ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.45.0-wmf.8 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা TimedText TimedText talk Module Module talk লেখক:দণ্ডিনাথ কলিতা 102 2435 205748 201949 2025-07-08T04:31:51Z Babulbaishya 104 /* সাহিত্যিক অৱদান */ 205748 wikitext text/x-wiki {{author |firstname = দণ্ডিনাথ |middlename = |lastname = কলিতা |fast_initial = দ |birthyear = |deathyear = |description = |image = |wikipedia_link = দণ্ডিনাথ কলিতা |wikiquote_link = |commons_link = }} '''দণ্ডিনাথ কলিতা''' (১৮৯০-১৯৫৫) এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। ==সাহিত্যিক অৱদান== {{multicol}} '''উপন্যাস''' # [[ফুল]] (১৯০৮) # [[সাধনা]] (১৯২৮) # [[গণ-বিপ্লৱ]] (১৯৪০) # [[হত্যাকাৰী কোন?]] (১৯৪৭) # [[অদৃষ্ট]] (১৯৪৮) # [[আবিষ্কাৰ]] (১৯৫১) '''কবিতা পুথি''' # [[ৰহঘৰা]] (১৯১৬) # [[ৰগৰ]] (১৯২২) # [[বহুৰূপী]] (১৯২৬) # [[অসম-সন্ধ্যা]] (১৯৪৯) # [[বীণাৰ ঝংকাৰ]] (১৯৫১) # [[দীপ্তি]] (১৯৩৯) '''গল্প সংকলন''' # [[সাতসৰী]] (১৯২৩) '''ব্যঙ্গ কাহিনী''' # [[আত্মানন্দৰ আত্মকাহিনী]] '''সাধু''' # [[সংস্কৃত নাটকৰ গল্প]] # [[সতী-কাহিনী]] # [[অকণিৰ ৰামায়ণ]] {{col-break}} '''নাটক''' # [[সতীৰ তেজ]] (১৯৩১) # [[পৰাচিত]] (১৯৪৬) # [[কীচক বধ|কীচক বধ (১৯৫০)]] # [[মুক্তিৰ অভিযান]] (১৯৪১) # [[অগ্নিপৰীক্ষা]] (১৯৪৬) # [[পোহনীয়া কুকুৰ]] (১৯৪৬) # [[নগৰৰ বিহুতলী]] (১৯৪৬) '''জীৱনী গ্ৰন্থ''' # [[কৰ্মবীৰ চন্দ্ৰনাথ]] (১৯২৪) # [[গোহাঞিবৰুৱা]] (১৯৪৬) '''পাঠ্যপুথি''' # প্ৰদীপ # সাহিত্য মুক্তাৱলী # সংস্কৃত ব্যাকৰণাদৰ্শ # Anglo Sanskrit Word Book {{col-end}} {{PD-India}} [[শ্ৰেণী:লেখক]] jikp73zpwpdc0930hnl4obl7971plmc সূচী:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu 106 7207 205745 106527 2025-07-08T03:58:45Z Babulbaishya 104 205745 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=অসমৰ বুৰঞ্জী |Language=as |Volume= |Author=পদ্মনাথ গোহাঞি বৰুৱা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=অসম প্ৰকাশন পৰিষদ |Address= |Year= |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452455 |NLI= |Source=djvu |Image=13 |Progress=C |Pages=<pagelist 1=নাম 2=- 3='প্ৰথম পৃষ্ঠা' 4='প্ৰকাশন তথ্য' 5to7=ভূমিকা 8=- 9to12=পাতনি 13='প্ৰথম পৃষ্ঠা' 14=- 15to16=সূচীপত্ৰ 17=1 /> |Volumes= |Remarks= |Notes={{ভাৰতীয় ৱিকিউৎস প্ৰুফৰিডথন নৱেম্বৰ ২০২০}} |Width= |Css= |Header= |Footer= }} dm3q8kiq5l4uvmy1a9t5xqlhmup3q21 সূচী:সাতসৰী.djvu 106 10053 205752 202677 2025-07-08T04:42:49Z Babulbaishya 104 205752 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=সাতসৰী, ২য় সংস্কৰণ |Language=as |Volume= |Author=দণ্ডিনাথ কলিতা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=বি আৰ কলিতা এণ্ড কোম্পানী |Address=তেজপুৰ |Year=1944 |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.452929 |NLI= |Source=pdf |Image=1 |Progress=L |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} a06adlg142p6xonfupmgf3wid87wah5 সাতসৰী, ২য় সংস্কৰণ 0 25916 205751 202679 2025-07-08T04:42:17Z Babulbaishya 104 205751 wikitext text/x-wiki {{header | title = সাতসৰী, ২য় সংস্কৰণ | author = দণ্ডিনাথ কলিতা | year = ১৯৪৪ | translator = | section = | previous = | next = <big>[[সাতসৰী/একোছা চুলি|একোছা চুলি]]</big> | notes = | categories = }} <pages index="সাতসৰী.djvu" from=1 to=1/> {{page break|label=}} <pages index="সাতসৰী.djvu" from=2 to=2/> {{page break|label=}} <pages index="সাতসৰী.djvu" from=3 to=3/> {{page break|label=}} <pages index="সাতসৰী.djvu" from=5 to=5/> {{page break|label=}} <pages index="সাতসৰী.djvu" from=7 to=7/> {{page break|label=}} {{Navi| Prev=সাতসৰী| Next=সাতসৰী/একোছা চুলি| }} {{PD-India}} [[শ্ৰেণী:দণ্ডিনাথ কলিতাৰ সাহিত্যকৰ্ম]] [[শ্ৰেণী:গল্প সংকলন]] hfxnsd1w4zj1cayg9h9wy6g13k8ff11 সূচী:দেৱ-ধ্বনি.djvu 106 55996 205739 156117 2025-07-07T13:55:39Z Babulbaishya 104 205739 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=দেৱ-ধ্বনি |Language=as |Volume= |Author=উমেশচন্দ্ৰ চৌধাৰী |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=উমেশচন্দ্ৰ চৌধাৰী |Address=গুৱাহাটী |Year=1939 |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.450927 |NLI= |Source=djvu |Image=1 |Progress=V |Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="উছৰ্গা" 4="-" 5="উপহাৰ" 6="-" 7to8="নিবেদন" 9to10="সূচীপত্ৰ" 11="বেটুপাত" 12="সূচীপত্ৰ" 14="২য় বেটুপাত" 13="কবিতা" 15="1" 106="-" 99to105="পৰিশিষ্ট" 107to108="পুথি পৰিচয়" /> |Volumes= |Remarks= |Notes={{ভাৰতীয় ৱিকিউৎস প্ৰুফৰিডথন মাৰ্চ ২০২২}} |Width= |Css= |Header= |Footer= }} czrcv7ksrvgni05cb9mkxs26tnumkm0 205766 205739 2025-07-08T09:16:50Z Gitartha.bordoloi 38 বিজ্ঞাপন পৃষ্ঠা বাকী। মূল গ্ৰন্থ শেষ 205766 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=দেৱ-ধ্বনি |Language=as |Volume= |Author=উমেশচন্দ্ৰ চৌধাৰী |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=উমেশচন্দ্ৰ চৌধাৰী |Address=গুৱাহাটী |Year=1939 |Key= |ISBN= |DLI= |IA=in.ernet.dli.2015.450927 |NLI= |Source=djvu |Image=1 |Progress=T |Pages=<pagelist 1="বেটুপাত" 2="প্ৰকাশন" 3="উছৰ্গা" 4="-" 5="উপহাৰ" 6="-" 7to8="নিবেদন" 9to10="সূচীপত্ৰ" 11="বেটুপাত" 12="সূচীপত্ৰ" 14="২য় বেটুপাত" 13="কবিতা" 15="1" 106="-" 99to105="পৰিশিষ্ট" 107to108="পুথি পৰিচয়" /> |Volumes= |Remarks= |Notes={{ভাৰতীয় ৱিকিউৎস প্ৰুফৰিডথন মাৰ্চ ২০২২}} |Width= |Css= |Header= |Footer= }} 5llds0d8l4acdih1cgfke5eeiw4l4uy পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১০৪ 104 57428 205765 156089 2025-07-08T09:12:28Z Gitartha.bordoloi 38 /* বৈধকৰণ হৈছে */ 205765 proofread-page text/x-wiki <noinclude><pagequality level="4" user="Gitartha.bordoloi" /></noinclude>{{center|{{X-larger|পৰিশিষ্ট}}}} {{X-larger|প্ৰতিধ্বনি}} পুথিত প্ৰকাশ হোৱা গীত :— {| |- | '''পৃষ্ঠা'''- {{gap}}'''গীতৰ আদি শাৰী''' || || ||{{gap}}'''কত গোৱা হৈছিল''' |- | ৭৭ {{gap}}জনম ভূমি মাতৃ তুমি || || ••• ||{{gap}}১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত |- | ৭৯ {{gap}}চিৰযুগে হাঁহিমুখে || || ••• ||{{gap}}কামৰূপ মহিলা সমিতিৰ প্ৰথম জয়মতী উৎসৱত |- | ৮০ {{gap}}জননী জনমভূমিৰ ভক্ত || || ••• || {{gap}}১৯১৯ চনৰ অসম মুছলিম ছাত্ৰ সম্মিলনত |- | ৮১ {{gap}}গীতিগন্ধ স্নেহে ভৰা || || ••• || {{gap}}১৯২৬ চনৰ অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত |- | ৮৩ {{gap}}অসমা নিৰুপমা জননী || || ••• ||{{gap}}গ্ৰামোফনৰ বাবে ৰেকৰ্ড কৰিছে |- | ৮৬ {{gap}}গৌৰৱ-বাহিনী পুণ্য প্ৰবাহিনী || || ••• || {{gap}}১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত |- | ৮৮ {{gap}}পৰশি তোমাৰ কমল পাৱ || || ••• || {{gap}}১৯২৬ চনৰ ধুবুৰী সাহিত্য সভাৰ আৰু কংগ্ৰেছ মহাসভাৰ গুৱাহাটী অধিবেশনত |- | ৯০ {{gap}}গহীন গিৰি উপত্যকাৰ || || ••• || {{gap}}১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত |}<noinclude></noinclude> 0tz7y49a1iy30ptt4c8t9cdjmjupk7b লেখক:এ কে গাৰ্নী 102 63769 205746 199602 2025-07-08T04:27:28Z Babulbaishya 104 /* সম্পাদিত আলোচনী */ 205746 wikitext text/x-wiki {{author |firstname = এ কে |middlename = |lastname = গাৰ্নী |fast_initial = এ |birthyear = 1854 |deathyear = 1910 |description = '''এ কে গাৰ্নী''' (১৮৫৪-১৯১০) এগৰাকী বিদেশী মিছনেৰী। ১৮৭৪ চনত তেওঁ আমেৰিকাৰ পৰা আহি অসমৰ শিৱসাগৰত ধৰ্মযাজক ৰূপে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সমান্তৰালকৈ বিভিন্ন পুথি প্ৰণয়ন কৰিছিল। তেওঁ কেইবাবছৰো 'অৰুণোদই'ৰ সম্পাদক আছিল। |image = |wikipedia_link = এ কে গাৰ্নি |wikiquote_link = |commons_link = }} == সাহিত্য-চৰ্চা== ===মৌলিক কৰ্ম=== * [[ৰুথ আৰু যোচেফৰ কাহিনী]] (১৮৮১) * [[কানি বেহেৰুৱাৰ কথা]] (১৮৭৮) * [[এলোকেশী বেশ্যাৰ কথা]] (১৮৭৭) * [[কামিনীকান্তৰ চৰিত্ৰ]] (১৮৭৭) ===অনুবাদ=== * [[প্ৰাচীন নিয়ম]] (Old Testament) * [[নতুন নিয়ম]] (New Testament) (এইচ পি মূৰৰ সৈতে যুটীয়াভাৱে) ===সম্পাদিত আলোচনী=== {{PD-India}} [[শ্ৰেণী:লেখক]] b9ou0zyzgna2dopwqhuwhfg38q5oh82 প্ৰকাশক:হিৰণ্যৰঞ্জন গ্ৰন্থকুটী 0 72158 205754 199492 2025-07-08T04:44:29Z Babulbaishya 104 205754 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''* [[ফুল]]'' (১৯৫০, পঞ্চম প্ৰকাশ): [[লেখক:দণ্ডিনাথ কলিতা]] # ''* [[গণ-বিপ্লৱ]]'' (১৯৪৮): [[লেখক:দণ্ডিনাথ কলিতা]] # ''* [[অদৃষ্ট]]'' (১৯৪৯): [[লেখক:দণ্ডিনাথ কলিতা]] # ''* [[অসম-সন্ধ্যা]]'' (১৯৪৯): [[লেখক:দণ্ডিনাথ কলিতা]] c1q0rbu4r2yq9if872sz7ubdwgg05sb 205756 205754 2025-07-08T04:50:44Z Babulbaishya 104 205756 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # '' [[ফুল]]'' (১৯৫০, পঞ্চম প্ৰকাশ): [[লেখক:দণ্ডিনাথ কলিতা]] # '' [[গণ-বিপ্লৱ]]'' (১৯৪৮): [[লেখক:দণ্ডিনাথ কলিতা]] # ''[[অদৃষ্ট]]'' (১৯৪৯): [[লেখক:দণ্ডিনাথ কলিতা]] # '' [[অসম-সন্ধ্যা]]'' (১৯৪৯): [[লেখক:দণ্ডিনাথ কলিতা]] # '' [[পৰাচিত]]'' (১৯৪৯): [[লেখক:দণ্ডিনাথ কলিতা]] r4kc4687ac7wdcfxrw9melur0qudhe2 প্ৰকাশক:বি আৰ কলিতা এণ্ড কোম্পানী 0 72159 205747 199495 2025-07-08T04:30:57Z Babulbaishya 104 205747 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''* [[দীপ্তি]]'' (১৯৩৯, দ্বিতীয় প্ৰকাশ): [[লেখক:দণ্ডিনাথ কলিতা]] 3gdqjafdl629uqqxufqe8um2rsiq21z 205753 205747 2025-07-08T04:44:25Z Babulbaishya 104 205753 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''* [[দীপ্তি]]'' (১৯৩৯, দ্বিতীয় প্ৰকাশ): [[লেখক:দণ্ডিনাথ কলিতা]] # ''* [[হত্যাকাৰী কোন?]]'' (১৯৪৯): [[লেখক:দণ্ডিনাথ কলিতা]] # ''* [[সাতসৰী, ২য় সংস্কৰণ|সাতসৰী]]'' (১৯৪৪, দ্বিতীয় সংস্কৰণ): [[লেখক:দণ্ডিনাথ কলিতা]] # ''* [[আত্মানন্দৰ আত্মকাহিনী]]'' (১৯৩৫): [[লেখক:দণ্ডিনাথ কলিতা]] i1ynif125e5o7rjeb6qj6534ni4uthn 205757 205753 2025-07-08T04:51:08Z Babulbaishya 104 205757 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[দীপ্তি]]'' (১৯৩৯, দ্বিতীয় প্ৰকাশ): [[লেখক:দণ্ডিনাথ কলিতা]] # ''[[হত্যাকাৰী কোন?]]'' (১৯৪৯): [[লেখক:দণ্ডিনাথ কলিতা]] # '' [[সাতসৰী, ২য় সংস্কৰণ|সাতসৰী]]'' (১৯৪৪, দ্বিতীয় সংস্কৰণ): [[লেখক:দণ্ডিনাথ কলিতা]] # '' [[আত্মানন্দৰ আত্মকাহিনী]]'' (১৯৩৫): [[লেখক:দণ্ডিনাথ কলিতা]] 8ct7yrbr652dumovswcb350m5k14drp প্ৰকাশক:লয়াৰ্ছ বুক ষ্টল 0 72186 205744 205547 2025-07-07T16:07:20Z Babulbaishya 104 205744 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[ৰণ্ জেউতি]]'' (১৯৫৫): [[লেখক:ইন্দ্ৰেশ্বৰ বৰঠাকুৰ]] # ''[[চলচ্চিত্ৰ]]'' (১৯৯৬): [[লেখক:উৎপল দত্ত]] py8rlaqp080qb36n5mhsss1xmab3m0h পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৯৭ 104 73659 205763 203660 2025-07-08T05:41:09Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205763 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|৯০|অসমীয়া ভাষা আৰু সংস্কৃতি|}}</noinclude> চাৰিজন পাইকৰ ভিতৰত এটি নতুন ধৰণৰ পৰিয়াল-সম্বন্ধ সৃষ্টি হৈছিল। বহু সংখ্যক গোট-পাইক মিলি এটা খেল সংগঠিত হৈছিল, খেলৰ সমূহ পাইকৰ মাজত এক উদ্দেশ্য প্ৰণোদিত এটি আপোন ভাৱৰ জন্ম হৈছিল। এই পাইক বান্ধনিয়েই আছিল অসমীয়া প্ৰজা-সংগঠনৰ মূল ভেটি, আৰু ইয়াৰ প্ৰভাৱ অসমীয়াৰ সামাজিক জীৱনত বৰ্ত্তমানলৈকো পৰিলক্ষিত হৈছে। বুৰঞ্জীৰ বাণী, পঃ ৮৯-৯০) {{gap}}আহোমৰ যুগত প্ৰত্যেক ডাঙৰীয়া আৰু উচ্চ-বিষয়াৰ ঘৰত বেটী-বন্দী আছিল। {{gap}}“এই বেটী-বন্দীবোৰ যুদ্ধত বন্দী হোৱা মানুহৰ পৰা ৰখা হৈছিল, কিম্বা পৰ্ব্বতীয়া বা দাঁতিয়লীয়া মানুহৰ পৰা কিনি লোৱা হৈছিল। ইহঁতৰ ওপৰত গৰাকী- জনৰ সম্পূৰ্ণ সত্ব; ইহঁতে ৰজাৰ কামত যোগ নিদিলেও পাৰিছিল। ইহঁতক বিষয়াই নিজৰ ইচ্ছামতে দান, বিক্ৰয় আৰু হস্তান্তৰ কৰিব পাৰিছিল; ইহঁতক গোলামো বোলা হৈছিল। সচৰাচৰ ইহঁতৰ বেচ ভাল কুলৰ মুনিহেপতি কুৰি টকাৰ পৰা বেয়া কুলীয়া তিৰোতাইপতি তিনি টকালৈকে আছিল। ডাঙৰীয়া আৰু আন বিষয়াৰ গোলামবোৰে ৰণলৈকো যাব নালাগিছিল; আৰু সিহতৰ ওপৰত ৰজাঘৰৰ একো হাত নাছিল। সেই কাৰণে গোলামবোৰ সাধাৰণ পাইকবোৰতকৈ ভাগ্যৱান; আৰু তেতিয়াৰ নীচ তৰপৰ প্ৰজা-বোৰে কাড়ী বা পাইকৰ শ্ৰেণীত ভুক্ত নহৈ বন্দী সোমাবলৈ বৰ ভাল পাইছিল; গতিকে অনেক প্ৰজাই ইচ্ছাক্ৰমে গোলাম হৈছিল।” {{Right|(ডঃ সূৰ্য্যকুমাৰ ভূঞা : আহোমৰ দিন, পঃ ৫৫)}} {{gap}}শাসন শৃঙ্খলাৰ সুব্যৱস্থাৰ কাৰণে দেশক কেইবাটাও ভাগত ভগাই বিভিন্ন অঞ্চলত ভালেমান চহৰ আৰু চকী নিৰ্ম্মাণ কৰা হয়। প্ৰণালীবদ্ধভাৱে গোটেই দেশত গাওঁ স্থাপন কৰা হৈছিল। বৰ্ত্তমান অসমৰ ভালেমান নগৰ আহোম যুগৰ নগৰৰ ভেটিতে গঢ়ি উঠিছে। আহোমৰ এই নগৰ-পৰিকল্পনা অতি মনোৰম। প্ৰত্যেক নগৰতে ৰাজ-হাউলিৰ উপৰিও মন্দিৰ, পখুৰী, দোকান-পোহাৰ আদি নিৰ্ম্মাণ কৰা হৈছিল; আহল-বহল ৰাজপথ বন্ধ হৈছিল। আহ-যাহৰ সুচলাৰ্থে প্ৰায়বোৰ প্ৰধান নগৰ নদীৰ কাষত পতা হৈছিল; আৰু বহু ক্ষেত্ৰত শত্ৰুৰপৰা ৰক্ষা পাবৰ কাৰণে পাহাৰ-পৰ্ব্বতৰে আগুৰি থকা স্থানক চহৰৰ কাৰণে নিৰ্বাচন কৰা হৈছিল। প্ৰধান প্ৰধান নগৰ আৰু চকীৰ চাৰিওপিনে গড় মৰা হৈছিল। ওলাবলৈ সোমাবলৈ ঠায়ে ঠায়ে দুৱাৰ আছিল। অসময়ত নগৰৰ পৰা ওলাব-সোমাবলৈ হলে বিষয়াৰ পৰা অনুমতি লব লাগিছিল। বিদেশী মানুহক কোনো কোনো নগৰৰ পৰা সন্ধিয়া ওলাই যাবলৈ ঢাক-ঢোলেৰে নিৰ্দ্দেশ দিয়া হৈছিল। {{gap}}ৰংপুৰ আদি শিল্প-ভাস্কৰ্য্যপূৰ্ণ, নগৰৰপৰা আহোমসকলৰ নগৰ পৰিকল্পনা-জ্ঞান আৰু সৌন্দৰ্য্যবোধৰ পৰিচয় পোৱা যায়। নগৰ স্থাপনৰ লগে লগে এক নাগৰিক জীৱনৰ সূত্ৰপাত আৰু এক নগৰ সমাজৰ সৃষ্টি হয়। এই নগৰ সমাজৰ ওপৰত অৱশ্যে বিলাস ব্যসনপ্ৰিয় মোগলৰ প্ৰভাৱ পৰিস্ফুট।<noinclude></noinclude> p9jfib7ky6mpb9y8jhm170btjt8on4o পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৯৮ 104 73660 205764 203661 2025-07-08T07:46:31Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205764 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh||আহোম যুগ|৯১}}</noinclude> {{gap}}গাওঁ স্থাপন কাৰ্য্যতো আহোমসকলৰ তৎপৰতা আৰু স্বকীয়া অভিৰুচিৰ পৰিচয় আছে। পূৰ্ব্বেই উল্লেখ কৰা হৈছে যে অসমৰ সৰ্ব্বত্ৰ সু-প্ৰণালীবদ্ধ গাওঁ আহোমসকলে নিৰ্ম্মাণ কৰে; আৰু সেই গাওঁ আজিও বৰ্দ্ধিষ্ণু ভাৱে আছে। প্ৰাচীন কালত ভাৰতৰ গাওঁবোৰ এক বৰ্ণ বা এক জীৱিকাৰ মানুহৰ দ্বাৰা পৰিপূৰ্ণ আছিল। আহোমসকলে এই ৰীতিৰ কিছু পৰিৱৰ্ত্তন সাথে। তেওঁলোকে একে গাওঁতে বিভিন্ন জাতি আৰু বৃত্তিৰ মানুহ স্থাপিলে। ইয়াৰ পৰা সমাজৰ বিভিন্ন জাতি আৰু শ্ৰেণীৰ মানুহৰ মাজত একতা আৰু সহৃদয়- ভাৱৰ সৃষ্টি হ'ল। মোমাই তামূলী বৰবৰুৱাই গাওঁ কেনেকৈ সংগঠন কৰিছিল তাৰ বিৱৰণ দাঁতিয়লীয়া বুৰঞ্জীত আছে— {{gap}}মানুহৰ ঘৰ ফালি দেশ বঢ়াই পাতিলে। তেলী, মালী, ধোবা, চমাৰ, কমাৰ, তাঁতী, সণাৰী সকলো জাতিৰ মানুহ ফালিলে। দুই ভাইৰ এপোৱা, চাৰি ভাইৰ দোপোৱা, ছই ভাইৰ তিনি পোৱা, আট ভাইৰ চাৰি পোৱা, এই ক্ৰমে নৰাৰ পৰা বঙ্গালৰ দো-সীমালৈকে দেশ পাতিলে। দৈয়াঙ্গ বচা পাতিলে। মমাই তামুলী বৰবৰ ৱাদেউ মহামত্য বৰ্লভ ব্ৰাহ্মণ ২ ঘৰ, গণক ২ ঘৰ, কাথৰ ২ ঘৰ, কলিতাৰ ২ ঘৰ, কেওঁট ২ ঘৰ, কোঁচ ২ ঘৰ, চুটিয়া ২ ঘৰ, বুৰুক ২ ঘৰ, বৰীয়া ২ ঘৰ, অহম ২ ঘৰ, গৰীয়া ২ ঘৰ, মৰীয়া ২ ঘৰ, ডোম ২ ঘৰ, হাৰি ২ ঘৰ, এই ক্ৰমে পাতিলে। (দেওধাই অসম বুৰঞ্জী, পৃঃ ১১৯, ১২০ ) {{gap}}খেল-প্ৰথাৰ হেতু গাৱত একতা দৃঢ় হৈছিল। গাৱৰ হিতাৰ্থে কোনো কাৰ্য্য সম্পাদন কৰিবলৈ হলে খেল আৰু গাৱঁৰ সকলো মানহে শ্ৰমদান অথবা অন্যৰূপে সহায় কৰিছিল। গাৱত কোনো মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ বা কোনো পুখুৰী খান্দিবলৈ হলে, অথবা আলিবাট আৰু সেতু তৈয়াৰ কৰিবলৈ হলে গ্ৰামবাসী মাত্ৰে সহযোগ কৰিছিল। গাৱত কোনোৱে অন্যায় অবিচাৰ কৰিলে, অপকাৰ-অমঙ্গল সাধিলে, ঠগ-প্ৰবঞ্চনা, চুৰি ডকাইতি আদি ব্যভিচাৰ কৰিলে, গ্ৰামবাসীয়ে মিলি তাৰ বিচাৰ কৰিছিল। আহোম-যুগৰ সেই প্ৰথাই এতিয়াও অসমীয়া গাৱত মুখ-বন্ধ হৈ ৰৈছে। {{gap}}আহোমৰ দিনত বেহা-বেপাৰৰ বিশেষ ব্যৱস্থা হৈছিল। বেহা-বেপাৰৰ সুবিধাৰ কাৰণে ঠায়ে ঠায়ে হাট পতা হৈছিল। কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই ৰহাত হাট পতাৰ উল্লেখ বুঞ্জীত তলৰ দৰে আছে— {{smaller|{{gap}}কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা ৰহালৈ উজাই গল। ৰহাত থাকি বেবেজীয়া ন কুৰি পাতিলে, আৰো ৰহাতে হাট এখন পাতিলে। তাৰে দহোটা গোট-পাইক লাক্লঙ্গীয়া কৰিলে হাটৰ। আৰো হাটখুৱা পাতিলে চকীয়ালৰ কৃষ্ণগতিকে। {{gap}}আৰো হাটৰ দান—গৰুটোৰ লব কড়ি তিনি পোণ, এঠেঙ্গ এৰিব। তামোল কাউণৰ ৵ পোণ, পাণ ২০, পাণ ৵গুছি, ধান ২০ ৵ পুৰা, ৰূপ ২০ টকা, কপাহ ১০১টা, পহাৰী-দান কড়ি ১৭ পোন। {{gap}}হাটৰ সীমা—পূবে গড়ৰ চকী, পছিমে গোগ, উত্তৰে ব্ৰহ্মপুত্ৰ, দখিণে যমুনামুখ। }}<noinclude></noinclude> pr214qvugfik4756qs7xcirkzjb7b1k প্ৰকাশক:অসম প্ৰকাশন পৰিষদ 0 74204 205759 205492 2025-07-08T04:54:44Z Babulbaishya 104 205759 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[ভানুমতী]]'': [[লেখক:পদ্মনাথ গোহাঞি বৰুৱা]] # ''[[আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ]]'' (১৯৭১ চনৰ পুনৰ্মুদ্ৰণ): [[লেখক:গুণাভিৰাম বৰুৱা]] # ''[[কৰ্মবীৰ চন্দ্ৰনাথ]]'' (পুনৰ্মুদ্ৰণ): [[লেখক:দণ্ডিনাথ কলিতা]] 47x9xr8dc6stzo21ps4mpnf27e4ghng পৃষ্ঠা:মজাৰ কথা.pdf/১২ 104 74486 205749 205604 2025-07-08T04:36:32Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 205749 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|মজাৰ গল্প||}}</noinclude> তেৰ মোন সৰিয়হ ! কি কৰিব, সিতো তাৰ গৰুৰ অৱস্থা জানেই ! ভাবিলে যে-বাৰ মোনৰ বেছি কোনো ৰকমেই গাড়ীৰ ওপৰত বোজাই দিয়া নহব। বেচ কথা, এমোনতো মোৰ মূৰৰ ওপৰতেই ভালকৈ যাব পাৰে। মোৰেই কষ্ট হওক তথাপি গৰু হালে দুখ পাব নালাগে । তাকে ভাবি সি গাড়ীত বাৰ মোন বোজাই দি বাকী মোন নিজৰ মুৰৰ ওপৰত তুলি লৈ গাড়ীৰ আগত বহি গৰু খেদাই যাবলৈ ধৰিলে । গৰুক সুখ দিবলৈ যাওঁতে কিমান খিনি কষ্ট দিলে ভাবিবলকে নহল। {{center|-00000-}} {{center|{{X-larger|“কাৰো আগত নকবি” ।}}}} {{gap}}হালোৱা এটাই তাৰ ঘৈণীয়েকৰ মনটো চাবৰ মনেৰে এদিন ৰাতি শুবৰ সময়ত কলে যে—“আজি পথাৰত হাল বাই থাকোতে বগী কাউৰী এজনী আহি মোৰ মূৰৰ ওপৰৰ পৰা চুলি কেদালমান থপিয়াই লৈ গলহি । ময় ধৰ ধৰ কৰাত – “অ’ষধলৈ হে আনিছোঁ, কাৰো আগত নকবি” বুলি ঠাইতে ময়া হ’ল ৷ ময় এতিয়া {{SIC|বিমাৰত|বিমোৰত}} পৰিছো—জানোচা মানুহৰ আগত কলেই মোৰ কিবা এটা বেয়া হয় !” ঘৈনীয়েকে অভয় দি বুজাবলৈ ধৰিলে — “একো ভয় নাই, মাথোন কাৰো আগত আৰু নকবা !” পুৱাতে ঘৈণীয়েক {{SIC|ঘটলৈ|ঘাটলৈ}} গৈ পানীৰ জুৱলীতে কলহটো আগত লৈ আমন-জীমনকৈ<noinclude>{{center|৪}}</noinclude> pujhbe6jl9h7nc6bcw4auuu7z42vo2u পৃষ্ঠা:মজাৰ কথা.pdf/১৩ 104 74487 205750 205605 2025-07-08T04:38:23Z Jyoti Chiring 2949 205750 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Jyoti Chiring" /></noinclude>মজাৰ গল্প বহি আছে। এনেতে আৰু কেজনীমান মানুহে পানী নিবলৈ আহি এইক এই দৰে বহি থকাৰ কাৰণটো সুধিলে। বহুত পৰ যেকেতীয়াই থকাৰ পাছত—“এ’কিনো সুধি থাক মোৰ বাইহঁত ! আমাৰ আৰু যি হব লগীয়া হৈছে” বুলি সোপাকে ৰহণ লগাই কৈ “তহঁতেও কাৰো আগত নকবি” বুলি পানী লৈ ঘৰলৈ আহিল । সিকিজনীয়েও যাৰে তাৰে আগত নকওঁ নকওঁ বুলি কৈ মনে মনে সকলোকে কবলৈ ধৰিলে। কথা ফাচ হৈ পৰিল । যেয়ে যাকে কয় সেয়ে তাকে পাছত এই বুলি সাৱধান কৰি দিয়ে যে “তোৰ আগতহে কৈছো বাই, তয় আকৌ কাৰো আগত নকবি । " -00000- $ বৰ সোনকাল হ'ল। মানুহ এটাই এদিন লৰালৰিকৈ এফালে যাব লগীয়া হোৱাত সোনকালে বজাৰলৈ গৈ ভাবিলে যে ইয়াৰ পৰা বস্তু বহানি কিনি নি ঘৰত ৰান্ধি বাঢ়ী খাবলৈ গলে বহুত পলম হব। তাকে ভাবি চাউল, ডাইল, মাছ আৰু শাক পাছলী যি যি লাগে সকলো খিনি কিনি লৈ পহাৰী এজনীৰ ওচৰতে থলে। বজাৰত চৰু বিছাৰি নেপাই ওচৰৰ কুমাৰ গাওঁ এখনৰ পৰা চৰু দুটা আনি- বলৈ বুলি বেগ ললে । ইফালে পহাৰীয়ে তাৰ অহাত পলম হোৱা দেখি সেই বস্তু খিনি লৈ নিজৰ ঘৰলৈ গুচি গ'ল।<noinclude></noinclude> d3sy5z6b40pdenx5ql5sg23s6aw0to5 205755 205750 2025-07-08T04:46:38Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 205755 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|||মজাৰ গল্প}}</noinclude> বহি আছে। এনেতে আৰু কেজনীমান মানুহে পানী নিবলৈ আহি এইক এই দৰে বহি থকাৰ কাৰণটো সুধিলে। বহুত পৰ ঘেকেতীয়াই থকাৰ পাছত—“এ’কিনো সুধি থাক মোৰ বাইহঁত ! আমাৰ আৰু যি হব লগীয়া হৈছে” বুলি সোপাকে ৰহণ লগাই কৈ “তহঁতেও কাৰো আগত নকবি” বুলি পানী লৈ ঘৰলৈ আহিল । সিকিজনীয়েও যাৰে তাৰে আগত নকওঁ নকওঁ বুলি কৈ মনে মনে সকলোকে কবলৈ ধৰিলে। কথা ফাচ হৈ পৰিল । যেয়ে যাকে কয় সেয়ে তাকে পাছত এই বুলি সাৱধান কৰি দিয়ে যে “তোৰ আগতহে কৈছো বাই, তয় আকৌ কাৰো আগত নকবি।” {{center|-00000-}} {{center|{{X-larger|বৰ সোনকাল হ’ল।}}}} {{gap}}মানুহ এটাই এদিন লৰালৰিকৈ এফালে যাব লগীয়া হোৱাত সোনকালে বজাৰলৈ গৈ ভাবিলে যে ইয়াৰ পৰা বস্তু বহানি কিনি নি ঘৰত ৰান্ধি বাঢ়ী খাবলৈ গলে বহুত পলম হব। তাকে ভাবি চাউল, ডাইল, মাছ আৰু শাক পাছলী যি যি লাগে সকলো খিনি কিনি লৈ পহাৰী এজনীৰ ওচৰতে থলে। বজাৰত চৰু বিছাৰি নেপাই ওচৰৰ কুমাৰ গাওঁ এখনৰ পৰা চৰু দুটা আনি- বলৈ বুলি বেগ ললে । ইফালে পহাৰীয়ে তাৰ অহাত পলম হোৱা দেখি সেই বস্তু খিনি লৈ নিজৰ ঘৰলৈ গুচি গ’ল।<noinclude>{{center|৫}}</noinclude> jcvd6fnudz42dn549qtvl5wki3pue3x পৃষ্ঠা:মজাৰ কথা.pdf/১৪ 104 74488 205758 205606 2025-07-08T04:54:28Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 205758 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|মজাৰ গল্প||}}</noinclude>ভ মানুহটো আহি দেখে যে সেই ঠাইত পহাৰী নাই আৰু তাৰ বস্তু খিনিও নাই। নিৰুপায় হৈ শেষত দুপৰ মান ৰাতিলৈকে বিচাৰি বিচাৰি পহাৰী জনীৰ ঘৰ উলিয়াই নিজৰ বস্তু কিটা লৈ আকৌ বজাৰলৈ উভতি আহিল । বজাৰত আহি দেখে যে সি এৰিথৈ যোৱা চৰু দুটাও কোনোবাই লৈ গুচি গ’ল! সেই বস্তু খিনি তাতে থৈ ঘৰৰ পৰা চৰু নিবলৈ আহি দেখে যে— সুবিধা পাই, চোৰে তাৰ প্ৰায় খিনি বস্তুকেই চুৰ কৈ নিলে ! তাৰ বৰ খঙ্গ উঠিল, “যা, শুদা চাউলকে চোবাই খাই গুচি যাওঁগৈ” বুলি আকৌ বজাৰলৈ গৈ দেখে যে—একেই কথা ! এই সোপাকো কোনোবাই নিলে ! পাছত তাকে ভাবি চিন্তি বহি থাকিলে আৰু পলম হব যেন ভাবি সেই বাহিৰে বাহিৰেই খোজ ললে । {{center|-00000-}} {{center|{{Xx-larger|গৰীয়া গোঁসাই।}}}} {{gap}}আঁহত পুলি এজোপাৰ তলতে মিকিৰ এটাক পূজা কৰি থকা দেখা পাই মুচলমান এজনে গৈ সুধিলে—“কি কৰিছ” ? {{gap}}মিকিৰ – আমাৰ গোঁসাইক আমি পূজা কৰিছোঁ । {{gap}}মুচলমান—কোনটো তোৰ গোঁসাই ? {{gap}}মিকিৰে আঁহত পুলি জোপাকে দেখুৱাই দিলে । মুচলমান<noinclude></noinclude> 1d7uz5wvz50an3j0ecmmtwbdwvute15 পৃষ্ঠা:মজাৰ কথা.pdf/১৫ 104 74489 205760 205607 2025-07-08T05:03:44Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 205760 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|||মজাৰ গল্প}}——</noinclude> জনে গৈ তাৰে পাতকেটামান ছিঙ্গি আনি নিজৰ তপিনাত ঘঁহি ললে, আৰু কলে- “চা, তোৰ গোঁসায়ে মোক একো কৰিব নোৱাৰে!” মিকিৰে চাই তধা লাগিল, মুচলমান জন এফালে গুচি গল গৈ। {{gap}}ইয়াৰ কিছুমান দিন পাছত মিকিৰটোৱে এদিন সেই মুচল মান জনক গৰুবাট এটাৰ কাষতে বহি থকা দেখা পাই সুধিলে – “কি কৰিছ?” মুচলমান জনে কলে –“পূজা কৰিছে৷”। {{gap}}মিকিৰ কাক? {{gap}}মুচলমান — চোৰাত গোঁসাইক। {{gap}}মিকিৰ — দেখুৱাই দে তোৰ চোৰাত গোঁসাইক? {{gap}}মুচলমান জনে আগতে থকা চোৰাত পুলি এজোপা দেখুৱাই দিলে। মিকিৰৰ সেই দিনাৰ অপমানটো মনতে আছিল। একে জাপেই গৈ কেউখিলা পাতকে ছিঙ্গি আনি তপিনাৰ ওছৰৰ কেউ ফালে ভালকৈ ঘঁহি লৈ ভোঁ ভোঁ কৰে গুচি যাবলৈ ধৰিলে। অলপ দূৰ যোৱাৰ পাছত বিজ-বিজোৱা যেন গম পাই লাহে লাহে খজুৱাই দিলে। যেই খজুৱাই দিলে তাৰ আৰু তৰণি নোহোৱা হল। আকৌ লৰি আহি মুচলমান জনৰ ঠেঙ্গত দীঘল দি পৰি—- “তোৰ গোঁসায়ে আমাক ধৰিছে ঔ, কি কৰিম এতিয়া” বুলি কান্দিবলৈ ধৰিলে। মুচলমান জনে -- “ভয় নাই, ভয় নাই, সৌৱা খালতে পানী আছে ধুই পেলা গৈ”–বুলি কোৱাত<noinclude>{{center|৭}}</noinclude> gyfwmrnzz3zxo6i2e34nu20qfv7frp6 205762 205760 2025-07-08T05:23:31Z Jyoti Chiring 2949 205762 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|||মজাৰ গল্প}}</noinclude> জনে গৈ তাৰে পাতকেটামান ছিঙ্গি আনি নিজৰ তপিনাত ঘঁহি ললে, আৰু কলে- “চা, তোৰ গোঁসায়ে মোক একো কৰিব নোৱাৰে!” মিকিৰে চাই তধা লাগিল, মুচলমান জন এফালে গুচি গল গৈ। {{gap}}ইয়াৰ কিছুমান দিন পাছত মিকিৰটোৱে এদিন সেই মুচল মান জনক গৰুবাট এটাৰ কাষতে বহি থকা দেখা পাই সুধিলে – “কি কৰিছ?” মুচলমান জনে কলে –“পূজা কৰিছে৷”। {{gap}}মিকিৰ — কাক? {{gap}}মুচলমান — চোৰাত গোঁসাইক। {{gap}}মিকিৰ — দেখুৱাই দে তোৰ চোৰাত গোঁসাইক? {{gap}}মুচলমান জনে আগতে থকা চোৰাত পুলি এজোপা দেখুৱাই দিলে। মিকিৰৰ সেই দিনাৰ অপমানটো মনতে আছিল। একে জাপেই গৈ কেউখিলা পাতকে ছিঙ্গি আনি তপিনাৰ ওছৰৰ কেউ ফালে ভালকৈ ঘঁহি লৈ ভোঁ ভোঁ কৰে গুচি যাবলৈ ধৰিলে। অলপ দূৰ যোৱাৰ পাছত বিজ-বিজোৱা যেন গম পাই লাহে লাহে খজুৱাই দিলে। যেই খজুৱাই দিলে তাৰ আৰু তৰণি নোহোৱা হল। আকৌ লৰি আহি মুচলমান জনৰ ঠেঙ্গত দীঘল দি পৰি—- “তোৰ গোঁসায়ে আমাক ধৰিছে ঔ, কি কৰিম এতিয়া” বুলি কান্দিবলৈ ধৰিলে। মুচলমান জনে -- “ভয় নাই, ভয় নাই, সৌৱা খালতে পানী আছে ধুই পেলা গৈ”–বুলি কোৱাত<noinclude>{{center|৭}}</noinclude> psqtxopglmyr6cl11vrm2rdpuxke0ti পৃষ্ঠা:মজাৰ কথা.pdf/১৬ 104 74490 205761 205608 2025-07-08T05:22:04Z Jyoti Chiring 2949 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 205761 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Jyoti Chiring" />{{rh|মজাৰ গল্প||}}</noinclude> মিকিৰটোৱে দুচলুমান পানী লৈয়ে চিঞৰি বাখৰি— “গৰীয়া গোঁসায়েহে গোঁসাই ঔ, আমাৰ গোঁসাইত একো নাই” বুলি জাপৰ ওপৰত জাপ দি ঢাপলি মেলিলে ! {{center|-00000-}} {{center|{{X-larger|“ৱ”-পঢ়িব কেতিয়া?}}}} {{gap}}এদিন গাঁৱলীয়া মানুহ এটা চহৰলৈ আহি চিনাকি ল'ৰা এটা লগ পাই সুধিলে—-“বপা! আজি কালি ককায়েৰা ক’ত” ? {{gap}}ল’ৰা—কলিকতাত । {{gap}}মানুহ—কি কৰে ? {{gap}}ল’ৰা—“ল”—পঢ়ে । {{gap}}শুনি মানুহটো আচৰিত হ’ল। কিয়নো দহ বাৰ বছৰৰ পৰা তেওঁক এই জিল্লাতে পঢ়া দেখি আহিছে। ইংৰাজীতো হেনো “পাছ” হ’ল ৷ এতিয়ানো সামান্য ‘ল’ এটা পঢ়িবলৈকে কলিকতালৈ যাব লগীয়া হলনে ? ইমান দিনে “ল” পঢ়া শুনি ল’ৰাটো গাধা যেন ভাবি তাৰ খঙ্গ উঠিল। সুধিলে—“ইমান দিনেও যদি “ল” কেহে পৰিছে তেন্তে “ৱ” পঢ়িব কেতিয়া” ? {{center|-00000-}}<noinclude></noinclude> pa3y6l68ofkb1yd5qe9z1dca3b0zqtm প্ৰকাশক:উমেশচন্দ্ৰ চৌধাৰী 0 74593 205738 2025-07-07T13:51:22Z Babulbaishya 104 "[[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[দেৱ-ধ্বনি]]'' (১৯৩৯, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ চৌধাৰী]] # ''[[প্ৰতিধ্বনি]]'' (১৯৩৯, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ চৌধাৰী]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205738 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[দেৱ-ধ্বনি]]'' (১৯৩৯, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ চৌধাৰী]] # ''[[প্ৰতিধ্বনি]]'' (১৯৩৯, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ চৌধাৰী]] gd8eeo7zcx82o9ssndvr61dvug172l5 205740 205738 2025-07-07T13:56:50Z Babulbaishya 104 পৃষ্ঠা [[প্ৰকাশক:উমেশ চৌধাৰী]]ৰ পৰা [[প্ৰকাশক:উমেশচন্দ্ৰ চৌধাৰী]]লৈ Babulbaishyaয়ে স্থানান্তৰ কৰিলে 205738 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[দেৱ-ধ্বনি]]'' (১৯৩৯, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ চৌধাৰী]] # ''[[প্ৰতিধ্বনি]]'' (১৯৩৯, প্ৰথম প্ৰকাশ): [[লেখক:উমেশ চৌধাৰী]] gd8eeo7zcx82o9ssndvr61dvug172l5 205742 205740 2025-07-07T13:57:27Z Babulbaishya 104 205742 wikitext text/x-wiki [[শ্ৰেণী:প্ৰকাশক]] ;প্ৰকাশিত গ্ৰন্থ # ''[[দেৱ-ধ্বনি]]'' (১৯৩৯, প্ৰথম প্ৰকাশ): [[লেখক:উমেশচন্দ্ৰ চৌধাৰী]] # ''[[প্ৰতিধ্বনি]]'' (১৯৩৯, প্ৰথম প্ৰকাশ): [[লেখক:উমেশচন্দ্ৰ চৌধাৰী]] 2i5ah5bs5z7ag43nlfh7ljjd6dctlwn প্ৰকাশক:উমেশ চৌধাৰী 0 74594 205741 2025-07-07T13:56:50Z Babulbaishya 104 পৃষ্ঠা [[প্ৰকাশক:উমেশ চৌধাৰী]]ৰ পৰা [[প্ৰকাশক:উমেশচন্দ্ৰ চৌধাৰী]]লৈ Babulbaishyaয়ে স্থানান্তৰ কৰিলে 205741 wikitext text/x-wiki #REDIRECT [[প্ৰকাশক:উমেশচন্দ্ৰ চৌধাৰী]] t08vdzdgjrdcrmapexr8sjljnwnf4by সদস্য বাৰ্তা:Rintu Gogoi 3 74595 205743 2025-07-07T14:51:45Z AdoroniBot 3460 স্বাগতম! 205743 wikitext text/x-wiki {{tmbox | type = notice | image = [[চিত্ৰ:Wikisource-logo-as-3.svg|135px|left]] | imageright = [[চিত্ৰ:Assamese Jaapi.png|135px]] | style = border: 1px blue solid; | textstyle = | text = {{Center|<big>{{#if: {{{1}}} |'''নমস্কাৰ, {{#if: | {{{1}}} | {{BASEPAGENAME}} }}<br/>}}}} {{Center|'''অসমীয়া ৱিকিউৎসলৈ আপোনাক আদৰণি জনাইছোঁ!'''</big><br/><br/> আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। '''ৱিকিউৎস''' (Wikisource) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনোবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে। "Project Sourceberg" নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে "Wikisource" নাম দিয়া হয়। অসমীয়া ভাষাত ৱিকিচৰ্ছ প্ৰকল্পক "ৱিকিউৎস" নাম দিয়া হৈছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে। অসমীয়া ৱিকিউৎসত আপুনি এনে যিকোনো প্ৰকাশিত কামকাজ যোগ কৰিব পাৰে, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিক ড’মেইনৰ আওতালৈ আহিছে। ইয়াত এনে যি কোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও আপুনি ইয়াৰ অসমীয়া অনুবাদ ইয়াত যোগ কৰিব পাৰে। যিসকল লেখকৰ লিখনি ইয়াত যোগ কৰিব পাৰে সেইসকলৰ এখন সৰু তালিকা [[ৱিকিউৎস:অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভূক্ত লিখকসমূহৰ তালিকা|অসমীয়া ভাষাৰ পাব্লিক ড’মেইনৰ অন্তৰ্ভুক্ত লিখকসমূহৰ]] তালিকা চাওক।}}<br/> <center>'''ইয়াৰ উপৰিও ফেচবুকত আমাৰ [https://www.facebook.com/groups/assamwikigroup/ ''Assamese Wikipedia Community''] বুলি এটা আলোচনা গোট আছে। ৱিকিমিডিয়ানসকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে। '''</center> <center>আশা কৰোঁ ৱিকিউৎসত সম্পাদনা কৰি আৰু এজন ৱিকিমিডিয়ান হোৱাটো উপভোগ কৰিব।<br/> টুইটাৰত "ৱিকিউৎস"ক অনুসৰণ কৰিবলৈ [https://twitter.com/aswikisource ইয়াত ক্লিক কৰক]।</center> | small = / yes | smallimage = none / [[Image:Some image.svg|30px]] | smallimageright = none / [[Image:Some image.svg|30px]] | smalltext = আদৰণি }} — [[সদস্য:AdoroniBot|AdoroniBot]] ([[সদস্য বাৰ্তা:AdoroniBot|বাৰ্তা]]) ২০:২১, ৭ জুলাই ২০২৫ (IST) <!-- This welcome message is delivered by [[User:AdoroniBot|AdoroniBot]] on behalf of Assamese Wikimedia Community. --> bx27peqadsxpzysm4q7ojuxzyi9p9cu সাঁচ:অপঠনীয়/doc 10 74596 205767 2025-07-08T09:23:52Z Gitartha.bordoloi 38 "{{documentation subpage}} ==Usage== For use when a word is illegible from transcription. It allows for text to be displayed through a 'hover' function of the template. To note that when used that the text will display in {{red|red}} in Page: namespace {{smaller|{{red|<sup>''(illegible text)''</sup>}}}} as an indicator to emphasise to proofreaders that attention is required, and to display in standard color in main namespac..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205767 wikitext text/x-wiki {{documentation subpage}} ==Usage== For use when a word is illegible from transcription. It allows for text to be displayed through a 'hover' function of the template. To note that when used that the text will display in {{red|red}} in Page: namespace {{smaller|{{red|<sup>''(illegible text)''</sup>}}}} as an indicator to emphasise to proofreaders that attention is required, and to display in standard color in main namespace to de-emphasise. === Shortcuts === * {{tl|unint}} ===Examples=== * Using named parameter <code>texttip = &hellip;</code> <pre>{{illegible|texttip=text text text}}</pre> Gives {{illegible|texttip=text text text}} * Using positional parameter <pre>{{illegible|text text text}}</pre> Gives {{illegible|text text text}} * To have an underlying dash <pre>{{illegible|texttip=text text text|nodash=no}}</pre> Gives {{illegible|texttip=text text text|nodash=no}} ==See also== * {{tl|?}}/{{tl|language characters}} for characters that can be read, but need specialist entry (e.g. Arabic, Greek or Chinese) * {{tl|redacted}} for text that is redacted in the source document * {{tl|reconstruct}} for text that is missing or illegible, but can be reconstructed based on context or using other sources ==Note== This template has underlying functionality derived from {{tl|tooltip}}. == TemplateData == {{TemplateDataHeader}} <templatedata> { "params": { "texttip": { "aliases": [ "1" ], "label": "Tooltip", "description": "The text displayed on hover.", "type": "string" }, "nodash": { "label": "No dash?", "description": "Any value for this parameter will cause a dashed underline to be rendered under the '(illegible text)' superscript.", "example": "yes", "type": "boolean" } }, "description": "Mark a word or phrase as not legible. Used in the Page namespace when transcribing from scans.", "format": "inline" } </templatedata> ==See also== * [[Template:inaudible]], for sound films with inaudible speech <!-- template categories and interwiki links --> <includeonly> [[শ্ৰেণী:মুদ্ৰণ সংশোধন সাঁচ]] </includeonly> 9stox4cjwz8af8sb1c0fhsdvdn3msc3 চিত্ৰ:বিজ্ঞানৰ সিপাৰে.pdf 6 74597 205768 2025-07-08T11:20:43Z Gitartha.bordoloi 38 == সাৰাংশ == {{Book | Author = ৰাধানাথ ফুকন | Date = ১৯৫৫ | Image = | Language = as | Source = https://archive.org/details/id4329-bigyanarhipare-radhanathphukan-philosophy/ | Subtitle = | Title = বিজ্ঞানৰ সিপাৰে }} [[শ্ৰেণী:স্থানীয়ভাৱে আপল'ড কৰা ফাইল]] 205768 wikitext text/x-wiki == সাৰাংশ == {{Book | Author = ৰাধানাথ ফুকন | Date = ১৯৫৫ | Image = | Language = as | Source = https://archive.org/details/id4329-bigyanarhipare-radhanathphukan-philosophy/ | Subtitle = | Title = বিজ্ঞানৰ সিপাৰে }} [[শ্ৰেণী:স্থানীয়ভাৱে আপল'ড কৰা ফাইল]] == অনুজ্ঞাপত্ৰ == {{PD-India}} 0b35jkr0xtdosos6fu27aysdlr5xjqb সূচী:বিজ্ঞানৰ সিপাৰে.pdf 106 74598 205769 2025-07-08T11:21:59Z Gitartha.bordoloi 38 নতুন 205769 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=বিজ্ঞানৰ সিপাৰে |Language=as |Volume= |Author=ৰাধানাথ ফুকন |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=গীতাৰ্থী সমাজ |Address=যোৰহাট |Year=1955 |Key= |ISBN= |DLI= |IA=id4329-bigyanarhipare-radhanathphukan-philosophy |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} 3645mlyxqh1ka7jta7mijvdfj7uv3q7 শ্ৰেণী:ৰাধানাথ ফুকনৰ সাহিত্যকৰ্ম 14 74599 205770 2025-07-08T11:22:31Z Gitartha.bordoloi 38 "[[শ্ৰেণী:লেখক অনুসৰি সাহিত্যকৰ্ম]]" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল 205770 wikitext text/x-wiki [[শ্ৰেণী:লেখক অনুসৰি সাহিত্যকৰ্ম]] cbnut7b69fv7nn1fyqe68kzit25pmw6