰ অপৰিহাৰ্য্য অনষ্ঠান। চাং শব্দটো বড়োৰপৰা আহিছে। অৱশ্যে আজিকালি ভৈয়ামৰ জনজাতিসকলৰ মাজৰপৰা ডেকা চাং উঠি গৈছে। ডেকা চাং গাৱঁৰ সোঁ মাজতে সজা হৈছিল। গাৱঁৰ ডেকা সকলে নিশা ডেকা চাঙত শোৱে। ৰাতি হঠাতে অপায়-অমঙ্গল, শত্ৰুৰ বা বনৰীয়া জন্তুৰ আক্ৰমণ হলে সুস্থ-সৱল ডেকাহঁতে যাতে লগলাগি গাওঁখন ৰক্ষা কৰিব পাৰে তাৰ উদ্দেশ্যই মৰং অনুষ্ঠান। তদুপৰি ডেকাহঁতৰ শৰীৰ চৰ্চ্চা, সামাজিক উৎসৱৰ উদ্যোগ মৰঙ্গতে কেন্দ্ৰ কৰি গঢ়ি উঠে। মৰঙ্গতে গোট খাই গাৱঁৰ বুঢ়া সকলে ডেকা সকলক নিজ জীৱনৰ অভিজ্ঞতা আৰু পূৰ্ব্বপুৰষৰ বীৰত্বৰ কাহিনী শুনায়। সামাজিক সম্প্ৰীতি আৰু সম্ভাৱ ডেকা চাঙৰ মিলনতে বাঢ়ে; গাৱঁৰ সকলো যে এক পৰিয়ালৰ লোক—এই ভাৱ দৃঢ় হয়। ভৈয়ামৰ মাঘৰ বিহুৰ হাৰলি বা ভেলা- ঘৰত ডেকা চাঙৰ কিছু স্মৃতি ৰৈছেগৈ। গাৱঁৰ সকলো ডেকাই মিলি-জুলি ভেলা-ঘৰ বান্ধে; কাঠ-খৰি যোগায়। মাঘ মাহটোৰ নিশা ভেলা-ঘৰত গীত- নাচ কৰি ভোজ-ভাত খাই কটায়। এই অনুষ্ঠানৰ অৱশ্যে কিছু প্ৰয়োজন আছে। মাঘ মাহত গিৰীহঁতৰ ভৰাল-চোতাল ধানেৰে ভৰপূৰ হৈ থাকে। গতিকে চোৰ-ডকাইতৰ ভয়। কিন্তু হাৰলি ঘৰত সজাগে থকা ডেকাহঁতে এক প্ৰকাৰে গাৱত পহৰা দিয়ে। বৈষ্ণৱ যুগৰ নামঘৰো এই আদৰ্শ তে স্থাপন হৈছে বুলি কোনো কোনোৱে মত প্ৰকাশ কৰিছে।<noinclude></noinclude> mu8emfmwcc5l3o6i8wpt2d2859d2s3g পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৯২ 104 73654 205455 203655 2025-07-04T06:14:12Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205455 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||তিব্বত-বৰ্ম্মী-ভাষী|৮৫}}</noinclude> the least like them, so far as in India, are the pillars in the temple at Mudabidri, and in other places in Kanara, but there the pillars are actual supporters of roofs, but the Dimapur pillars were never intended for any utilitarian purpose (''History of Indian and Eastern Architecture'')." {{gap}}তিব্বত-বৰ্ম্মী ভাষাৰ ওচৰত অসমীয়া ভাষা বিশেষভাৱে ঋণী। ডঃ কাকতিয়ে সেই বিষয়ে তেওঁৰ বহুমূলীয়া গ্ৰন্থত আলোচনা কৰিছে। তিব্বত- বৰ্ম্মীৰপৰা অহা কিছুমান শব্দ হৈছে হাফলু, বোন্দা, ডাউক, শিলিখা ইত্যাদি। শব্দৰ বাহিৰেও ক্ৰিয়াপদ আৰু প্ৰাত্যয় গ্ৰহণ কৰা হৈছে। ক্ৰিয়াপদৰ ভিতৰত চেলেক, চেকুৰ, চেপ আদি। তিব্বত-বৰ্ম্মী (বড়ো) প্ৰত্যয়ৰ সংযোগত পেথম, লেহম, দহেচীয়া, কেৰেচীয়া আদি শব্দ অসমীয়াত গঢ়ি উঠিছে।<noinclude>{{Rule|}} *বহু পণ্ডিতে বড়োসকলৰ ধৰ্ম্মৰ লগত এই প্ৰস্তৰ-স্তম্ভবোৰৰ সম্বন্ধ নিৰ্ণয় কৰিছে। সম্ভৱতঃ বৃক্ষ-পূজা আৰু জন্তু-পূজাই সময়ত স্তম্ভ-পূজাত পৰিণত হয়। ডিমাপুৰত আবিষ্কৃত এটি স্তম্ভ (A Cultural History of Assam, Vol. I, Plate XIV fig. 31 ) জন্তু বলি দিয়া শালৰ সাদৃশ্যত কটাই ওপৰৰ মতকে সমৰ্থন কৰে। {{gap}}স্তম্ভ-পূজাৰ প্ৰাচুৰ্য্য পূৰ্ব্ব-ভাৰতত দেখা যায়। স্বৰ্গীয় ৰমাপ্ৰসাদ চন্দই লিখিছে— {{gap}}“The cult of the pillars crowned by such figures was evidently an element of the primitive religion of Eastern India. It was probably an offshoot of the tree-cult... "''The Beginning of Art in Ancient India.'' " {{gap}}এই স্মৃতি বা বীৰ-স্তম্ভ অথবা পূজা-স্তম্ভ খাচিসকলৰ মাজত যে ব্যাপকভাৱে প্ৰচলিত সেই কথা মেজৰ গৰ্ডন চাহাবে তেওঁৰ The Khasis নামৰ পুথিত উল্লেখ কৰিছে— “Throughout the whole of the Western portion of the hilly region, inhabited by tribes bearing the generic name of Khassias, rude stone monuments exist in greater numbers than perhaps in any other portion of the globe of the same extent. " {{gap}}অসমৰ অন্যান্য জনজাতীয়লোকৰ মাজতো প্ৰস্তৰ-স্তম্ভ উত্তোলন প্ৰথা আছে।</noinclude> 55s0zpuut0rwujktjt0n9shiwt1tbx1 প্ৰকাশক:বনফুল প্ৰকাশন 0 74011 205432 204500 2025-07-03T13:48:38Z Babulbaishya 104 205432 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #[[বাকীছোৱা জীৱন]] (২০১২, প্ৰথম সংস্কৰণ): [[লেখক:ড° অনিমা গুহ]] k4w6l9tfy2gz133vkgrp39f1crubdrn 205433 205432 2025-07-03T13:49:00Z Babulbaishya 104 205433 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #'''[[বাকীছোৱা জীৱন]]''' (২০১২, প্ৰথম সংস্কৰণ): [[লেখক:ড° অনিমা গুহ]] 0z2ymcy0xymrdhk226w3dtsna697uy7 205434 205433 2025-07-03T13:52:13Z Babulbaishya 104 205434 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #'''[[জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি]]''' (২০০৯, প্ৰথম সংস্কৰণ): [[লেখক:ড° অনিমা গুহ]] #'''[[বাকীছোৱা জীৱন]]''' (২০১২, প্ৰথম সংস্কৰণ): [[লেখক:ড° অনিমা গুহ]] k9nx19905vplops1polaf0rk97zgchc প্ৰকাশক:কেমব্ৰিজ ইণ্ডিয়া 0 74418 205436 2025-07-03T15:52:12Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #''[[ওভতনি যাত্ৰা আৰু অন্যান্য গল্প]]'' (২০০৬, দ্বিতীয় সংস্কৰণ; ২০১১, পুনৰমুদ্ৰণ): [[লেখক:অতনু ভট্টাচাৰ্য]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205436 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #''[[ওভতনি যাত্ৰা আৰু অন্যান্য গল্প]]'' (২০০৬, দ্বিতীয় সংস্কৰণ; ২০১১, পুনৰমুদ্ৰণ): [[লেখক:অতনু ভট্টাচাৰ্য]] 97fx243t5trdq8kwmpu3osiw7q0hagx 205449 205436 2025-07-04T03:17:04Z Babulbaishya 104 205449 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #''[[ওভতনি যাত্ৰা আৰু অন্যান্য গল্প]]'' (দ্বিতীয় সংস্কৰণৰ ২০১১ চনত কৰা পুনৰমুদ্ৰণ): [[লেখক:অতনু ভট্টাচাৰ্য]] bi07d61yi3lj2czfij9533k513y8ja5 প্ৰকাশক:শিৱনাথ ভট্টাচাৰ্য্য 0 74419 205437 2025-07-03T16:34:02Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #[[ভক্তি সাধন বা বৈষ্ণৱামৃত]] (প্ৰকাশ চন অজ্ঞাত): [[লেখক:অনন্ত কন্দলী]] #[[মহীৰাৱণ বধ আৰু বেতাল-চণ্ডী উপাখ্যান]] (১৯০৮, তৃতীয় সংস্কৰণ): শ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205437 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #[[ভক্তি সাধন বা বৈষ্ণৱামৃত]] (প্ৰকাশ চন অজ্ঞাত): [[লেখক:অনন্ত কন্দলী]] #[[মহীৰাৱণ বধ আৰু বেতাল-চণ্ডী উপাখ্যান]] (১৯০৮, তৃতীয় সংস্কৰণ): [[শ্ৰেণী:অজ্ঞাত লেখক লিখিত গ্ৰন্থ|অজ্ঞাত লেখক]] #[[পাৰিজাত হৰণ ও নৰকাসুৰ বধ]] (১৯০৭, প্ৰথম প্ৰকাশ): [[লেখক:অনন্ত কন্দলী]] 7gd6ipxeirwa18dvaa0qayszgj60arj 205440 205437 2025-07-03T16:37:34Z Babulbaishya 104 205440 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #[[ভক্তি সাধন বা বৈষ্ণৱামৃত]] (প্ৰকাশ চন অজ্ঞাত): [[লেখক:অনন্ত কন্দলী]] #[[মহীৰাৱণ বধ আৰু বেতাল-চণ্ডী উপাখ্যান]] (১৯০৮, তৃতীয় সংস্কৰণ): [[লেখক:অজ্ঞাত]] #[[পাৰিজাত হৰণ ও নৰকাসুৰ বধ]] (১৯০৭, প্ৰথম প্ৰকাশ): [[লেখক:অনন্ত কন্দলী]] hwcaijichfmds29gubol1q4lbj5dsqu 205441 205440 2025-07-03T16:38:33Z Babulbaishya 104 205441 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[ভক্তি সাধন বা বৈষ্ণৱামৃত]]'' (প্ৰকাশ চন অজ্ঞাত): [[লেখক:অনন্ত কন্দলী]] # ''[[মহীৰাৱণ বধ আৰু বেতাল-চণ্ডী উপাখ্যান]]'' (১৯০৮, তৃতীয় সংস্কৰণ): [[লেখক:অজ্ঞাত]] # ''[[পাৰিজাত হৰণ ও নৰকাসুৰ বধ]]'' (১৯০৭, প্ৰথম প্ৰকাশ): [[লেখক:অনন্ত কন্দলী]] ep3yv1n36r081t75ftul59fv5xfbkk9 চিত্ৰ:পানিপথ.pdf 6 74420 205442 2025-07-03T19:05:56Z JyotiPN 1603 {{Book | Author = শৰৎচন্দ্ৰ গোস্বামী | Date = ১৯৩০ | Image = | Language = as | Source = শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰাল, অসম সাহিত্য সভা, যোৰহাট | Subtitle = | Title = পানিপথ }} 205442 wikitext text/x-wiki == সাৰাংশ == {{Book | Author = শৰৎচন্দ্ৰ গোস্বামী | Date = ১৯৩০ | Image = | Language = as | Source = শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰাল, অসম সাহিত্য সভা, যোৰহাট | Subtitle = | Title = পানিপথ }} == অনুজ্ঞাপত্ৰ == {{PD-India}} rinici16rd9otlebi32vd4yutekcmx7 205443 205442 2025-07-03T19:06:45Z JyotiPN 1603 পৃষ্ঠা [[চিত্ৰ:পানিপথ(১৯৩০) শৰৎচন্দ্ৰ গোস্বামী.pdf]]ৰ পৰা [[চিত্ৰ:পানিপথ.pdf]]লৈ JyotiPNয়ে স্থানান্তৰ কৰিলে: কেৱল নাম 205442 wikitext text/x-wiki == সাৰাংশ == {{Book | Author = শৰৎচন্দ্ৰ গোস্বামী | Date = ১৯৩০ | Image = | Language = as | Source = শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰাল, অসম সাহিত্য সভা, যোৰহাট | Subtitle = | Title = পানিপথ }} == অনুজ্ঞাপত্ৰ == {{PD-India}} rinici16rd9otlebi32vd4yutekcmx7 205447 205443 2025-07-03T19:30:31Z JyotiPN 1603 added [[Category:ৱিকিউৎসত আপল'ড কৰা নন্দ তালুকদাৰ ফাউণ্ডেচনৰ গ্লেম প্ৰকল্পৰ গ্ৰন্থ]] using [[Help:Gadget-HotCat|HotCat]] 205447 wikitext text/x-wiki == সাৰাংশ == {{Book | Author = শৰৎচন্দ্ৰ গোস্বামী | Date = ১৯৩০ | Image = | Language = as | Source = শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰাল, অসম সাহিত্য সভা, যোৰহাট | Subtitle = | Title = পানিপথ }} == অনুজ্ঞাপত্ৰ == {{PD-India}} [[শ্ৰেণী:ৱিকিউৎসত আপল'ড কৰা নন্দ তালুকদাৰ ফাউণ্ডেচনৰ গ্লেম প্ৰকল্পৰ গ্ৰন্থ]] 3771h20qpm81obm23pl03qbrmbwa80c 205448 205447 2025-07-03T19:31:51Z JyotiPN 1603 /* সাৰাংশ */ 205448 wikitext text/x-wiki == সাৰাংশ == {{Book | Author = শৰৎচন্দ্ৰ গোস্বামী | Date = ১৯৩০ | Image = | Editor = যতীন্দ্ৰনাথ গোস্বামী | Language = as | Source = শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰাল, অসম সাহিত্য সভা, যোৰহাট | Subtitle = | Title = পানিপথ }} == অনুজ্ঞাপত্ৰ == {{PD-India}} [[শ্ৰেণী:ৱিকিউৎসত আপল'ড কৰা নন্দ তালুকদাৰ ফাউণ্ডেচনৰ গ্লেম প্ৰকল্পৰ গ্ৰন্থ]] pi9lrncwmx9lty5jof77fd8xfswzbfr চিত্ৰ:পানিপথ(১৯৩০) শৰৎচন্দ্ৰ গোস্বামী.pdf 6 74421 205444 2025-07-03T19:06:46Z JyotiPN 1603 পৃষ্ঠা [[চিত্ৰ:পানিপথ(১৯৩০) শৰৎচন্দ্ৰ গোস্বামী.pdf]]ৰ পৰা [[চিত্ৰ:পানিপথ.pdf]]লৈ JyotiPNয়ে স্থানান্তৰ কৰিলে: কেৱল নাম 205444 wikitext text/x-wiki #REDIRECT [[চিত্ৰ:পানিপথ.pdf]] nhskd8zy57rsmjp8f91m390sam89b1f সূচী:পানিপথ.pdf 106 74422 205445 2025-07-03T19:11:21Z JyotiPN 1603 "" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205445 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=পানিপথ |Language=as |Volume= |Author=শৰৎচন্দ্ৰ গোস্বামী |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor=যতীন্দ্ৰনাথ গোস্বামী |Co-editor1= |Co-editor2= |Illustrator= |Publisher=অসম সাহিত্য সভা |Address=যোৰহাট |Year=1930 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist 1="প্ৰথম পৃষ্ঠা" 2="ভূমিকা" 3="-" 4="1" 136="-" /> |Volumes= |Remarks= |Notes={{GLAMNTF}} |Width= |Css= |Header= |Footer= }} 510m7fgvrx11btt76ccv9w6md8z2vtv শ্ৰেণী:১৯৫২ চনত মৃত্যু 14 74423 205446 2025-07-03T19:14:34Z JyotiPN 1603 "[[শ্ৰেণী:মৃত্যু বৰ্ষ অনুসৰি লেখক]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205446 wikitext text/x-wiki [[শ্ৰেণী:মৃত্যু বৰ্ষ অনুসৰি লেখক]] jtw0g2h7c7kt6tadyqda0so9fakxxxw প্ৰকাশক:শুৱনী প্ৰকাশ 0 74424 205451 2025-07-04T04:20:14Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[আলিবাবা আৰু দুকুৰি ডকাইত]]'' (২০০৮, ৪ৰ্থ সংস্কৰণ): [[লেখক:আজলীতৰা নেওগ]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205451 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[আলিবাবা আৰু দুকুৰি ডকাইত]]'' (২০০৮, ৪ৰ্থ সংস্কৰণ): [[লেখক:আজলীতৰা নেওগ]] kbxiu8de4g8bjdgri7xwdww4pn4vxeh 205452 205451 2025-07-04T04:36:26Z Babulbaishya 104 205452 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[আলিবাবা আৰু দুকুৰি ডকাইত]]'' (২০০৮, ৪ৰ্থ সংস্কৰণ): [[লেখক:আজলীতৰা নেওগ]] # ''[[সিন্দবাদ আৰু সাতোটি জলযাত্ৰা]]'' (তৃতীয় সংস্কৰণৰ ২০০৫ চনৰ পুনৰ্মুদ্ৰণ): [[লেখক:আজলীতৰা নেওগ]] # ''[[আল্লাউদ্দিন আৰু এটি আচৰিত চাকি]]'': [[লেখক:আজলীতৰা নেওগ]] afccvmglyb83of4h86e96zdsznjzbvf শ্ৰেণী:ৰাধাকান্ত সন্দিকৈৰ সাহিত্যকৰ্ম 14 74425 205459 2025-07-04T06:42:10Z Gitartha.bordoloi 38 "[[শ্ৰেণী:লেখক অনুসৰি সাহিত্যকৰ্ম]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205459 wikitext text/x-wiki [[শ্ৰেণী:লেখক অনুসৰি সাহিত্যকৰ্ম]] cbnut7b69fv7nn1fyqe68kzit25pmw6 শ্ৰেণী:উপেন্দ্ৰনাথ বৰুৱাৰ সাহিত্যকৰ্ম 14 74426 205460 2025-07-04T06:44:01Z Gitartha.bordoloi 38 "[[শ্ৰেণী:লেখক অনুসৰি সাহিত্যকৰ্ম]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205460 wikitext text/x-wiki [[শ্ৰেণী:লেখক অনুসৰি সাহিত্যকৰ্ম]] cbnut7b69fv7nn1fyqe68kzit25pmw6 লেখক:ধনাই বৰা 102 74427 205461 2025-07-04T07:02:02Z Gitartha.bordoloi 38 নতুন 205461 wikitext text/x-wiki {{author |firstname = ধনাই |middlename = |lastname = বৰা |fast_initial = ধ |birthyear = 1872 |deathyear = 1956 |description = |image = |wikipedia_link = |wikiquote_link = |commons_link = }} '''ধনাই বৰা''' (১৮৭২- ১৯৫৬) এজন অসমীয়া সাহিত্যিক। ==প্ৰকাশিত গ্ৰন্থ== * [[আদি পুথি]] * [[সৰল মৌখিক গণনা]] * [[ল'ৰাবোধ]] * [[পৰিমিতি]] * [[সাহিত্য কণিকা]] * [[কবিতা চন্দ্ৰিকা]] * [[মোৰ জীৱন যাত্ৰাৰ কথা]] {{PD-India}} [[শ্ৰেণী:লেখক]] ri3fomoxjjeozc0nhdo9tm3jw6mf2tg শ্ৰেণী:১৯৫৬ চনত মৃত্যু 14 74428 205462 2025-07-04T07:02:30Z Gitartha.bordoloi 38 "[[শ্ৰেণী:মৃত্যু বৰ্ষ অনুসৰি লেখক]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205462 wikitext text/x-wiki [[শ্ৰেণী:মৃত্যু বৰ্ষ অনুসৰি লেখক]] jtw0g2h7c7kt6tadyqda0so9fakxxxw চিত্ৰ:আহোমৰ দিন.pdf 6 74429 205464 2025-07-04T10:06:56Z Gitartha.bordoloi 38 == সাৰাংশ == {{Book | Author = সূৰ্য্যকুমাৰ ভূঞা | Date = ১৯১৮ | Image = | Language = as | Source = https://archive.org/details/id3898-ahomordin-suryakumarbhuyan-history/mode/2up | Subtitle = | Title = আহোমৰ দিন }} [[শ্ৰেণী:স্থানীয়ভাৱে আপল'ড কৰা ফাইল]] 205464 wikitext text/x-wiki == সাৰাংশ == {{Book | Author = সূৰ্য্যকুমাৰ ভূঞা | Date = ১৯১৮ | Image = | Language = as | Source = https://archive.org/details/id3898-ahomordin-suryakumarbhuyan-history/mode/2up | Subtitle = | Title = আহোমৰ দিন }} [[শ্ৰেণী:স্থানীয়ভাৱে আপল'ড কৰা ফাইল]] == অনুজ্ঞাপত্ৰ == {{PD-India}} h4jhqjmacgojasc2v9ilqamov4hebaw সূচী:আহোমৰ দিন.pdf 106 74430 205465 2025-07-04T10:08:53Z Gitartha.bordoloi 38 নতুন 205465 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=আহোমৰ দিন |Language=as |Volume= |Author=সূৰ্য্যকুমাৰ ভূঞা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=আসাম পাবলিছিং হাউচ |Address=যোৰহাট |Year=1918 |Key= |ISBN= |DLI= |IA=id3898-ahomordin-suryakumarbhuyan-history |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} 9wm5hwhir0s6df5r1p50vsg9bza79ji চিত্ৰ:বৰফুকনৰ গীত.pdf 6 74431 205466 2025-07-04T10:14:44Z Gitartha.bordoloi 38 == সাৰাংশ == {{Book | Author = সূৰ্য্যকুমাৰ ভূঞা | Date = ১৯২৪ | Image = | Language = as | Source = https://archive.org/details/in.ernet.dli.2015.452942 | Subtitle = | Title = বৰফুকনৰ গীত }} [[শ্ৰেণী:স্থানীয়ভাৱে আপল'ড কৰা ফাইল]] 205466 wikitext text/x-wiki == সাৰাংশ == {{Book | Author = সূৰ্য্যকুমাৰ ভূঞা | Date = ১৯২৪ | Image = | Language = as | Source = https://archive.org/details/in.ernet.dli.2015.452942 | Subtitle = | Title = বৰফুকনৰ গীত }} [[শ্ৰেণী:স্থানীয়ভাৱে আপল'ড কৰা ফাইল]] == অনুজ্ঞাপত্ৰ == {{PD-India}} stw45czgnp8ylqyigrodtqfi7a3uvxb সূচী:বৰফুকনৰ গীত.pdf 106 74432 205467 2025-07-04T10:17:09Z Gitartha.bordoloi 38 নতুন 205467 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=বৰফুকনৰ গীত |Language=as |Volume= |Author=সূৰ্য্যকুমাৰ ভূঞা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=প্ৰাগ্‌‌জ্য়োতিষ গ্ৰন্থশালা |Address=গুৱাহাটী |Year=1924 |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452289 |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} g9u3i7f962mr3ci1wcdt20jjw1rivza পৃষ্ঠা:মজাৰ কথা.pdf/৩ 104 74433 205469 2025-07-04T11:43:57Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 205469 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" /></noinclude>{{Dhr|1em}} {{center|{{Xxxx-larger|'''মজাৰ গল্প।'''}}}} {{Dhr|1em}} {{Custom rule|sp|20|col|4|sp|10|col|4|str|10|col|4|sp|10|col|4|sp|20}} {{Dhr|1em}} {{center|<poem>এম, মোছলেহ উদ্দিন আহমদ। নগাওঁ, আসাম। {{smaller|১৯১৫ ইং।}}</poem>}} {{Dhr|2em}} {{center|<poem>{{smaller|Printed by}} {{larger|N}}ANI {{larger|L}}AL {{larger|D}}ASS, {{smaller|at}} ARYAN PRESS, {{smaller|44, Amherst Street, CALCUTTA.}}</poem>}} {{Dhr|2em}} {{Right|বেচ ৷৵৹ ছ অনা।}} {{Dhr|1em}}<noinclude></noinclude> rifi85w5alns246ei4v9vsyuuo03qtd পৃষ্ঠা:মজাৰ কথা.pdf/৪ 104 74434 205471 2025-07-04T11:51:20Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 205471 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" /></noinclude>{{Dhr|1em}} {{center|{{Xx-larger|“মুখ বন্ধ।”}}}} {{gap}}যদিও এই {{SIC|কিতাবত|কিতাপত}} লেখা গল্পবোৰ অসমীয়া ভাষাৰ অন্তৰ্গত, তথাপিও ই অসমীয়া সাহিত্যৰ কোনো এটা ধৰিব লগিয়া গৌৰৱৰ বস্তু নহয়। অসমীয়া ভাষাত এনে ধৰণৰ এখনিও {{SIC|কিতাব|কিতাপ}} পঢ়িবলৈ নোপোৱাত হে এই “মজাৰ গল্পৰ” সৃষ্টি। ইয়াৰ দোষ—গুণ, ভুল-শুদ্ধ সকলো পাঠকৰ ওপৰত নিৰ্ভৰ। যদি কোনোৱে কোনোটো গল্প পঢ়ি বেয়া পায়—“এই দৰেহে হব লাগিছিল বুলি কয়, তেন্তে তেওঁ সেই দৰেই ভাবি লব; তাৰ বাহিৰে আৰু কাকো একো কব নোৱাৰিব। ইয়াৰ সকলো বোৰেই যে পঢ়িবলৈ ভাল লগা গল্প— আমিও সেই কথা কোৱা নাই আৰু কোনেও যেন নকয়ও। {{SIC|কোন|কোনো}} ঠাইতেই ইয়াৰ সমালোচনা নিষ্প্ৰয়োজন। আমাক যি দুই এজন বন্ধুৱে দুই-{{SIC|চাইটা|চাৰিটা}} {{SIC|পল্প|গল্প}} দি সহায় কৰিছিল ইয়াৰ লগতে তেওঁলোকৰো শলাগ লৈছোঁ। কিনোতাই এই {{SIC|কিতাব|কিতাপ}} অকলে নপঢ়ি দুই চাৰি জন সমনীয়া বন্ধু-বান্ধব গোটাই লৈ পঢ়িলেহে ইয়াৰ সোৱাদ পাব। সেই বুলি—“এইটো আমাৰ জনা আছে, সেইটো বাদ দিয়া” ইত্যাদি কথাৰ কোনো এটাও উচ্চাৰণ কৰিব নোৱাৰে বুলি ইয়াৰ দ্বাৰাই “মুখবন্ধ” কৰা গল। ইতি— {{Right|{{larger|গল্প—লেখোঁতা।}}}}<noinclude></noinclude> c009dvzm3mj95yb842jxblcnb1x9sjs পৃষ্ঠা:মজাৰ কথা.pdf/৯ 104 74435 205472 2025-07-04T11:56:47Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 205472 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" /></noinclude>{{Dhr|1em}} {{center|{{Xxxx-larger|'''মজাৰ গল্প।'''}}}} {{Custom rule|tl|40|c|6|co|6|c|6|tr|40}} {{center|{{Xx-larger|'''“বন্ধু ৰাতি পুৱাল”।'''}}}} {{gap}}কানীয়া এটাই কানীয়া এটাক ৰাতিলৈ নিমন্ত্ৰণ কৰি আহিল। গধূলি যেতিয়া সেই কানীয়াটো আহি ওলালহি, ইটো কানীয়াই জুহালৰ ওচৰতে কঠধৰা দুখন মান পাৰি দি প্ৰথমে কানী আৰু তাৰ লগৰ জল পানেৰে প্ৰথম ক্ৰিয়া সমাপন কৰি শেষত চাউল সিজোৱা দুটামানো ধৰি যাবলৈ অনুৰোধ কৰিলে। প্ৰথম কানীয়াটোৱে দ্বিতীয় কানীয়াটোক কলে যে “{{SIC|ময়|মই}} চাউল সিজাওঁ মানে আপুনি এখন্তক আৰামকে কৰোক” বুলি গাৰু এটা আনি ওচৰ চপাই দিলে। গাৰু পাই ২নং কানীয়াই ঘোৰ ঘোৰাবলৈ ধৰিলে। ১নং এ এখাৰ ওপৰত ভাতৰ চৰু তুলি দি কেছা খৰিৰে জ্বাল দিবলৈ ধৰিলে। ভালকৈ নজলা দেখি আঠুকাঢ়িলৈ ফুৱাওঁতে ফুৱাওঁতে ভাগৰ লাগি সেই ফালেই টোপনী গল। টোপনীতে বাগৰি বাগৰি আহি যোতিয়া ২নংৰ গাৰ ওপৰত উঠিলহি তেতিয়া ৰাতি পুৱায়ো বেলি দুপৰ! ঠেলা ঠেলিত ২নং এ সাৰ পাই চিঞৰি চিঞৰি ১নংক জগাই কবলৈ ধৰিছে “বন্ধু উঠক, ৰাতি পুৱাল”।{{nop}}<noinclude>{{center|১}}</noinclude> astsc28lutfsxth1xrx0vs2ubq3l6dv