ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.45.0-wmf.8 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk সূচী:ভেনিচৰ সাওদ.pdf 106 11179 205716 80895 2025-07-06T16:39:57Z Babulbaishya 104 205716 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=ভেনিচৰ সাওদ |Language=as |Volume= |Author=জ্ঞানদাভিৰাম বৰুৱা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=জ্ঞানদাভিৰাম বৰুৱা |Address= |Year=1925 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=2 |Progress=T |Pages=<pagelist 1to15=roman 16=1/> |Volumes= |Remarks={{Auxiliary Table of Contents|title=সূচীপত্ৰ (মূল গ্ৰন্থত নাই)|comment=পৃষ্ঠা|width=250px|<poem> [[ভেনিচৰ সাওদ/পাতনি|পাতনি]] [[ভেনিচৰ সাওদ/এই নাটত লেখা মানুহসকলৰ নাম|এই নাটত লেখা মানুহসকলৰ নাম]] [[ভেনিচৰ সাওদ/প্ৰথম অধ্যায়|প্ৰথম অধ্যায়]] [[ভেনিচৰ সাওদ/দ্বিতীয় অধ্যায়|দ্বিতীয় অধ্যায়]] [[ভেনিচৰ সাওদ/তৃতীয় অধ্যায়|তৃতীয় অধ্যায়]] [[ভেনিচৰ সাওদ/চতুৰ্থ অধ্যায়|চতুৰ্থ অধ্যায়]] [[ভেনিচৰ সাওদ/পঞ্চম অধ্যায়|পঞ্চম অধ্যায়]] [[ভেনিচৰ সাওদ/ষষ্ঠ অধ্যায়|ষষ্ঠ অধ্যায়]] [[ভেনিচৰ সাওদ/সপ্তম অধ্যায়|সপ্তম অধ্যায়]] [[ভেনিচৰ সাওদ/অষ্টম অধ্যায়|অষ্টম অধ্যায়]] </poem>}} |Notes= |Width= |Css= |Header= |Footer= }} daaixfca2z7b259f08ynbc5fw2g57ih ভেনিচৰ সাওদ 0 13382 205717 80892 2025-07-06T16:40:42Z Babulbaishya 104 205717 wikitext text/x-wiki {{header | title = ভেনিচৰ সাওদ | author = উইলিয়াম শ্বেইকছপীয়েৰ | year = ১৯২৫ | translator = জ্ঞানদাভিৰাম বৰুৱা | section = | previous = | next = [[/পাতনি|পাতনি]] | notes = '''ভেনিচৰ সাওদ''' হৈছে উইলিয়াম শ্বেইকছপীয়েৰৰ ''The Merchant of Venice''-ৰ জ্ঞানদাভিৰাম বৰুৱাই কৰা অসমীয়া অনুবাদ। ({{ডাউনলোড|ভেনিচৰ সাওদ}}) }} <pages index="ভেনিচৰ সাওদ.pdf" include=2/> {{page break|label=}} <pages index="ভেনিচৰ সাওদ.pdf" include=4/> {{page break|label=}} <pages index="ভেনিচৰ সাওদ.pdf" include=5/> {{page break|label=}} {{Auxiliary Table of Contents|title=সূচীপত্ৰ (মূল গ্ৰন্থত নাই)|comment=পৃষ্ঠা|width=250px|<poem> [[/পাতনি|পাতনি]] [[/এই নাটত লেখা মানুহসকলৰ নাম|এই নাটত লেখা মানুহসকলৰ নাম]] [[/প্ৰথম অধ্যায়|প্ৰথম অধ্যায়]] [[/দ্বিতীয় অধ্যায়|দ্বিতীয় অধ্যায়]] [[/তৃতীয় অধ্যায়|তৃতীয় অধ্যায়]] [[/চতুৰ্থ অধ্যায়|চতুৰ্থ অধ্যায়]] [[/পঞ্চম অধ্যায়|পঞ্চম অধ্যায়]] [[/ষষ্ঠ অধ্যায়|ষষ্ঠ অধ্যায়]] [[/সপ্তম অধ্যায়|সপ্তম অধ্যায়]] [[/অষ্টম অধ্যায়|অষ্টম অধ্যায়]] </poem>}} {{PD-India}} [[শ্ৰেণী:অনূদিত গ্ৰন্থ]] [[শ্ৰেণী:ভেনিচৰ সাওদ, জ্ঞানদাভিৰাম বৰুৱা]] [[শ্ৰেণী:জ্ঞানদাভিৰাম বৰুৱাৰ সাহিত্যকৰ্ম]] ntw3i3wp8ky581m70v12r0ejg2vl97a লেখক:উইলিয়াম শ্বেইকছপীয়েৰ 102 14057 205730 145493 2025-07-07T04:44:12Z Babulbaishya 104 205730 wikitext text/x-wiki {{author | firstname = উইলিয়াম | middlename = | lastname = শ্বেইকছপীয়েৰ | last_initial = শ | birthyear = 1564 | deathyear = 1616 | wikipedia_link = উইলিয়াম শ্বেইকছপীয়েৰ | description = '''উইলিয়াম শ্বেইকছপীয়েৰ''' আছিল এক ইংৰাজ কবি আৰু নাট্যকাৰ যাক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ লেখক আৰু বিশ্বৰ এজন শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে আখ্যা দিয়া হয়। তেওঁক প্ৰায়ে ইংলেণ্ডৰ জাতীয় কবি আৰু "এভনৰ চাৰণকবি" বুলি উল্লেখ কৰা হয়। তেওঁৰ সাহিত্য সম্ভাৰে ৩৮খন নাটক, ১৫৪টা চনেট, দুটা আখ্যানমূলক কবিতা, জন কম্ব আৰু এলিয়াছ জেমছ নামৰ মানুহ দুজনৰ কবৰৰ সমাধিবাণী (এপিটাফ) আৰু আন বহুতো কবিতাৰ এক বহুল পৰিসৰ সামৰি লয়। তেওঁৰ নাটক সমূহ পৃথিৱীৰ প্ৰায় প্ৰতিটো সভ্য জীৱিত ভাষালৈ অনূদিত হৈছে আৰু আন কোনো নাট্যকাৰতকৈ অধিকবাৰ মঞ্চস্থ হৈছে। }} == শ্বেইকছপীয়েৰ সাহিত্যকৰ্মৰ অসমীয়া অনুবাদ == * [[ভেনিচৰ সাওদ]] (১৯১২, মূল: ''The Merchant of Venice'', অনুবাদক: [[লেখক:জ্ঞানদাভিৰাম বৰুৱা|জ্ঞানদাভিৰাম বৰুৱা]]) * [[পঞ্চৰত্ন]] (১৯১৯, শ্বেইকছপীয়েৰৰ পাঁচখন নাটৰ সংক্ষিপ্ত ভাবানুবাদ: ''King Lear'', ''As You Like It'', ''The Two Gentlemen of Verona'', ''The Taming of the Shrew'' আৰু The Comedy of Errors, অনুবাদক: [[লেখক:জ্ঞানদাভিৰাম বৰুৱা|জ্ঞানদাভিৰাম বৰুৱা]]) {{PD-old}} [[শ্ৰেণী:লেখক]] ddvffmu7tdjnbpfmoybsh69fwp08bny সূচী:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf 106 16375 205718 78078 2025-07-06T17:08:48Z Babulbaishya 104 প্ৰকাশক নাম যোগ কৰা হ'ল 205718 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=পঞ্চৰত্ন |Language=as |Volume= |Author=জ্ঞানদাভিৰাম বৰুৱা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=আছাম প্ৰিণ্টাৰছ এণ্ড পাব্লিচাৰ্ছ লিমিটেড |Address= |Year=1919 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist 1to10=roman 11=1/> |Volumes= |Remarks={{পৃষ্ঠা:পঞ্চৰত্ন- জ্ঞানদাভিৰাম বৰুৱা.pdf/৫}} |Notes= |Width= |Css= |Header= |Footer= }} 1pqhi0in5v7ackigpjp3q76jvaxvlup সূচী:তই যুক্তি যুদ্ধ কৰ.pdf 106 50812 205734 127773 2025-07-07T07:21:38Z Babulbaishya 104 205734 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=তই যুক্তি যুদ্ধ কৰ |Language=as |Volume= |Author=উমেশ বৈশ্য |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=জীৱনজ্যোতি সঙ্গীতাশ্ৰম |Address=গুৱাহাটী |Year=1980 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=T |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} [[শ্ৰেণী:OTRS অনুমতি নিশ্চিত হোৱা গ্ৰন্থৰ সূচী]] lva9y1bievu2yizqeeleep2py8z6aao সূচী:মজাৰ কথা.pdf 106 73238 205726 202673 2025-07-07T04:05:15Z -chanakyakdas 1728 205726 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=মজাৰ কথা |Language=as |Volume= |Author=এম্‌, মোছলেহ উদ্দিন আহম্মদ |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=আৰয়ান প্ৰেছ |Address=কলিকতা |Year=1915 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 2="-" 3="প্ৰথম পৃষ্ঠা" 4="মুখ বন্ধ" 5="উপহাৰ" 6to8="সূচীপত্ৰ" 9="1" 99="-" 100="শেষ পৃষ্ঠা" /> |Volumes= |Remarks= |Notes={{GLAMNTF}} |Width= |Css= |Header= |Footer= }} [[শ্ৰেণী:গল্প]] [[শ্ৰেণী:১৯১৫ চনত প্ৰকাশিত গ্ৰন্থ]] iedju9ycnrrm0cm74qc4sa4qk7lo5d8 পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৯৬ 104 73658 205720 203659 2025-07-07T02:25:17Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 205720 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||আহোম যুগ|৮৯}}</noinclude> প্ৰচাৰৰ ব্যৱস্থাৰ হেতু সুকুমাৰ কলা আদিৰ সৰ্ব্বাঙ্গীন উন্নতি সম্ভৱপৰ হৈছিল। দেশৰ সকলো, কাৰ্য্যৰ মূলতে যে ভাষা সেই সম্বন্ধে কনফিউচিয়াচৰ এটি মন্তব্য প্রণিধানযোগ্য। ৰাষ্ট্ৰশাসন কৰিবলৈ হলে প্রথমে কি কৰিব এই প্রশ্নৰ উত্তৰত কনফিউচিয়াচে কৈছিল— “to correct language... If language is not correct, then what is said is not what is meant ; if what is said is not what is meant, then what ought to be done remains undone; if this remains undone, morals and art will deteriorate; if morals and art deteriorate, justice will go astray; if justice goes astray, the people will stand about in helpless confusion. Hence there must be no arbitrariness in what is said. This matters above everything.” {{gap}}আহোম শাসন ব্যৱস্থা মতে সাধাৰণ প্ৰজাক পাইকত নিবন্ধ কৰা বিশেষ তাৎপর্য্য-পূর্ণ । পাইকসমূহক পুনৰ চমুৱা পাইক আৰু কাড়ী-পাইক এই দুই ভাগত বিভক্ত কৰা হৈছিল। আহোমৰ এই প্ৰজা-বিভাজন পদ্ধতিৰ লগত ৰোমৰ পেট্ৰিচিয়ান অথবা অভিজাত শ্রেণী আৰু প্লিবিয়ান বা আশ্রিত শ্ৰেণীৰ সাদৃশ্য মন কৰিবলগীয়া। ওপৰত উল্লেখ কৰা ডা-ডাঙৰীয়া আৰু বা-বিষয়া- সকল চমুৱা শ্ৰেণীৰ আৰু খেতিয়ক আৰু অন্য বৃত্তিজীৱিসকল পাইকৰ অন্তর্গত। পাইকসকল সৰু সৰু সমষ্টিত বা গোটত শ্রেণীবদ্ধ হৈছিল। কেইবাটাও গোট লগলাগি খেল হৈছিল। খেল-প্রথা এতিয়াও অসমীয়া গাৱঁলীয়া সমাজৰ বান্ধোন হৈ আছে। ৰাষ্ট্ৰৰ সকলো লোককে বিভিন্ন বৃত্তিত সুনিপুণ আৰু সুদক্ষ কৰায়ে গোট আৰু খেল প্রথাৰ প্রধান উদ্দেশ্য। এই প্ৰথাসমূহৰ যথাৰ্থতাৰ বিষয়ে ডঃ সূৰ্য্যকুমাৰ ভূঞাদেৱে লেখিছে— {{gap}}তেজ-মঙ্গহৰ সম্বন্ধৰ বান্ধনিত আত্মীয়-পৰিয়ালৰ উদ্ভৱ হৈছিল। তেনেকৈ চাৰিজন মুনিহ ৰজাঘৰীয়া কামৰ নিমিত্তে একগোট হৈছিল, তেওঁলোকৰ প্ৰতিজনৰে কৰ্ত্তব্য একে, গাত লগা বিষয়াও একে, আৰু সেই গোটৰ এজনে ৰজাঘৰীয়া কামত লাগিলে বাকী কিজনে তেওঁৰ খেতি-পথাৰ, বন-বাৰী কৰি দিব লগাত পৰিছিল। সেই দেখি এই 9<noinclude>{{Rule|}} a powerful factor in creating a feeling of community is obvious,just as differences in these regards give rise to a feeling of disunity. Those who are either ignorant of the language spoken by the great majority of the community, or who speak it only with difficulty, feel, with good reason, more or less isolated. Language thus becomes an important element in creating and enhancing nationalistic consciousness." - Foundations of Language, p. 117. {{rh|৭||}}</noinclude> owkmkn8ahta0v9mzd3qoj2i13ahrvhj সূচী আলোচনা:দোঁহাৱলী.pdf 107 74472 205721 205594 2025-07-07T03:47:37Z Babulbaishya 104 205721 wikitext text/x-wiki == সমস্যা জৰ্জৰ পৃষ্ঠা সম্পৰ্কে == কিতাপখন যিহেতু আৰ্কাইভৰপৰা লোৱা হৈছে আৰু স্প্লিট কৰোঁতে আখৰ নোহোৱা হৈছে, সেয়ে কিতাপখনৰ নতুন সংশোধন এটা আপল'ড কৰিব পৰা হ'ব। ৱিকিউৎসত কেৱল ইউনিকোডত নপঢ়ি কিতাপ এখন পিডিএফ ৰূপতো পঢ়াৰ যিহেতু সুবিধা আছে, সেয়ে জেদা-জেদি কৰি বস্তটো বেয়াই কৰি দিওঁ বুলি লাগিলে কথাটো দেখাত অশোভনীয় হয়। [[সদস্য:JyotiPN|JyotiPN]] ([[সদস্য বাৰ্তা:JyotiPN|বাৰ্তা]]) ১৩:৫০, ৫ জুলাই ২০২৫ (IST)https://upload.wikimedia.org/wikipedia/commons/b/b0/Icon_Transparent_Green.png :শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ’ব। “জেদাজেদী কৰি বস্তুটো বেয়াই কৰি দিওঁ’’ মানসিকতা কাৰোবাৰ থাকিব পাৰে, মোৰ নাই। ৱিকিমিডিয়াত কাহানিও কোন বিষয় “বেয়াই কৰি দিওঁ’’ মনোবৃত্তিৰে কাম কৰা নাই। নকৰোঁ। সমস্যাজৰ্জৰ পৃষ্ঠাত পাঠোদ্ধাৰ কৰি মুদ্ৰণ সংশোধন আগতেও কৰিছোঁ, আগলৈয়ো কৰি যাম। [[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ২০:০৯, ৫ জুলাই ২০২৫ (IST) ::আপুনি নিজে শুধৰাই দিব নোৱাৰে আৰু নথকা শব্দ নিজে লিখি দিব নোৱাৰে। এইটো যদি কৰে, জেদত কৰাই হ'ব। [[সদস্য:JyotiPN|JyotiPN]] ([[সদস্য বাৰ্তা:JyotiPN|বাৰ্তা]]) ২০:১৩, ৫ জুলাই ২০২৫ (IST)JyotiPN :{{ping|JyotiPN}} 'নিজে শুধৰাই দিব নোৱাৰে আৰু নথকা শব্দ নিজে লিখি দিব নোৱাৰে' এই কথাখিনি আপুনি ঠিকেই লিখিছে যদিও সম্পূৰ্ণ শুদ্ধও নহয়। মূল গ্ৰন্থখনৰ যদি কোনো শব্দ অস্পষ্ট বা পঢ়িব নোৱাৰি, তেন্তে সেই শব্দটোৰ ঠাইত {{tl|illegible}} সাঁচটো ব্যৱহাৰ কৰিব পাৰি আৰু যদিহে অন্য সমল, সংস্কৰণ বা অনুমানৰ ভিত্তিত শব্দটো বা শব্দবোৰ যদি পুনৰগঠন কৰিব পৰা যায়, তেন্তে {{tl|illegible}} সাঁচটো ব্যৱহাৰ কৰিব পাৰি। সমস্যাজৰ্জৰ পৃষ্ঠা বুলিয়ে বা নতুন সংশোধন এটা আপলোড নকৰালৈকে গ্ৰন্থ এখন প্ৰুফৰিড নকৰাকৈ বা ট্ৰেঞ্চক্লুছন নকৰাকৈ পেলাই থোৱা উচিত নহয়। বিতংকৈ জানিবলৈ ইংৰাজী ৱিকিউৎসৰ [[:en:Template:Reconstruct|Template:Reconstruct]] আৰু [[:en:Template:Illegible|Template:Illegible]] পৃষ্ঠা দুটা চাওক। [[সদস্য:Babulbaishya|Babulbaishya]] ([[সদস্য বাৰ্তা:Babulbaishya|বাৰ্তা]]) ০৯:১৭, ৭ জুলাই ২০২৫ (IST) 1d656f1s9bbx4vhs19fk94vw7i791v9 205722 205721 2025-07-07T03:48:38Z Babulbaishya 104 205722 wikitext text/x-wiki == সমস্যা জৰ্জৰ পৃষ্ঠা সম্পৰ্কে == কিতাপখন যিহেতু আৰ্কাইভৰপৰা লোৱা হৈছে আৰু স্প্লিট কৰোঁতে আখৰ নোহোৱা হৈছে, সেয়ে কিতাপখনৰ নতুন সংশোধন এটা আপল'ড কৰিব পৰা হ'ব। ৱিকিউৎসত কেৱল ইউনিকোডত নপঢ়ি কিতাপ এখন পিডিএফ ৰূপতো পঢ়াৰ যিহেতু সুবিধা আছে, সেয়ে জেদা-জেদি কৰি বস্তটো বেয়াই কৰি দিওঁ বুলি লাগিলে কথাটো দেখাত অশোভনীয় হয়। [[সদস্য:JyotiPN|JyotiPN]] ([[সদস্য বাৰ্তা:JyotiPN|বাৰ্তা]]) ১৩:৫০, ৫ জুলাই ২০২৫ (IST)https://upload.wikimedia.org/wikipedia/commons/b/b0/Icon_Transparent_Green.png :শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ’ব। “জেদাজেদী কৰি বস্তুটো বেয়াই কৰি দিওঁ’’ মানসিকতা কাৰোবাৰ থাকিব পাৰে, মোৰ নাই। ৱিকিমিডিয়াত কাহানিও কোন বিষয় “বেয়াই কৰি দিওঁ’’ মনোবৃত্তিৰে কাম কৰা নাই। নকৰোঁ। সমস্যাজৰ্জৰ পৃষ্ঠাত পাঠোদ্ধাৰ কৰি মুদ্ৰণ সংশোধন আগতেও কৰিছোঁ, আগলৈয়ো কৰি যাম। [[সদস্য:Pranamikaadhikary|Pranamikaadhikary]] ([[সদস্য বাৰ্তা:Pranamikaadhikary|বাৰ্তা]]) ২০:০৯, ৫ জুলাই ২০২৫ (IST) ::আপুনি নিজে শুধৰাই দিব নোৱাৰে আৰু নথকা শব্দ নিজে লিখি দিব নোৱাৰে। এইটো যদি কৰে, জেদত কৰাই হ'ব। [[সদস্য:JyotiPN|JyotiPN]] ([[সদস্য বাৰ্তা:JyotiPN|বাৰ্তা]]) ২০:১৩, ৫ জুলাই ২০২৫ (IST)JyotiPN :::{{ping|JyotiPN}} 'নিজে শুধৰাই দিব নোৱাৰে আৰু নথকা শব্দ নিজে লিখি দিব নোৱাৰে' এই কথাখিনি আপুনি ঠিকেই লিখিছে যদিও সম্পূৰ্ণ শুদ্ধও নহয়। মূল গ্ৰন্থখনৰ যদি কোনো শব্দ অস্পষ্ট বা পঢ়িব নোৱাৰি, তেন্তে সেই শব্দটোৰ ঠাইত {{tl|illegible}} সাঁচটো ব্যৱহাৰ কৰিব পাৰি আৰু যদিহে অন্য সমল, সংস্কৰণ বা অনুমানৰ ভিত্তিত শব্দটো বা শব্দবোৰ যদি পুনৰগঠন কৰিব পৰা যায়, তেন্তে {{tl|illegible}} সাঁচটো ব্যৱহাৰ কৰিব পাৰি। সমস্যাজৰ্জৰ পৃষ্ঠা বুলিয়ে বা নতুন সংশোধন এটা আপলোড নকৰালৈকে গ্ৰন্থ এখন প্ৰুফৰিড নকৰাকৈ বা ট্ৰেঞ্চক্লুছন নকৰাকৈ পেলাই থোৱা উচিত নহয়। বিতংকৈ জানিবলৈ ইংৰাজী ৱিকিউৎসৰ [[:en:Template:Reconstruct|Template:Reconstruct]] আৰু [[:en:Template:Illegible|Template:Illegible]] পৃষ্ঠা দুটা চাওক। [[সদস্য:Babulbaishya|Babulbaishya]] ([[সদস্য বাৰ্তা:Babulbaishya|বাৰ্তা]]) ০৯:১৭, ৭ জুলাই ২০২৫ (IST) mxmxhta80m4uixfbk8cdjakse3fcyc9 পৃষ্ঠা:মজাৰ কথা.pdf/১১ 104 74485 205725 205603 2025-07-07T04:04:44Z -chanakyakdas 1728 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 205725 proofread-page text/x-wiki <noinclude><pagequality level="3" user="-chanakyakdas" />{{rh|||মজাৰ গল্প}}</noinclude>ক’ত পোৱা যায়”? অৰ্থাৎ, ইয়াৰ পুং ক’ত? বহুত পৰলৈকে কোনেও তাৰ উত্তৰ নিদিয়া দেখি হোজা ছাত্ৰ এজনে উত্তৰ কৰিলে—“কেঞাৰ গোলাত”। সকলোৱে শুনি আচৰিত মানিলে। {{Custom rule|sp|10|co|6|co|6|co|6|co|6|co|6|sp|10}} {{Dhr|1em}} {{center|{{Xx-larger|'''বঢ়ীয়া বুদ্ধি।'''}}}} {{gap}}মানুহ এটাক সদায় আঠুৱাৰ তলত শোৱাতো মহে খায়। সি নিৰুপায় হৈ এদিন কৰিলে কি—ঠেংতলৰ ফালে আঠুৱাৰ চুক এটা দাঙ্গি শুই আছে। তাক খাবলৈ যেতিয়া সকলোখিনি মহ আঠুৱাৰ ভিতৰত সোমাল সি তেতিয়া লাহেকৈ চুকটো পেলাই দি আঠুৱাৰ বাজ ওলাই শুই থাকিল। আটাইখিনি মহ আঠুৱাৰ ভিতৰত থকাত তাক আৰু কামুৰিবলৈ নেপালে। পাছলৈ সি সদায় এই বুধিকে কৰি শুই থাকে। {{Custom rule|sp|10|co|6|co|6|co|6|co|6|co|6|sp|10}} {{Dhr|1em}} {{center|{{Xx-larger|'''গাড়োৱানৰ বুদ্ধি।'''}}}} {{gap}}কেঞাৰ গাড়োৱান এটাই গাড়ী এখন লৈ গাৱঁৰ পৰা সৰিয়হ আনিবলৈ গৈছিল। তাৰ গৰু হালে কোনো ৰকমেহে বাৰ মোন বোজা কেকোঁ-জেকোঁকৈ নিব পাৰে। সি গৈ পালেগৈ<noinclude>{{center|৩}}</noinclude> di45upou7e39dic56qsq4ik15gzaprz প্ৰকাশক:জ্ঞানদাভিৰাম বৰুৱা 0 74586 205714 2025-07-06T16:30:41Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[ভেনিচৰ সাওদ]]'' (১৯১২): [[লেখক:জ্ঞানদাভিৰাম বৰুৱা]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205714 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[ভেনিচৰ সাওদ]]'' (১৯১২): [[লেখক:জ্ঞানদাভিৰাম বৰুৱা]] 1kk5me9ctn08iiesuan9b42im5qq9r9 205715 205714 2025-07-06T16:33:31Z Babulbaishya 104 205715 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[ভেনিচৰ সাওদ]]'' (১৯১২): [[লেখক:জ্ঞানদাভিৰাম বৰুৱা]] # ''[[দদাইৰ পজা]]'' (১৯৩০): [[লেখক:জ্ঞানদাভিৰাম বৰুৱা]] 4579ld5kpdl0t9hzahyktna5u7keuuw প্ৰকাশক:আছাম প্ৰিণ্টাৰছ এণ্ড পাব্লিচাৰ্ছ লিমিটেড 0 74587 205719 2025-07-06T17:11:16Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[পঞ্চৰত্ন]]'' (১৯১৯): [[লেখক:জ্ঞানদাভিৰাম বৰুৱা]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205719 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[পঞ্চৰত্ন]]'' (১৯১৯): [[লেখক:জ্ঞানদাভিৰাম বৰুৱা]] jcmiusiknni805c1j9nv40fxv34w4ex প্ৰকাশক:শৰৎচন্দ্ৰ গোস্বামী 0 74588 205723 2025-07-07T04:01:38Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #[[পেৰিক্লিচ্‌]] (১৯২৫): [[লেখক:শৰৎচন্দ্ৰ গোস্বামী]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205723 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #[[পেৰিক্লিচ্‌]] (১৯২৫): [[লেখক:শৰৎচন্দ্ৰ গোস্বামী]] 0da410xtqna9wx6o9oay9p8ww6g39p3 205724 205723 2025-07-07T04:01:57Z Babulbaishya 104 205724 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #''[[পেৰিক্লিচ্‌]]'' (১৯২৫): [[লেখক:শৰৎচন্দ্ৰ গোস্বামী]] 6fkobzne009dafpezcch84x99icd413 প্ৰকাশক:জীৱনানন্দ দত্ত 0 74589 205727 2025-07-07T04:23:09Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #[[প্ৰতিফল]] (১৯৪৬): [[লেখক:উপেন্দ্ৰ নাথ দত্ত]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205727 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ #[[প্ৰতিফল]] (১৯৪৬): [[লেখক:উপেন্দ্ৰ নাথ দত্ত]] k52y29fvbshxja5qsz5xwsiqgog25lr 205728 205727 2025-07-07T04:23:29Z Babulbaishya 104 205728 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[প্ৰতিফল]]'' (১৯৪৬): [[লেখক:উপেন্দ্ৰ নাথ দত্ত]] tlhalm159m5xxl0j4dojzpemb05a9rd 205729 205728 2025-07-07T04:24:11Z Babulbaishya 104 205729 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[প্ৰতিফল]]'' (১৯৪৬, প্ৰথম সংস্কৰণ): [[লেখক:উপেন্দ্ৰ নাথ দত্ত]] 381l7uo9ymwf7eucpdgtb2osrlorwnh লেখক:মেৰী লেম্ব 102 74590 205731 2025-07-07T04:47:22Z Babulbaishya 104 ";গ্ৰন্থৰাজি * [[পেৰিক্লিচ্‌]] (১৯২৫, মূল: ''Pericles, Prince of Tyre'', অনুবাদক: [[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]]) {{PD-old}} [[শ্ৰেণী:লেখক]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205731 wikitext text/x-wiki ;গ্ৰন্থৰাজি * [[পেৰিক্লিচ্‌]] (১৯২৫, মূল: ''Pericles, Prince of Tyre'', অনুবাদক: [[লেখক:শৰৎচন্দ্ৰ গোস্বামী|শৰৎচন্দ্ৰ গোস্বামী]]) {{PD-old}} [[শ্ৰেণী:লেখক]] 4r0bscrikjeqynco4vonuzxi64ohnqm প্ৰকাশক:জীৱনজ্যোতি সঙ্গীতাশ্ৰম 0 74591 205732 2025-07-07T07:09:05Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[অশান্ত জন্মভূমি]]'' (১৯৭৯): [[লেখক:উমেশ বৈশ্য]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205732 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[অশান্ত জন্মভূমি]]'' (১৯৭৯): [[লেখক:উমেশ বৈশ্য]] 4sxpt6wla9vcmsa8hv51yc40x7uz5c3 205733 205732 2025-07-07T07:15:51Z Babulbaishya 104 205733 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[অশান্ত জন্মভূমি]]'' (১৯৭৯): [[লেখক:উমেশ বৈশ্য]] # ''[[তই যুক্তি যুদ্ধ কৰ]]'' (১৯৮০, দ্বিতীয় প্ৰকাশ): [[লেখক:উমেশ বৈশ্য]] 3ag21adk881guimjubjjsvz3iwrr1qq 205735 205733 2025-07-07T07:23:34Z Babulbaishya 104 205735 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[অশান্ত জন্মভূমি]]'' (১৯৭৯): [[লেখক:উমেশ বৈশ্য]] # ''[[তই যুক্তি যুদ্ধ কৰ]]'' (১৯৮০, দ্বিতীয় প্ৰকাশ): [[লেখক:উমেশ বৈশ্য]] # ''[[প্ৰগতিৰ গান]]'' (২০১০, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ বৈশ্য]] 3dvv8gcgjt2b26lv6arxny69v24b37i 205736 205735 2025-07-07T07:31:22Z Babulbaishya 104 205736 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[অশান্ত জন্মভূমি]]'' (১৯৭৯): [[লেখক:উমেশ বৈশ্য]] # ''[[তই যুক্তি যুদ্ধ কৰ]]'' (১৯৮০, দ্বিতীয় প্ৰকাশ): [[লেখক:উমেশ বৈশ্য]] # ''[[প্ৰগতিৰ গান]]'' (২০১০, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ বৈশ্য]] # ''[[মিলন]]'' (১৯৮১, দ্বিতীয় প্ৰকাশ): [[লেখক:উমেশ বৈশ্য]] 1vnxr4gdy4bx1kowf8pkozx69lb4k87 প্ৰকাশক:পূৰ্ব্বাঞ্চল প্ৰকাশনী 0 74592 205737 2025-07-07T07:38:43Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[ৰচনা মালিকা|ৰচনা-মালিকা প্ৰথম ভাগ]]'' (১৯৭৭, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ বৈশ্য]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205737 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[ৰচনা মালিকা|ৰচনা-মালিকা প্ৰথম ভাগ]]'' (১৯৭৭, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ বৈশ্য]] eg7926b3e8m8pt1ro67wh67yq9laabm