ৱিকিউৎস aswikisource https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4 MediaWiki 1.47.0-wmf.6 first-letter মাধ্যম বিশেষ বাৰ্তা সদস্য সদস্য বাৰ্তা ৱিকিউৎস ৱিকিউৎস বাৰ্তা চিত্ৰ চিত্ৰ বাৰ্তা মিডিয়াৱিকি মিডিয়াৱিকি আলোচনা সাঁচ সাঁচ বাৰ্তা সহায় সহায় বাৰ্তা শ্ৰেণী শ্ৰেণী বাৰ্তা লেখক লেখক আলোচনা পৃষ্ঠা পৃষ্ঠা আলোচনা সূচী সূচী আলোচনা প্ৰকাশক প্ৰকাশক আলোচনা TimedText TimedText talk Module Module talk Event Event talk পৃষ্ঠা:অদৃষ্ট.pdf/১০০ 104 3565 253383 12541 2026-06-15T05:27:51Z নৰুনা বৰুৱা 4110 /* বৈধকৰণ হৈছে */ 253383 proofread-page text/x-wiki <noinclude><pagequality level="4" user="নৰুনা বৰুৱা" /></noinclude><center><big>'''অষ্টাদশ অধ্যায়।'''</big></center> <center>'''১১০ ধাৰা।'''</center> &nbsp;&nbsp;&nbsp;সেই দিনা ৰাতি এক বজাত বলো আৰু হৰ তেজপুৰ পালেহি। ইমান ৰাতি কলৈকো যাবলৈ সুবিধা নথকাত ৰাতি তেওঁলোক জাহাজতে থাকিল। পুৱা উঠি তেওঁলোকে নৈৰ দাঁতিতে প্ৰাতঃকৃত্য সমাপন কৰিলে আৰু গামোচা সলাই গা- পা ধুই ল’লে। তাৰ পাচত ক’ত ক’ত দয়াৰামক বিচাৰিব তাৰে আলোচনা কৰি পাৰলৈ উঠি আহিল।<br/> &nbsp;&nbsp;&nbsp;তেতিয়া গুৱাহাটীলৈ যাবলৈ দুই এজনকৈ যাত্ৰী জাহাজলৈ আহিছিল। দুজন ভদ্ৰলোক ফুৰি ফুৰি আহি ঘাটৰ ওচৰতে নৈৰ দাঁতিত থকা আসনখনত বহিছিল। এনেতে এজন বাবাজী অাহি জাহাজ এতিয়া শিঙৰীলৈ যাব নে নাযায় সুধিলে। তেওঁলোকে যাব বুলি ক’লে।<br/> &nbsp;&nbsp;&nbsp;বাবাজী জাহাজলৈ গ’ল। ভদ্ৰলোক দুজনৰ এজনে ক’লে। —“এই বাবাজীহঁতক দেখিলেই মোৰ খং উঠে। ইহঁত হয় চোৰ, নহয় লম্পট, নহয় ঢাঁদ।”<br/> &nbsp;&nbsp;&nbsp;আন জনে ক’লে,—“দুই এজন হব পাৰে, সেই বুলি অাটাইবোৰ তেনে নহয়।”<noinclude><references/></noinclude> 05ei0oiyc6ya65p4307rajp8hd0m4he পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৭ 104 64983 253382 185369 2026-06-15T05:19:30Z দিম্পল দাস 3774 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253382 proofread-page text/x-wiki <noinclude><pagequality level="3" user="দিম্পল দাস" />{{rh||৶৽|}}</noinclude>হল। সেই নিমিত্তে তেওঁবিলাক সাধাৰণৰ ওচৰত লজ্জিত আছে। সাধাৰণৰ পৰা মৰম পালে দ্বিতীয় বাৰ প্ৰকাশ কৰোঁতে অসমীয়া সুৰৰ গীতৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰা যাব। {{gap}}শেহত আমি শলাগ লৈ কওঁ যে, আমাৰ এই কামত কেবা জনো সমনীয়া বন্ধু আৰু ভাল মানুহে অৰ্থেৰে সহায় কৰিছে । তেওঁলোকৰ অৰ্থ সাহায্য নোপোৱা হলে আমি ইমান সোন- কালে সাধাৰণৰ আগত ইয়াক ধৰিবহি নোৱাৰিলোঁহেঁতেন। অসমীয়া ভাষাৰ সুলেখক আৰু শ্ৰদ্ধাস্পদ শ্রীযুত লক্ষ্মীনাথ বেজ- কৰা ডাঙ্গৰীয়াই আমাৰ এই পুথিখনিৰ ওপৰেদি চকু ফুৰাই শুদ্ধাশুদ্ধ চাই আমাক বাৰেওটি কালৰ নিমিত্তে তেওঁৰ ওচৰত কৃতজ্ঞতা-ডোলৰে বান্ধি ৰাখিলে। ইতি। তেজপুৰ,অসম<br>শকাব্দা ১৮১৩ {{brace2|3|}}<noinclude></noinclude> 6fm8tohqtjspivgw8ecsx2y2veytmoi পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১৩ 104 64992 253384 175152 2026-06-15T05:30:15Z দিম্পল দাস 3774 253384 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chiring chandan" /></noinclude>ধৰ্ম্মসঙ্গীত। সৰফদ্দা—একতালা। নিশা পৰভাত আজি উঠা আখি মেলি এ। সুপ্রসন্ন চতুৰ্দ্দিশে বহিছে মলয়া এ ৷৷ সবে নিদ্ৰা পৰিহৰি, উঠি বোলা হৰি হৰি, হৃদয়ে ভকতি ধৰি পূজাঁ হৰি পদ এ ৷ যত বিহঙ্গমচয়,সুখে হৰিগুণ গায়, তাসবাৰ সঙ্গে সুৰে ধৰাঁ হৰিনাম এ ॥ পূৰুবে সূৰুষ উদি,জ্বলিছে গগন ভেদি, বিতুৰ বিমল ৰশ্মি ধৰা বহি যায় এ ॥ ১ ॥<noinclude></noinclude> qfucqs6yps1r2oq7m1mual8hinh9ye9 253385 253384 2026-06-15T05:38:42Z দিম্পল দাস 3774 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253385 proofread-page text/x-wiki <noinclude><pagequality level="3" user="দিম্পল দাস" /></noinclude>{{Dhr|3em}} <center>{{Xxxx-larger|ধৰ্ম্মসঙ্গীত।}}</center> {{Dhr|5em}} <center>সৰফদ্দা—একতালা।</center> {{Dhr|1em}} {{Block center/s}} {{Block center|<poem>::নিশা পৰভাত আজি উঠা আখি মেলি এ। ::সুপ্রসন্ন চতুৰ্দ্দিশে বহিছে মলয়া এ ৷৷ সবে নিদ্ৰা পৰিহৰি,{{gap|4em}} উঠি বোলা হৰি হৰি, :হৃদয়ে ভকতি ধৰি পূজাঁ হৰি পদ এ ৷ যত বিহঙ্গমচয়,{{gap|4em}} সুখে হৰিগুণ গায়, :তাসবাৰ সঙ্গে সুৰে ধৰাঁ হৰিনাম এ ॥ পূৰুবে সূৰুষ উদি,{{gap|4em}} জ্বলিছে গগন ভেদি, :বিতুৰ বিমল ৰশ্মি ধৰা বহি যায় এ ॥ ১ ॥</poem>}} {{Dhr|2em}} <center>⸻</center><noinclude></noinclude> or3wlxf01pmqbgknzpj95w5tsizg0an 253386 253385 2026-06-15T05:39:45Z দিম্পল দাস 3774 253386 proofread-page text/x-wiki <noinclude><pagequality level="3" user="দিম্পল দাস" /></noinclude>{{Dhr|3em}} <center>{{Xxxx-larger|ধৰ্ম্মসঙ্গীত।}}</center> {{Dhr|5em}} <center>সৰফদ্দা—একতালা।</center> {{Dhr|1em}} {{Block center/s}} {{Block center|<poem>::নিশা পৰভাত আজি উঠা আখি মেলি এ। ::সুপ্রসন্ন চতুৰ্দ্দিশে বহিছে মলয়া এ ৷৷ সবে নিদ্ৰা পৰিহৰি,{{gap|4em}} উঠি বোলা হৰি হৰি, :হৃদয়ে ভকতি ধৰি পূজাঁ হৰি পদ এ ৷ যত বিহঙ্গমচয়,{{gap|4em}} সুখে হৰিগুণ গায়, :তাসবাৰ সঙ্গে সুৰে ধৰাঁ হৰিনাম এ ॥ পূৰুবে সূৰুষ উদি,{{gap|4em}} জ্বলিছে গগন ভেদি, :বিতুৰ বিমল ৰশ্মি ধৰা বহি যায় এ ॥ ১ ॥</poem>}} {{Dhr|2em}} <center>⸻</center><noinclude>{{Block center/e}}</noinclude> mwq9ukcscllufg487p17f5loir7em3o পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১৪ 104 64993 253389 175153 2026-06-15T05:59:47Z দিম্পল দাস 3774 253389 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Chiring chandan" /></noinclude><center>[ 2 ]</center> <center>ৰাগিণী টোড়ি—আড়াঠেকা।</center> {{Block center/s}} {{Block center|<poem>এন্ধাৰ ওৰণি ঠেলি পোহৰ বেলি ওলাল। ধীৰ সমীৰ বলিছে লাহে লাহে । বিহঙ্গমগণে ঈশ গান কৰে। {{Overfloat left|মন হোৱাঁ মগন অমৃত সাগৰে—আনন্দময় নীৰে ॥ ২॥}}</poem>}} {{Block center/e}} <center>⸻</center> <center>ৰাগ ভৈৰব—তাল একতালা।</center> {{Block center/s}} {{Block center|<poem>{{Overfloat left|ৰাতি যায়}} যায়, এবে উঠি ভাই, কৰাঁ বিভু গুণ গান। ধীৰে ধীৰে চোৱাঁ নিশা শেষ হয়। চোৱা হেৰা দিনমণিৰ উদয়, নিজ কাজ সাধি প্রফুল্ল হৃদয়ে উদিছে শোভি গগণ । গভীৰ নিশাৰ গভীৰতাময় মনোহৰ ভাম গালে এবে লয়, সুখ-প্রাণে প্রাণী, পশুপক্ষীচয় উঠে আনন্দিত মন | বিভু গুণ গানে পূৰোৱ৷ ভুবন, বিভু-বসে মজি নাচোক পরাণ, সুখৰ প্রভাতে হই এক প্রাণ, উৰুৱা প্ৰেম-নিছান ॥ হৰিনামে হ'ব মহা পাপ ক্ষয়, ভষ্মীভূত হ’ব কুবাসনাচয়, প্রেম-সুধা পান কৰিব হৃদয়, আনন্দে হ'ব মগন ॥ ৩॥</poem>}}<noinclude></noinclude> 9ay6cqfhscda90wfsnzekjnb13phapo 253390 253389 2026-06-15T06:08:48Z দিম্পল দাস 3774 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253390 proofread-page text/x-wiki <noinclude><pagequality level="3" user="দিম্পল দাস" /></noinclude><center>[ 2 ]</center> <center>ৰাগিণী টোড়ি—আড়াঠেকা।</center> {{Block center/s}} {{Block center|<poem>এন্ধাৰ ওৰণি ঠেলি পোহৰ বেলি ওলাল। ধীৰ সমীৰ বলিছে লাহে লাহে । বিহঙ্গমগণে ঈশ গান কৰে। {{Overfloat left|মন হোৱাঁ মগন অমৃত সাগৰে—আনন্দময় নীৰে ॥ ২॥}}</poem>}} {{Block center/e}} <center>⸻</center> <center>ৰাগ ভৈৰব—তাল একতালা।</center> {{Block center/s}} {{Block center|<poem>{{Overfloat left|ৰাতি যায়}} যায়, এবে উঠি ভাই, কৰাঁ বিভু গুণ গান। ধীৰে ধীৰে চোৱাঁ নিশা শেষ হয়। চোৱা হেৰা দিনমণিৰ উদয়, নিজ কাজ সাধি প্রফুল্ল হৃদয়ে :::উদিছে শোভি গগণ । গভীৰ নিশাৰ গভীৰতাময় মনোহৰ ভাৱ পালে এবে লয়, সুখ-প্রাণে প্রাণী, পশুপক্ষীচয় :::উঠে আনন্দিত মন ।। বিভু গুণ গানে পূৰোৱাঁ ভুবন, বিভু-ৰসে মজি নাচোক পৰাণ, সুখৰ প্রভাতে হই এক প্রাণ, :::উৰুৱাঁ প্ৰেম-নিছান ॥ হৰিনামে হ'ব মহা পাপ ক্ষয়, ভষ্মীভূত হ’ব কুবাসনাচয়, প্রেম-সুধা পান কৰিব হৃদয়, :::আনন্দে হ'ব মগন ॥ ৩॥</poem>}}<noinclude>{{Block center/e}}</noinclude> cf76rcirg4jcjca4if30u12hf33u3kv সূচী:মাতৃ (উপন্যাস).pdf 106 79777 253402 253368 2026-06-15T10:38:28Z BabulB 104 253402 proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title=মাতৃ |Language=as |Volume= |Edition= |Author=লক্ষেশ্বৰ শৰ্ম্মা |Co-author1= |Co-author2= |Co-author3= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher=বৰকটকী কোম্পানী |Address=যোৰহাট |Year=1934 |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=C |Pages=<pagelist 1="বেটুপাত" 2="বিজ্ঞাপন" 3="প্ৰথম পৃষ্ঠা" 5="উছৰ্গা" 6="-" 7to9="ভূমিকা" 10="-" 11="1" 114to116="-" 4="মুদ্ৰণ" /> |Volumes= |Remarks={{AuxTOC| {{c|{{xx-larger|'''সূচীপত্ৰ'''}}}} {{Table| title=[[মাতৃ/১|১]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১১|১]]}} {{Table| title=[[মাতৃ/২|২]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১৯|৯]]}} {{Table| title=[[মাতৃ/৩|৩]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/২৭|১৭]]}} {{Table| title=[[মাতৃ/৪|৪]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৩৭|২৭]]}} {{Table| title=[[মাতৃ/৫|৫]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৫|৩৫]]}} {{Table| title=[[মাতৃ/৬|৬]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৮|৩৮]]}} {{Table| title=[[মাতৃ/৭|৭]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৫০|৪০]]}} {{Table| title=[[মাতৃ/৯|৯]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৬৩|৫৩]]}} {{Table| title=[[মাতৃ/১০|১০]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৭২|৬২]]}} {{Table| title=[[মাতৃ/১১|১১]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৭৭|৬৭]]}} {{Table| title=[[মাতৃ/১২|১২]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৮৪|৭৪]]}} {{Table| title=[[মাতৃ/১৩|১৩]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৯৩|৮৩]]}} {{Table| title=[[মাতৃ/১৪|১৪]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১০২|৯২]]}} }} |Notes={{GLAMNSJ}}<br/> {{WSPRC2025}} |Width= |Css= |Header= |Footer= }} lzt5ttfaxxgs28ksc9yzbpnl99ld9ew পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৯৩ 104 80989 253401 237446 2026-06-15T10:37:29Z BabulB 104 253401 proofread-page text/x-wiki <noinclude><pagequality level="3" user="প্ৰয়াসী বৰঠাকুৰ" />{{rh||মাতৃ।|৮৩}}</noinclude>{{center|{{larger|'''(১৩)'''}}}} {{gap}}পলে আকৌ ঘৰৰ পিৰালিত ভৰি দিলেহি। এতিয়া বিপদ পাৰ হৈ গ'ল। অন্ততঃ তাৰ শঙ্কা গুচিল। {{gap}}সি মাকৰ দুৱাৰ-ডলিত অলপ ৰৈ মনতে ভাবিলে, এগনিছৰ লগত দেখা হোৱা আৰু তাই সমাজৰ মাজত তাক লাজ দিবলৈ হুমিওৱাৰ বাতৰিটো মাকক নোকোৱা ভাল নহব। মাক কিন্তু তেতিয়া টোপনিত। সেই দেখি সি আৰু নৰল। পুতেকৰ আৰু একো বিপদৰ আশঙ্কা নাই যেন ভাবি তেওঁ নিৰ্ভয়ে শুব লাগিছে। {{gap}}নিৰ্ভয়! সি তাৰ কোঠালীৰ কেউফালে চকু ফুৰাই ললে, যেন সি বহুত দিনৰ মূৰত বিপদীয়া যাত্ৰাৰ পৰাহে উভতি আহি ঘৰ পাইছেহি। ঘৰ তেনেই নিজম, সকলো বস্তু য'ত থাকিব লাগে তাতে আছে। জানোচা সেই শান্তি ভঙ্গ হয় এই ভয়ত সি কাপোৰ সলাওঁতেও হাতত সাৰে ভৰিত সাৰেহে ইফাল সিফাল কৰিছিল। ডাঁৰত থকা কাপোৰবোৰৰ ছাঁ বেৰত পৰিছিল; কিন্তু কাপোৰবোৰৰ ছাঁত কৈও ক'লা, তাৰ ওপৰতে কাঠৰ হাঁকোটা এটাত থোৱা তাৰ টুপীটো। চোলাটোৰ হাত দুটা ওলমি পৰি আছে, যেন বৰ ভাগৰতহে। এই আটাইবোৰ বস্তুৱেই তেজমাংশহীন ক'লা ভূত যেন হৈ তাৰ মনত ভয় সুমাই দিছিল। যি পাপৰ পৰা সি আজি নিজকে আঁতৰাইছে, অথচ আকৌ কাইলৈ সংসাৰৰ যাত্ৰাত যি পাপে তাৰ পাচ লবলৈ খাপ লৈ আছে, এইটো যেন তাৰেই ছাঁ।<noinclude></noinclude> kusetp1bmi3rl80c00agfloa4aabfb6 ড্ৰাকুলা 0 83430 253403 224557 2026-06-15T10:46:10Z BabulB 104 253403 wikitext text/x-wiki {{header | title = ড্ৰাকুলা | author = ব্ৰাম ষ্টোকাৰ | year = ২০০৬ | translator = চৈয়দ মজিদুৰ ৰহমান | section = | previous = | next = | notes = | categories = }} <pages index="ড্ৰাকুলা.pdf" from=1 to=82/> {{page break|label=}} {{PermissionOTRS|id=2025120210250577|user=}} {{CC-BY-SA-4.0}} [[শ্ৰেণী:উপন্যাস]] {{AuxTOC| {{c|{{xx-larger|'''সূচীপত্ৰ'''}}}} {{Table| title=[[ড্ৰাকুলা/১|১]]| page=}} {{Table| title=[[ড্ৰাকুলা/২|২]]| page=}} {{Table| title=[[ড্ৰাকুলা/৩|৩]]| page=}} {{Table| title=[[ড্ৰাকুলা/৪|৪]]| page=}} {{Table| title=[[ড্ৰাকুলা/৫|৫]]| page=}} {{Table| title=[[ড্ৰাকুলা/৬|৬]]| page=}} {{Table| title=[[ড্ৰাকুলা/৭|৭]]| page=}} {{Table| title=[[ড্ৰাকুলা/৮|৮]]| page=}} {{Table| title=[[ড্ৰাকুলা/৯|৯]]| page=}} {{Table| title=[[ড্ৰাকুলা/১০|১০]]| page=}} {{Table| title=[[ড্ৰাকুলা/১১|১১]]| page=}} {{Table| title=[[ড্ৰাকুলা/১২|১২]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৩|১৩]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৪|১৪]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৫|১৫]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৬|১৬]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৭|১৭]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৮|১৮]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৯|১৯]]| page=}} {{Table| title=[[ড্ৰাকুলা/২০|২০]]| page=}} {{Table| title=[[ড্ৰাকুলা/২১|২১]]| page=}} {{Table| title=[[ড্ৰাকুলা/২২|২২]]| page=}} {{Table| title=[[ড্ৰাকুলা/২৩|২৩]]| page=}} {{Table| title=[[ড্ৰাকুলা/২৪|২৪]]| page=}} {{Table| title=[[ড্ৰাকুলা/২৫|২৫]]| page=}} }} jaih6c0olz6ifax12afyctlzyxxx9fv 253404 253403 2026-06-15T10:46:54Z BabulB 104 253404 wikitext text/x-wiki {{header | title = ড্ৰাকুলা | author = ব্ৰাম ষ্টোকাৰ | year = ২০০৬ | translator = চৈয়দ মজিদুৰ ৰহমান | section = | previous = | next = | notes = | categories = }} <pages index="ড্ৰাকুলা.pdf" from=1 to=5/> {{page break|label=}} {{PermissionOTRS|id=2025120210250577|user=}} {{CC-BY-SA-4.0}} [[শ্ৰেণী:উপন্যাস]] {{AuxTOC| {{c|{{xx-larger|'''সূচীপত্ৰ'''}}}} {{Table| title=[[ড্ৰাকুলা/১|১]]| page=}} {{Table| title=[[ড্ৰাকুলা/২|২]]| page=}} {{Table| title=[[ড্ৰাকুলা/৩|৩]]| page=}} {{Table| title=[[ড্ৰাকুলা/৪|৪]]| page=}} {{Table| title=[[ড্ৰাকুলা/৫|৫]]| page=}} {{Table| title=[[ড্ৰাকুলা/৬|৬]]| page=}} {{Table| title=[[ড্ৰাকুলা/৭|৭]]| page=}} {{Table| title=[[ড্ৰাকুলা/৮|৮]]| page=}} {{Table| title=[[ড্ৰাকুলা/৯|৯]]| page=}} {{Table| title=[[ড্ৰাকুলা/১০|১০]]| page=}} {{Table| title=[[ড্ৰাকুলা/১১|১১]]| page=}} {{Table| title=[[ড্ৰাকুলা/১২|১২]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৩|১৩]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৪|১৪]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৫|১৫]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৬|১৬]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৭|১৭]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৮|১৮]]| page=}} {{Table| title=[[ড্ৰাকুলা/১৯|১৯]]| page=}} {{Table| title=[[ড্ৰাকুলা/২০|২০]]| page=}} {{Table| title=[[ড্ৰাকুলা/২১|২১]]| page=}} {{Table| title=[[ড্ৰাকুলা/২২|২২]]| page=}} {{Table| title=[[ড্ৰাকুলা/২৩|২৩]]| page=}} {{Table| title=[[ড্ৰাকুলা/২৪|২৪]]| page=}} {{Table| title=[[ড্ৰাকুলা/২৫|২৫]]| page=}} }} rl5931xwh1cvuwanxgljcqpavgx44lt সদস্য:দিম্পল দাস/sandbox 2 86407 253387 238147 2026-06-15T05:45:36Z দিম্পল দাস 3774 253387 wikitext text/x-wiki * [[সাঁচ:Custom_rule]] {| {{ts|wa|mc}} | width=30% |<center>কটন কলেজ, গুৱাহাটী।<br>১।৫।৩৪</center> | width=3% rowspan=2| {{brace2|3|r}} | {{ts|ar}} |<center>শ্রীবাণীকান্ত কাকতি।</big></center>{{gap|1em}} |} * https://bn.wikisource.org/wiki/ব্যবহারকারী:Nettime_Sujata/খেলাঘর_১ * <big>Page Link </big> - https://as.wikisource.org/w/index.php?title=কুলাংগাৰ/জিলিকি-থকা-বালিবোৰ-এশ-বছৰৰ-পাছত-সোণ-হয়&action=edit * https://as.wikisource.org/w/index.php?title=পৃষ্ঠা:শ্ৰীমদ্ভগবদ্গীতা.pdf/৫&action=edit * https://as.wikisource.org/w/index.php?title=পৃষ্ঠা:ৰত্নাকৰ.pdf/৪৫&action=edit 7n2qobhplk76hfpczefv7yh9ji2mkfq 253388 253387 2026-06-15T05:47:20Z দিম্পল দাস 3774 253388 wikitext text/x-wiki * [[সাঁচ:Custom_rule]] {| {{ts|wa|mc}} | width=30% |<center>কটন কলেজ, গুৱাহাটী।<br>১।৫।৩৪</center> | width=3% rowspan=2| {{brace2|3|r}} | {{ts|ar}} |<center>শ্রীবাণীকান্ত কাকতি।</big></center>{{gap|1em}} |} * https://bn.wikisource.org/wiki/ব্যবহারকারী:Nettime_Sujata/খেলাঘর_১ * <big>Page Link </big> - https://as.wikisource.org/w/index.php?title=কুলাংগাৰ/জিলিকি-থকা-বালিবোৰ-এশ-বছৰৰ-পাছত-সোণ-হয়&action=edit * https://as.wikisource.org/w/index.php?title=পৃষ্ঠা:শ্ৰীমদ্ভগবদ্গীতা.pdf/৫&action=edit * https://as.wikisource.org/w/index.php?title=পৃষ্ঠা:ৰত্নাকৰ.pdf/৪৫&action=edit * https://as.wikisource.org/w/index.php?title=পৃষ্ঠা:ৰত্নাকৰ.pdf/১৮&action=edit kqnn9n9hcdflv08yjehmx2nm304sp21 পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৯১ 104 92355 253373 253372 2026-06-14T12:45:40Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253373 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|90|✦ The Voices Exploring the Lives of Eminent Mising Women of Golaghat District|}}</noinclude> {{Playscript|gap=10|| and sisters and especially of the children of my sister to take over.Therefore did never think of marrying someone for the attachment.}} {{Playscript|gap=10| The author:| What is your approach towards the Mising women?}} {{Playscript|gap=10| Jayanti Gohain Doley:| The Mising women are quite innocent and simple. They had to perform the household activities right from the dawn. Today such women are not found. The women have undergone changes in due course of time. But they must preserve their tradition amidst all the social changes.}}<noinclude></noinclude> qegss8ocuf58qia4njci4tn3b7hq6cx পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৯৬ 104 92358 253380 252482 2026-06-14T13:32:10Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253380 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||The Voices Exploring the Lives of Eminent Mising Women of Golaghat District ✦|95}}</noinclude> {{Playscript|gap=10|| after a span of time.In my own case, my own mother accompanied me to catch fishes and carry children to the fields.My parents were very happy if I did not go to school.But I somehow escaped to school.}} {{Playscript|gap=10| The Author:| What is the present status of women in Mising society?}} {{Playscript|gap=10| Padmawati Pegu<br> Kutum:| It is better now. I think that they should go further.}} {{Playscript|gap=10| The Author:| What is your advice to the Mising women?}} {{Playscript|gap=10| Padmawati Pegu<br> Kutum:| They should take care of their family, their children and should also respect their parents.}}<noinclude></noinclude> 93mjvv2tnwzry8dh6pf5rshqyptk2nw পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/১০০ 104 92362 253379 252476 2026-06-14T13:25:00Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253379 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||The Voices Exploring the Lives of Eminent Mising Women of Golaghat District✦ |99}}</noinclude> present condition is better and the credit goes to Rewati.She with her brother Meghnath Saikia donated thirteen acres of land in 1988 for Dhansiri Tribal M.E. School. Besides, Lalit Bahadur Chetri also donated two acres of land to the school. It is definitely rare to find such social activist and an ideal woman at present. The interview with Rewati Saikia at her own residence taken on 3rd September,2018 is given below: {{Playscript|gap=10| The Author:|What kind of difference do you see between the Mising woman of your time and that of now?}} {{Playscript|gap=10| Rewati Saikia Pegu:| Mising women have come so far. They have been shining everywhere in sports,education,politics etc.Earlier their lives were too simple.}} {{Playscript|gap=10| The author:| What will you say about the eductaion of the Mising Women?}} {{Playscript|gap=10| Rewati Saikia Pegu:| It is important to be intelligent rather than educated. They need to be smart and need to keep pace with time in a parallel way as they must obtain real qualitative education.}} {{Playscript|gap=10| The author:|What would you say about the Mising women?}} {{Playscript|gap=10| Rewati Saikia Pegu:| It seems to be a great achievement for the Mising people that they have undergone progress in the educational field. Especially the guardians should take part in educating their girl child. They must also think about the family and the society as well.}}<noinclude></noinclude> 4517dnbc01nk2wlccnyotsih8zmt376 পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৪১ 104 92417 253377 252487 2026-06-14T13:06:33Z নৰুনা বৰুৱা 4110 253377 proofread-page text/x-wiki <noinclude><pagequality level="1" user="নৰুনা বৰুৱা" />{{rh|৪০|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude> চনৰ ৩১ জুলাই তাৰিখে এগৰাকী সাহসী, কলা-নিপুন, দূৰদৃষ্টিসম্পন্না এইগৰাকী মিচিং নাৰীয়ে সকলোৰে পৰা এই পৃথিৱীৰ পৰা বিদায় ল'বলৈ বাধ্য হয়। তথ্য দাতাঃ শ্ৰীমতী নীৰদা পাইট (গোলাপী পেগুৰ সৰু জী) শশীধৰ পেগু (ভতিজাক, গাঁওবুঢ়া, দুসুঁতি মুখ) তথ্য সংগ্ৰহৰ তাৰিখঃ ক্ৰমে ২১ চেপ্তেম্বৰ, ২০১৮, ২১ অক্টোবৰ, ২০১৮<noinclude></noinclude> oixw5ekifzkwxktc6115jdoxq87gacw 253378 253377 2026-06-14T13:12:14Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253378 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|৪০|✦ মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা |}}</noinclude> চনৰ ৩১ জুলাই তাৰিখে এগৰাকী সাহসী, কলা-নিপুন, দূৰদৃষ্টিসম্পন্না এইগৰাকী মিচিং নাৰীয়ে সকলোৰে পৰা এই পৃথিৱীৰ পৰা বিদায় ল'বলৈ বাধ্য হয়। {{Right|''তথ্য দাতাঃ শ্ৰীমতী নীৰদা পাইট (গোলাপী পেগুৰ সৰু জী'')}} {{Right|''শশীধৰ পেগু (ভতিজাক, গাঁওবুঢ়া, দুসুঁতি মুখ)''}} {{Right|''তথ্য সংগ্ৰহৰ তাৰিখঃ ক্ৰমে ২১ চেপ্তেম্বৰ, ২০১৮, ২১ অক্টোবৰ, ২০১৮''}}<noinclude></noinclude> bxa8atiaeaieqtoosgj61fwzpkrfl7e পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৫৮ 104 92435 253374 252505 2026-06-14T12:55:25Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 253374 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা✦ |৫৭}}</noinclude> হোৱা কথোপকথনবোৰ আছিল এনেধৰণৰ— {{Playscript|gap=10| প্ৰথম প্ৰশ্নঃ| “মিচিং নাৰী তেতিয়াৰ আৰু এতিয়াৰ’– কি পাৰ্থক্য দেখা পাইছে?}} {{Playscript|gap=10| ৰেৱতী শ‍ইকীয়া পেগুঃ| আগতকৈ মিচিং নাৰী আগবাঢ়িছে। শিক্ষা-দীক্ষা, খেলা-ধূলা, ৰাজনীতি সকলোতে মিচিং নাৰী আগবাঢ়ি অহা দেখিবলৈ পাইছো। আগতে মিচিং নাৰীসকলৰ জীৱন প্ৰণালী খুব সহজ-সৰল আছিল।}} {{Playscript|gap=10| দ্বিতীয় প্ৰশ্নঃ| মিচিং নাৰীৰ শিক্ষা সম্পৰ্কে কি ক'ব?}} {{Playscript|gap=10| ৰেৱতী শ‍ইকীয়া পেগুঃ| শিক্ষিত হ'লেই নহ'ব, জ্ঞানীও হ'ব লাগিব। প্ৰকৃত গুণগত শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰাল ভাৱে যুগৰ লগত খাপ খোৱাকৈ স্মাৰ্ট হোৱাটো বাঞ্চনীয়।}} {{Playscript|gap=10| তৃতীয় প্ৰশ্নঃ| মিচিং নাৰীৰ প্ৰতি পৰামৰ্শ দিবনে?}} {{Playscript|gap=10| ৰেৱতী শ‍ইকীয়া পেগুঃ| মিচিং নাৰীয়ে শিক্ষা-দীক্ষাত আগবঢ়াটো খুব ভাল হৈছে। বিশেষকৈ কন্যা সন্তানক শিক্ষিত কৰাটো অভিভাৱকৰ লগতে সমগ্ৰ সমাজৰ সচেতন মহলে আগভাগ লোৱা উচিত। শিক্ষা-দীক্ষাত আগবঢ়াৰ লগতে ঘৰখন আৰু সমাজখনৰ কথাও চিন্তা কৰিব লাগে।}} {{center|(তথ্য সংগ্ৰহৰ তাৰিখঃ ০৩/০৮/২০১৮)}}<noinclude></noinclude> kyqr3dthqwd5duhfjtcv4042a7wv2o1 পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৮৫ 104 92476 253375 252795 2026-06-14T12:59:00Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253375 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh|84|✦ The Voices Exploring the Lives of Eminent Mising Women of Golaghat District|}}</noinclude> in terms of their economy earned through huge crops on the fertile soils of the river Brahmaputra.Jetuka was the most powerful person of his time and the society did never take any decision without his consent.his daughter Golapi was sweet right from her childhood.She became the centre of attraction for people for her physical glory.She was one amongst the three who took admissionin the founding year of Dusutimukh M.E.School in 1947 with the other two namely Nilima medok and Bina Medok.Golapi ended her studies in class 6th. {{Gap}}There is a statement in Assamese: "Even the Gods are attracted towards beautiful woman".Golapi was not only beautiful but also well expert in weaving and designing clothes. She was well-versed in preparing the famous "Poro: Apong:". Peole of other communities thanked Golapi for the delicious "Poro: Apong:". Golapi made people forget the taste of other items even prepared in a Five Star Hotel by offering self-prepared Poro:Apong:, Pita: Oying:. etc. In 1962, Golapi welcomed the then Prime Minster of India Indira Gandhi through her self-made Mekhela-Sador, R:bi: Gaseng: and other Mising wearings.Indira Gandhi appreciated Golapi Pegu for her unique design and craftsmanship in preparing the dresses of the Mising Community. {{Gap}}Golapi Pegu started her marital life marrying Lakhyanath Doley of Lakhimpur district.He was then an advocate in the Lakhimpur District Court.As signs of their marital life, two daughters namely Boroda and Niroda and four sons namely Chahan, Rohan, Migam and Durlav were born. Lakhya Doley was elected as an MLA of Lakhimpur Legislative Assembly for his courageous nature.For his political knowledge and his skills of management, he was again elected as the MLA in the year 1972 and 1978. He was the Flood Control Minster in Sarat Chandra<noinclude></noinclude> 931udoyv2auewpkdbo0a3r0zoqnoj1m পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৮২ 104 92479 253376 252798 2026-06-14T13:03:28Z নৰুনা বৰুৱা 4110 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253376 proofread-page text/x-wiki <noinclude><pagequality level="3" user="নৰুনা বৰুৱা" />{{rh||The Voices Exploring the Lives of Eminent Mising Women of Golaghat District ✦ |81}}</noinclude> {{center|{{Xxxx-larger|NILIMA PATHORI MEDOK}}}} {{center|''Give Girls the wings to fly not the pain to cry and die.''}} {{gap}}Girl child is provided special status in the Mising society. The hill girls are free from conservatism in different conditions. They are provided freedom to choose the life partner themselves. The tribal girls get the first place in different tribal rituals.If a girl in the Mising society elopes with a stranger, it is not considered to be a sin. The bride family has to pay to remove the element of sin from their shoulders and thus girls are provided quite a superior place in the tribal Mising society.Nilima Pathori Medok is considered to be the first Mising lady to teach in a school.She was born on 21st april, 1936. Her father was Dichoi Pathori and mother UmpaiPathori.Her father had enough lands in his hand. Nilima spent her childhood with three elder sisters Kedari, Petuli and Racai and her brother Puniram.Nilima went to Dusutimukh M.E.School for primary education.She was a well- to-do lady who was able to to pass the class vi exam at that time with hard labour. '''Her family life:''' {{Gap}}She was married to Ramchandra medok. Ramchandra was a teacher in the Dusutimukh M.E.school. Dusutimukh was converted to an educational hub under initiative of Podai Medok, Ramchandra Medok, Kamal Pegu, Durgeshwar Patgiri and all. Nilima Medok followed the same profession astaken by her husband. In 1955 she joined as teacher in Rongagora L.P.School<noinclude></noinclude> q2zwc3q5kjx6z1g7ueu0h0afx7yw0dd পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৫১ 104 92518 253394 253307 2026-06-15T06:13:09Z Sameer Kalita14 4455 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253394 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sameer Kalita14" /></noinclude>আহি খোজ দিলো। দহ মিনিটমান খোজকাঢ়ি যোৱাৰ পিছতেই পল্টন বজাৰলৈ যোৱা এখন চিটি বাছ পালোঁ। চিটি বাছত উঠি আমি পল্টন বজাৰত নামিলো আৰু 'জন শতাব্দী'ত যোৰহাটলৈ বুলি টিকট কৰিলো। সেইদিনা 'জন শতাব্দী ত সকলোৱে আহি যোৰহাট পালোহি । .<noinclude>{{rh| |৪৯✦ {{gap}}ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ. {{gap}}✦ ৪৯|}}</noinclude> oxilmod20alvw8l1svei03qr1loznfs 253395 253394 2026-06-15T06:13:25Z Sameer Kalita14 4455 253395 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sameer Kalita14" /></noinclude>আহি খোজ দিলো। দহ মিনিটমান খোজকাঢ়ি যোৱাৰ পিছতেই পল্টন বজাৰলৈ যোৱা এখন চিটি বাছ পালোঁ। চিটি বাছত উঠি আমি পল্টন বজাৰত নামিলো আৰু 'জন শতাব্দী'ত যোৰহাটলৈ বুলি টিকট কৰিলো। সেইদিনা 'জন শতাব্দী ত সকলোৱে আহি যোৰহাট পালোহি । .<noinclude>{{rh| |৪৯✦ {{gap}}ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ. {{gap}}✦ ৪৯|}}</noinclude> dcctcj0gnw7rceq26twk01rp496eg76 মাতৃ 0 92532 253397 253369 2026-06-15T10:28:59Z BabulB 104 253397 wikitext text/x-wiki {{header | title = মাতৃ | author = লক্ষেশ্বৰ শৰ্ম্মা | year = ১৯৩৪ | translator = | section = | previous = | next = [[মাতৃ/১|১]] | notes = | categories = }} <pages index="মাতৃ (উপন্যাস).pdf" from=1 to=1/> {{page break|label=}} <pages index="মাতৃ (উপন্যাস).pdf" from=2 to=2/> {{page break|label=}} <pages index="মাতৃ (উপন্যাস).pdf" from=3 to=9/> {{page break|label=}} {{AuxTOC| {{c|{{xx-larger|'''সূচীপত্ৰ'''}}}} {{Table| title=[[মাতৃ/১|১]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১১|১]]}} {{Table| title=[[মাতৃ/২|২]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১৯|৯]]}} {{Table| title=[[মাতৃ/৩|৩]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/২৭|১৭]]}} {{Table| title=[[মাতৃ/৪|৪]]| page=২৭}} {{Table| title=[[মাতৃ/৫|৫]]| page=৩৫}} {{Table| title=[[মাতৃ/৬|৬]]| page=৩৮}} {{Table| title=[[মাতৃ/৭|৭]]| page=৪০}} {{Table| title=[[মাতৃ/৯|৯]]| page=৫৩}} {{Table| title=[[মাতৃ/১০|১০]]| page=৬২}} {{Table| title=[[মাতৃ/১১|১১]]| page=৬৭}} {{Table| title=[[মাতৃ/১২|১২]]| page=৭৪}} {{Table| title=[[মাতৃ/১৩|১৩]]| page=৮৩}} {{Table| title=[[মাতৃ/১৪|১৪]]| page=৯২}} }} {{PD-India}} c1dk4pwa12fmn7lfe1gfy5kpbok3kq1 253398 253397 2026-06-15T10:31:00Z BabulB 104 253398 wikitext text/x-wiki {{header | title = মাতৃ | author = লক্ষেশ্বৰ শৰ্ম্মা | year = ১৯৩৪ | translator = | section = | previous = | next = [[মাতৃ/১|১]] | notes = | categories = }} <pages index="মাতৃ (উপন্যাস).pdf" from=1 to=1/> {{page break|label=}} <pages index="মাতৃ (উপন্যাস).pdf" from=2 to=2/> {{page break|label=}} <pages index="মাতৃ (উপন্যাস).pdf" from=3 to=9/> {{page break|label=}} {{AuxTOC| {{c|{{xx-larger|'''সূচীপত্ৰ'''}}}} {{Table| title=[[মাতৃ/১|১]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১১|১]]}} {{Table| title=[[মাতৃ/২|২]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১৯|৯]]}} {{Table| title=[[মাতৃ/৩|৩]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/২৭|১৭]]}} {{Table| title=[[মাতৃ/৪|৪]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৩৭|২৭]]}} {{Table| title=[[মাতৃ/৫|৫]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৫|৩৫]]}} {{Table| title=[[মাতৃ/৬|৬]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৮|৩৮]]}} {{Table| title=[[মাতৃ/৭|৭]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৫০|৪০]]}} {{Table| title=[[মাতৃ/৯|৯]]| page=৫৩}} {{Table| title=[[মাতৃ/১০|১০]]| page=৬২}} {{Table| title=[[মাতৃ/১১|১১]]| page=৬৭}} {{Table| title=[[মাতৃ/১২|১২]]| page=৭৪}} {{Table| title=[[মাতৃ/১৩|১৩]]| page=৮৩}} {{Table| title=[[মাতৃ/১৪|১৪]]| page=৯২}} }} {{PD-India}} r0qqpmxcmqunr4rdh1dv91ngzj3ytdc 253399 253398 2026-06-15T10:32:44Z BabulB 104 253399 wikitext text/x-wiki {{header | title = মাতৃ | author = লক্ষেশ্বৰ শৰ্ম্মা | year = ১৯৩৪ | translator = | section = | previous = | next = [[মাতৃ/১|১]] | notes = | categories = }} <pages index="মাতৃ (উপন্যাস).pdf" from=1 to=1/> {{page break|label=}} <pages index="মাতৃ (উপন্যাস).pdf" from=2 to=2/> {{page break|label=}} <pages index="মাতৃ (উপন্যাস).pdf" from=3 to=9/> {{page break|label=}} {{AuxTOC| {{c|{{xx-larger|'''সূচীপত্ৰ'''}}}} {{Table| title=[[মাতৃ/১|১]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১১|১]]}} {{Table| title=[[মাতৃ/২|২]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১৯|৯]]}} {{Table| title=[[মাতৃ/৩|৩]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/২৭|১৭]]}} {{Table| title=[[মাতৃ/৪|৪]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৩৭|২৭]]}} {{Table| title=[[মাতৃ/৫|৫]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৫|৩৫]]}} {{Table| title=[[মাতৃ/৬|৬]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৮|৩৮]]}} {{Table| title=[[মাতৃ/৭|৭]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৫০|৪০]]}} {{Table| title=[[মাতৃ/৯|৯]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৬৩|৫৩]]}} {{Table| title=[[মাতৃ/১০|১০]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৭২|৬২]]}} {{Table| title=[[মাতৃ/১১|১১]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৭৭৬৭]]}} {{Table| title=[[মাতৃ/১২|১২]]| page=৭৪}} {{Table| title=[[মাতৃ/১৩|১৩]]| page=৮৩}} {{Table| title=[[মাতৃ/১৪|১৪]]| page=৯২}} }} {{PD-India}} nw2dzvto6dw3o2nedb5kb5ty944bzj7 253400 253399 2026-06-15T10:35:08Z BabulB 104 253400 wikitext text/x-wiki {{header | title = মাতৃ | author = লক্ষেশ্বৰ শৰ্ম্মা | year = ১৯৩৪ | translator = | section = | previous = | next = [[মাতৃ/১|১]] | notes = | categories = }} <pages index="মাতৃ (উপন্যাস).pdf" from=1 to=1/> {{page break|label=}} <pages index="মাতৃ (উপন্যাস).pdf" from=2 to=2/> {{page break|label=}} <pages index="মাতৃ (উপন্যাস).pdf" from=3 to=9/> {{page break|label=}} {{AuxTOC| {{c|{{xx-larger|'''সূচীপত্ৰ'''}}}} {{Table| title=[[মাতৃ/১|১]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১১|১]]}} {{Table| title=[[মাতৃ/২|২]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১৯|৯]]}} {{Table| title=[[মাতৃ/৩|৩]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/২৭|১৭]]}} {{Table| title=[[মাতৃ/৪|৪]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৩৭|২৭]]}} {{Table| title=[[মাতৃ/৫|৫]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৫|৩৫]]}} {{Table| title=[[মাতৃ/৬|৬]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৮|৩৮]]}} {{Table| title=[[মাতৃ/৭|৭]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৫০|৪০]]}} {{Table| title=[[মাতৃ/৯|৯]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৬৩|৫৩]]}} {{Table| title=[[মাতৃ/১০|১০]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৭২|৬২]]}} {{Table| title=[[মাতৃ/১১|১১]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৭৭|৬৭]]}} {{Table| title=[[মাতৃ/১২|১২]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৮৪|৭৪]]}} {{Table| title=[[মাতৃ/১৩|১৩]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৯৩|৮৩]]}} {{Table| title=[[মাতৃ/১৪|১৪]]| page=[[পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১০২|৯২]]}} }} {{PD-India}} 9nhoqwt8v3b334mt3bqs9oedhb6go15 পৃষ্ঠা:মিচিং নাৰীকণ্ঠ.pdf/৬৫ 104 92533 253381 2026-06-14T13:35:54Z নৰুনা বৰুৱা 4110 /* লিখা নথকা */ 253381 proofread-page text/x-wiki <noinclude><pagequality level="0" user="নৰুনা বৰুৱা" />{{rh|number|মিচিং নাৰীকণ্ঠ গোলাঘাট জিলাৰ অগ্ৰণী মিচিং নাৰীৰ জীৱন গাথা|}}</noinclude><noinclude></noinclude> 8krepfw0yqstfc9p0cedcuw7ecslsjp পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৪৯ 104 92534 253391 2026-06-15T06:10:49Z Sameer Kalita14 4455 ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 253391 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Sameer Kalita14" /></noinclude>সংগ্ৰহ কৰিলোঁ। ১৮ ডিচেম্বৰত পঞ্জীয়নৰ বাদে বিশেষ একো অনুষ্ঠান হোৱা নাছিল বাবে সন্ধ্যালৈকে ষ্টেডিয়ামটোৰ লগতে বিভিন্ন ক্ৰীড়াৰ বাবে অনুশীলন কৰা (প্ৰতিযোগিতাৰ বাবে তৈয়াৰ কৰি ৰখা) স্থলীসমূহ চাবলৈ গ'লো। সন্ধিয়া সাতমান বজাত য়ুথ অফিচাৰ সুনীল কুমাৰ বসুমতাৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ প্ৰগ্ৰেম অফিচাৰক উদ্দেশ্যি প্ৰগ্ৰেমটোৰ সম্পৰ্কে চমুকৈ নিয়মাৱলীসমূহ উল্লেখ কৰিলে। ৰাতি দহমান বজাত সকলোৱে 'ডাইনিং হল ত আহাৰ গ্ৰহণ কৰি নিজ- নিজা বিচনাত শুই পৰিলো। {{gap}}১৯ জানুৱাৰীত পুৱাই উঠি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক এপাক ষ্টেডিয়ামৰ পিনে নি খোজ কাঢ়িবলৈ দিলো। ব্ৰেকফাষ্ট কৰাৰ পিছত এঘাৰমান বজাত সকলোৰে কাৰণে টুপী, স্পৰ্টিং আদি এটা কাউন্টাৰৰ পৰা সংগ্ৰহ কৰিলো। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাহিৰেও নেহৰু যুৱ কেন্দ্ৰ, গ্ৰাম্য সংস্কৃতিক দল আদিয়ে অংশগ্ৰহণৰ বাবে আহিছিল আৰু সেইয়ে শাৰী পাতি স্পৰ্টিং, টুপী আদি সামগ্ৰীবোৰ সংগ্ৰহ কৰোঁতে দুঘন্টামান লাগিল। সামগ্ৰীবোৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে হাতে হাতে দি সকলোকে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিবলৈ নিৰ্দেশ দিলো। বিয়লি পাঁচমান বজাত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আহি উত্তৰ-পূৱ যুৱ মহোৎসৱৰ উদ্বোধন কৰে। ভাষণ প্ৰসঙ্গত গগৈ ডাঙৰীয়াই উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল আজিৰ তাৰিখত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে। উদ্বোধনী অনুষ্ঠানৰ শেষত সকলোৱে গৈ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰো {{gap}}২০.ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত Youth con- vention and survichar নামৰ অনুষ্ঠান সম্পন্ন হ'ল। ভাৰতবৰ্ষৰ বিখ্যাত সমাজকৰ্মী তথা ৰাষ্ট্ৰীয় যুৱ প্ৰকল্পৰ প্ৰতিষ্ঠাপক ড° এছ.এন চুব্বাৰাৱে (ভাই জী) ভাষণ প্ৰদান কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষক একতাৰ সাংস্কৃতিক ডোলেৰে বান্ধি ৰখাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ সংস্কৃতি প্ৰদৰ্শন কৰিবৰ বাবে ২৮ গৰাকী ছাত্ৰ- ছাত্ৰী নিৰ্বাচিত কৰিছিল। আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ নীতিশ গগৈ আৰু ছাত্ৰী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ ৪৭<noinclude>{{rh| |৪৭✦ {{gap}}ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ. {{gap}}✦ ৪৭|}}</noinclude> ibc4pmbpi9neksox1vp7qmhbu4u4zlp 253392 253391 2026-06-15T06:11:43Z Sameer Kalita14 4455 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ 253392 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sameer Kalita14" /></noinclude>সংগ্ৰহ কৰিলোঁ। ১৮ ডিচেম্বৰত পঞ্জীয়নৰ বাদে বিশেষ একো অনুষ্ঠান হোৱা নাছিল বাবে সন্ধ্যালৈকে ষ্টেডিয়ামটোৰ লগতে বিভিন্ন ক্ৰীড়াৰ বাবে অনুশীলন কৰা (প্ৰতিযোগিতাৰ বাবে তৈয়াৰ কৰি ৰখা) স্থলীসমূহ চাবলৈ গ'লো। সন্ধিয়া সাতমান বজাত য়ুথ অফিচাৰ সুনীল কুমাৰ বসুমতাৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ প্ৰগ্ৰেম অফিচাৰক উদ্দেশ্যি প্ৰগ্ৰেমটোৰ সম্পৰ্কে চমুকৈ নিয়মাৱলীসমূহ উল্লেখ কৰিলে। ৰাতি দহমান বজাত সকলোৱে 'ডাইনিং হল ত আহাৰ গ্ৰহণ কৰি নিজ- নিজা বিচনাত শুই পৰিলো।<br> {{gap}}১৯ জানুৱাৰীত পুৱাই উঠি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক এপাক ষ্টেডিয়ামৰ পিনে নি খোজ কাঢ়িবলৈ দিলো। ব্ৰেকফাষ্ট কৰাৰ পিছত এঘাৰমান বজাত সকলোৰে কাৰণে টুপী, স্পৰ্টিং আদি এটা কাউন্টাৰৰ পৰা সংগ্ৰহ কৰিলো। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাহিৰেও নেহৰু যুৱ কেন্দ্ৰ, গ্ৰাম্য সংস্কৃতিক দল আদিয়ে অংশগ্ৰহণৰ বাবে আহিছিল আৰু সেইয়ে শাৰী পাতি স্পৰ্টিং, টুপী আদি সামগ্ৰীবোৰ সংগ্ৰহ কৰোঁতে দুঘন্টামান লাগিল। সামগ্ৰীবোৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে হাতে হাতে দি সকলোকে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰিবলৈ নিৰ্দেশ দিলো। বিয়লি পাঁচমান বজাত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আহি উত্তৰ-পূৱ যুৱ মহোৎসৱৰ উদ্বোধন কৰে। ভাষণ প্ৰসঙ্গত গগৈ ডাঙৰীয়াই উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল আজিৰ তাৰিখত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে। উদ্বোধনী অনুষ্ঠানৰ শেষত সকলোৱে গৈ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰো।<br> {{gap}}২০ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত Youth con- vention and survichar নামৰ অনুষ্ঠান সম্পন্ন হ'ল। ভাৰতবৰ্ষৰ বিখ্যাত সমাজকৰ্মী তথা ৰাষ্ট্ৰীয় যুৱ প্ৰকল্পৰ প্ৰতিষ্ঠাপক ড° এছ.এন চুব্বাৰাৱে (ভাই জী) ভাষণ প্ৰদান কৰিছিল। সমগ্ৰ ভাৰতবৰ্ষক একতাৰ সাংস্কৃতিক ডোলেৰে বান্ধি ৰখাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ সংস্কৃতি প্ৰদৰ্শন কৰিবৰ বাবে ২৮ গৰাকী ছাত্ৰ- ছাত্ৰী নিৰ্বাচিত কৰিছিল। আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ নীতিশ গগৈ আৰু ছাত্ৰী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ ৪৭<noinclude>{{rh| |৪৭✦ {{gap}}ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ. {{gap}}✦ ৪৭|}}</noinclude> hyncrw64q38ix82rfj4bjv2b4wyfwns পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৫০ 104 92535 253393 2026-06-15T06:12:41Z Sameer Kalita14 4455 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 253393 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sameer Kalita14" /></noinclude>শুভেচ্ছা শৰ্মাই সাংস্কৃতিক দলটিত নিৰ্বাচিত হৈ গোৱাৰ মাছমৰীয়া নৃত্য আৰু কাশ্মিৰী নৃত্য সকলোৰে আগত প্ৰদৰ্শন কৰিছিল। 'ভাৰত কি সন্তান' নামৰ সাংস্কৃতিক গোষ্ঠীটোৰ নাম দি ভাই জীয়ে নীতিশ আৰু শুভেচ্ছাক একোখনকৈ মানপত্ৰও প্ৰদান কৰিছিল। ইয়াৰোপৰি অনুষ্ঠানটিত অসমৰ সাংস্কৃতিক জগতৰ পৰিচিত ব্যক্তি মানস ৰবীন, পংকজ ইংতি, চেতনা দাস আদিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সন্ধ্যা আঠমান বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল নৱ প্ৰজন্মৰ হাৰ্থৰ্থৱ জুবিন গাৰ্গৰ গীত পৰিৱেশন। জুবিন গাৰ্গৰ ইটোৰ পিছত সিটো গীতে দৰ্শকৰ হৃদয়ত ঝংকাৰ তুলি দিছিল আৰু গীতৰ তালে তালে সকলোৱে নৃত্য কৰি কৰি নিজকে উজাৰি দিছিল। জুবিন গাৰ্গৰ লগতে জুলিয়েও কন্ঠ নিগৰাই তুলি দৰ্শক শ্ৰোতাক আপ্লুত কৰি তুলিছিল।<br> {{gap}}২১ জানুৱাৰীৰ দিনা আছিল অনুষ্ঠানৰ শেষ দিন। ছাত্ৰ-ছাত্ৰীসকলৰ T. A. form বোৰ জমা দি T.A. সংগ্ৰহ কৰোঁতে মোৰ আগবেলাটো পাৰ হ'ল। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছতেই সাংস্কৃতিক অনুষ্ঠানবোৰ উপভোগ কৰিবৰ বাবে আমাক N.S.S. ৰ ফালৰ পৰা মুকলি কৰি দিলে। বিয়লি চাৰিমান বজাৰ পৰাই অনুষ্ঠানবোৰ আৰম্ভ হ'ল। কৰিঅ'গ্ৰাফাৰ পংকজ ইংতিৰ নেতৃত্বত উত্তৰ- পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সাংস্কৃতিক দলসমূহে গীতৰ তালে তালে নৃত্য কৰি সৰুসজাই ষ্টেডিয়াম মুখৰিত কৰি তুলিছিল। নৃত্য উপভোগ কৰি শেষ হোৱাৰ লগে লগে বিখ্যাত ৰক্ গায়ক লু মাজাওৰ (Lou Majaw) অনুষ্ঠান আৰম্ভ হ'ল। গীতাৰত আঙুলিৰ যাদুৰে প্ৰতিজন দৰ্শকক তেওঁ নাচিবলৈ বাধ্য কৰাইছিল। আমাৰ ছাত্ৰ-ছাত্ৰীসকলেও প্ৰাণভৰি নচা দেখিবলৈ পাইছিলো। লু মাজাওঁৰ অনুষ্ঠানৰ সামৰণিৰ পিছত সকলোৰে মুখত এটাই কথা - - 'জীৱনত আটাইতকৈ Enjoy কৰিছো আজি।' প্ৰায় ৰাতি এঘাৰমান বজাত অনুষ্ঠান শেষ হ'ল আৰু আমাৰ সকলো ছাত্ৰ-ছাত্ৰীকে ৰাতিপুৱা পাঁচ বজাত ৰেডি হ’বলৈ নিৰ্দেশ দিলোঁ। কথামতেই ২২ তাৰিখে পুৱা পাঁচ বজাত আমি সৰুসজাই ষ্টেডিয়ামৰ পৰা ওলাই .<noinclude>{{rh| |৪৮✦ {{gap}}ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ. {{gap}}✦ ৪৮|}}</noinclude> a2ick6jzbsoj2smdc1ce1kjyp9xeytl পৃষ্ঠা:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ. এচ.pdf/৫২ 104 92536 253396 2026-06-15T06:16:37Z Sameer Kalita14 4455 /* মুদ্ৰণ সংশোধন কৰা হৈছে */ ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। 253396 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sameer Kalita14" /></noinclude>{{Xx-larger|{{centre|বাঙ্গালোৰ বিশ্ববিদ্যালয়ৰ মেগা কেম্প}}}} {{gap}}২০১৩ চনৰ ২৯ জুনৰ পৰা ১০ জুলাইলৈকে বাঙ্গালোৰ বিশ্ববিদ্যালয়ত Ministry of youth affairs and sportsএ বাৰদিনীয়া কাৰ্য্যসূচীৰে এটা ‘মেগা কেম্প’ৰ আয়োজন কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা ৰাজ্যই অংশগ্ৰহণ কৰিবলৈ নোযোৱাত অসমৰ পৰা দুটা দল ‘মেগা কেম্পত অংশগ্ৰহণ কৰিবৰ বাবে গুৱাহাটীস্থিত NER কেন্দ্ৰই আহ্বান জনালে। যোৰহাট মহাবিদ্যালয়ৰ পৰা ত্ৰিদিৱ শ‍ইকীয়া, প্ৰাঞ্জল প্ৰতীম গগৈ, নীতিশ গগৈ, দিপাংকৰ দলে আৰু গুৱাহাটী কলেজৰ পৰা দোলনমণি কলিতা, বিৰাজ শৰ্মা, ৰুমা নাথ আৰু জ্যোতি সিঙক লগত লৈ গুৱাহাটীৰ পৰা বাঙ্গালোৰ অভিমুখে ৰেলত উঠিলো। NER কেন্দ্ৰৰ সহকাৰী য়ুথ অফিচাৰ নকুল দেউৰীয়ে জনাইছিল যে অৰুণাচল প্ৰদেশৰ দলটিও একেখন ৰেলতে যাত্ৰা কৰিব আৰু তেওঁলোকৰ টিকটবোৰ কনফাৰ্মড হোৱা নাই; গতিকে টি.টি.ইৰ লগত কথা পাতি যাতে মই তেওঁলোকক সহায় কৰো। টি.টি.ইৰ লগত কথা পাতি অৰুণাচল প্ৰদেশৰ দলটিকো চাৰিটা টিকেট কনফাৰ্মড কৰি দিলো। তেওঁলোকৰ আঠজনীয়া দলটিয়ে চাৰিটা টিকেটতে এডজাষ্ট কৰি বাঙ্গালোৰ পালেগৈ। বাঙ্গালোৰ ষ্টেচনৰ পৰা নামিয়েই আমি ট্ৰেভেলাৰ এখন ৰিজাৰ্ভ কৰি বাঙ্গালোৰ বিশ্ববিদ্যালয়ৰ NSS Bhavan ত সোমাই পৰিলো। এন.এছ.এছ. ভৱনৰ এটা কোঠাত পাঁচজনকৈ বিভিন্ন ৰাজ্যৰ Contingent Leader সকলক ৰখাৰ ব্যৱস্থা কৰাৰ বিপৰীতে ল'ৰাবোৰৰ বাবে ডাঙৰ দুটা কোঠা আৰু ছোৱালীবোৰৰ বাবে হোষ্টেল এটাৰ ব্যৱস্থা কৰি দিলে। আমাৰ কোঠাত গুজৰাটৰ কিৰণ পাটিল ডাঙৰীয়া, উত্তৰ প্ৰদেশৰ নবীন সিং ডাঙৰীয়া, উত্তৰাখণ্ডৰ নবীন চন্দ্ৰ যোশী ডাঙৰীয়া ৰাজস্থানৰ মুকেশ শিখৱাল ডাঙৰীয়া – এই পাঁচজন Contingent .<noinclude>{{rh| |৫০✦ {{gap}}ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোৰহাট কলেজৰ এন. এচ এচ. {{gap}}✦ ৫০|}}</noinclude> r8cpnaezyrowydbho79x4uq6j7sugd8