ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.46.0-wmf.24
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
সূচী:কোঁৱৰ বিদ্ৰোহ.pdf
106
85175
248313
248072
2026-04-25T05:37:29Z
BabulB
104
248313
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=কোঁৱৰ বিদ্ৰোহ
|Language=as
|Volume=
|Edition=দ্বিতীয়
|Author=সূৰ্য্যকুমাৰ ভূঞা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=লয়াৰ্চ বুক ষ্টল
|Address=গুৱাহাটী
|Year=1956
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 3="প্ৰকাশন" 4="সূচী" 5="নিবেদন" 6="সূচী" 7="নিবেদন" 8="নিবেদন" 9="নিবেদন" 10="নিবেদন" 11="নিবেদন" 12="নিবেদন" 13="নিবেদন" 14="নিবেদন" 15="নিবেদন" 16="উচৰ্গা"18="1"/>
|Volumes=
|Remarks={{পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪}}
|Notes=
|Width=
|Css=
|Header={{rh||কোঁৱৰ বিদ্ৰোহ|}}
|Footer=
}}
fob2k2xt8tvwxglo7sx247gzfqnaeu4
248314
248313
2026-04-25T05:38:19Z
BabulB
104
248314
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=কোঁৱৰ বিদ্ৰোহ
|Language=as
|Volume=
|Edition=দ্বিতীয়
|Author=সূৰ্য্যকুমাৰ ভূঞা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=লয়াৰ্চ বুক ষ্টল
|Address=গুৱাহাটী
|Year=1956
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 3="প্ৰকাশন" 4="সূচী" 5="নিবেদন" 6="সূচী" 7="নিবেদন" 8="নিবেদন" 9="নিবেদন" 10="নিবেদন" 11="নিবেদন" 12="নিবেদন" 13="নিবেদন" 14="নিবেদন" 15="নিবেদন" 16="উচৰ্গা"18="1"/>
|Volumes=
|Remarks={{পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪}}
{{পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৬ সম্পাদনা}}
|Notes=
|Width=
|Css=
|Header={{rh||কোঁৱৰ বিদ্ৰোহ|}}
|Footer=
}}
egys2t5jmhf31flkccrim348sfanoyl
248315
248314
2026-04-25T05:38:57Z
BabulB
104
248315
proofread-index
text/x-wiki
{{:MediaWiki:Proofreadpage_index_template
|Type=book
|Title=কোঁৱৰ বিদ্ৰোহ
|Language=as
|Volume=
|Edition=দ্বিতীয়
|Author=সূৰ্য্যকুমাৰ ভূঞা
|Co-author1=
|Co-author2=
|Co-author3=
|Translator=
|Co-translator1=
|Co-translator2=
|Editor=
|Co-editor1=
|Co-editor2=
|Illustrator=
|Publisher=লয়াৰ্চ বুক ষ্টল
|Address=গুৱাহাটী
|Year=1956
|Key=
|ISBN=
|DLI=
|IA=
|NLI=
|Source=pdf
|Image=1
|Progress=OCR
|Pages=<pagelist 1="বেটুপাত" 3="প্ৰকাশন" 4="সূচী" 5="নিবেদন" 6="সূচী" 7="নিবেদন" 8="নিবেদন" 9="নিবেদন" 10="নিবেদন" 11="নিবেদন" 12="নিবেদন" 13="নিবেদন" 14="নিবেদন" 15="নিবেদন" 16="উচৰ্গা"18="1"/>
|Volumes=
|Remarks=
|Notes=
|Width=
|Css=
|Header={{rh||কোঁৱৰ বিদ্ৰোহ|}}
|Footer=
}}
10xl8takr5qu9xfoqv3ihqo35nba6sp
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৩
104
91384
248309
247994
2026-04-24T12:52:03Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248309
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh|২৬|কোঁৱৰ বিদ্ৰোহ|}}</noinclude>লেখ।” এইবুলি স্বৰ্গদেৱে দোষীবোৰক দণ্ড বিহিলে, নগা
কাকতীয়ে স্বৰ্গদেৱৰ আজ্ঞা লিখিবলৈ ধৰিলে ।
{{gap}}ভূধৰ গোহাঁইৰ ষড়যন্ত্ৰত প্ৰায় দুশমান মানুহ লিপ্ত আছিল।
তাৰ সকলোকে স্বৰ্গদেৱে যথাবিধি দণ্ডৰ আজ্ঞা দিলে। তাৰে
ভিতৰত মুখিয়াল অপৰাধীৰ নাম আৰু দণ্ড তলত উল্লেখ কৰা
গ'ল।—
{{gap}}চাউডাঙ্গৰ হাতত দিবলৈ দিলে কাটিবলৈ,—ৰজা হব খোজা
কোঁৱৰ ভূধৰ গোহাঁই, বকতিয়ালৰ ভদ্রসেন বৰবৰুৱা, দদায়েক
ৰাজনেওগ ফুকন, দদায়েক বিকা জালভাৰী বৰুৱা, দদায়েক
বগাডেকা, ভায়েক চোলাধৰা ফুকন, ভায়েক খনিকৰ বৰুৱা,
ৰত্নেশ্বৰ তিপমীয়া গোহাঁইৰ পুতেক।
{{gap}}চকু দুটা কাঢ়িব দিলে,--আকৰা গোহাঁই, ডফলা দুৱৰীয়াৰ
পুতেক খাঞ্জাৰাম ঘোৰাবৰুৱা, ভায়েক আত্মাৰাম, হোকাবৰাৰ
পুতেক ৰঘু, গড়গঞা ন্যায়সোধা ফুকনৰ পুতেক, আৰিয়াধৰা
বৰা পদো, মিতধৰা বৰা পদো।
{{gap}}কোব-কিল-চৰ ডেৰকুৰিকৈ মাৰিব দিলে,—গৌৰীসাগৰীয়া
দিগম্বৰ গণক, গৌৰীসাগৰীয়া ৰুচি ব্ৰাহ্মণ, বৰগোহাঁইৰ
ককায়েক চাৰু আৰু গেন্ধেলা, গোমোথা বৰুৱাৰ ভাগৰ
অনাদৰ আৰোৱানধৰা, দুৱৰাৰ দিহিঙীয়া মাজপালী থকা বচা
হাজৰিকা, ৰাজনেওগৰ ভায়েক আকৰা, লিগিৰা মলৌ, লিগিৰা
জীউৰাম।
{{gap}}এওঁলোকক কাকত পত্ৰ কৰি কাঁড়ীৰ খেললৈ নমাব<noinclude></noinclude>
sbjng8uoydwhlvv5hnt0q2798b6hg5r
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৪
104
91385
248310
247995
2026-04-24T12:58:02Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248310
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||ভূধৰসিংহ গোহাইৰ ষড়যন্ত্র|}}</noinclude>দিলে,—বকতিয়াল বৰবৰুৱাৰ বৈ-বঙহ আৰু বনুৱা মানুহখিনি, বকতিয়ালৰ গড়গঞা ন্যায়সোধা ফুকন লাকুৱা, লেচেঙীয়াৰ নাওশলীয়া বৰুৱা, ঢেকিয়াল হাজৰিকা, গোমোথাৰ পুতেক খোনা আৰু ভণ্ডাৰী-বৰুৱা, বৰবৰুৱাৰ বঙহ পুথাও ৰাজখোৱা, তেওঁৰ পুতেক আৰু ভায়েক।
{{gap}}বিষয় গুচাই ঘৰলৈ খেদিব দিলে,— অজিত বৰকাকতী, পুৰণিমেলৰ কাটনি শ্ৰীৰাম, সকঘৰ বন্দীৰ হাজৰিকা, দিহিঙৰ ন ভকত নোহোৱা পুৰন্দৰ কাকতী, বগাৰ লগত থকা পহুকটা ল'ৰা, দাৰিকিয়াল হাজৰিকাৰ বাপেক-পুতেক।
{{gap}}বিবিধ শাস্তি,—দেওধাই ধৰ্ম্মাক চিৰিং ফুকনক গটাই দি হাবিৰ পাম এখনত পাতিবলৈ দিলে। ৰুচি ব্ৰাহ্মণক কোব কিল চৰ মৰাৰ উপৰিও হাতীঘাঁহীলৈ নমাই ঘৰত থকা পুথিবোৰ লুৰি আনি ৰাজভঁৰালত থবলৈ দিলে। কোঢ়া ভট্টাচাৰ্য্যক বাৰটা চমটাৰ কোব মাৰিবলৈ দিলে। গৌৰীকান্তৰ পুতেক ৰাধাকান্ত পৰ্ব্বতীয়া বৰুৱা আৰু ৰামেশ্বৰ দেউৰীক চূণসনা কলহ ডিঙিত আঁৰি গড়ৰ কেউফালে ঘূৰাই অনাই বিষয় গুচাই হাতীঘাঁহীলৈ নমালে। দিহিঙীয়া ভকত ভলুকা, বিকাই আৰু সৰু বায়নক সৰুজনা ঠাকুৰ বাপক সোধাই দিলে। শিলিখাতলীয়া বাপুক মানুহ এফৈদ পঠাই ৰংপুৰতে ৰখা দি থোৱা হৈছিল। বিদেশী ভট্টাচাৰ্য্য গোসাঁইৰ হাত-আখৰৰ অনেক লেখাজোখা পালে, তথাপি গোসাঁইক তেতিয়া একো নুবুলিলে। হাদীৰাচকীৰ দুৱৰীয়া বৰুৱাৰ নামলগোৱাৰ পুতেক হৰিদেউক<noinclude></noinclude>
qo41xb2bcd941182iorxmk542yy0hc4
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৫
104
91386
248311
247996
2026-04-24T13:04:11Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248311
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||কোঁৱৰ বিদ্ৰোহ|}}</noinclude>কোব ডেৰকুৰি মাৰি বিদেশলৈ যাবলৈ নিদিয়াকৈ খেদিব দিলে। দুৱৰাৰ দিহিঙীয়া বচা হাজৰিকাক ভিতৰুৱাল ফুকনৰ হাতত নিলগ পামত পাতি থবলৈ শোধাই দিব দিলে। ভগা খঙীয়া বৰুৱাক ঘৰলৈ খেদিলে। ভূধৰ গোহাঁইৰ শহুৰেক গুৱাহাটীৰ দুৱলীয়া চেটিয়া ফুকনক ৰখাতে বন্দী কৰি থলে। লিগিৰা ধনাইক দহোটা কোব মাৰি এৰি দিলে। কাঁড়ীলৈ নমোৱা বৰবৰুৱাৰ বৈ-বঙহক কোন দাগী আৰু কোন হাজাৰত দিব তেতিয়া একো নিৰূপণ নহল। ডাঙ্গৰীয়া আৰু ফুকনসকলে বৰকৈ মাতিলত বৰগোহাঁইৰ ককায়েক চাৰু আৰু গেন্ধেলাক চাৰিটাকৈ ঢকা মাৰি নিলগ পামত পাতিবলৈ বৰগোহাঁইক শোধাই দিয়া হ'ল। কলিতা ফুকনে মাতিলত হোকা বৰাৰ পুতেক লখী, গড়গঞা ন্যায়সোধা ফুকনৰ পুতেক, আৰিয়াধৰা বৰা পদো, মিতধৰা বৰা, ইহঁতৰ চকু নাকাঢ়ি ভাগে-ভাগে শোধাই দিয়া হ'ল। চোলা ধৰা ফুকনৰ ভায়েক হাবিয়াল বৰুৱা, বগাৰ পুতেক, খোৱঙীয়া ফুকনৰ পুতেক তামূলী, ঘোৰাবৰুৱাৰ পুতেক, ৰঘু কাকতী ইহঁত পলাল।
{{gap}}কলিতা ফুকন, তামূলী ফুকন, খাৰঘৰীয়া ফুকন, গন্ধীয়া বৰুৱা, কাম বৰুৱা, লাখৰ, শিৱনাথ, নগা, এই সকলে স্বৰ্গদেৱৰ ওচৰৰ পৰা আহি বৰচ'ৰাত স্বৰ্গদেৱৰ আজ্ঞা আৰু দণ্ডৰ কাকত মাতি শুনালত ডাঙ্গৰীয়া আৰু ফুকনসকলে “স্বৰ্গদেৱে উত্তম বুলিছে আৰু উচিত দণ্ড বিহিছে” বুলি স্বীকাৰ কৰিলে দ্রোহীবোৰক চাউডাং আৰু দোলাকাষৰীয়াৰ হাতত যথাবিধি<noinclude></noinclude>
ljazi9hs1xdblzdrved2y41ld34g6mf
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৬
104
91387
248312
247997
2026-04-25T05:13:31Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
248312
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" />{{rh||ভূধৰসিংহ গোহাইৰ ষড়যন্ত্র|২৯}}</noinclude>শাস্তিৰ কাৰণে শোধাই দিয়া হ’ল। কোব কিল চৰ মাৰিব লগাবিলাক আগতে মৰোৱা গ'ল।
{{gap}}{{larger|'''নতুন বৰবৰুৱা আৰু চোলাধৰা ফুকন—'''}}সেইদিনাই স্বৰ্গদেৱে বকতিয়াল ভদ্ৰসেন বৰবৰুৱাৰ সলনি সন্দিকৈৰ দিহিঙীয়া ফুকন শিৱৰামক বৰবৰুৱা পাতিবলৈ মন কৰি ডাঙ্গৰীয়াসকলক কলে বোলে—“সন্দিকৈৰ দিহিঙীয়া ফুকনকে এই কাৰ্য্যলৈ বাৰু যেন দেখো, মোৰ আগৰ কোঁৱৰালি কালৰে পৰা বিশ্বাস পোৱা আছে।” স্বৰ্গদেৱৰ আজ্ঞামতে সেইদিনাই বৰচ'ৰাত শিৱৰাম দিহিঙীয়া ফুকনক বৰবৰুৱা পাতিলে। কাথৰ মজুন্দাৰক গুচাই নগা কাকতীক মজুন্দাৰ পাতিবলৈ তিনিজনা ডাঙ্গৰীয়াই স্বৰ্গদেৱক প্ৰাৰ্থনা কৰিলে। স্বৰ্গদেৱ কলে—“বাৰু কাথৰ মজুন্দাৰ দাৰিকা দুৱাৰৰ ভিতৰ নোসোমাব। নগায়ে মজুন্দাৰৰ কাৰ্য্যবোৰ কৰিব, মই পাচে নাও দিম।” পিচে তিনিজনা ডাঙ্গৰীয়া বৰুৱা ফুকন সকলেও সেইদিনাই স্বৰ্গদেৱলৈ তামূলী ফুকনৰ হতুৱাই প্ৰাৰ্থনা জনালে—“কলিতা ফুকন যাক বোলে ই হিন্দুৰ লৰা। ইহে যি যি কাৰ্য্য কৰিছে ভাল আহোমে অনেক পুৰুষে স্বৰ্গদেৱৰ খাই-পিন্ধি থাকিও এনে কাৰ্য্য কৰিব পৰা নাই। এতেকে ইয়ো আমাৰ লগৰ এটা। এতেকে চোলাধৰা ভণ্ডাৰখন আক দিবলৈ আমি প্ৰাৰ্থনা কৰিছোঁ।” এইৰূপে তামূলী ফুকনে স্বৰ্গদেৱত কলত স্বৰ্গদেৱে কাথ বৰুৱাৰ মেলৰ পৰা গুচাই সেইদিনায়ে কলিতা ফুকনক চোলাধৰা ফুকন পাতিবলৈ দিলে। সেইদিনাৰে পৰা কলিতা {{SIC|ফকন|ফুকন}} পঁচাসচিকৈয়ে ফুকন হ'ল।<noinclude></noinclude>
7q4d8e4ljwc1nzx9phsft5e4ndtofej
পৃষ্ঠা:কোঁৱৰ বিদ্ৰোহ.pdf/৪৭
104
91388
248316
247998
2026-04-25T05:48:10Z
BabulB
104
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
248316
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="BabulB" /></noinclude>{{center|{{X-larger|'''তিপমীয়৷ গোহাঁইৰ দ্ৰোহ'''}}}}
{{gap}}{{larger|'''সোণৰ ভোগজৰাত চূণৰ আঁক—'''}}অসম ৰাজ্যৰ অধিপতি মহাৰাজ লক্ষ্মীসিংহ স্বৰ্গদেৱৰ মুখধোৱা সোণৰ ভোগজৰা, দেওব্রহ্মাই তাক চাব-চুব নোৱাৰে। এদিনাখন স্বৰ্গদেৱে সেই ভোগজৰাতে এটা চূণৰ আঁক দেখিলে। মৰাণৰ হাতত বন্দী হৈ লাঞ্ছনা-অপমান পোৱাৰে দিন ধৰি স্বৰ্গদেৱৰ গা চঁকি আছিল। ভোগজৰাত চূণৰ আঁক দেখি স্বৰ্গদেৱে ভাবিলে— কোনোবাই তন্ত্ৰ-মন্ত্ৰৰ সহায়েৰে তেওঁৰ অনিষ্ট সাধিবৰ মনেৰে এনে কুকৃত্য কৰিছে। স্বৰ্গদেৱৰ তামূলী-লিগিৰী লংকলী আৰু জৰাধৰা লিগিৰা মোহন, এই দুয়ো মাথো ভোগজৰা বাজৰপৰা ভিতৰলৈ অনা-নিয়া কৰিছিল। ইয়াৰ ভিতৰত লংকলী লিগিৰী স্বৰ্গদেৱৰ চেঙ্গেৰালি কালৰে পৰা আসৈ পোৱা তিৰোতা। স্বৰ্গদেৱে নিজে আগত থাকি উজনী চাউডাঙ্গৰ চ'ৰাতে ঘট পৰীক্ষা কৰি চালে, পৰীখাত লংকলী লিগিৰী পৰিল। তায়ে ৰং কৰি কোনোখান কৰিছে বুলি আৰু আগৰে মন-বুদ্ধি পোৱা মানুহ দেখি স্বৰ্গদেৱে কুকৃত্য যেন নুবুজি একো নামাতি-নুবুলি মনে-মনে থাকিল।
{{gap}}ৰূপহী আৰু চান্দমতী নামে স্বৰ্গদেৱৰ আৰু দুজনী লিগিৰী আছিল। ৰূপহীৰ বাপেক আছিল স্বৰ্গদেৱে দয়া কৰা লুকুমাই লৰা গঙ্গাৰাম। চান্দ লিগিৰীক স্বৰ্গদেৱে মৰম কৰি সোণৰ<noinclude></noinclude>
0ts9b3ua4mu8ifqitq4bsjnaxk26qds
পৃষ্ঠা:অসমীয়া ব্যাকৰণ.pdf/১
104
91435
248317
2026-04-25T06:19:44Z
~2026-25130-06
4426
/* মুদ্ৰণ সংশোধন কৰা হোৱা নাই */ Created blank page
248317
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="2401:4900:D05E:A857:4D57:33ED:80DB:88D5" /></noinclude><noinclude></noinclude>
4m6jp92cviqu0xih77040pha56wwa4n