ৱিকিউৎস
aswikisource
https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4
MediaWiki 1.47.0-wmf.15
first-letter
মাধ্যম
বিশেষ
বাৰ্তা
সদস্য
সদস্য বাৰ্তা
ৱিকিউৎস
ৱিকিউৎস বাৰ্তা
চিত্ৰ
চিত্ৰ বাৰ্তা
মিডিয়াৱিকি
মিডিয়াৱিকি আলোচনা
সাঁচ
সাঁচ বাৰ্তা
সহায়
সহায় বাৰ্তা
শ্ৰেণী
শ্ৰেণী বাৰ্তা
লেখক
লেখক আলোচনা
পৃষ্ঠা
পৃষ্ঠা আলোচনা
সূচী
সূচী আলোচনা
প্ৰকাশক
প্ৰকাশক আলোচনা
TimedText
TimedText talk
Module
Module talk
Event
Event talk
পৃষ্ঠা:অমৃত কথা.pdf/৪
104
61122
257449
164044
2026-08-15T15:47:33Z
BabulB
104
257449
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{overfloat image
| image = [[File:অমৃত কথা (page 4 crop).jpg|400px|center]]
|width=350
|item1= {{center|<poem>নানান গ্ৰন্থত পোৱা কথাৰ আলমত
মোৰ মনেসজা কাহিনী
{{Xx-larger|'''অমৃত কথা'''}}
অকণিহঁতৰ হাতত
তুলি দিলো।
{{gap|4em}}-লেখিকা</poem>}}
|x1 =120
|y1 =120
}}
{{nop}}<noinclude></noinclude>
7jjbt1q9wbwvhuv5krif35erie0bnnm
257450
257449
2026-08-15T15:47:48Z
BabulB
104
257450
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{overfloat image
| image = [[File:অমৃত কথা (page 4 crop).jpg|440px|center]]
|width=350
|item1= {{center|<poem>নানান গ্ৰন্থত পোৱা কথাৰ আলমত
মোৰ মনেসজা কাহিনী
{{Xx-larger|'''অমৃত কথা'''}}
অকণিহঁতৰ হাতত
তুলি দিলো।
{{gap|4em}}-লেখিকা</poem>}}
|x1 =120
|y1 =120
}}
{{nop}}<noinclude></noinclude>
cgxdbx4dqjrg5hjbguyse7y614d6xsp
257451
257450
2026-08-15T15:48:29Z
BabulB
104
257451
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{overfloat image
| image = [[File:অমৃত কথা (page 4 crop).jpg|440px|center]]
|width=350
|item1= {{center|<poem>নানান গ্ৰন্থত পোৱা কথাৰ আলমত
মোৰ মনেসজা কাহিনী
{{Xx-larger|'''অমৃত কথা'''}}
অকণিহঁতৰ হাতত
তুলি দিলো।
{{gap|4em}}-লেখিকা</poem>}}
|x1 =120
|y1 =140
}}
{{nop}}<noinclude></noinclude>
pemcuc7zxaiqtm4p1acoz25syfkigpn
257452
257451
2026-08-15T15:49:01Z
BabulB
104
257452
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{overfloat image
| image = [[File:অমৃত কথা (page 4 crop).jpg|440px|center]]
|width=350
|item1= {{center|<poem>নানান গ্ৰন্থত পোৱা কথাৰ আলমত
মোৰ মনেসজা কাহিনী
{{Xx-larger|'''অমৃত কথা'''}}
অকণিহঁতৰ হাতত
তুলি দিলো।
{{gap|4em}}-লেখিকা</poem>}}
|x1 =120
|y1 =160
}}
{{nop}}<noinclude></noinclude>
abteurone66ulzuykfgkuf792an3ma9
পৃষ্ঠা:অমৃত কথা.pdf/৫
104
61123
257453
164045
2026-08-15T15:53:37Z
BabulB
104
257453
proofread-page
text/x-wiki
<noinclude><pagequality level="4" user="JyotiPN" /></noinclude>{{overfloat image
| image = [[File:অমৃত কথা (page 5 crop).jpg|350px|center]]
|width=300
|item1= {{X-larger|'''সূচীপত্ৰ'''}}
<small>১৷ [[অমৃত কথা/অমৃত কথা|অমৃত কথা]] /০৫
২৷ [[অমৃত কথা/নিমি ৰজাৰ কাহিনী|নিমি ৰজাৰ কাহিনী]] /০৯
৩৷ [[অমৃত কথা/সৰস্বতী দেৱীৰ কাহিনী|সৰস্বতী দেৱীৰ কাহিনী]] / ১১
৪৷ [[অমৃত কথা/তম্বুক অসুৰৰ কথা|তম্বুক অসুৰৰ কথা]] / ১৪
৫। [[অমৃত কথা/স্বৰ্ণ ভাগা|স্বৰ্ণ ভাগা]]/১৭
৬৷ [[অমৃত কথা/নাৰদৰ কাহিনী|নাৰদৰ কাহিনী]]| /২০
৭৷ [[অমৃত কথা/কাবেৰী নদীৰ কাহিনী|কাবেৰী নদীৰ কাহিনী]] / ২৩
৮৷ [[অমৃত কথা/সাত নদীৰ সাধু|সাত নদীৰ সাধু]] / ২৬
৯৷ [[অমৃত কথা/সূৰ্য মন্দিৰ|সূৰ্য মন্দিৰ]] / ২৯
১০৷ পাতাল পুৰীৰ কুশী| /৩৪</small>
|x1 =100
|y1 =30
}}
{{nop}}<noinclude></noinclude>
oj5yaohc9yfn63upm58g7iinwxbfyh1
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৫১
104
69627
257454
188487
2026-08-16T08:41:14Z
Rajdweep nlb
2118
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
257454
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Rajdweep nlb" />{{rh|১৪৮|ৰহদৈ লিগিৰী|}}</noinclude>
{{center|{{x-larger|'''অষ্টাদশ অধ্যায়'''}}}}
{{center|{{x-larger|'''কৃষ্ণদাসী'''}}}}
{{gap}}দুৰ্গোৎসৱত ধনেশ্বৰ চুতীয়া সেনাপতি ৰক্ষা পৰাৰ পিছত, মানৰ সৈতে শদিয়াখোৱা গোহাঁইৰ যুঁজ লগাৰ অলপ আগতে আমাৰ কৃষ্ণদাসী বৈষ্ণৱী বাবাজী দুজনৰ সৈতে শদিয়াখো গোহাঁইৰ পৰা পত্ৰ-সন্দেহ লৈ খামতি ৰাজ্য পালেগৈ। তাত প্ৰায় পোন্ধৰ দিনমান থকাৰ পিছত খামতি ৰজাই তেওঁৰ মানুহ দি হাবিয়লীয়া বাটৰ পটি কটাই কটাই প্ৰায় দহ দিনে টেমিমুখত নি তেওঁবিলাকক থোৱালে। টেমিমুখত মিচ্ মিৰ নাৱত লুইত পাৰ হৈ সুন্দৰ পৰ্বতৰ দৃশ্য চাই চাই, বাবা ব্ৰহ্মপুত্ৰৰ গভীৰ গৰ্জন ধ্বনি শুনি প্ৰায় পাঁচ মাইল বাট ওখ-চাপৰ আৰু হাবিয়লীয়া থলেদি এঠাইত ডাঙৰ ডাঙৰ শিলৰ ওপৰেদি বগাই বগাই ওপৰত গছৰ মাজত সোঁ-সোঁ শব্দৰ বতাহ উপভোগ কৰি কৰি তেওঁবিলাকৰ চিৰ বাঞ্ছিত সেই গহীন-গম্ভীৰ দৃশ্যৰ পৰশুৰামকুণ্ড পালেগৈ। তাত মিচ্মিসকলে এওঁবিলাকক ভাল সাধু আৰু সাধুৱনী বুলি বুজি পাই ‘জয় সীতাৰাম জয় সীতাৰাম’ শবদেৰে নমস্কাৰ জনালে। তিনিওজনাই কুণ্ডত সেইদিনা স্নান কৰি উঠি পূজা সন্ধ্যা আৰতি এই
সকলোকে কৰি গধূলি হলত লগত নিয়া চাউল এমুঠি তেওঁলোকৰ ঘটী এটাত সিদ্ধ কৰি সেই প্ৰসাদ তিনিও ৰাতি খাই ধুনি জ্বলাই কুণ্ডৰ ওচৰতে নিশা পৰি থাকিল। পিছদিনা আকৌ স্নান আহ্নিকাদি কৰি তিনিও সেইদৰে অলপ ভোগ তাত খাই ভাটিবেলা কুণ্ডৰ পৰা উলটি আহি টেমিমুখত ৰ'ল।
{{gap}}পিছদিনা টেমিমুখৰ পৰা আকৌ অহা পটিয়ে পটিয়ে আহি সাতদিনে খামতি গাঁও ওলাল। তাত খাম্তি ৰজাৰ অনুৰোধত তিনি নিশা থাকি তেওঁবিলাকে আকৌ নানা সুন্দৰ সুন্দৰ দৃশ্য চাই নৈ জুৰি পাৰ হৈ চূণপোৰা পালে। চূণপোৰাত তেওঁবিলাকক আকৌ শদিয়াখোৱা গোহাঁয়ে আস্ত-আদৰ কৰি সাতদিন ৰাখিলে আৰু কৃষ্ণদাসীক বিশেষকৈ শলাগি ক'লে— “বৈষ্ণৱী মা! তোমাৰ শিক্ষা মতে, উদগনি মতে আমাৰ শদিয়াৰ বীৰসকলে মানক যুঁজত ঘটুৱাই ফিৰাই পঠিয়ালে।” সেই সাতদিনে ধনেশ্বৰ সেনাপতি নিতৌ গধুলি গধূলি কৃষ্ণদাসীৰ ওচৰলৈ আহি বৈষ্ণৱ ধৰ্মৰ তথ্যবিলাক আকৌ সুধি সুধি ল'লে। কৃষ্ণদাসীয়ে ধনেশ্বৰক বিশেষকৈ হৃদয়ংগম কৰি দিলে যে গৃহস্থী সুখতো থাকি, দেশৰ মংগল চিন্তিও আৰু দৰিদ্ৰ নাৰায়ণক সেৱা-শুশ্ৰূষা কৰিও বৈষ্ণৱ ধৰ্ম সুন্দৰে পালন কৰিব পাৰি — কৃষ্ণ-প্ৰেমত নিজৰ জীৱন উছৰ্গা কৰি জীৱনক সুন্দৰ, মধুৰিমাময়, অমৃতময় কৰিব পাৰি।
“বাছা। সুখেৰে গৃহস্থী ধৰ্ম পালন কৰি সংসাৰত জনপ্ৰাণী বঢ়াই কৃষ্ণত ভক্তি ৰাখি চলিবি। অন্তে সেই কৃষ্ণক পাবি’— এই কথা কৈ কৃষ্ণদাসীয়ে তাৰ পৰা<noinclude></noinclude>
b3ic9vndxwdjeab9c8g1qvx8o9zti1m
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৫০
104
69628
257455
188488
2026-08-16T08:52:26Z
Rajdweep nlb
2118
/* মুদ্ৰণ সংশোধন কৰা হৈছে */
257455
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Rajdweep nlb" />{{rh||ৰহদৈ লিগিৰী|১৪৭}}</noinclude>{{center|{{x-larger|সপ্তদশ অধ্যায়}}}}
{{center|{{X-larger|বুৰঞ্জী— মানৰ অত্যাচাৰ}}}}
{{gap}}চন্দ্ৰকান্ত ৰজা ভাগি যোৱাৰ পিছত মান সেনাপতিয়ে যোগেশ্বৰ নামৰ গোহাঁই এজনক নামমাত্ৰ ৰজা পাতি নিজেই উজনি অসম কঠোৰৰূপে শাসন কৰিবলৈ ধৰিলে। সেই বছৰ মানহঁতে বাৰিষাৰ কেইমাহ চলাচল নকৰি আগেয়ে লুটি-পুটি অনা গৰু-ম’হ কাটি খাই বাৰিষাটো কটালে তাৰ পিছত কাতি মাহ সোমোৱা মাত্ৰকে সিহঁতে উজনিফালৰ পৰা ক্ৰমে ভাটিলৈ আৰু উজনিৰ শদিয়াৰ ফাললৈকো,
মাজুলীৰ ফাললৈকো দিগ্বিজয় কৰিবলৈ ওলাল। মাজুলীত সিহঁতে প্ৰায় জনপ্ৰাণী শূন্য পালে। সিহঁত উত্তৰ লক্ষীমপুৰৰ ফাললৈকো গ'ল। তাতো সিহঁতে মানুহ কাটি-মাটি গাঁৱে-ভূঁয়ে জুই লগাই নথৈ অত্যাচাৰ কৰিলে। শদিয়ালৈ যদিও মিঙ্গিমাহা নিজে গৈছিল তথাপি শদিয়াখোৱা গোহাঁইৰ আৰু তেওঁৰ সৈন্যসকল আৰু ধনেশ্বৰ, কমল গোহাঁই এই সেনাপতি দুজনৰ বীৰত্বত আৰু কৌশল শদিয়াত মান তেনেই ঘাটি উলটি আহিল। মাজুলীত মানে উপদ্ৰৱ কৰিব নোৱৰাৰ কাৰণ হৈছিল মাজুলীৰ মানুহ প্ৰায় সকলোবিলাকেই হয় ডাঠ হাবিৰ মাজে মাজে পলাই আছিল নতুবা মাজুলী এৰি পলাই গৈছিল। চন্দ্ৰকান্ত ৰজা পলাই যোৱা শুনি মাজুলীৰ চাৰিসত্ৰীয়া আৰু বৰ বাৰ্জনীয়া মহাপুৰুষীয়া সকলোবিলাক সত্ৰৰে অধিকাৰসকল উদাসীন ভকতসকলৰ সৈতে মান পাৰ হৈ নোযোৱাৰ আগেয়ে নাৱেৰে গুৱাহাটীলৈ পলাই গৈছিল আৰু গুৱাহাটীৰ দুয়ো পাৰে নৈৰ দাঁতিয়ে দাঁতিয়ে নাওবিলাক ৰাখি ওপৰত বাহৰ সাজি সাজি বাস কৰি আছিল।
{{gap}}গুৱাহাটী পাই চন্দ্ৰকান্ত ৰজাই কিছুমান অসমীয়া সৈন্যই মানৰ লগত অলপ যুঁজি তিষ্ঠিব নোৱাৰিলে। ৰজা আৰু সন্ত-মহন্ত সকলোৱেই নাৱেৰেই পলাই ভটিয়াই গৈ গোৱালপাৰা এলেকাত ৰ'লগৈ। মানে গুৱাহাটী, জাগি, কলীয়াবৰ, এইবিলাক ঠাইত কোঠ মাৰি অলপ অলপ সৈন্য সেই কোঠবিলাকত থৈ আকৌ উজাই গ’ল। মান উজাই যোৱা শুনি চন্দ্ৰকান্ত ৰজাই গোৱালপাৰা, কামৰূপ এইবিলাক ঠাইৰ পৰা কিছুমান সৈন্য গোটাই আৰু গোৱালপাৰাৰ সিফালৰ পৰা কিছুমান হিন্দুস্থানী আৰু শিখ সৈন্য আনি গুৱাহাটীলৈ উজাই আহি তাত মানৰ
তাকৰীয়া সৈন্য পাই গুৱাহাটী, তাৰ পিছত ক্ৰমে ক্ৰমে জাগি, কলিয়াবৰ এই ঠাইবিলাক অধিকাৰ কৰি গুৱাহাটীত তেওঁ ৰাজধানী পাতিলে। তেওঁৰ আশ্বাসতে উজনিৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱসকলো আকৌ গুৱাহাটীলৈ আহি আগৰ ঠায়ে ঠায়ে বাহৰ সাজি ৰ’ল।<noinclude></noinclude>
mg0pep4s3ui8ebn2sl00n58o1g5xhdp