ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.46.0-wmf.24
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
মিডিয়াৱিকি:Sitenotice
8
2314
247927
237617
2026-04-18T04:07:29Z
Babulbaishya
104
পৃষ্ঠাটো খালী কৰা হ'ল
247927
wikitext
text/x-wiki
phoiac9h4m842xq45sp7s6u21eteeq1
পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৫
104
59277
247928
160462
2026-04-18T09:29:28Z
JyotiPN
1603
247928
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Rumi Borah~aswiki" /></noinclude>{{Dhr|2em}}
{{center|<poem>সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজ<br/>
শ্বহীদ পথ, বেলতলা, গুৱাহাটী- ২৮<br/>
www.sauravkumarchaliha.in<br/>
ফোনঃ ৯৮৫৪২৭১৫৮৫
১ জানুৱাৰী, ২০১৮
© : বন্দনা মেধি
'''প্ৰচ্ছদ :''' ননি
'''মূল্য :''' ৭০.০০ টকা
'''মুদ্ৰণ :'''
পাঞ্চজন্য প্ৰিন্টিং এণ্ড পাব্লিচিং<br/>
পাণবজাৰ, গুৱাহাটী-০১</poem>}}
{{Dhr|2em}}<noinclude></noinclude>
h5gc46hr9kw0jf6wphucqor1zdb3o7s
সদস্য:Babulbaishya/পৰীক্ষাগাৰ-১
2
74720
247926
245713
2026-04-18T04:07:04Z
Babulbaishya
104
247926
wikitext
text/x-wiki
# Hanging indent [[পৃষ্ঠা:ৰমণী গাভৰু.pdf/১০৮]]
# Overfloat left [[পৃষ্ঠা:পদ্মা-পুৰাণ (ভাইঠেলি খণ্ড).pdf/৪৯]]
# Float left [[পৃষ্ঠা:শান্তি-দূত.pdf/১১]]
# dtpl template (index) [[পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৭]]
# ভুল শুধৰণি [[পৃষ্ঠা:ৰমণী গাভৰু.pdf/১১০]]#
# বিজ্ঞাপন (ঈশান) [[পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/২২]]
# জাননী [[পৃষ্ঠা:শিশু লীলা.djvu/৪০]]
#কলাম/সূচী [[পৃষ্ঠা:কবিতা-পুথি.pdf/১১]]
#সূচী [[পৃষ্ঠা:সাহিত্য - ষষ্ঠ ভাগ.pdf/৭]]
#নাটকৰ চৰিত্ৰ [[পৃষ্ঠা:লৱ-কুশ.pdf/৫]]
# Overfloat image [[পৃষ্ঠা:ওমৰ তীৰ্থ.djvu/৩]]
* বাংলা প্ৰচ্ছদ পৃষ্ঠা https://w.wiki/JHAS
* বাংলা সূচী https://w.wiki/JHAn
* স্থানীয়ভাবে ফাইল আপলোড https://w.wiki/GSe6
* সুজাতা খেলাঘৰ https://w.wiki/JEvJ
*প্ৰতিযোগিতাৰ ফলাফল https://wscontest.toolforge.org/c/371
*চাইটনটিচ [[মিডিয়াৱিকি:Sitenotice]]
চাইটনটিচৰ নমুনা
<div style="text-align: center; font-weight: color: #006400; background: #f8f8f8; padding: 8px; border: 1px solid #ccc;">
অসমীয়া ৱিকিউৎসত '''[[ৱিকিউৎস:মুদ্ৰণ সংশোধন মেলা, মাৰ্চ ২০২৬|মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, মাৰ্চ ২০২৬]]''' আৰম্ভ হৈছে। এই প্ৰতিযোগিতা '''১৫ মাৰ্চ, ২০২৬ৰ পৰা ১৫ এপ্ৰিল, ২০২৬'''লৈ চলিব। আপুনিও ইয়াত অংশগ্ৰহণ কৰক আৰু ন-পুৰণি অসমীয়া গ্ৰন্থৰ মুদ্ৰণ সংশোধনেৰে অসমীয়া সমল বৃদ্ধি কৰাত সহভাগী হওক।
</div>
{| style="margin-left: auto; margin-right: auto; border: none;" width="80%"
|-
| width="50%" |
| width="10%" style="text-align:right" |
|-
|বনফুল || … ||
| style="text-align:right" |১
|}
;ঠিক কৰা প্ৰকাশক পৃষ্ঠাবোৰ
# [[প্ৰকাশক:লয়াৰ্ছ বুক ষ্টল]]
# [[প্ৰকাশক:গোপীনাথ বৰদলৈ]]
# [[প্ৰকাশক:পূ্ৰ্ণচন্দ্ৰ দাস]]
# [[প্ৰকাশক:বাণী মন্দিৰ]]
# [[প্ৰকাশক:সান্যাল এণ্ড কোম্পানী]]
;তৈয়াৰ কৰা সংস্কৰণ পৃষ্ঠাবোৰ
# [[আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ (বৰুৱা)]] (completed)
# [[গাওঁবুঢ়া (গোহাঞিবৰুৱা)]]
# [[ভানুমতী (গোহাঞিবৰুৱা)]]
# [[লাহৰী (গোহাঞিবৰুৱা)]]
;যিবোৰ গ্ৰন্থ ট্ৰেন্সক্লুচন হোৱা নাই, কিন্তু ৱিকিডাটা তৈয়াৰ হৈছে
# [[সূচী:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf]]
# [[সূচী:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu]]
;ট্ৰেন্সক্লুচন হোৱা গ্ৰন্থ, কিন্তু প্ৰুফৰিড সম্পূৰ্ণ হোৱা নাই
# [[বুদ্ধদেৱ]]
==প্ৰকাশকৰ তথ্য নথকা পৃষ্ঠা==
# [[চিকাৰ কাহিনী]]
#[[সূচী:কাম-ৰূপ - ডিম্বেশ্বৰ নেওগ.djvu]]
# [[সাধনা]]
# [[নিবেদন]]
# [[বৈদেহী-বিচ্ছেদ]]
# [[আসাম বুৰন্জি পুথি]]
# [[অমূল্য ৰত্ন]]
==মই ট্ৰান্সক্লুড কৰা গ্ৰন্থ==
#[[অৰণ্য কাণ্ড]]
#[[গল্প সংকলন]]
#[[শকুনিৰ প্ৰতিশোধ]]
==সদ্যহতে চোৱাচিতা কৰিবলগীয়া গ্ৰন্থ==
# [[সূচী:আদৰণি সম্ভাষণ.pdf]]
d7qocg9evqaoyvrpweipe1z1ytamtr8
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৭
104
83181
247918
226415
2026-04-17T13:21:33Z
JyotiPN
1603
247918
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||পুৰণি অসমৰ ঠাই|৩}}</noinclude>কৰি, সহজভাৱে লগ লাগিবলৈ আহিছো; বক্তৃতা বা উপদেশৰ বোজা
বোকোচাত বান্ধি লৈ অহা ন৷ই। কাৰণ তেনেকুৱা কাৰ্য্যৰ বোজা
লৈ আহিলে সিয়েই আপোনাসকলৰ সৈতে মোৰ সহজ সম্বন্ধ-স্থাপনত
ব্যাঘাত হব। মানুহৰ প্ৰাণৰ মন্দিৰত সোমাবলৈ গলে মৰম, শ্ৰদ্ধা
আৰু ভক্তিৰ পুস্পাঞ্জলি গৈ আহিব লাগিব; মিশ্যনেৰি spirit অৰ
জোতা পিন্ধি অথবা প্ৰচাৰকৰ ঔদ্ধত্যৰ ফানটি ভৰিত বান্ধি নহয়।
লোকক দয়া কৰি শিক্ষা দিবৰ প্ৰকাণ্ড স্পৰ্দ্ধা যেন ঈশ্বৰে মোক নিদিয়ে।
কিয়নো, মোৰ দুঢ় বিশ্বাস যে তেনে অযাচিত স্পৰ্দ্ধাৰে নিজৰ মানুহকে
হওক বা পৰকে হওক, অপমান কৰিবৰ কাৰো অধিকাৰ নাই। সেই-
বাবে সাহিত্য-সশ্মিলনীৰ নিমন্ত্ৰণীৰ চেলু লৈ মই আপোনালোকৰ
ওচৰলৈ মৰ দোৱাই আহিছো; বুকু উদং কৰি আকোঁৱাল মেলি
আহিছো: মোক আপোনালোকে বন্ধুত্বৰ প্ৰাণৰ পৰশ দিয়ক; কাৰণ,
হিয়াৰ ভিতৰেদিহে মানুহৰ অন্তৰত সোমাবলৈ বাট। এতেকে আজি
মইও আগবাঢ়ি আহিছো, আপোনাসকলে৷ আগশাটি আহক, মোক
আলিঙন কৰক, ময়ো আলিঙ্গন কৰি পৰম সুখ লভো। লৰা, ডেকা,
বৃঢ়া, নকলোকে মাতিছো; মোৰ পকা চুলি আক বয়সৰ ফালে চকু
নিদিব, (বুঢ়াইতো নিদিয়েই); সেই কাম চিত্ৰগুপই কৰে যদি কৰক,
মোৰ তাত আপত্তি নাই। আপোনাসকল আগবাঢ়ি আহক; হৃদয়
দিয়ক; প্ৰাণৰ পৰশ দিয়ক। আপোনাসকলৰপৰা পটাপট্ হাত
চাপৰি মোক নালাগে; চাপৰিক লুইতৰ পাৰত পাবত গজা খাগৰিৰে সৈতে
থাকিবলৈ বৰ-চাপৰিলৈ পঠিয়াওক। হৈধ্বনিকো জটাবল্কল বিন্ধাই
লগতে পঠিয়ালেও মই হাক নিদিওঁ।<noinclude></noinclude>
hw0gf6zgzgmx5jqrhf9wfoday85gr6d
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৮
104
83182
247921
226516
2026-04-17T13:29:43Z
JyotiPN
1603
/* বৈধকৰণ হৈছে */
247921
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{center|{{X-larger|'''পুৰণি অসমৰ ঠাই'''}}}}
{{gap}}প্ৰাচীন ভাৰতৰ সভ্যতাৰ ইতিহাসত কামৰূপৰ অৰ্থাৎ আসামৰ স্থান অতি গৌৰৱজনক। অতীজতে ভাৰতত দ্ৰেভিডিয়ান অৰ্থাৎ দ্ৰাবিড়ী বংশৰ মানুহৰ বসতি আছিল। দ্ৰাবিড়ীবিলাকো ভাৰতৰ আদিবাসী মানুহ নহয়।পণ্ডিতসকলে থিৰ কৰিছে যে দ্ৰাবিড়ীবোৰ আফ্ৰিকা মহাদেশৰপৰা অহা মানুহ; আৰু ভাৰতৰ উত্তৰ পশ্চিমেদি আহি ভাৰতত সোমাইছিলহি। কোনো কোনো পণ্ডিতে অনুমান কৰে যে অতি পুৰণিকালত লেমুৰিয়া নামৰ এডোখৰ ঠায়ে আফ্ৰিকাৰে সৈতে ভাৰতক লগ লগাই থৈছিল; কালক্ৰমত সেই ঠাইডোখৰ
সাগৰৰ গৰ্ভত লীন হল। একালত গোটেই ভাৰত জুৰি দ্ৰাবিড়ী জাতিৰ বসতি আছিল বুলি তেওঁলোকে কয়। আৰ্য্যৰ সোঁত যেতিয়া ভাৰতলৈ বলিবলৈ ধৰিলে, দ্ৰাবিড়ীবোৰ সেই সোঁতৰ হেঁচাত দক্ষিণ ভাৰতত থুপ খালেগৈ আৰু যিবোৰ কাষৰে-পাঁজৰে ৰৈ গল, সেইবোৰ আৰ্য্যৰ ভিতৰত সোমাই জাতিবিভাগৰ তল- শ্ৰেণীত পৰিল। অসমতোো দ্ৰাবিড়ী জাতিৰ বসতি আছিল; আৰু তেওঁলোকে পছিম ফালৰপৰা আৰ্য্যৰ আৰু পূৰ্ব ফালৰপৰা অনাৰ্য্য মঙ্গোলীয় জাতিৰ হেঁচা খাইছিল। এনে দুফলীয়া হেঁচাত পৰি তেওঁলোকৰ স্বভাৱতে আত্মবিলোপ
ঘটিছিল। কোনো কোনো পণ্ডিতৰ মতে আসামৰ নদীয়াল কৈৱৰ্ত্তজাতিয়েই সেই দ্ৰাবিড়ী জাতিৰ অৱশেষ।
{{gap}}আৰ্য্যজাতিৰ ডাঙৰ সোতাটো উত্তৰ-পশ্চিমৰ বাটেদি আসামত সোমাইছিলহি। আন এসোতো, খুব সম্ভৱ, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সদিয়াই দি অৰ্থাৎ উত্তৰ-পূৰ্ব্বৰ বাটেদি আসামলৈ আহিছিল। শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰজনীকান্ত পদ্মপতি আৰু ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালাই এই বিষয়ে অনেক প্ৰমাণ দেখুৱাই অনেক প্ৰৱন্ধ লেখিছে। সেই প্ৰবন্ধবোৰ সকলোৱে ভালকৈ পঢ়া উচিত। এই দুইজনৰ ওচৰত আমি ধৰুৱা।{{nop}}<noinclude></noinclude>
bnz6s8tu9f0zano0zct3t9zxgipw1xx
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/৯
104
83183
247922
226528
2026-04-17T13:31:09Z
JyotiPN
1603
247922
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="Babulbaishya" />{{rh||'''পুৰণি অসমৰ ঠাই'''|৫}}</noinclude>
{{gap}}ভাৰতলৈ অহা আৰ্য্য আৰু অনাৰ্য্য জন-স্ৰোতৰ কোনটো আগ,
কোনটো পাছ, কোৱা সম্ভৱ নহয়। অনন্ত কালৰ সোঁতৰে জনস্ৰোতো
নিশ্চয় ভাৰতলৈ বৈ আছে। আৰ্য্যবিলাকে যেতিয়া বিজয় দুন্দুভি
বজাই আৰ্য্যসভ্যতাৰ বিজয়-নিশান, হাতত লৈ ভাৰতমুৱা হৈ আগুৱাই
আহি ভাৰতত সোমাইছিলহি, তেতিয়া তেওঁলোকে কত দৈত্য, দানৱ,
অসুৰ, ৰাক্ষসেৰে সৈতে সমুখ হৈ সেইবোৰক ৰণত হৰুৱাই নিজৰ
প্ৰভাৱ বিস্তাৰ কৰিবলগীয়া হৈছিল, তাৰ সীমা নাই। পূব ভাৰতত
সেই অসুৰবোৰ কোন? সেইবোৰৰ সৰহ ভাগ ভাৰতৰ আদিম অধি-
বাসী প্ৰতাপী প্ৰাবিড়ী বা প্ৰজা, যাক আৰ্যসকলে অসুৰ দানৱ,
দৈত্য, ৰাক্ষস, পিশাচ প্ৰভৃতি নাম তেওঁলোকক দিছিল।
{{gap}}পণ্ডিতসকলে যি কেইটা শ্ৰেণীত ইণ্ডো-চীন (Indo Chinese)
ভাষা কৰ্ণতাসকলক বিভাগ কৰিছে, তাবে তিনটা খাই শ্ৰেণীত
আসামলৈ অহা সেই বংশধৰ মানুহবোৰ পৰে। (5) মন খেমৰ
(Mon-Khemer); (3) তীৰ্বত বাৰ্মা (Tibeto Burman)
(৩) শ্যাম- চীন (Siamese Chinese) চীন ভাষা শ্যাম চীন ভাষাৰ
বংশৰ ভিতৰুৱা। আহোম ভাষা চীন ভাষাৰপৰা ওলোৱা।
মন খেমৰ ভাষা কওঁতাবিলাক আসামলৈ প্ৰথমতে আহে।
পিছত তীৰ্বত বাৰ্মা ভাষাৰ ভিতৰৱা ভাষা কওঁতাবিলাক এটা ফৈদৰ
পিছত আন এটাকৈ আসামত সোমাইছেহি। পিছত অহাবোৰে
আগেয়ে অহাবোৰক ৰণত আৰু জীৱন-যুদ্ধত হৰুৱাই, হয় গ্ৰাস
কৰিছিল, নহয় খেদি-ঠেলি পৰ্ব্বতবাসী কৰিছিল! এই তিব্বত-ব্ৰহ্মণ
ভাষাৰ পৰিয়ালৰ ভিতৰুৱা তিনি শ্ৰেণীৰ ভাষা আসানবাসী অন্যয্য-
বিলাকৰ ভিতৰত আজিকালি প্ৰচলিত আছে :- (১) নগা ভাষা;
(২) কুকি-চীন ভাষা; (৩) বড়ো ভাষা। নগা পৰ্ব্বতবোৰত নগাভাষা
কোৱা হয়। মণিপুৰ, কাচাৰ আৰু লুচাই পৰ্ব্বতবোৰত ককি-চীন<noinclude></noinclude>
4l9hrf038nr7eoatha3g29yl6k5zv48
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/১০
104
83184
247919
247910
2026-04-17T13:22:40Z
JyotiPN
1603
247919
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৬|সভাপতিৰ অভিভাষণ|}}</noinclude>ভাষা কোৱা হয়। বড়ো ভাষাৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায়
সকলো অনাৰ্য্য-জাতিৰ ভাষা পৰে। উত্তৰ কাচাৰৰ ভাষাবোৰ,
গাৰে পৰ্ব্বতবোৰত প্ৰচলিত ভাষাবোৰ, কছাৰী বা মেচ ভাষা, ৰাভা
চুটীয়া, লালুং, ডিমাচা আদি ভাষা, বড়ো পৰিয়ালৰ ভিতৰুৱা। খৃষ্ট্ৰীয়
ত্ৰয়োদশ শতিকাত, আৰু তাৰ পিছতো, টাই বা চীন ভাষাৰ ভিতৰুৱা
ভাষা কওঁতাবিলাকো আসামত সোমালহি। এইদৰে নানা দেশৰ
নানা জাতৰ নানা পৰিয়ালৰ আৰ্য্য অনাৰ্য্য মানুহ আসামলৈ আহি
আসামত দীৰ্ঘকাল বাস কৰি অসমীয়া হৈছিল। আৰু এইদৰেই
পিছৰ কালডোখৰতো, আন কি, আজিলৈকে, অসমীয়া জাতিৰ
বৰজালখন গোঁথা হৈ আহিব লাগিছে। কনৌজীয়া, হিন্দুস্তানী,
পঞ্জাব, বঙ্গালী, উড়িয়া নেপালী, গুজৰাটী আদিৰ পোহ পৰি অসমীয়া
জাতিৰ কলেৱৰ দিনকদিনে বৃদ্ধি হোৱাটো কোনে নাজানে? ক'ত
বিজয়ী আহোম বংশৰ মানুহ, কত চিংফৌ, মৰাণ, নগা, মিকিৰ, মিৰি,
দফলা, গাৰো, লাহে লাহে হিন্দুধৰ্ম আৰু হিন্দুৰ প্ৰভাৱৰ ভিতৰলৈ
আহি, কোচ, কেওট, আদি জাতৰ ভিতৰত সোমাই চিন নাইকিয়া
হৈ একেবাৰেই অসমীয়া হিন্দু হৈ অসমীয়া জাতক হৃষ্টপুষ্ট বলীষ্ঠ
কৰিছে, তাৰ সীমা সংখ) নাই। এইদৰে মুছুলমানৰ আসাম আক্ৰমণৰ
কালৰপৰা অনেক বিদেশী মুছলমান আহি অসমত বাস কৰি অসমীয়া
জাতিৰ সংখ্যা আৰু বল বুদ্ধি কৰিব লাগিছে।
{{gap}}এই দেখি বাণ, নৰক, ভগদত্ত, ঘটোংকচৰ বীৰত্বত আমি নিজক
যেনে গৌৰৱান্নিত বিবেচনা কৰো, আৰিমত্ত, জোঙালবলহু, ভাস্কৰ বৰ্মা,
গদাধৰ সিংহ, লাচিত বৰফুকন আক মূলাগাভৰুৰ বীৰত্বতো তেনে
গৌৰৱান্বিত বিবেচনা কৰো; কাৰণ এই সকলোবোৰ আমাৰ বুকুৰ
বান্ধ অসমীয়া। অসমীয়া মানে কামৰূপীয়া, কামৰূপীয়া মানে অসমীয়া।
পুৰণি কালত কামৰূপীয় মানে যেনেকৈ ভাটী আৰু উজনিৰে সৈতে<noinclude></noinclude>
qdhw28zvnyc1hbpsnb1ul5qk3hwt2i8
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/১১
104
83185
247920
226551
2026-04-17T13:23:01Z
JyotiPN
1603
247920
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||'''পুৰণি অসমৰ ঠাই'''|৭}}</noinclude>গোটেই কামৰূপৰ মানুহক বুজাইছিল, অসমীয়া মানেও সেইদৰে
আজিকালি গোটেই দেশখনৰ মানুহকে বুজায়।
{{gap}}এই মৰ্ত্য জগতত সকলো জীৱ-জন্তুৰ দৰে ভাষাৰ, তাৰ অন্তৰ্গত
শব্দৰ, আৰু তাৰ অৰ্থৰো জন্ম, মৃত্যু, উত্থান, পতন আছে। একালত
কোনো এটা শব্দই যি অৰ্থ তাৰ বুকুত বান্ধি ফুৰিছিল, আন কালত
সেই অৰ্থ অনৰ্থ হৈ খহি পৰি আন অৰ্থবোধক হৈ পৰিছেগৈ। পুৰণি-
কলীয়া বিপুল অৰ্থৰ অধিকাৰী “কামৰূপ” আৰু “কামৰূপীয়া” শব্দ
হুটাবো আজি মহা অনৰ্থ মিলিছে। যি কামৰূপ শব্দটো শুনিলেই
প্ৰাগ জ্যোতিষপুৰ, ৰত্নপুৰ, শোণিতপুৰ, আৰু কালিকাপুৰাণত আৰু
বিষ্ণুপুৰাণত উল্লেখ কৰা কামাখ্যা মন্দিৰকে সোঁমাজ কৰি চাৰিউফালে
এশ যোজন অৰ্থাৎ প্ৰায় ৪৫০ মাইল বিয়পি জুৰি থকা কামৰূপলৈ মনত
পৰিছিল, যি কামৰূপে নিজৰ বিশাল বপুৰ ভিতৰত আজিকালি ভাগ
হৈ থান্চা-বানচা হোৱা প্ৰায় গোটেইখন পূৰ্ব্ববঙ্গ আৰু আসাম ভুটা
নেৰে সৈতে সামৰি হুনাই থৈছিল; যি কামৰূপ শব্দই কমনত পেলাইছিল
সেই কামৰূপক, যাৰ সীমা, কালিকাপুৰাণ আৰু বিষ্ণুপুৰাণৰ পিছৰ
কালত ৰচিত হোৱা যোগিনী তন্ত্ৰত উল্লিখিত হৈছে “কৰতোয়াং
সনাত্য যাবদী কৰবাসিনী” অৰ্থাৎ যি কৰতোয়া পছিয়ে চিকিৰ
নামনিৰ পৰ্ব্বতবোৰৰ মাজৰ ব্ৰহ্মকুণ্ডৰপৰা ওলাই দাৰ্জিলিং, জলপাইগুৰি
ৰংপুৰ, দিনাজপুৰ আৰু বগুবাৰ মাজেদি দক্ষিণমুৱা হৈ চাৰাঘাটেদি গৈ
পাবনাৰ ওচৰৰ পন্নাত পৰিছেগৈ, আৰু যাক মহাভাৰতৰ ভীষ্মপৰ্ব্বত
“লোহিত্যং কৰতোয়ংচ তথৈব বৄষকাৰয়ম" আৰু ব্ৰহ্মাণ্ড পুৰাণত
"কবতোয়াং মহাগৌৰী দুৰ্গাচান্ত শিবা তথা” বুলি উল্লেখ কৰিছে, সেই
পুণ্যতোয়া কৰতোয়া নৈ যি ৰাজৰ পশিম সীমা। দীৰাই বা দীকৰং
যাৰ পূব সীমা; কাঞ্চন আৰু গিৰিকণ্যাক নামৰ পৰ্ব্বতবোৰ যাৰ উত্তৰ
সীমা; আৰু ব্ৰহ্মপুত্ৰ আৰু লক্ষ্মী নদীৰ সঙ্গম বা দক্ষিণ সীমা আছিল,<noinclude></noinclude>
mlz66xee9u9i7f456uwgvttzrqrm6q3
পৃষ্ঠা:সভাপতিৰ অভিভাষণ.pdf/১২
104
83186
247917
226559
2026-04-17T13:20:57Z
JyotiPN
1603
247917
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||'''সভাপতিৰ অভিভাষণ'''|৮}}</noinclude>অৰ্থাৎ আজিকালিৰ ব্ৰহ্মপুত্ৰ উপত্যকা, ভুটান, ৰংপুৰ আৰু কোচবিহাৰ
মিলি যি কামৰূপ ৰাজ্য সংগঠিত হৈছিল, যি কামৰূপ প্ৰাগজ্যোতিষ-
পুৰ স্থাপন কৰোতা, কামাখ্যাত অনেক যান্ত্ৰিক বেদজ্ঞ ব্ৰাহ্মণৰ বসতি
কৰাই দিওতা, বিদৰ্ভ ৰজাৰ জীয়েক মায়াক বিবাহ কৰোতা, প্ৰথমতে
হিন্দু ধৰ্ম্মত আস্থাবান হৈ পিছত বাণৰ সংসৰ্গদোষত পৰি সেই ধৰ্ম্মত
অনাস্থাবান হৈ অত্যাচাৰী অনাচাৰী হোৱাত, যদুকুল-প্ৰদীপ শ্ৰীকৃষ্ণৰ
হাতত প্ৰাণ হেৰুৱাওঁতা নৰকাসুৰৰ ৰাজ্য আছিল; যি কামৰূপত
পুতেক ভগদত্তৰ প্ৰাগজ্যোতিষপুৰ নগৰ অৰ্জ্জুনে আক্ৰমণ কৰিলত
ভগদত্তই নিজৰ কিৰাত আৰু চীনা সেনা লৈ অৰ্জ্জুনেৰে সৈতে আঠ
দিন তুমুল সংগ্ৰাম কৰি শেহত ঘাটি যুধিষ্ঠিৰক কৰ দিবলৈ মান্তি হৈছিল,
আৰু যি ভগতত্তই মহাভাৰতৰ যুদ্ধত দুৰ্য্যোধনৰ ফলীয়া হৈ যুদ্ধ কৰি
অসীম বীৰত্ব দেখুৱাইছিল, আৰু যি বীৰত্বৰ কথা যখানিবলৈ মহাভাৰতৰ
দ্ৰোণপৰ্ব্বৰ চাৰি অধ্যায় লাগিছিল; যি কামৰূপত খৃষ্ট্ৰীয় চতুৰ্থ শতিকাত
শঙ্কল বা শঙ্কলাদিৰ নামৰ মহা পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল, যি
উত্তৰ-ভাৰতৰ কেদাৰ ব্ৰাহ্মণ নামৰ ডাঙৰ ৰজা এজনৰ ৰাজ্য আক্ৰমণ
কৰি যুঁজত কেদাৰ ৰজাক হৰুৱাইছিল আৰু যি শঙ্কল ভাগীৰথীৰ
পূবফালৰ দেশ বঙ্গ আৰু বিহাৰ জয় কৰিছিল, যি গৌৰ নগৰ অথবা
লক্ষণাৱতী সংস্থাপন কৰিছিল, যাৰ ৪০০০ হাতী, একলাখ ঘোৰা আৰু
চাৰি লাখ পদাতিক সৈন্য আছিল, যাৰপৰা স্কাইথিয় টুৰাণ ৰজা আদ্ৰ-
ছিয়াবে কৰ বিচৰা বাবে যি সেই আফ্ৰছিয়াবৰ পঞ্চাশ হাজাৰ মঙ্গোল
বা মোগল সেনাৰে সৈতে ঘোৰঘাট পৰগণাৰ ওচৰ কোচপৰ্ব্বতৰ
কাষত যুদ্ধ কৰি সেই সেনাবোৰ মষিমূৰ কৰিছিল। যি কামৰূপৰ নাম
শুনিলে মনত পৰিছিল মহা গৌৰৱান্বিত মহাৰাজা ভাস্কৰ বৰ্ম্মাৰ কথা,
যাক ৰাজচক্ৰবৰ্তী বৌদ্ধ ৰজা হৰ্ষবৰ্ধনে মহোৎসৱলৈ নিমন্ত্ৰণ কৰি নি.
ভাৰতবৰ্ষৰ আন আন ঠাইৰপৰা নিমন্ত্ৰিত হৈ অহা কুৰিজন ৰজাৰ<noinclude></noinclude>
cv3tj036zk76y4djb99n2i1q3uternh
সভাপতিৰ অভিভাষণ
0
84670
247923
230232
2026-04-17T13:32:19Z
JyotiPN
1603
247923
wikitext
text/x-wiki
{{header
| title = সভাপতিৰ অভিভাষণ
| author = লক্ষ্মীনাথ বেজবৰুৱা
| year = ১৯৪৬
| translator =
| section =
| previous =
| next =
| notes =
| categories =
}}
<pages index="সভাপতিৰ অভিভাষণ.pdf" from=1 to=1/>
{{page break|label=}}
<pages index="সভাপতিৰ অভিভাষণ.pdf" from=3 to=76/>
{{page break|label=}}
{{PD-India}}
[[শ্ৰেণী:প্ৰবন্ধ গ্ৰন্থ]]
ky2hp5yg5comdi8v2h0k54m3mtqm7jg
পৃষ্ঠা:বিশ্ব-ভূগোল.pdf/২৬৭
104
90632
247924
247375
2026-04-17T16:35:02Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */
247924
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="নৰুনা বৰুৱা" />{{rh|ডেনমাৰ্ক||২৩৫}}</noinclude>
{{center|'''ডেনমাৰ্ক'''}}
{{gap}}'''জাটলেণ্ড''' উপদ্বীপ আৰু '''জীলেণ্ড, ফিউলেন,'''
লালেণ্ড''' প্ৰভৃতি সৰু সৰু দ্বীপৰ দ্বাৰা '''ডেনমাৰ্ক''' গঠিত। ইয়াৰ
মাটি চাপৰ আৰু কোনো অংশই সাগৰ-পিঠিৰ পৰা ৬০০ ফুটৰ ওখ
নহয়। দুই এঠাইত পোৱা কয়লা ভিন্ন আন কোনো ধাতুৱেই
ইয়াত পোৱা নেযায়। মাটিকালি প্ৰায় ১৬ ১/২ হেজাৰ বৰ্গমাইল।
ডেনমাৰ্কৰ অধিবাসীক '''দিনেমাৰ''' বোলে। লোকসংখ্যা প্ৰায়
৩২ লক্ষ।
{{Gap}}সকলো দিনেমাৰেই লিখিব পঢ়িব জানে ইয়াত প্ৰাথমিক শিক্ষা
অবৈতনিক আৰু বাধ্যতামূলক। এওঁলোকৰ অধিকাংশই মাৰ্টিন লুথাৰে
প্ৰতিষ্ঠা কৰা '''প্ৰটেষ্টান্ট ধৰ্ম্মাৱলম্বী।''' এই ৰাজ্যৰ শাসনপ্ৰণালী
'''নিয়মিত ৰাজতন্ত্ৰ।'''
{{gap}}ডেনমাৰ্ক কৃষি-প্ৰধান দেশ। ইয়াৰ শতকৰা ৮০ ভাগ মাটিয়েই
উৰ্ব্বৰা আৰু ৬ ভাগ জ্লাতক। '''গম, যৱ, ৰাই, জই, বীট,'''
আৰু '''আলু প্ৰধান শস্য। ৰপ্তানি দ্ৰব্যৰ ভিতৰত '''মাখন, পনীৰ'''
'''(ক্ষীৰ ), গাহৰিৰ মাংস, ঘোঁৰা''' আৰু পোহনীয়া জন্তু প্ৰধান।
বৃটেইন এইবোৰ বস্তুৰ প্ৰধান ক্ৰেতা।
{{gap}}ৰাজধানী '''কোপেনহেগেন''' ইয়াৰ সৰ্ব্বাপেক্ষা বৃহৎ চহৰ আৰু
বন্দৰ। চহৰৰ লোকসংখ্যা ৫ লক্ষ ৬০ হেজাৰ। অন্য চহৰৰ ভিতৰত
জাটলেণ্ডৰ ৰাজধানী '''আৰহাচ''' উল্লেখযোগ্য।
{{gap}}'''আইচলেণ্ড, ফাৰো দ্বীপপুঞ্জ আৰু গ্ৰীনলেণ্ড,'''
ডেনমাৰ্কৰ অধীনত। আইচলেণ্ডৰ ৰাজধানী '''ৰিকিয়াভিকৰ''' পৰা
ভেড়া আৰু মাছ ৰপ্তানি হয়।<noinclude></noinclude>
5xm6njd2man2qom2065qlq720223yq4
247925
247924
2026-04-17T16:35:36Z
নৰুনা বৰুৱা
4110
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
247925
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|ডেনমাৰ্ক||২৩৫}}</noinclude>
{{center|'''ডেনমাৰ্ক'''}}
{{gap}}'''জাটলেণ্ড''' উপদ্বীপ আৰু '''জীলেণ্ড, ফিউলেন,'''
লালেণ্ড''' প্ৰভৃতি সৰু সৰু দ্বীপৰ দ্বাৰা '''ডেনমাৰ্ক''' গঠিত। ইয়াৰ
মাটি চাপৰ আৰু কোনো অংশই সাগৰ-পিঠিৰ পৰা ৬০০ ফুটৰ ওখ
নহয়। দুই এঠাইত পোৱা কয়লা ভিন্ন আন কোনো ধাতুৱেই
ইয়াত পোৱা নেযায়। মাটিকালি প্ৰায় ১৬ ১/২ হেজাৰ বৰ্গমাইল।
ডেনমাৰ্কৰ অধিবাসীক '''দিনেমাৰ''' বোলে। লোকসংখ্যা প্ৰায়
৩২ লক্ষ।
{{Gap}}সকলো দিনেমাৰেই লিখিব পঢ়িব জানে ইয়াত প্ৰাথমিক শিক্ষা
অবৈতনিক আৰু বাধ্যতামূলক। এওঁলোকৰ অধিকাংশই মাৰ্টিন লুথাৰে
প্ৰতিষ্ঠা কৰা '''প্ৰটেষ্টান্ট ধৰ্ম্মাৱলম্বী।''' এই ৰাজ্যৰ শাসনপ্ৰণালী
'''নিয়মিত ৰাজতন্ত্ৰ।'''
{{gap}}ডেনমাৰ্ক কৃষি-প্ৰধান দেশ। ইয়াৰ শতকৰা ৮০ ভাগ মাটিয়েই
উৰ্ব্বৰা আৰু ৬ ভাগ জ্লাতক। '''গম, যৱ, ৰাই, জই, বীট,'''
আৰু '''আলু প্ৰধান শস্য। ৰপ্তানি দ্ৰব্যৰ ভিতৰত '''মাখন, পনীৰ'''
'''(ক্ষীৰ ), গাহৰিৰ মাংস, ঘোঁৰা''' আৰু পোহনীয়া জন্তু প্ৰধান।
বৃটেইন এইবোৰ বস্তুৰ প্ৰধান ক্ৰেতা।
{{gap}}ৰাজধানী '''কোপেনহেগেন''' ইয়াৰ সৰ্ব্বাপেক্ষা বৃহৎ চহৰ আৰু
বন্দৰ। চহৰৰ লোকসংখ্যা ৫ লক্ষ ৬০ হেজাৰ। অন্য চহৰৰ ভিতৰত
জাটলেণ্ডৰ ৰাজধানী '''আৰহাচ''' উল্লেখযোগ্য।
{{gap}}'''আইচলেণ্ড, ফাৰো দ্বীপপুঞ্জ আৰু গ্ৰীনলেণ্ড,'''
ডেনমাৰ্কৰ অধীনত। আইচলেণ্ডৰ ৰাজধানী '''ৰিকিয়াভিকৰ''' পৰা
ভেড়া আৰু মাছ ৰপ্তানি হয়।<noinclude></noinclude>
qps0jvhifxygiwszu4xtkbi9bfdjpm6